বাৰাণসীত কাশী তামিল সংগমৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
November 19th, 07:00 pm
উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দীবেন পেটেল, মুখ্যমন্ত্ৰী যোগী আদিত্যনাথজী, কেন্দ্ৰীয় কেবিনেটত মোৰ সহকৰ্মী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানজী, শ্ৰী এল মুৰুগানজী, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পান ৰাধাকৃষ্ণন জী, বিশ্ব বিখ্যাত সংগীতজ্ঞ তথা ৰাজ্যসভাৰ সদস্য ইলাইৰাজাজী, বিএইচইউৰ উপাচাৰ্য সুধীৰ জৈন, আইআইটি মাদ্ৰাজৰ সঞ্চালক অধ্যাপক কামকোট্টি জী, তামিলনাডুৰ পৰা মোৰ কাশীলৈ অহা আন সকলো গণ্যমান্য ব্যক্তি আৰু মোৰ সকলো সন্মানীয় অতিথি, ভদ্ৰমহিলা আৰু ভদ্ৰলোকসকল,উত্তৰ প্ৰদেশৰ বাৰাণসীত ‘কাশী তামিল সংগমম’ উদ্বোধন প্ৰধানমন্ত্ৰীৰ
November 19th, 02:16 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ বাৰাণসীত আয়োজিত মাহজোৰা ‘কাশী তামিল সংগমম’ কাৰ্যসূচী উদ্বোধন কৰে। এই কাৰ্যসূচীৰ উদ্দেশ্য হৈছে দেশৰ দুখন গুৰুত্বপূৰ্ণ আৰু প্ৰাচীন শিক্ষণ আসন তামিলনাডু আৰু কাশীৰ মাজৰ যুগ যুগ ধৰি চলি অহা সংযোগক উদযাপন, পুনৰ দৃঢ়তাপূৰ্ণ কৰি তোলা আৰু নতুনকৈ আৱিষ্কাৰ কৰা। এই উপলক্ষে তামিলনাডুৰ ২৫০০ৰো অধিক প্ৰতিনিধিয়ে কাশী ভ্ৰমণ কৰিব। এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ১৩টা ভাষালৈ অনুবাদ কৰা ‘তিৰুক্কুৰাল’ নামৰ এখন গ্ৰন্থও উন্মোচন কৰে। তেওঁ সাংস্কৃতিক অনুষ্ঠানৰ লগতে আৰতিও প্ৰত্যক্ষ কৰে৷চেন্নাইত বিভিন্ন প্ৰকল্পৰ উদঘাটন/হস্তান্তৰকৰণ/আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া ৰূপান্তৰ
February 14th, 11:31 am
এই উপলক্ষ্যে আয়োজিত অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে কয়, “ আমি আজি চেন্নাইলৈ আহি অতি আনন্দিত। এই চহৰৰ মানুহখিনিয়ে মোক ইয়াত উষ্ম অভ্যৰ্থনা জনাইছে, তাৰ বাবে মই তেওঁলোকক অশেষ ধন্য়বাদ জনাইছো। এই চহৰ উৎসাহ আৰু উদ্দীপনাৰে ভৰপুৰ। এই চহৰ জ্ঞান আৰু সৃজনশীলতাৰ চহৰ। আজিৰ পৰা চেন্নাইত আমি দুটা গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি প্ৰকল্পৰ আৰম্ভ কৰিছো। এই প্ৰকল্পবোৰ দেশীয় পদ্ধতিৰে উদ্ভাৱন আৰু প্ৰস্তুত কৰা হৈছে। এই প্ৰকল্পবোৰে তামিলনাডুৰ বিকাশক আৰু অধিক আগুৱাই লৈ যাব।”তামিলনাডুত এলানি গুৰুত্বপূৰ্ণ প্ৰকল্প উদ্বোধন আৰু শিলান্য়াস কৰিলে প্ৰধানমন্ত্ৰীয়ে
February 14th, 11:30 am
এই উপলক্ষ্যে আয়োজিত অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে কয়, “ আমি আজি চেন্নাইলৈ আহি অতি আনন্দিত। এই চহৰৰ মানুহখিনিয়ে মোক ইয়াত উষ্ম অভ্যৰ্থনা জনাইছে, তাৰ বাবে মই তেওঁলোকক অশেষ ধন্য়বাদ জনাইছো। এই চহৰ উৎসাহ আৰু উদ্দীপনাৰে ভৰপুৰ। এই চহৰ জ্ঞান আৰু সৃজনশীলতাৰ চহৰ। আজিৰ পৰা চেন্নাইত আমি দুটা গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি প্ৰকল্পৰ আৰম্ভ কৰিছো। এই প্ৰকল্পবোৰ দেশীয় পদ্ধতিৰে উদ্ভাৱন আৰু প্ৰস্তুত কৰা হৈছে। এই প্ৰকল্পবোৰে তামিলনাডুৰ বিকাশক আৰু অধিক আগুৱাই লৈ যাব।”প্রধানমন্ত্রীয়ে ১৪ ফেব্রুৱাৰীত তামিলনাডু আৰু কেৰালা ভ্ৰমণ কৰিব
February 12th, 06:10 pm
ধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে, ১৪ ফেব্রুৱাৰীত তামিলনাডু আৰু কেৰালা ভ্ৰমণ কৰিব। তেওঁ পুৱা ১১টা ১৫ মিনিটত চেন্নাইত কেইবাটাও গুৰুত্বপূর্ণ প্রকল্পৰ উদ্বোধন আৰু শিলান্যাস কৰিব আৰু সেনাবাহিনীৰ হাতত অর্জুন মেইন বেটেল টেঙ্ক (এমকে -১এ)তুলি দিব। শ্রী মোদীয়ে, বিয়লি ৩টা ৩০ মিনিটত কোচিত জাতিৰ উদ্দেশ্যে এলানি প্রকল্প উদ্বোধন আৰু শিলান্যাস কৰিব। এই প্রকল্পবিলাকে সংশ্লিষ্ট ৰাজ্যৰ উন্নয়নক ত্বৰান্বিত কৰিব আৰু উন্নয়নৰ সম্ভাৱনাক বাস্তবায়িত কৰিব।আই আই টি মাদ্ৰাছৰ অভিৱৰ্তন অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
September 30th, 12:12 pm
তামিলনাডুৰ ৰাজ্যপাল শ্ৰী বানৱাৰীলাল পুৰোহিত ডাঙৰীয়া, তামিলনাডুৰ মুখ্যমন্ত্ৰী শ্ৰী এডাপাড্ডি কে. পালানিস্বামী ডাঙৰীয়া, মোৰ সহকৰ্মী ৰমেশ পখৰিয়াল ‘নিশাংকজী’, উপ মুখ্যমন্ত্ৰী অ’ পনীৰছেলভাম ডাঙৰীয়া, আই আই টি মাদ্ৰাছৰ অধ্যক্ষ, প্ৰশাসনৰ সদস্যসকল, সঞ্চালক, এই মহান শিক্ষানুষ্ঠানখনৰ শিক্ষকমণ্ডলী, সন্মানীয় অতিথিসকল আৰু মোৰ যুৱ বন্ধুসকল যি সোণালী ভৱিষ্যতৰ দুৱাৰডলিত থিয় দি আছে৷ আজি ইয়াত উপস্থিত হৈ যথেষ্ট সুখী অনুভৱ কৰিছো৷আই আই টি মাদ্ৰাছৰ ৫৬তম সমাৱৰ্তন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণ প্ৰদান
September 30th, 12:11 pm
প্ৰধানমন্ত্ৰীয়ে নিজৰ ভাষণত কয়, ‘‘মই সন্মুখত এখন ক্ষুদ্ৰ ভাৰত আৰু নতুন ভাৰতৰ সত্বা দেখিবলৈ পাইছো৷ ইয়াত আছে শক্তি, উদ্দীপনা আৰু ধনাত্মক ভাৱ৷ মই আপোনালোকৰ চকুত ভৱিষ্যতৰ সপোন দেখিবলৈ পাইছো৷ মই আপোনালোকৰ চকুত ভাৰতৰ ভাগ্য দেখিবলৈ পাইছো৷’’ প্ৰতিষ্ঠানটোৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা বিদ্যাৰ্থীসকলৰ অভিভাৱক তথা শিক্ষকসকলক অভিনন্দন প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে সহায়ক কৰ্মচাৰীসকলৰো প্ৰশংসা কৰে৷ প্ৰধানমন্ত্ৰীয়ে কয়, ‘‘মই সহায়ক কৰ্মীসকলৰ ভূমিকাৰ বিষয়েও আলোকপাত কৰিবলৈ বিচাৰিছো৷তেওঁলোকে নীৰৱে আপোনালোকৰ বাবে খাদ্য প্ৰস্তুত কৰিছে, শ্ৰেণীকোঠা পৰিষ্কাৰকৈ ৰাখিছে, হোষ্টেল পৰিষ্কাৰকৈ ৰাখিছে৷’’