Today, the benefits of every scheme related to the poor, farmers, women and youth are reaching the southern corner of India: PM Modi

February 28th, 12:15 pm

Prime Minister Narendra Modi addressed an enthusiastic crowd in Tirunelveli, Tamil Nadu. The PM thanked each and every one for their presence, love, respect and affection. The PM also expressed his happiness from the core to be surrounded by so many people.

PM Modi's address at a public gathering in Tirunelveli, Tamil Nadu

February 28th, 12:03 pm

Prime Minister Narendra Modi addressed an enthusiastic crowd in Tirunelveli, Tamil Nadu. The PM thanked each and every one for their presence, love, respect and affection. The PM also expressed his happiness from the core to be surrounded by so many people.

তামিলনাডুৰ মাদুৰাইত অটোমোটিভ এমএছএমইৰ বাবে ডিজিটেল মবিলিটি ইনিচিয়েটিভত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ

February 27th, 06:30 pm

প্ৰথমে আপোনালোক সকলোৰে ওচৰত ক্ষমা বিচাৰিছো, কাৰণ আজি মোৰ অহাত কিছু পলম হৈছিল আৰু আপোনালোকে বহু সময় অপেক্ষা কৰিবলগীয়া হৈছিল। ৰাতিপুৱা সময়মতে দিল্লীৰ পৰা ওলাই আহিলোঁ, কিন্তু একাধিক অনুষ্ঠান কৰি প্ৰতিটোৰ বাবে ৫-১০ মিনিট বেছি সময় লাগে আৰু ফলত অন্তিমটো অনুষ্ঠানত ৰৈ থকাগৰাকীয়ে কষ্ট পায়। গতিকে এতিয়াও আপোনালোক সকলোৰে ওচৰত পলম হোৱাৰ বাবে ক্ষমা বিচাৰিছো।

তামিলনাডুৰ মাদুৰাইত 'স্বয়ংচালিত এমএছএমইখণ্ডৰ উদ্যোগীসকলৰ বাবে ভৱিষ্যত নিৰ্মাণ– ডিজিটেল গতিশীলতা' শীৰ্ষক কাৰ্যসূচীত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰীয়ে

February 27th, 06:13 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তামিলনাডুৰ মাদুৰাইত ‘ক্ৰিয়েটিং দা ফিউশ্যাৰ – ডিজিটেল মবিলিটী ফৰ অটোমোটিভ এমএছএমই এণ্ট্ৰপ্ৰেনিউৰ্ছ'' (স্বয়ংচালিত এমএছএমইখণ্ডৰ উদ্যোগীসকলৰ বাবে ভৱিষ্যত নিৰ্মাণ– ডিজিটেল গতিশীলতা')শীৰ্ষক কাৰ্যসূচীত অংশগ্ৰহণ কৰে আৰু যান-বাহন উদ্যোগ খণ্ডত কাম কৰা হাজাৰ হাজাৰ ‘ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ’ (এমএছএমই)ৰ উদ্যোগীসকলক সম্বোধন কৰে। প্ৰধানমন্ত্ৰীয়ে ‘গান্ধীগ্ৰাম প্ৰশিক্ষিত মহিলা উদ্যোগী’ আৰু স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলৰ সৈতেও বাৰ্তালাপ কৰে।

তামিলনাডুৰ চেন্নাইত অনুষ্ঠিত খেল’ ইণ্ডিয়া ইয়ুথ গেমছৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

January 19th, 06:33 pm

তামিলনাডুৰ ৰাজ্যপাল শ্ৰী আৰ. এন. ৰবি জী, মুখ্যমন্ত্ৰী শ্ৰী এম. কে. ষ্টেলিন জী, কেন্দ্ৰীয় কেবিনেটত মোৰ সতীৰ্থ অনুৰাগ ঠাকুৰ, এল. মুৰুগান আৰু তামিলনাডু চৰকাৰৰ মন্ত্ৰী উধয়ানিধি ষ্টেলিন আৰু ভাৰতৰ ভিন্ন প্ৰান্তৰপৰা ইয়ালৈ অহা মোৰ যুৱ বন্ধুসকল।

PM inaugurates opening ceremony of the Khelo India Youth Games 2023 in Chennai, Tamil Nadu

January 19th, 06:06 pm

Prime Minister Narendra Modi inaugurated the opening ceremony of the Khelo India Youth Games 2023 in Chennai, Tamil Nadu. Addressing the gathering, the Prime Minister welcomed everyone to the 13th Khelo India Games and said that it is a great way to begin 2024. He said that the people gathered on the occasion represent a young India, a new India whose energy is taking the country to new heights in the world of sports. He extended his best wishes to all athletes and sports lovers who have arrived in Chennai from across the country.

তামিলনাডুৰ তিৰুচিৰাপল্লীত উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

January 02nd, 12:30 pm

তামিলনাডুৰ ৰাজ্যপাল শ্ৰী আৰ.এন. ৰবি জী, মুখ্যমন্ত্ৰী এম. ষ্টেলিন জী, মোৰ কেবিনেট সতীৰ্থ জ্যোতিৰাদিত্য সিন্ধিয়া জী আৰু এই ভূমিৰ পুত্ৰ এল. মুৰুগান জী, তামিলনাডু চৰকাৰৰ মন্ত্ৰী, সাংসদ আৰু বিধায়কসকল তথা মোৰ তামিলনাডুৰ পৰিয়ালৰ সদস্যসকল!

প্ৰধানমন্ত্ৰীৰ তামিলনাডুৰ তিৰুচিৰাপল্লীত ২০,০০০ কোটি টকাতকৈও অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা উদ্বোধন, ৰাষ্ট্ৰলৈ উৎসৰ্গা আৰু আধাৰশিলা স্থাপন

January 02nd, 12:15 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তামিলনাডুৰ তিৰুচিৰাপল্লীত ২০,০০০ কোটি টকাতকৈও অধিক মূল্যৰ উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে কিছুসংখ্যক প্ৰকল্প মুকলি কৰে তথা ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰে। উন্নয়নমূলক প্ৰকল্পসমূহৰ ভিতৰত তামিলনাডুৰ ৰে'ল, পথ, তেল আৰু গেছ তথা জাহাজ পৰিবহন খণ্ডৰ দৰে খণ্ড অন্তৰ্ভুক্ত হৈ আছে।

সৌৰাষ্ট্ৰ তামিল সংগমমে এক অতি ইতিবাচক পৰিৱেশ সৃষ্টি কৰিবঃ প্ৰধানমন্ত্ৰী

April 15th, 10:09 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মাদুৰাইৰ পৰা এছটি সংগমমৰ বাবে প্ৰথমটো যাত্ৰীৰ দল কঢ়িয়াই নিয়া মাদুৰাইত শুভাৰম্ভ কৰা বিশেষ ৰে’লৰ প্ৰশংসা কৰে৷

চেন্নাইত একাধিক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পূৰ্ণপাঠ

April 08th, 06:37 pm

তামিলনাডুৰ ৰাজ্যপাল শ্ৰী আৰ এন ৰবি জী, তামিলনাডুৰ মুখ্যমন্ত্ৰী শ্ৰী এমকে ষ্টেলিন জী, কেন্দ্ৰীয় চৰকাৰৰ মোৰ সতীৰ্থ শ্ৰী অশ্বিনী বৈষ্ণৱ জী, শ্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া জী আৰু তামিলনাডুৰ ভ্ৰাতৃ-ভগ্নীসকল, সকলোলৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰিলো।

প্ৰধানমন্ত্ৰীয়ে তামিলনাডুৰ চেন্নাইত বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে আৰু দেশবাসীক উৎসৰ্গা কৰে

April 08th, 06:14 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তামিলনাডুৰ চেন্নাইৰ আলষ্ট্ৰোম ক্ৰিকেট গ্ৰাউণ্ডত বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে আৰু দেশবাসীক উৎসৰ্গা কৰে। দিনটোৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰীয়ে চেন্নাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন ইণ্টিগ্ৰেটেড টাৰ্মিনেল ভৱন (প্ৰথম পৰ্যায়) উদ্বোধন কৰে আৰু চেন্নাইত চেন্নাই-কইম্বাটুৰ বন্দে ভাৰত এক্সপ্ৰেছৰ শুভাৰম্ভ কৰে।

PM Modi addresses public meetings in Madurai and Kanyakumari, Tamil Nadu

April 02nd, 11:30 am

PM Modi addressed election rallies in Tamil Nadu's Madurai and Kanyakumari. He invoked MGR's legacy, saying who can forget the film 'Madurai Veeran'. Hitting out at Congress, which is contesting the Tamil Nadu election 2021 in alliance with DMK, PM Modi said, “In 1980 Congress dismissed MGR’s democratically elected government, following which elections were called and MGR won from the Madurai West seat. The people of Madurai stood behind him like a rock.”

১৭ ফেব্ৰুৱাৰীত তামিল নাডুত তেল ও গেছ খণ্ডৰ গুৰুত্বপূৰ্ণ প্ৰকল্প ৰাষ্ট্ৰলৈ উৎসৰ্গা আৰু শিলান্যাস কৰিব প্ৰধানমন্ত্ৰীয়ে

February 15th, 08:42 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৭ ফেব্ৰুৱাৰী, ২০২১ ৰ বিয়লি ৪:৩০ বজাত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে তামিল নাডুত তেল ও গেছ খণ্ডৰ গুৰুত্বপূৰ্ণ প্ৰকল্প ৰাষ্ট্ৰলৈ উৎসৰ্গা আৰু শিলান্যাস কৰিব। প্ৰধানমন্ত্ৰীয়ে ৰমন্থাপুৰম- তুতিকোৰিন প্ৰাকৃতিক গেছ পাইপলাইন আৰু মনালিস্থিত চেন্নাই পেট্ৰ’লিয়াম কৰ্প’ৰেশ্যন লিমিটেডত গেছ’লিন ডিচালফাৰাইজেশ্যন ইউনিট ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব। তেখেতে তদুপৰি নাগপত্তনমত কাবেৰী বেছিন ৰিফাইনেৰীৰ শিলান্যাস কৰিব। এই প্ৰকল্পসমূহৰ ফলশ্ৰুতিত আৰ্থ-সামাজিকভাৱে যথেষ্ট পৰিমাণে উপকৃত কৰিব আৰু শক্তি আত্মনিৰ্ভৰতাৰ অভিমুখে দেশখনৰ যাত্ৰাক উদ্দীপনা যোগাব। এই কাৰ্যসূচীত তামিল নাডুৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰী, পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী উপস্থিত থাকিব।

PM to visit Kanyakumari in Tamil Nadu on 1st March 2019

February 28th, 08:24 pm

The Prime Minister, Shri Narendra Modi, will visit Kanyakumari in Tamil Nadu on 1 March 2019. He will unveil a series of development projects for Kanyakumari and Tamil Nadu. These projects will play a vital role in enhancing rail and road connectivity throughout Tamil Nadu.

PM Modi addresses a public meeting in Madurai, Tamil Nadu

January 27th, 12:36 pm

Prime Minister Narendra Modi addressed a public meeting in Madurai, Tamil Nadu today. Addressing a huge crowd of supporters, Prime Minister Modi described the the transformative impact of Swachh Bharat Abhiyan in the country and in Tamil Nadu saying, “Swachh Bharat has become a people’s movement. Rural sanitation coverage has increased from 38 percent in 2014 to 98 percent today. We have built more than nine crore toilets in this period, of which 47 lakh have been built in Tamil Nadu alone.”

তামিলনাডুৰ মাডুৰাইত এইমছৰ আধাৰশিলা স্থাপন অনু্ষ্ঠানত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ লিখিত ৰূপ

January 27th, 11:55 am

দেশবাসীয়ে কালি ব্যাপক উলহ-মালহেৰে গণৰাজ্য দিৱস উদযাপন কৰিলে৷ আজি মাডুৰাইত এইমছৰ আধাৰশিলা স্থাপনে চৰকাৰৰ ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ নীতিক প্ৰতিফলিত কৰিছে৷

মাডুৰাইত এইমছ মুকলি, দেশৰ প্ৰতিটো প্ৰান্তলৈ এইমছৰ সেৱা লৈ যোৱা হ’বঃ প্ৰধানমন্ত্ৰী

January 27th, 11:54 am

মাডুৰাই আৰু তামিলনাডুৰ পাৰ্শ্বৱৰ্তী অঞ্চলৰ স্বাস্থ্যসেৱা ব্যৱস্থালৈ বৃহৎ উদগণি কঢ়িয়াই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মাডুৰাইত এইমছৰ আধাৰশিলা স্থাপন কৰাৰ লগতে আন কেইবাটাও প্ৰকল্প উদ্বোধন কৰে৷

২৭ জানুৱাৰী ২০১৯ তাৰিখে প্ৰধানমন্ত্ৰীৰ তামিলনাডুৰ মাডুৰাই ভ্ৰমণ

January 25th, 07:20 pm

২৭ জানুৱাৰী ২০১৯ তাৰিখে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তামিলনাডুৰ মাডুৰাই ভ্ৰমণ কৰিব৷ মাডুৰাইত নতুন এইমছৰ আধাৰশিলা স্থাপন তথা মাডুৰাই, থানজাৱাৰ আৰু তিৰুনেলভেলীৰ চৰকাৰী চিকিৎসা মহাবিদ্যালৰ উন্নীতকৰণ প্ৰকল্প মুকলিৰ জৰিয়তে অঞ্চলটোত স্বাস্থ্য সেৱা খণ্ডত অধিক সুবিধা লাভ হ’ব৷ প্ৰধানমন্ত্ৰীয়ে এই উপলক্ষে ৰাজহুৱা সভাত জনতাক সম্বোধনো কৰিব৷