BJP made a separate ministry & increased budget for the welfare of Adivasis: PM Modi
November 22nd, 09:15 am
The electoral atmosphere intensified as PM Narendra Modi engaged in two spirited rallies in Sagwara and Kotri ahead of the Rajasthan assembly election. “This region has suffered greatly under Congress rule. The people of Dungarpur are well aware of how the misrule of the Congress has shattered the dreams of the youth,” PM Modi said while addressing the public rally.PM Modi Addresses public meetings in Sagwara and Kotri, Rajasthan
November 22nd, 09:05 am
The electoral atmosphere intensified as PM Narendra Modi engaged in two spirited rallies in Sagwara and Kotri ahead of the Rajasthan assembly election. “This region has suffered greatly under Congress rule. The people of Dungarpur are well aware of how the misrule of the Congress has shattered the dreams of the youth,” PM Modi said while addressing the public rally.ৰাজস্থানৰ মানগড় পাহাৰত 'মানগড় ধাম কী গৌৰৱ গাঁথা' শীৰ্ষক অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা অসমীয়া অনুবাদ
November 01st, 11:20 am
ৰাজস্থানৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰী অশোক গেহলটজী, মধ্য প্ৰদেশৰ ৰাজ্যপাল আৰু জনজাতীয় সমাজৰ মহান নেতা শ্ৰী মংগুভাই পেটেল, গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰভাই পেটেল, মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী শিৱৰাজ সিং জী চৌহান, মন্ত্ৰী পৰিষদৰ মোৰ সহকৰ্মী শ্ৰী ফগ্গান সিং কুলস্তে জী, শ্ৰী অৰ্জুন মেঘৱালজী, বিভিন্ন সংগঠনৰ বিশিষ্ট ব্যক্তিত্বসকল, সাংসদ, বিধায়ক আৰু মোৰ পুৰণি বন্ধুসকল, জনজাতীয় সমাজৰ সেৱাত নিজৰ জীৱন উৎসৰ্গা কৰা ভাতৃ মহেশজী আৰু মোৰ মৰমৰ জনজাতীয় ভাই-ভনীসকল যিসকল দূৰ-দূৰণিৰ পৰা মানগড় ধামলৈ আহিছে।‘মংগৰ ধাম কী গৌৰৱ গাথা’ৰ ৰাজহুৱা অনুষ্ঠানত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ
November 01st, 11:16 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি 'মনগড় ধাম কি গৌৰৱ গাথা' নামৰ এক ৰাজহুৱা অনুষ্ঠানত অংশ গ্ৰহণ কৰি স্বাধীনতা সংগ্ৰামৰ অখ্যাত জনজাতীয় নায়ক আৰু শ্বহীদসকলৰ ত্যাগৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। অনুষ্ঠানস্থলীত উপস্থিত হোৱাৰ পিছত প্ৰধানমন্ত্ৰীয়ে ধুনি দৰ্শন কৰে আৰু গোবিন্দ গুৰুৰ প্ৰতিমূৰ্তিলৈ পুষ্পাঞ্জলি জ্ঞাপন কৰে