‘ম্যে নহী হম’ পোর্টেল আৰু এপ উদ্বোধন উপলক্ষে তথ্যপ্ৰযুক্তি তথা বৈদ্যুতিক সা-সামগ্ৰী নির্মাণৰ সৈতে জড়িত বৃত্তিধাৰীসকলৰে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপ

‘ম্যে নহী হম’ পোর্টেল আৰু এপ উদ্বোধন উপলক্ষে তথ্যপ্ৰযুক্তি তথা বৈদ্যুতিক সা-সামগ্ৰী নির্মাণৰ সৈতে জড়িত বৃত্তিধাৰীসকলৰে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপ

October 24th, 03:15 pm

প্ৰধানমন্ত্ৰী শ্রী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত ‘ম্যে নহী হম’ পোর্টেল আৰু এপ মুকলি কৰে৷

‘মে’ নেহী হু’ প’ৰ্টেল আৰু এপ্প মুকলি অনুষ্ঠান তথা ‘ছেল্ফ ফৰ ছ’চাইটি’ৰ ওপৰত তথ্য-প্ৰযুক্তি উদ্যোগৰ সৈতে জড়িত লোকসকলৰ সৈতে বাৰ্তালাপ অনুষ্ঠানত প্ৰদান কৰা ভাষণৰ লিখিত ৰূপ

‘মে’ নেহী হু’ প’ৰ্টেল আৰু এপ্প মুকলি অনুষ্ঠান তথা ‘ছেল্ফ ফৰ ছ’চাইটি’ৰ ওপৰত তথ্য-প্ৰযুক্তি উদ্যোগৰ সৈতে জড়িত লোকসকলৰ সৈতে বাৰ্তালাপ অনুষ্ঠানত প্ৰদান কৰা ভাষণৰ লিখিত ৰূপ

October 24th, 03:15 pm

মন্ত্ৰী পৰিষদৰ মোৰ সতীৰ্থসকল, ভাৰতৰ ঔদ্যোগিক জীৱনক এক গতি প্ৰদান কৰা, দেশৰ তথ্য-প্ৰযুক্তি খণ্ডটোক শক্তিশালী কৰি ৰখা প্ৰতিগৰাকী দক্ষ লোক, আৰু তথ্য-প্ৰযুক্তি ক্ষেত্ৰখনৰ সৈতে জড়িত যুৱ প্ৰজন্মৰ সকলো বন্ধু-বান্ধৱী। গাওঁত CSC চেণ্টাৰত বহু আশাৰে ৰৈ সপোন ৰচা আমাৰ বিদ্যালয় মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকল, আই আই টিকে ধৰি বহু শিক্ষা প্ৰতিষ্ঠানৰ শিক্ষাৰ্থীসকল, মোৰ বাবে আনন্দৰ বিষয় এয়েই যে আপোনালোকৰ মাজলৈ এনেদৰে অহাৰ সুযোগ লাভ কৰিছো।