নৱৰাত্ৰিৰ চতুৰ্থ দিনা দেৱী কুশমাণ্ডাৰ ওচৰত প্ৰাৰ্থনা প্ৰধানমন্ত্ৰী

October 06th, 08:40 am

নৱৰাত্ৰিৰ চতুৰ্থ দিনা প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেৱী কুশমাণ্ডাৰ ওচৰত প্ৰাৰ্থনা কৰিছে।

‘নৱৰাত্ৰি’ৰ চতুৰ্থ দিনা ‘মা কুশমাণ্ডা’লৈ প্ৰধানমন্ত্ৰীৰ প্ৰণিপাত

October 18th, 09:16 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘নৱৰাত্ৰি’ৰ চতুৰ্থ দিনা নাগৰিকসকলৰ কল্যাণ কামনাৰে ‘মা কুশমাণ্ডা’ৰ চৰণত প্ৰণিপাত জনাইছে।

PM bows to Maa Kushmanda, fourth form of Maa Durga

September 29th, 08:58 am

The Prime Minister, Shri Narendra Modi has sought blessings of Maa Kushmanda, the fourth form of Maa Durga for the devotees during Navratri.

নৱৰাত্রীতত মা কুশমণ্ডা আৰু মা স্কন্দমাতাৰ উদ্দেশ্যে প্রধানমন্ত্রীৰ প্রার্থনা

October 10th, 12:08 pm

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে নৱৰাত্রীত মা কুশমণ্ডা আৰু মা স্কন্দমাতাৰ ওচৰত ভক্তসকলৰ বাবে আশীর্বাদ প্রার্থনা কৰিছে। তেওঁ দুই দেৱীৰ উদ্দেশ্যে ৰচিত স্তুতি নিবেদন কৰে।