২০২৪ চনত ডুবাইত অনুষ্ঠিতব্য বিশ্ব চৰকাৰী সন্মিলন সন্দৰ্ভত আলোচনাৰ বাবে মাদাগাস্কাৰৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
February 14th, 02:55 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ডুবাইত অনুষ্ঠিতব্য বিশ্ব চৰকাৰৰ শীৰ্ষ সন্মিলন সন্দৰ্ভত আলোচনা কৰিবৰ বাবে মাদাগাস্কাৰৰ ৰাষ্ট্ৰপতি এণ্ড্ৰি ৰজোলিনাক সাক্ষাৎ কৰে। উল্লেখ্য যে এইখনেই আছিল দুয়োগৰাকী নেতাৰ প্ৰথম বৈঠক।মাদাগাস্কাৰৰ ৰাষ্ট্ৰপতি হিচাপে পুনৰবাৰ নিৰ্বাচিত হোৱাৰ বাবে এণ্ড্ৰি ৰাজোলিনাক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
December 02nd, 07:29 pm
মাদাগাস্কাৰৰ ৰাষ্ট্ৰপতি হিচাপে পুনৰবাৰ নিৰ্বাচিত হোৱাৰ বাবে এণ্ড্ৰি ৰাজোলিনাক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অভিনন্দন জ্ঞাপন কৰে।প্রধানমন্ত্রীয়ে ৭৬তম স্বাধীনতা দিৱসত বিশ্বৰ নেতৃবৃন্দক তেওঁলোকৰ শুভেচ্ছাৰ বাবে ধন্যবাদ দিয়ে
August 15th, 10:47 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৭৬তম স্বাধীনতা দিৱস উপলক্ষে বিশ্বৰ নেতৃবৃন্দক তেওঁলোকৰ অভিনন্দন আৰু শুভেচ্ছাৰ বাবে ধন্যবাদ দিছে।প্ৰধানমন্ত্ৰীয়ে মাদাগাস্কাৰৰ ৰাষ্ট্ৰপতিক ধন্যবাদ জ্ঞাপন কৰে আৰু জলবায়ু পৰিৱৰ্তনৰ ফলত দ্বীপ ৰাষ্ট্ৰসমূহে সন্মুখীন হোৱা সমস্যাৰ সমাধানৰ ক্ষেত্ৰত চিডিআৰআইৰ প্ৰচেষ্টাৰ ওপৰত আলোকপাত কৰে
May 05th, 06:25 pm
মিত্ৰজোঁটৰ জৰিয়তে জলবায়ু পৰিৱৰ্তন আৰু দুৰ্যোগ প্ৰতিৰোধী উদ্যোগৰ প্ৰচাৰৰ ক্ষেত্ৰত ভাৰতৰ অগ্ৰণী ভূমিকাক স্বীকৃতি দিয়াৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মাদাগাস্কাৰৰ ৰাষ্ট্ৰপতি এণ্ড্ৰী নিৰিনা ৰাজোলিনাক ধন্যবাদ জ্ঞাপন কৰে।PM Modi meets African leaders
October 30th, 05:49 pm
PM wishes the people of Madagascar on their Independence Day
June 26th, 09:30 am