ত্ৰিপুৰাৰ ৫০ তম প্ৰতিষ্ঠা দিৱসত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
January 21st, 02:28 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ত্ৰিপুৰাৰ গঠন আৰু উন্নয়নত বৰঙণি আগবঢ়োৱা লোকসকললৈ শ্ৰদ্ধাঞ্জলি জনায়। তেখেতে মণিক্য ৰাজবংশৰ সময়ৰেপৰা ৰাজ্যখনৰ মৰ্য্যাদা আৰু অৱদানৰ কথা স্বীকাৰ কৰে। তেখেতে ৰাজ্যখনৰ জনসাধাৰণৰ ঐক্য আৰু সামূহিক প্ৰচেষ্টাৰাজিক প্ৰশংসা কৰে। তেখেতে আজি ত্ৰিপুৰাৰ ৫০ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে ভাষণ আগবঢ়ায়।ত্ৰিপুৰাৰ ৫০ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীৰ সম্বোধন
January 21st, 01:32 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ত্ৰিপুৰাৰ গঠন আৰু উন্নয়নত বৰঙণি আগবঢ়োৱা লোকসকললৈ শ্ৰদ্ধাঞ্জলি জনায়। তেখেতে মণিক্য ৰাজবংশৰ সময়ৰেপৰা ৰাজ্যখনৰ মৰ্য্যাদা আৰু অৱদানৰ কথা স্বীকাৰ কৰে। তেখেতে ৰাজ্যখনৰ জনসাধাৰণৰ ঐক্য আৰু সামূহিক প্ৰচেষ্টাৰাজিক প্ৰশংসা কৰে। তেখেতে আজি ত্ৰিপুৰাৰ ৫০ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে ভাষণ আগবঢ়ায়।ত্ৰিপুৰাত মহাৰাজা বীৰ বিক্ৰম বিমানবন্দৰ আৰু অন্যান্য প্ৰকল্পৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
January 04th, 06:33 pm
ত্ৰিপুৰাৰ ৰাজ্যপাল শ্ৰী সত্যদেৱ আৰ্যজী, ত্ৰিপুৰাৰ যুৱ আৰু উদ্যমী মুখ্যমন্ত্ৰী শ্ৰী বিপ্লব দেৱজী, ত্ৰিপুৰাৰ উপ-মুখ্যমন্ত্ৰী শ্ৰী জিষ্ণু দেৱ বাৰ্মাজী, কেন্দ্ৰীয় মন্ত্ৰীমণ্ডলৰ মোৰ সহযোগী প্ৰতিমা ভৌমিকজী, শ্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াজী, ৰাজ্য চৰকাৰৰ মন্ত্ৰী শ্ৰী এন.চি দেৱবৰ্মাজী, শ্ৰী ৰত্ন লাল নাথজী, শ্ৰী প্ৰাণজিৎ সিংহ ৰায়জী, শ্ৰী মনোজ কান্তি দেৱ জী, অন্যান্য জনপ্ৰতিনিধিগণ আৰু বিশাল সংখ্যাত উপস্থিত মোৰ মৰমৰ ভাতৃ-ভগ্নীসকল!হিমাচল প্রদেশত বিভিন্ন উন্নয়নমূলক প্রকল্পৰ উদ্বোধনী অনুষ্ঠানত প্রধানমন্ত্রীৰ ভাষণৰ অসমীয়া অনুবাদ
January 04th, 01:43 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাজা বীৰ বিক্ৰম (এমবিবি) বিমানবন্দৰত নতুন ইণ্টিগ্ৰেটেড টাৰ্মিনেল ভৱনউদ্বোধন কৰে। শ্ৰী মোদীয়ে এই উপলক্ষে মুখ্যমন্ত্ৰী ত্ৰিপুৰা গ্ৰাম সমৃদ্ধি যোজনা আৰু ১০০ খন বিদ্যাজ্যোতি বিদ্যালয়ৰ প্ৰকল্প মিছনৰ দৰে গুৰুত্বপূৰ্ণ পদক্ষেপো আৰম্ভ কৰে। ত্ৰিপুৰাৰ ৰাজ্যপাল সত্যদেৱ নাৰায়ণ আৰ্য, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী শ্ৰী বিপ্লব কুমাৰ দেৱ, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া।প্ৰধানমন্ত্ৰীয়ে ৪ জানুৱাৰীত মণিপুৰ আৰু ত্ৰিপুৰা ভ্ৰমণ কৰিব
January 02nd, 03:34 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২২ চনৰ ৪ জানুৱাৰীত মণিপুৰ আৰু ত্ৰিপুৰা ভ্ৰমণ কৰিব। পুৱা প্ৰায় ১১ বজাত প্ৰধানমন্ত্ৰীয়ে ইম্ফলত ৪৮০০ কোটি টকাৰ অধিক মূল্যৰ ২২টা উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। ইয়াৰ পিছতে দুপৰীয়া প্ৰায় ২ বজাত আগৰতলাত তেওঁ মহাৰাজা বীৰ বিক্ৰম বিমান বন্দৰত নতুন ইণ্টিগ্ৰেটেড টাৰ্মিনেল ভৱন উদ্বোধন কৰিব আৰু লগতে দুটা গুৰুত্বপূৰ্ণ উন্নয়নমূলক পদক্ষেপৰ শুভাৰম্ভ কৰিব।ভাৰত আৰু বাংলাদেশৰ মাজত ‘মৈত্ৰী সেতু’ৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
March 09th, 11:59 am
ত্ৰিপুৰাৰ ৰাজ্যপাল শ্ৰী ৰমেশ বইছ জী, জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী বিল্পৱ দেৱ জী, উপ-মুখ্যমন্ত্ৰী শ্ৰী জিষ্ণু দেৱ বাৰ্মা জী, ৰাজ্য চৰকাৰৰ মন্ত্ৰীবৰ্গ, সাংসদ আৰু বিধায়কসকলৰ লগতে ত্ৰিপুৰাৰ মোৰ ভাই-ভনীসকল৷ আপোনালোক সকলোকে পৰিৱৰ্তনৰ, ত্ৰিপুৰাৰ বিকাশ যাত্ৰাৰ তৃতীয় বৰ্ষপূৰ্তি উপলক্ষে বহুত বহুত অভিনন্দন জনাইছো৷ বহুত বহুত শুভকামনা জনাইছো৷প্ৰধানমন্ত্ৰীয়ে ভাৰত আৰু বাংলাদেশৰ মাজত ‘মৈত্ৰী সেতু’ উদ্বোধন কৰে
March 09th, 11:58 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এক ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে ভাৰত আৰু বাংলাদেশৰ মাজত মৈত্ৰী সেতু উদ্বোধন কৰে। তেওঁ ত্ৰিপুৰাত আন কেইবাটাও আন্তঃগাথনিমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰে। ত্ৰিপুৰাৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰী অনুষ্ঠানত উপস্থিত থাকে। অনুষ্ঠানত বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ ভিডিঅ’ বাৰ্তা বজাই শুনোৱা হয়।