‘অভিযন্তা দিৱস’ উপলক্ষে ছাৰ এম বিশ্বেশ্বৰায়াক স্মৰণ কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
September 15th, 08:34 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘অভিযন্তা দিৱস’ উপলক্ষে ছাৰ এম বিশ্বেশ্বৰায়াৰ অৱদানসমূহৰ কথা স্মৰণ কৰে। তেওঁ অনুষ্ঠানটোত সকলো অভিযন্তালৈকে শুভেচ্ছা জনায়।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ছাৰ এম বিশ্বেশ্বৰায়লৈ শ্ৰদ্ধাঞ্জলি তৰ্পণ
September 15th, 09:56 am
শ্ৰীমোদীয়ে এই উপলক্ষে সকলো পৰিশ্ৰমী অভিযন্তালৈও শুভেচ্ছা জ্ঞাপন কৰিছে।চিকবল্লাপুৰত শ্ৰী মধুসূদন সাই ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্স এণ্ড ৰিচাৰ্চৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পূৰ্ণপাঠ
March 25th, 11:40 am
ইমান উদ্যম আৰু উৎসাহেৰে আপোনালোক সকলোৱে বহু সপোন আৰু নতুন সংকল্পৰে সেৱাৰ এই মহান ধাৰাটোৰ সৈতে জড়িত হৈ আছে, তাৰ বাবে আপোনাসৱৰ শলাগ লৈছোঁ। আপোনাসৱক লগ পোৱাটোও মোৰ বাবে পৰম সৌভাগ্যৰ কথা। আপোনাসৱৰ ওচৰত মই অতিশয় কৃতজ্ঞ। চিকবল্লাপুৰ আধুনিক ভাৰতৰ অন্যতম স্থপতি ছাৰ এম. বিশ্বেশ্বৰায়ৰ জন্মস্থান। ক্ষন্তেক পূৰ্বে মই ছাৰ বিশ্বেশ্বৰায়ৰ সমাধিস্থলত পুষ্পাঞ্জলি অৰ্পণৰ লগতে তেওঁৰ সংগ্ৰহালয় দৰ্শনৰ সৌভাগ্য লাভ কৰিলোঁ। এই পবিত্ৰ ভূমিক প্ৰণাম জনাইছোঁ। এই পৱিত্ৰ ভূমিৰপৰা প্ৰেৰণা লৈ কৃষক আৰু সাধাৰণ লোকৰ বাবে তেওঁ নতুন-নতুন উদ্ভাৱন, উৎকৃষ্ট অভিযান্ত্ৰিক প্ৰকল্প গঢ়িছিল।কৰ্ণাটকৰ চিক্কাবল্লাপুৰত শ্ৰী মধুসুদন সাই চিকিৎসা বিজ্ঞান আৰু গৱেষণা প্ৰতিষ্ঠান উদ্বোধন প্ৰধানমন্ত্ৰীৰ
March 25th, 11:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি চিক্কাবল্লাপুৰত শ্ৰী মধুসুদন সাই চিকিৎসা বিজ্ঞান আৰু গৱেষণা প্ৰতিষ্ঠান উদ্বোধন কৰে। এছএমএছআইএমএছআৰে সকলোকে চিকিৎসা শিক্ষা আৰু মানসম্পন্ন চিকিৎসা সেৱা-সম্পূৰ্ণ বিনামূলীয়াকৈ প্ৰদান কৰিব। ২০২৩ চনৰ শিক্ষাবৰ্ষত এই প্ৰতিষ্ঠানটোৰ কাৰ্য-কাজ আৰম্ভ হ’ব।অভিযন্তা দিৱস উপলক্ষে অভিযন্তাসকলক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা
September 15th, 09:10 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অভিযন্তা দিৱসত অভিযন্তাসকলক শুভেচ্ছা জনাইছে। শ্ৰী মোদীয়ে অভিযন্তা দিৱসত ছাৰ এম বিশ্বেশ্বৰায়াৰ অভূতপূৰ্ব অৱদানকো স্মৰণ কৰিছে।অভিযন্তা দিৱস উপলক্ষে অভিযন্তাসকলক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা
September 15th, 10:56 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অভিযন্তা দিৱস উপলক্ষে অভিযন্তাসকলক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা জনাইছে৷ তেওঁ লগতে জন্মবাৰ্ষিকী উপলক্ষে শ্ৰী এম বিশ্বেশ্বৰায়াৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে তেওঁ খ্যাতিৰ স্মৰণ কৰে৷মহীশূৰ বিশ্ববিদ্যালয়ৰ শতবাৰ্ষিকী দীক্ষান্ত ২০২০ অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে ভাষণ প্ৰদান কৰি
October 17th, 07:47 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৯ অক্টোবৰ তাৰিখে পুৱা ১১.১৫ বজাত ভিডিঅ’ কনফাৰেন্সিং যোগে মহীশূৰ বিশ্ববিদ্যালয়ৰ শতবাৰ্ষিকী দীক্ষান্ত ২০২০ অনুষ্ঠানত ভাষণ প্ৰদান কৰিব৷ এই অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ অন্যান্য ব্যক্তিসকলৰ সৈতে কৰ্ণাটকৰ ৰাজ্যপালো উপস্থিত থাকিব৷ তাৰোপৰি অনলাইনযোগে ছিণ্ডিকেট আৰু একাডেমিক কাউন্সিলৰ সদস্য, সাংসদ, বিধায়ক, এমএলচি, সংশ্লিষ্ট বিষয়া, জিলা বিষয়া, প্ৰাক্তন উপাচাৰ্য আৰু শিক্ষাৰ্থী তথা অভিভাৱকসকল উপস্থিত থাকিব৷অভিযন্তা দিৱসত অভিযন্তাসকলক শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰী
September 15th, 07:36 pm
অভিযন্তা দিৱসত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে অভিযন্তাসকলক শুভেচ্ছা জ্ঞাপন কৰে। অভিযন্তা দিৱসত সকলো অভিযন্তালৈ শুভেচ্ছা। ‘ছাৰ এম. বিশ্বেশ্বৰায়াৰ জন্ম জয়ন্তীত আমি তেওঁক স্মৰণ কৰিছোঁ। ৰাষ্ট্ৰ নিৰ্মাণত আমাৰ অভিযন্তাসকলৰ অৱদানৰ বাবে ভাৰত গৌৰাৱান্বিত’ , প্ৰধানমন্ত্ৰীয়ে কয়।PM salutes engineers on Engineers' Day; pays tributes to Bharat Ratna, M. Visvesvaraya, on his birth anniversary
September 15th, 11:27 am
I salute all engineers on Engineers’ Day and appreciate their paramount role in the development of our nation. Tributes to Bharat Ratna M. Visvesvaraya on his birth anniversary. An exemplary engineer himself, he is a source of immense inspiration. -PM Narendra ModiPM extends his wishes on Engineers Day
September 15th, 04:20 pm
Prime Minister Narendra Modi has extended his best wishes on Engineers Day. He also remembered Bharat Ratna M. Visvesvaraya on whose Birth Anniversary Engineers Day is observed in India. He also said M. Visvesvaraya is remembered and respected as a pioneering engineer.PM greets engineers on Engineers' Day; pays tributes to Bharat Ratna, Shri M. Visvesvaraya, on his birth anniversary
September 15th, 04:32 pm