Today the youth of India is full of new confidence, succeeding in every sector: PM Modi
December 23rd, 11:00 am
PM Modi addressed the Rozgar Mela and distributed more than 71,000 appointment letters to newly appointed youth in Government departments and organisations. PM Modi underlined that in the last one and a half years, around 10 lakh permanent government jobs have been offered, setting a remarkable record. These jobs are being provided with complete transparency, and the new recruits are serving the nation with dedication and integrity.PM Modi distributes more than 71,000 appointment letters to newly appointed recruits
December 23rd, 10:30 am
PM Modi addressed the Rozgar Mela and distributed more than 71,000 appointment letters to newly appointed youth in Government departments and organisations. PM Modi underlined that in the last one and a half years, around 10 lakh permanent government jobs have been offered, setting a remarkable record. These jobs are being provided with complete transparency, and the new recruits are serving the nation with dedication and integrity.The World This Week on India
December 17th, 04:23 pm
In a week filled with notable achievements and international recognition, India has once again captured the world’s attention for its advancements in various sectors ranging from health innovations and space exploration to climate action and cultural influence on the global stage.ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে নিউজ9 গ্ল’বেল ছামিটত প্ৰধানমন্ত্ৰীৰ ভাষণৰ মূল পাঠ
November 22nd, 10:50 pm
মন্ত্ৰী উইনফ্ৰাইড, মোৰ কেবিনেট সহকৰ্মী জ্যোতিৰাদিত্য সিন্ধিয়া আৰু এই শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰা ভদ্ৰ মহিলা আৰু সজ্জনসকল!Prime Minister Narendra Modi addresses the News9 Global Summit
November 22nd, 09:00 pm
PM Modi addressed the News 9 Global Summit in Stuttgart, Germany, via video conference. Organized by TV9 India in collaboration with F.A.U. Stuttgart, the summit focused on India-Germany: A Roadmap for Sustainable Growth, emphasizing partnerships in economy, sports, and entertainment.যৌথ বিবৃতিঃ দ্বিতীয় ভাৰত-অষ্ট্ৰেলিয়া বাৰ্ষিক শীৰ্ষ সন্মিলন
November 19th, 11:22 pm
ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী আৰু অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনি আলবানিজৰ উপস্থিতিত ২০২৪ চনৰ ১৯ নৱেম্বৰত ৰিঅ’ ডি জেনেইৰ’ত গ্ৰুপ অফ ২০ (জি-২০) শীৰ্ষ সন্মিলনৰ সুযোগত দ্বিতীয় ভাৰত-অষ্ট্ৰেলিয়া বাৰ্ষিক শীৰ্ষ সন্মিলন অনুষ্ঠিত হয়। ২০২৫ চনত ভাৰত-অষ্ট্ৰেলিয়া সৰ্বাংগীন কৌশলগত অংশীদাৰিত্বৰ পঞ্চম বৰ্ষপূৰ্তিৰ পূৰ্বে দুয়োখন দেশৰ প্ৰধানমন্ত্ৰীয়ে জলবায়ু পৰিৱৰ্তন আৰু নবীকৰণযোগ্য শক্তি, বাণিজ্য আৰু বিনিয়োগ, প্ৰতিৰক্ষা আৰু নিৰাপত্তা, শিক্ষা আৰু গৱেষণা, দক্ষতা, গতিশীলতা, বিজ্ঞান আৰু প্ৰযুক্তি, আদি আঞ্চলিক বিষয়সমূহৰ ওপৰত আলোচনা কৰে আৰু বহুপক্ষীয় সহযোগিতা, সামাজিক আৰু সাংস্কৃতিক সম্পৰ্ক আৰু জনসাধাৰণৰ মাজত সম্পৰ্ককে ধৰি কেইবাটাও মূল ক্ষেত্ৰত দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত মহত্বপূৰ্ণ অগ্ৰগতিৰ উল্লেখ কৰে।নাইজেৰিয়াত ভাৰতীয় সমুদায়ৰ কাৰ্যসূচীত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
November 17th, 07:20 pm
আজি আবুজাৰ পৰিৱেশ সঁচাকৈয়ে বৰ মনোৰম অনুভৱ হৈছে। যোৱা সন্ধিয়াৰ পৰা যিমানখিনি প্ৰত্যক্ষ কৰিছো তাৰ পৰা প্ৰায় এনে লাগিছে যেন মই আবুজাত নহয়, ভাৰতৰ এখন চহৰত আছো। আপোনালোকৰ বহুতেই লাগোছ, কানো, কাডুনা, প’ৰ্ট হাৰক’ৰ্টৰ দৰে বিভিন্ন ঠাইৰ পৰা আহি আপোনাৰ বৈচিত্ৰময় মনোশক্তিবোৰ লগত লৈ আহিছে। আপোনালোকৰ চকুত দেখা উল্লাস আৰু মনৰ পৰা ওলোৱা উষ্মাই ইয়াত থকাৰ আপোনাৰ আগ্ৰহৰ বিষয়ে বহু কথাই কৈ গৈছে। ময়ো আপোনালোক সকলোকে লগ পোৱাৰ এই মুহূৰ্তটোলৈ আগ্ৰহেৰে বাট চাই আছিলো। আপোনালোকৰ মৰম আৰু সস্নেহ মোৰ বাবে অমূল্য, আৰু আপোনাৰ লগত ইয়াত থকা, এই বিনিময় কৰা মুহুৰ্তবোৰ মোৰ হৃদয়ত চিৰদিনৰ বাবে থাকিব।PM Modi addresses Indian community in Nigeria
November 17th, 07:15 pm
PM Modi, addressing the Indian diaspora in Abuja, Nigeria, celebrated India's global progress, highlighting achievements in space, manufacturing, and defense. He praised the Indian community's contributions to Nigeria's development and emphasized India's role as a global leader in welfare, innovation, and peace, with a vision for a Viksit Bharat by 2047.Ek Hain To Safe Hain: PM Modi in Nashik, Maharashtra
November 08th, 12:10 pm
A large audience gathered for public meeting addressed by Prime Minister Narendra Modi in Nashik, Maharashtra. Reflecting on his strong bond with the state, PM Modi said, “Whenever I’ve sought support from Maharashtra, the people have blessed me wholeheartedly.” He further emphasized, “If Maharashtra moves forward, India will prosper.” Over the past two and a half years, the Mahayuti government has demonstrated the rapid progress the state can achieve.Article 370 will never return. Baba Saheb’s Constitution will prevail in Kashmir: PM Modi in Dhule, Maharashtra
November 08th, 12:05 pm
A large audience gathered for a public meeting addressed by PM Modi in Dhule, Maharashtra. Reflecting on his bond with Maharashtra, PM Modi said, “Whenever I’ve asked for support from Maharashtra, the people have blessed me wholeheartedly.”PM Modi addresses public meetings in Dhule & Nashik, Maharashtra
November 08th, 12:00 pm
A large audience gathered for public meetings addressed by Prime Minister Narendra Modi in Dhule and Nashik, Maharashtra. Reflecting on his strong bond with the state, PM Modi said, “Whenever I’ve sought support from Maharashtra, the people have blessed me wholeheartedly.” He further emphasized, “If Maharashtra moves forward, India will prosper.” Over the past two and a half years, the Mahayuti government has demonstrated the rapid progress the state can achieve.‘ৰোজগাৰ মেলা’ৰ মাধ্যমেৰে ৫১,০০০+ নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
October 29th, 11:00 am
আজি হৈছে ‘ধনতেৰছ’ৰ পবিত্ৰ উৎসৱ। ‘ধনতেৰছ’ উপলক্ষে সকলো দেশবাসীক বহুত বহুত অভিনন্দন জনাইছোঁ। দুদিনৰ পিছত আমি সকলোৱে ‘দীপাৱলী’ উৎসৱ উদযাপন কৰিম। আৰু এই বছৰৰ দেৱালী অতিকে বিশেষ হ’ব, বাৰুকৈয়ে বিশেষ হ’ব। আপোনালোকে জানে যে দেৱালী প্ৰতিবাৰেই আহে, তেন্তে এইবাৰনো একেটা উত্সৱেই কিয় বিশেষ হৈ উঠিছে, বিশেষ হোৱাৰ কাৰণ মই আপোনালোকক ক'ম। ৫০০ বছৰৰ পিছত ভগৱান শ্ৰী ৰাম তেওঁৰ অযোধ্যাৰ বিশাল মন্দিৰত উপৱিষ্ট হৈছেহি। আৰু ভব্য মন্দিৰত উপৱিষ্ট হোৱাৰ পিছত এইটো হৈছে প্ৰথমটো দীপাৱলী, আৰু এনে এটা দীপাৱলীৰ বাবে অপেক্ষা কৰি কৰিয়েই বহু প্ৰজন্মই জীৱনপাত কৰিছিল, লাখ লাখ লোকে বলিদান দিছিল আৰু যাতনা ভূগিবলগীয়া হৈছিল। আমি সকলোৱেই বহুত সৌভাগ্যশালী কিয়নো আমি ইমান বিশেষ, অন্যন্য, বিশাল দীপাৱলী প্ৰত্যক্ষ কৰাৰ সুযোগ লাভ কৰিছোঁ। এই উৎসৱৰ পৰিৱেশত... আজি এই শুভ দিনত... ‘নিযুক্তি মেলা’ত ৫১ হাজাৰ যুৱক-যুৱতীক চৰকাৰী চাকৰিৰ বাবে নিযুক্তিপত্ৰ দিয়া হৈছে। মই আপোনালোক সকলোকে অভিনন্দন জনাইছোঁ আৰু মোৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।PM Narendra Modi addresses Rozgar Mela
October 29th, 10:30 am
PM Modi addressed the Rozgar Mela and distributed more than 51,000 appointment letters to newly appointed youth in Government departments and organizations. Citing the Pradhan Mantri Internship Yojana, PM Modi said provisions are made for paid internships in the top 500 companies of India, where every intern would be given Rs 5,000 per month for one year. He added the Government’s target is to ensure one crore youth get internship opportunities in the next 5 years.স্পেইন চৰকাৰৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণৰ সময়ত প্ৰকাশ কৰা ‘ভাৰত-স্পেইনৰ যুটীয়া বিবৃতি’ (২৮-২৯ অক্টোবৰ, ২০২৪)
October 28th, 06:32 pm
ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণত স্পেইন চৰকাৰৰ ৰাষ্ট্ৰপতি শ্ৰী পেদ্ৰো ছানচেজে ২৮-২৯ অক্টোবৰ, ২০২৪ তাৰিখে চৰকাৰী ভ্ৰমণসূচীৰে ভাৰতত উপস্থিতত থাকে। এয়া আছিল ৰাষ্ট্ৰপতি ছানচেজৰ প্ৰথমটো ভাৰত ভ্ৰমণ আৰু ১৮ বছৰৰ পিছত স্পেইন চৰকাৰৰ কোনো এগৰাকী ৰাষ্ট্ৰপতিৰো প্ৰথমটো ভাৰত ভ্ৰমণ। তেওঁৰ সৈতে পৰিবহন আৰু বহনক্ষম গতিশীলতা দপ্তৰৰ মন্ত্ৰী, উদ্যোগ আৰু পৰ্যটন দপ্তৰৰ মন্ত্ৰী আৰু এটা উচ্চ পৰ্যায়ৰ চৰকাৰী বিষয়া-বৰ্গ আৰু ব্যৱসায়িক প্ৰতিনিধিৰ দল উপস্থিত আছিল।চি-২৯৫ এয়াৰক্ৰাফ্ট ফেক্টৰীৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
October 28th, 10:45 am
মহামহিম পেড্ৰ’ ছানচেজ, গুজৰাটৰ ৰাজ্যপাল আচাৰ্য দেৱব্ৰত জী, ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিং জী, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী শ্ৰী এছ জয়শংকৰ জী, ইয়াৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰভাই পেটেল, স্পেইন আৰু ৰাজ্য চৰকাৰৰ মন্ত্ৰীগণ, এয়াৰবাছ আৰু টাটা টিমৰ সকলো বন্ধু, দেৱী আৰু সজ্জনসকল!প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু স্পেইনৰ প্ৰধানমন্ত্ৰী শ্ৰী পেদ্ৰো চানচেজে গুজৰাটৰ বদোদৰাত চি-২৯৫ বিমান নিৰ্মাণৰ বাবে যুটীয়াভাৱে টাটা বিমান কমপ্লেক্স উদ্বোধন কৰে
October 28th, 10:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু স্পেইনৰ প্ৰধানমন্ত্ৰী শ্ৰী পেদ্ৰো চানচেজে আজি গুজৰাটৰ বদোদৰাস্থিত টাটা এডভান্সড চিষ্টেম লিমিটেড (টিএএছএল) চৌহদত চি-২৯৫ বিমান নিৰ্মাণৰ বাবে টাটা বিমান কমপ্লেক্সযুটীয়াভাৱে উদ্বোধন কৰে। দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে এই উপলক্ষে আয়োজিত প্ৰদৰ্শনীৰোঅভিজ্ঞতা লয়।আজি সমগ্ৰ বিশ্বৰ মানুহে ভাৰতৰ বিষয়ে অধিক জানিব বিচাৰিছে: মন কী বাতত প্ৰধানমন্ত্ৰী
October 27th, 11:30 am
মন কী বাতলৈ আপোনালোকক স্বাগতম। মোৰ জীৱনৰ আটাইতকৈ স্মৰণীয় মুহূৰ্তটো কি বুলি সুধিলে বহু ঘটনা মনলৈ আহে, কিন্তু এটা মুহূৰ্তই বিশেষভাৱে ধৰা দিয়ে। সেই মুহূৰ্তটো আছিল যোৱা বছৰৰ ১৫ নৱেম্বৰত ঝাৰখণ্ডৰ উলিহাতু গাঁৱত ভগৱান বীৰছা মুণ্ডাৰ জন্ম বাৰ্ষিকী অনুষ্ঠানত উপস্থিত থকাটো। এই যাত্ৰাই মোৰ ওপৰত গভীৰ প্ৰভাৱ পেলাইছিল। মই দেশৰ প্ৰথমজন প্ৰধানমন্ত্ৰী যিয়ে এই পবিত্ৰ ভূমি শিৰত লৈ সেৱা কৰাৰ সৌভাগ্য লাভ কৰিছো। সেই মুহূৰ্তত মই কেৱল স্বাধীনতা সংগ্ৰামৰ শক্তি অনুভৱ কৰাই নহয় এই ভূমিৰ শক্তিৰ সৈতেও সংযোগ স্থাপনৰ সুযোগ পালোঁ। এটা দৃঢ়তা পূৰণৰ সাহসে দেশৰ লাখ লাখ মানুহৰ ভাগ্য কেনেদৰে সলনি কৰিব পাৰে সেই কথা উপলব্ধি কৰিছিলোঁ৷‘জাৰ্মান ব্যৱসায়ৰ অষ্টাদশ এছিয়া-প্ৰশান্ত মহাসাগৰীয় সন্মিলন’(এপিকে ২০২৪) ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা মূল ভাষণৰ ইংৰাজী অনুবাদৰ তৰ্জমা
October 25th, 11:20 am
তেওঁৰ প্ৰথম ভ্ৰমণ আছিল ‘মেয়ৰ’ হিচাপে, আৰু পৰৱৰ্তী তিনিটা ভ্ৰমণ তেওঁৰ ‘চেঞ্চেলৰ’ হিচাপে কাৰ্যকালত কৰিছিল, যিয়ে ভাৰত-জাৰ্মানীৰ মাজৰ সম্পৰ্কত তেওঁ প্ৰদান কৰা গুৰুত্বত আলোকপাত কৰে।আইটিইউ-ৱৰ্ল্ড টেলিকমিউনিকেচন ষ্টেণ্ডাৰ্ডাইজেচন এছেম্বলী, ২০২৪ উদ্বোধন কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
October 15th, 10:05 am
মোৰ কেবিনেট সতীৰ্থ জ্যোতিৰাদিত্য সিন্ধিয়া জী, চন্দ্ৰশেখৰ জী, আইটিইউৰ সচিব প্ৰধান, ভিন্ন দেশৰ মন্ত্ৰী, ভাৰতৰ ভিন্ন ৰাজ্যৰ মন্ত্ৰী, উদ্যোগৰ নেতা, টেলিকম বিশেষজ্ঞ, ষ্টাৰ্ট-আপ জগতৰ যুৱ উদ্যোগী, ভাৰত আৰু বিদেশৰ বিশিষ্ট অতিথি, ভদ্ৰলোক আৰু মহিলাসকল,Prime Minister Shri Narendra Modi inaugurates ITU World Telecommunication Standardization Assembly 2024 in New Delhi
October 15th, 10:00 am
Prime Minister Modi inaugurated the International Telecommunication Union-World Telecommunication Standardization Assembly and India Mobile Congress in New Delhi. In his address, he highlighted India's transformative achievements in connectivity and telecom reforms. The Prime Minister stated that the government has made telecom a means of equality and opportunity beyond just connectivity in the country.