Tragedies like 9/11 will have a permanent solution, only through humanitarian values: PM Modi
September 11th, 11:01 am
Prime Minister Narendra Modi performed the Lokarpan of Sardardham Bhavan and Bhoomi Pujan of Sardardham Phase – II Kanya Chhatralaya. The PM said the Hostel facility being inaugurated today will also help so many girls to come forward. He said that the state of the art building, girls hostel and modern library will empower the youth.প্রধানমন্ত্রীয়ে চর্দাৰধাম ভৱন লোকার্পণ আৰু চর্দাৰধাম দ্বিতীয় পর্বত কন্যা ছাত্রী নিবাসৰ ভূমি পুজাত অংশ গ্ৰহণ কৰে
September 11th, 11:00 am
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে ভিডিঅ' কনফাৰেন্সৰ মাধ্যমত চর্দাৰধাম ভৱন লোকার্পণ কৰে আৰু চর্দাৰধাম দ্বিতীয় পর্বত কন্যা ছাত্রী নিবাসৰ ভূমি পুজাত অংশ গ্ৰহণ কৰে। এই উপলক্ষে গুজৰাটৰ মুখ্যমন্ত্রী আৰু উপ-মুখ্যমন্ত্রী উপস্থিত আছিল।প্ৰত্যেকে টীকা ল’ব লাগিব আৰু নিজৰ সম্পূৰ্ণ যতন ল’ব লাগিব : মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
April 25th, 11:30 am
বন্ধুসকল, শেহতীয়াকৈ এই সংকটৰ মোকাবিলা কৰিবলৈ মই বিভিন্ন খণ্ডৰ বিশেষজ্ঞসকলৰ সৈতে দীঘলীয়া আলোচনা কৰিছো। আমাৰ ফাৰ্মা-উদ্যোগৰ লোক, প্ৰতিষেধক নিৰ্মাতা বা অক্সিজেন উৎপাদনৰ সৈতে সম্পৰ্কিত লোক হওক বা চিকিৎসা ক্ষেত্ৰৰ বিষয়ে বিজ্ঞ লোক হওক, তেওঁলোকে নিজৰ গুৰুত্বপূৰ্ণ পৰামৰ্শ চৰকাৰক প্ৰদান কৰিছে। এই সময়ত, আমি এই যুঁজত জয়ী হ'বলৈ বিশেষজ্ঞ আৰু বৈজ্ঞানিক পৰামৰ্শক অগ্ৰাধিকাৰ দিব লাগিব। ভাৰত চৰকাৰে ৰাজ্য চৰকাৰৰ প্ৰচেষ্টা আগবঢ়াই নিয়াৰ বাবে সকলো শক্তিৰে কাম কৰি আছে। ৰাজ্য চৰকাৰসমূহেও তেওঁলোকৰ দায়িত্ব পালন কৰিবলৈ যথাসাধ্য ধৰণে চেষ্টা কৰি আছে।জৈনাচাৰ্য শ্ৰী বিজয় বল্লভ সুৰিশ্বৰ জী মহাৰাজৰ ১৫১ সংখ্যক জয়ন্তী উদযাপন উপলক্ষ্যে ১৬ নৱেম্বৰত ‘শান্তিৰ মূৰ্তি’ উন্মোচন কৰিব প্ৰধানমন্ত্ৰীয়
November 14th, 06:06 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জৈনাচাৰ্য শ্ৰী বিজয় বল্লভ সুৰিশ্বৰ জী মহাৰাজৰ ১৫১ সংখ্যক জয়ন্তী উদযাপনৰ বাবে ১৬ নৱেম্বৰৰ দিনৰ ১২.৩০ বজাত ভিডিঅ’ কনফাৰেন্সিঙৰ মাধ্যমেৰে ‘শান্তিৰ মূৰ্তি’ উন্মোচন কৰিব।