ভাৰ্চুৱেল দ্বিপাক্ষিক সন্মিলন সন্দৰ্ভত ভাৰত-শ্ৰীলংকাৰ যুটীয়া বিবৃত
September 26th, 11:00 am
ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী আৰু শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী এইচ ই মহিন্দা ৰাজাপাকছাই আজি এক ভাৰ্চুৱেল সন্মিলন অনুষ্ঠিত কৰে য'ত তেওঁলোকে দ্বিপাক্ষিক সম্পৰ্ক আৰু উভয়ৰে পাৰস্পৰিক স্বাৰ্থ জড়িত আঞ্চলিক তথা আন্তৰ্জাতিক বিষয়ৰ ওপৰত আলোচনা কৰেভাৰত আৰু শ্ৰী লংকাৰ মাজত ভাৰ্চুৱেল দ্বিপাক্ষিক সন্মিল
September 24th, 02:11 pm
২৬ ছেপ্টেম্বৰ, ২০২০ত ভাৰ্চুৱেল দ্বিপাক্ষিক সন্মিলনত মিলিত হ’ব প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু শ্ৰী লংকাৰ প্ৰধানমন্ত্ৰী শ্ৰী মহিন্দা ৰাজাপাকছা।শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ সৈতে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ টেলিফোনিক বাৰ্তালাপ
September 17th, 11:19 am
শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাকছা আৰু প্ৰধানমন্ত্ৰী মহিন্দ্ৰা ৰাজাপাকছাই আজি দিনটোৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক টেলিফোনত তেওঁৰ জন্মদিন উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰে৷Telephone conversation between PM and Prime Minister of Sri Lanka
August 06th, 09:10 pm
Prime Minister Shri Narendra Modi spoke to Prime Minister of Sri Lanka H.E. Mr. Mahinda Rajapaksa today, and congratulated him on the successful conduct of parliamentary elections in Sri Lanka yesterday. Prime Minister commended the government and the electoral institutions of Sri Lanka for effectively organising the elections despite the constraints of the COVID-19 pandemic.Telephonic conversation between PM and HE Mahinda Rajapaksa, Prime Minister of Sri Lanka
May 27th, 08:48 pm
Prime Minister spoke today to His Excellency Mahinda Rajapaksa, Prime Minister of Sri Lanka, to congratulate him on having completed 50 years since his first entering the Parliament of Sri Lanka.শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰীৰ ভাৰত আগমন উপলক্ষে প্ৰকাশ কৰা প্ৰধানমন্ত্ৰী মোডীৰ বিবৃতি
February 08th, 02:23 pm
নমস্কাৰ! পোণতে মই মোৰ বন্ধু মহিন্দ ৰাজপক্ষক শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী হিচাপে স্থলাভিষিক্ত হোৱা বাবে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো। প্ৰধানমন্ত্ৰীৰ গুৰু দায়িত্ব গ্ৰহণ কৰাৰ পিছতে তেওঁ মোৰ নিমন্ত্ৰণ গ্ৰহণ কৰিছিল আৰু তেওঁৰ প্ৰথমটো বিদেশ ভ্ৰমণৰ বাবে ভাৰতলৈ অহাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। ইয়াৰ বাবে মই তেওঁৰ শলাগ লৈছো। কিছুদিন আগতে শ্ৰীলংকাই স্বাধীনতাৰ ৭২ সংখ্যক জয়ন্তী উদযাপন কৰিছে। মই প্ৰধানমন্ত্ৰী ৰাজপক্ষ আৰু শ্ৰীলংকাৰ সকলো নাগৰিকক ইয়াৰ বাবে বহুত বহুত শুভকামনা জনাইছো।Former President of Sri Lanka, Mr. Mahinda Rajapaksa meets PM Modi
September 12th, 06:40 pm
Former President of Sri Lanka, Mr. Mahinda Rajapaksa met PM Narendra Modi in New Delhi today.PM meets Heads of State of SAARC nations
September 27th, 10:52 pm
PM meets Heads of State of SAARC nations