People of Tripura removed 'red signal' & elected 'double engine government’: PM Modi in Agartala
February 13th, 04:20 pm
As the poll campaign in Tripura is reaching a crescendo, Prime Minister Narendra Modi addressed a huge public meeting today in Agartala. Addressing a huge rally, PM Modi hit out at Left party, accusing them of looting the state for years and forcing people to live in poverty. He said, “The leftist rule had pushed Tripura on the path of destruction. The people of Tripura cannot forget the condition that prevailed here.”PM Modi campaigns in Tripura’s Agartala
February 13th, 04:19 pm
As the poll campaign in Tripura is reaching a crescendo, Prime Minister Narendra Modi addressed a huge public meeting today in Agartala. Addressing a huge rally, PM Modi hit out at Left party, accusing them of looting the state for years and forcing people to live in poverty. He said, “The leftist rule had pushed Tripura on the path of destruction. The people of Tripura cannot forget the condition that prevailed here.”ভাৰত আৰু বাংলাদেশৰ মাজত ‘মৈত্ৰী সেতু’ৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
March 09th, 11:59 am
ত্ৰিপুৰাৰ ৰাজ্যপাল শ্ৰী ৰমেশ বইছ জী, জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী বিল্পৱ দেৱ জী, উপ-মুখ্যমন্ত্ৰী শ্ৰী জিষ্ণু দেৱ বাৰ্মা জী, ৰাজ্য চৰকাৰৰ মন্ত্ৰীবৰ্গ, সাংসদ আৰু বিধায়কসকলৰ লগতে ত্ৰিপুৰাৰ মোৰ ভাই-ভনীসকল৷ আপোনালোক সকলোকে পৰিৱৰ্তনৰ, ত্ৰিপুৰাৰ বিকাশ যাত্ৰাৰ তৃতীয় বৰ্ষপূৰ্তি উপলক্ষে বহুত বহুত অভিনন্দন জনাইছো৷ বহুত বহুত শুভকামনা জনাইছো৷প্ৰধানমন্ত্ৰীয়ে ভাৰত আৰু বাংলাদেশৰ মাজত ‘মৈত্ৰী সেতু’ উদ্বোধন কৰে
March 09th, 11:58 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এক ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে ভাৰত আৰু বাংলাদেশৰ মাজত মৈত্ৰী সেতু উদ্বোধন কৰে। তেওঁ ত্ৰিপুৰাত আন কেইবাটাও আন্তঃগাথনিমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰে। ত্ৰিপুৰাৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰী অনুষ্ঠানত উপস্থিত থাকে। অনুষ্ঠানত বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ ভিডিঅ’ বাৰ্তা বজাই শুনোৱা হয়।৯ মাৰ্চ ভাৰত আৰু বাংলাদেশৰ মাজত ‘মৈত্ৰী সেঁতু’ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে
March 07th, 08:50 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সৰ যোগেদি আগন্তুক ৯ মাৰ্চৰ দুপৰীয়া ১২ বজাত ভাৰত-বাংলাদেশৰ মাজত ‘মৈত্ৰী সেঁতু’ উদ্বোধন কৰিব। এই অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে ত্ৰিপুৰাৰ একাধিক আন্তঃগাঁথনি প্ৰকল্প উদ্বোধন কৰাৰ উপৰিও আধাৰশিলাও স্থাপন কৰিব।