ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ ভাষণ সন্দৰ্ভত উথ্থাপিত ধন্যবাদসূচক প্ৰস্তাৱৰ আলোচনাত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা উত্তৰৰ ইংৰাজীৰ পৰা কৰা অনুবাদ

February 08th, 08:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজ্য সভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদ প্ৰস্তাৱক লৈ উত্তৰ দিয়ে। তেখেতে উচ্চ সদনখনিৰ সদস্যসকলক এই বিতৰ্কত অংশগ্ৰহণ আৰু বৰঙণি আগবঢ়োৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। তেখেতে কয় যে ৰাষ্ট্ৰপতিগৰাকীৰ ভাষণে কঠোৰ প্ৰত্যাহ্বানৰ মুখামুখি হৈ থকা বিশ্বখনক আশা, বিশ্বাস প্ৰদান কৰিলে।

ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদ প্ৰস্তাৱক লৈ ৰাজ্য সভাত প্ৰধানমন্ত্ৰীৰ উত্তৰ

February 08th, 11:27 am