We must make efforts to ensure reach of yoga in every corner of the world: PM Modi
June 21st, 08:40 am
The Prime Minster, Shri Narendra Modi has called upon yoga acharyas, and yoga pracharaks and everyone connected with yoga work to ensure that yoga reaches every corner of the world. He was speaking on the occasion of Seventh International Yoga Day.ক’ভিড-পীড়িত বিশ্বত যোগাসন আশাৰ ৰেঙনি, প্ৰধানমন্ত্ৰী মোদীয়ে কয়
June 21st, 08:37 am
আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহামাৰীৰ সময়ত যোগাসনৰ গুৰুত্ব সন্দৰ্ভত আলোচনা কৰে। তেওঁ কয় যে এই জটিল সময়ত যোগাসন মানুহৰ শক্তি আৰু প্ৰেৰণা স্ৰোত হিচাপে পৰিগণিত হৈছে। মহামাৰীৰ মাজত অন্যান্য দেশসমূহে যোগ দিৱসৰ কথা পাহৰি যোৱাটো কোনো ডাঙৰ কথা নাছিল, কিন্তু গোলকীয় ৰূপত একেই উৎসাহেৰে তেওঁলোকে যোগ দিৱস পালন কৰিলে।‘আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস’ত প্ৰদান কৰা প্ৰধানমন্ত্ৰীৰ ভাষণ
June 21st, 06:42 am
আজি যি সময়ত সমগ্ৰ বিশ্বই ক’ৰোনা মহামাৰীৰে যুঁজি থাকিবলগীয়া হৈছে, সেই সময়ত ‘যোগ’-য়ে আশাৰ এক কিৰণো জগাই তুলিছে। বিগত দুটা বছৰত পৃথিৱীৰ দেশসমূহৰ লগতে ভাৰততো বিস্তৃত পৰিসৰত সাৰ্বজনীন ভাবে কাৰ্যক্ৰম অনুষ্ঠিত হোৱা নাই যদিও ‘যোগ দিৱস’ৰ প্ৰতি তিল মাত্ৰও উত্সাহৰ হীন-দেঢ়ি ঘটা পৰিলক্ষিত হোৱা নাই। ক’ৰোনাৰ ধামখুমিয়াৰ মাজতো, এই বেলি গ্ৰহণ কৰা ‘যোগ দিৱস’ৰ প্ৰাতিপাদ্য বিষয়বস্তু Yoga for wellness- “কল্যাণৰ বাবে যোগ”-য়ে কোটি কোটিজনক ‘যোগ’-ৰ প্ৰতি উত্সাহ আৰু অধিক বৃদ্ধি কৰি তুলিছে। ‘যোগ দিৱস’ৰ এই মুহূৰ্তত মই আজি প্ৰতিখন দেশ, প্ৰতিখন সমাজ আৰু প্ৰতিগৰাকী ব্যক্তিয়েই সুস্থ-সবল হোৱাৰ কামনা কৰাৰ লগতে সকলোৱেই একত্ৰিত হৈ প্ৰত্যেকেই পৰস্পৰৰ বাবে নিৰাপত্তাৰ বুনিয়াদ হোৱাৰ কামনা কৰিছো।সপ্তম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীৰ ভাষণ
June 21st, 06:41 am
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে কয় যে মহামাৰী সত্ত্বেও, এই বৰ্ষৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ বিষয়বস্তু- আৰোগ্যৰ বাবে যোগয়ে মানুহৰ মনোবল বঢ়াইছে। তেওঁ প্ৰত্যেক দেশ, সমাজ আৰু মানুহৰ সুস্বাস্থ্য কামনা কৰে আৰু আশা প্ৰকাশ কৰে যে আমি পৰস্পৰে মিলি সকলোকে শক্তিশালী কৰি তুলিম। তেওঁ আজি সপ্তম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে ভাষণ দিয়ে।