নৱৰাত্ৰিৰ নৱমীত দেৱী সিদ্ধিদাত্ৰীক প্ৰাৰ্থনা প্ৰধানমন্ত্ৰীৰ

নৱৰাত্ৰিৰ নৱমীত দেৱী সিদ্ধিদাত্ৰীক প্ৰাৰ্থনা প্ৰধানমন্ত্ৰীৰ

October 11th, 08:29 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নৱৰাত্ৰিৰ নৱমীত দেৱী সিদ্ধিদাত্ৰীৰ প্ৰাৰ্থনা কৰে৷

নৱৰাত্ৰিৰ মহানৱমীত মা সিদ্ধিদাত্ৰীক প্ৰণাম প্ৰধানমন্ত্ৰীৰ

নৱৰাত্ৰিৰ মহানৱমীত মা সিদ্ধিদাত্ৰীক প্ৰণাম প্ৰধানমন্ত্ৰীৰ

October 23rd, 10:05 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নৱৰাত্ৰিৰ মহানৱমীত মা সিদ্ধিদাত্ৰীক প্ৰণাম জনাইছে। তেখেতে দেশৰ প্ৰতিগৰাকী লোকৰে মনোকামনা পূৰণৰ অৰ্থে আশীৰ্বাদ দিবলৈ দেৱীৰ ওচৰত প্ৰাৰ্থনা জনায়।

মহা নৱমীত মা সিদ্ধিদাত্রীৰ প্রতি প্রধানমন্ত্রীৰ প্রার্থনা

মহা নৱমীত মা সিদ্ধিদাত্রীৰ প্রতি প্রধানমন্ত্রীৰ প্রার্থনা

October 14th, 10:15 am

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে নৱৰাত্রিৰ মহা নৱমীত মা সিদ্ধিদাত্রীক আৰাধনা কৰিছে আৰু প্রত্যেকৰ বাবে আশীৰ্বাদ প্রার্থনা কৰিছে।