উত্তৰ প্ৰদেশৰ কুশীনগৰস্থিত ‘মহানিৰ্বাণা মন্দিৰ’ত উদযাপিত ‘অভিধম্ম দিৱস’ত প্ৰদান কৰা প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
October 20th, 12:31 pm
এই পবিত্ৰ কাৰ্যক্ৰমত উপস্থিত উত্তৰ প্ৰদেশৰ ৰাজ্যপাল শ্ৰীমতী আনন্দীবেন পেটেল জী, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰীমান যোগী আদিত্যনাথ জী, কেবিনেটত মোৰ সহযোগী শ্ৰী জি কিষাণ ৰেড্ডী জী, শ্ৰী কিৰেণ ৰিজিজু জী, শ্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া জী, শ্ৰীলংকাৰ পৰা কুশীনগৰত উপস্থিত হোৱা শ্ৰীলংকা চৰকাৰৰ কেবিনেট মন্ত্ৰী শ্ৰীমান নমল ৰাজপক্ষ জী, শ্ৰীলংকাৰ পৰা অহা অতি পূজনীয়, আমাৰ অতিথিসকল, ম্যানমাৰ, ভিয়েটনাম, কম্বোদিয়া, থাইলেণ্ড, লাও পিডিআৰ, ভূটান আৰু দক্ষিণ কোৰিয়াৰ ভাৰতস্থ মহামহিম ৰাষ্ট্ৰদূতসকল, শ্ৰীলংকা, মংগোলীয়া, জাপান, ছিংগাপুৰ, নেপাল আৰু অন্যান্য দেশসমূহৰ পৰা অহা জ্যেষ্ঠ ৰাজনীতিক, সন্মানীয় ভিক্ষুসকল, আৰু ভগবান বুদ্ধৰ অনুগামী বন্ধুসকল!PM participates in an event marking Abhidhamma Day at the Mahaparinirvana Temple in Kushinagar
October 20th, 12:30 pm
Prime Minister Modi participated in an event marking Abhidhamma Day at the Mahaparinirvana Temple in Kushinagar. The Prime Minister said, Buddha is universal because Buddha said to start from within. Buddha's Buddhatva is a sense of ultimate responsibility.Kushinagar International Airport is a tribute to the devotion of Buddhist society around the world: PM Modi
October 20th, 10:33 am
Prime Minister Narendra Modi inaugurated Kushinagar International Airport. Addressing the gathering, the PM said that India is the centre of the faith of Buddhist society around the world. He termed the facility of Kushinagar International Airport, launched as a tribute to their devotion.প্ৰধানমন্ত্ৰীয়ে কুশীনগৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ উদ্ঘাটন কৰে
October 20th, 10:32 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কুশীনগৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ উদ্ঘাটন কৰে।২০অক্টোবৰত উত্তৰ প্ৰদেশ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে আৰু কুশীনগৰ বিমান বন্দৰৰ শুভ উদ্বোধন ঘোষণা কৰিব
October 19th, 10:35 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০অক্টোবৰ, ২০২১ত উত্তৰ প্ৰদেশ ভ্ৰমণ কৰিব। সেইদিনা পুৱা প্ৰায় ১০বজাত তেওঁ কুশীনগৰত স্থাপন কৰা আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰটো আনুষ্ঠানিক ভাবে উদ্বোধন কৰিব। ইয়াৰ পিচতে তেওঁ মহাপৰিনিৰ্বাণা মন্দিৰত প্ৰায় ১১.৩০বজাত অনুষ্ঠিতব্য ‘অভিধম্ম দিৱস’ৰ কাৰ্যক্ৰমত অংশগ্ৰহণ কৰিব। সেইদিনা দুপৰীয়া প্ৰায় ১.১৫বজাত অনুষ্ঠিত এক ৰাজহুৱা অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে কুশীনগৰত স্থাপন কৰা বহুকেইটা উন্নয়ণী প্ৰকল্পৰ শুভাৰম্ভ ঘোষণা কৰাৰ লগতে আন কেইবাটাও প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰিব।