দেশবাসীক মহাশিৱৰাত্ৰিৰ শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

March 01st, 10:46 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহাশিৱৰাত্ৰি উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে।

মহাশিৱৰাত্ৰী উপলক্ষে দেশবাসীক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

March 11th, 10:49 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহাশিৱৰাত্ৰী উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰে৷

‘মন কী বাত ২.০’ৰ নৱম খণ্ডত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ (২৩.০২.২০২০)

February 23rd, 11:30 am

মোৰ মৰমৰ দেশবাসীসকল, আমাৰ দেশৰ পৰম্পৰা মহান৷ আমাৰ পূৰ্বপুৰুষসকলে আমাক যি ঐতিহ্য প্ৰদান কৰিছে, যি শিক্ষা আৰু দীক্ষা আমাক প্ৰদান কৰিছে, য’ত জীৱমাত্ৰেই দয়া, প্ৰকৃতিৰ প্ৰতি অপাৰ প্ৰেম, এই সকলোবোৰ আমাৰ সাংস্কৃতিক ঐতিহ্য আৰু ভাৰতৰ এই বাতাৱৰণৰ আতিথ্য গ্ৰহণ কৰিবলৈ বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা ভিন্ন ভিন্ন প্ৰজাতিৰ পক্ষী প্ৰতিবছৰে ভাৰতলৈ আহে৷

দেশবাসীক হেৰাথ মুবাৰক আৰু মহাশিৱৰাত্ৰীৰ শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

February 21st, 05:04 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক হেৰাথ মুবাৰক আৰু মহাশিৱৰাত্ৰীৰ শুভেচ্ছা জনাইছে৷ প্ৰধানমন্ত্ৰীয়ে সকলোৰে শান্তি আৰু সমৃদ্ধি কামনা কৰাৰ লগতে প্ৰত্যেকৰে সুখ আৰু সু-স্বাস্থ্যৰ বাবে প্ৰাৰ্থনা কৰে৷

মহাশিৱৰাত্ৰিক দেশবাসীলৈ প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

March 04th, 11:00 am

আজি মহাশিৱৰাত্ৰি উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ দেশবাসীলৈ তেওঁৰ শুভেচ্ছা জ্ঞাপন কৰিছে।

আমাৰ সাহসী জোৱান শ্বহীদসকলে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ আমাৰ সংকল্পক শক্তিশালী কৰিছেঃ মন কী বাতত প্ৰধানমন্ত্ৰী

February 24th, 11:30 am

‘মন কী বাত’ৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১০ দিনৰ পূৰ্বে পুলৱামাত সন্ত্ৰাসবাদীৰ ঘৃণনীয় আক্ৰমণ বাবে দুখ প্ৰকাশ কৰাৰ লগতে কয় যে সাহসী জোৱান শ্বহীদসকলে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ আমাৰ সংকল্পক শক্তিশালী কৰিছে৷ সেই আক্ৰমণত শ্বহীদ হোৱা জোৱানসকলৰ পৰিয়ালবৰ্গৰ প্ৰতি প্ৰধানমন্ত্ৰীয়ে তেওঁৰ সমবেদনাও জ্ঞাপন কৰে৷ প্ৰধানমন্ত্ৰীয়ে লগতে অন্যান্য বিষয় যেনে ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক, ভগবান বীৰছা মুণ্ডাৰ সাহসিকতা, জামছেদজী টাটা আৰু মোৰাৰাজী দেশাইৰ দৰে মহান ব্যক্তিৰ অৱদানৰ সম্পৰ্কেও বক্তব্যত উল্লেখ কৰে৷

সতৰ্ক হৈ থকা আৰু নিয়ম মানি চলাটো গুৰুত্বপূৰ্ণঃ মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

February 25th, 11:00 am

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ ‘মন কী বাত’ অনুষ্ঠানৰ সময়ত কেতবোৰ গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত বহল ব্যাখ্যা আগবঢ়ায়। এই বোৰৰ ভিতৰত প্ৰযুক্তিৰ পৰা দুৰ্যোগ ব্যৱস্থাপনা, ‘স্বচ্ছ ভাৰত’ৰ পৰা ‘গোৱৰধন যোজনা’ উল্লেখযোগ্য। প্ৰধানমন্ত্ৰীয়ে মহিলাকেন্দ্ৰিক উন্নয়নৰ প্ৰতি উৎসাহ জন্মোৱাৰ লগতে মহিলাসকলে বিভিন্ন ক্ষেত্ৰত নিয়োজিত হৈ কেনেদৰে ‘নতুন ভাৰত’ৰ ভেঁটি সুদৃঢ় কৰিব পাৰে সেই বিষয়ে কয়।

মহাশিৱৰাত্ৰী উপলক্ষে দেশবাসীলৈ প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন

February 13th, 01:13 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহাশিৱৰাত্ৰী উপলক্ষে দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে।

Yoga has the potential to herald in a new Yuga of peace, compassion, brotherhood : PM Modi

February 24th, 07:59 pm

PM Narendra Modi today unveiled 112-ft face of Adiyogi at Isha Yoga Center in Coimbatore. Speaking at the event he said, “India has given gift of Yoga to the world and by practicing Yoga, spirit of oneness is created.” He added further that today entire world wanted peace from wars and stress, and for that Yoga was the only way.

PM greets the nation on Maha Shivratri

February 24th, 09:42 am

The Prime Minister, Shri Narendra Modi, has extended his greetings on the occasion of Maha Shivratri.

PM to unveil statue of Adiyogi, contribute your insights now!

February 20th, 03:35 pm

On the auspicious occasion of Mahashivratri (24th February 2017) the Prime Minister Shri Narendra Modi will take part in the programme to mark the unveiling of a 112 feet statue of Adiyogi- the Shiva at the Isha Yoga Center, Velliangiri Foothills in Coimbatore, Tamil Nadu. The Prime Minister and Sadhguru Jaggi Vasudev will interact with the audience.