
হাৰিয়ানাৰ হিছাৰ বিমানবন্দৰৰ নতুন টাৰ্মিনেল ভৱনৰ আধাৰশিলা স্থাপন কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
April 14th, 11:00 am
মই ক’ম বাবাচাহেব আম্বেদকাৰ, আপোনালোক সকলোৱে দুবাৰ ক’ব অমৰ ৰহে! অমৰ ৰহে বুলি! (দীৰ্ঘজীৱী হওঁক! দীৰ্ঘজীৱী হওঁক!)
PM Modi lays foundation stone of new terminal building of Hisar airport worth over Rs 410 crore
April 14th, 10:16 am
PM Modi during his visit to Hisar, laid the foundation stone of the ₹410 crore Maharaja Agrasen Airport terminal and flagged off the first flight between Hisar and Ayodhya. He highlighted the push for affordable air travel, Haryana’s growing aspirations, and the government’s commitment to Babasaheb Ambedkar’s vision of dignity, equality, and empowerment for all.
বাবলিয়ালী ধামৰ এক কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ পূৰ্ণ পাঠ
March 20th, 04:35 pm
প্ৰথমে ভৰৱদ সমাজৰ পৰম্পৰাৰ প্ৰতি আৰু সমগ্ৰ পৰম্পৰাৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰা সকলো শ্ৰদ্ধাৰ সন্ত, মহন্ত আৰু সকলো সমাজলৈ শ্ৰদ্ধা নিবেদন কৰিছোঁ। আজি আনন্দ বহুগুণ বৃদ্ধি পাইছে। এইবাৰ যি মহাকুম্ভ অনুষ্ঠিত হৈছিল, সেয়া ঐতিহাসিক আছিল যদিও সেয়া আমাৰ বাবে গৌৰৱৰ বিষয়ো। কাৰণ মহাকুম্ভৰ শুভ উপলক্ষত মহন্ত শ্ৰী ৰাম বাপু জীয়ে মহা মণ্ডলেশ্বৰ উপাধি লাভ কৰিছিল। এয়া যথেষ্ট বৃহৎ অনুষ্ঠান আৰু আমাৰ সকলোৰে বাবে অসীম আনন্দৰ অনুষ্ঠান। মই ৰাম বাপুজীৰ লগতে সমাজৰ সমূহ পৰিয়ালৰ সকলো সদস্যলৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।বাৱলিয়ালী ধাম কাৰ্যসূচীত ভাষণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
March 20th, 04:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ ভৰৱাদ সম্প্ৰদায়ৰ সৈতে জড়িত বাৱলিয়ালি ধামৰ অনুষ্ঠানত ভিডিঅ’ বাৰ্তাৰ জৰিয়তে ভাষণ আগবঢ়ায়। সভাত আগবঢ়োৱা ভাষণত শ্ৰী মোদীয়ে সমাজৰ আগশাৰীৰ ব্যক্তি মহন্ত শ্ৰী ৰাম বাপুজী আৰু উপস্থিত সহস্ৰাধিক ভক্তক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। ভৰৱাদ জনগোষ্ঠীৰ পৰম্পৰা আৰু এই পৰম্পৰা ৰক্ষাৰ বাবে নিজৰ জীৱন উচৰ্গা কৰা পূজনীয় সাধু-মহন্তসকলক সশ্ৰদ্ধ প্ৰণাম জনাই তেওঁ ভাষণ আৰম্ভ কৰে। ঐতিহাসিক মহাকুম্ভৰ লগত জড়িত অপৰিসীম আনন্দ আৰু গৌৰৱৰ কথা উল্লেখ কৰি শ্ৰী মোদীয়ে এই পবিত্ৰ অনুষ্ঠানত মহন্ত শ্ৰী ৰাম বাপু জীক মহামণ্ডলেশ্বৰ উপাধি প্ৰদান কৰাৰ উল্লেখযোগ্য অনুষ্ঠানত নিজৰ চিন্তা ব্যক্ত কৰি সকলোৰে বাবে এক বৃহৎ সাফল্য আৰু অপৰিসীম আনন্দৰ উৎস বুলি অভিহিত কৰে। তেওঁ মহন্ত শ্ৰী ৰাম বাপু জী আৰু সমাজৰ পৰিয়ালবৰ্গলৈ তেওঁলোকৰ অৱদান আৰু কৃতিত্বক লৈ সুখ প্ৰকাশ কৰি শুভেচ্ছা জ্ঞাপন কৰে।নতুন দিল্লীত অষ্টলক্ষ্মী মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
December 06th, 02:10 pm
অসমৰ মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মা জী, মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা জী, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মাণিক সাহা জী, ছিক্কিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাং জী, কেন্দ্ৰীয় কেবিনেটত মোৰ সহযোগী জ্যোতিৰাদিত্য সিন্ধিয়া জী, সুকান্ত মজুমদাৰ জী, অৰুণাচল প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী, মিজোৰাম আৰু নাগালেণ্ড চৰকাৰৰ মন্ত্ৰীগণ, অন্যান্য জনপ্ৰতিনিধিসকল, উত্তৰ পূৰ্বাঞ্চলৰ পৰা অহা সকলো ভাতৃ-ভগ্নী, দেৱী আৰু সজ্জনসকল।অষ্টলক্ষ্মী মহোৎসৱৰ শুভাৰম্ভ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
December 06th, 02:08 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত অষ্টলক্ষ্মী মহোৎসৱৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত সকলো বিশিষ্ট ব্যক্তিক আদৰণি জনাই শ্ৰী মোদীয়ে কয় যে আজি বাবাছাহেব ড০ বি আৰ আম্বেদকাৰৰ মহাপৰিনিৰ্বাণ দিৱস। তেওঁ লগতে কয় যে ৭৫ বছৰ সম্পূৰ্ণ কৰা বাবাছাহেব আম্বেদকাৰে প্ৰস্তুত কৰা সংবিধানখন সকলো নাগৰিকৰ বাবে এক বৃহৎ প্ৰেৰণা। শ্ৰী মোদীয়ে ভাৰতৰ সকলো নাগৰিকৰ হৈ বাবাছাহেব আম্বেদকাৰৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰে।জন্মাষ্টমী উপলক্ষে প্ৰধানমন্ত্ৰীয়ে সকলোলৈ শুভেচ্ছা জনাইছে
August 26th, 08:16 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পৱিত্ৰ জন্মাষ্টমী উপলক্ষে দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে।As long as Modi is alive, no one can touch the reservations of SC, ST, OBC: PM Modi in Nandurbar
May 10th, 12:00 pm
Prime Minister Narendra Modi addressed a public meeting in Nandurbar, Maharashtra. He paid his respects to inspirational leaders Jananayak Krishnaji Rao Sable, Mahatma Jyotiba Phule, and Savitribai Phule. Speaking on the auspicious occasion of Akshaya Tritiya and Parshuram Jayanti, PM Modi extended his best wishes to all citizens, stating, The blessings we receive today become eternal.PM Modi addresses a public meeting in Nandurbar, Maharashtra
May 10th, 11:33 am
Prime Minister Narendra Modi addressed a public meeting in Nandurbar, Maharashtra. He paid his respects to inspirational leaders Jananayak Krishnaji Rao Sable, Mahatma Jyotiba Phule, and Savitribai Phule. Speaking on the auspicious occasion of Akshaya Tritiya and Parshuram Jayanti, PM Modi extended his best wishes to all citizens, stating, The blessings we receive today become eternal.This election is to free country from mentality of 1000 years of slavery: PM in Aonla
April 25th, 01:07 pm
In the Aonla rally, PM Modi continued to criticize the opposition, whether it be the Congress or the Samajwadi Party, stating that they only think about their own families. He said, “For these people, their family is everything, and they do not care about anyone else. In Uttar Pradesh, the Samajwadi Party did not find a single Yadav outside their family to whom they could give a ticket. Whether it's Badaun, Mainpuri, Kannauj, Azamgarh, Firozabad, everywhere, tickets have been given only to members of the same family. Such people will always prioritize the welfare of their own family, and for them, anyone outside their family holds no significance.”PM Modi captivates massive audiences at vibrant public gatherings in Agra, Aonla & Shahjahanpur, Uttar Pradesh
April 25th, 12:45 pm
In anticipation of the 2024 Lok Sabha Elections, Prime Minister Narendra Modi delivered stirring addresses to massive crowds in Agra, Aonla and Shahjahanpur in Uttar Pradesh. Amidst an outpouring of affection and respect, PM Modi unveiled a transparent vision for a Viksit Uttar Pradesh and a Viksit Bharat. The PM exposed the harsh realities of the Opposition’s trickery and their “loot system”.I am taking action against corruption, and that's why some people have lost their patience: PM Modi in Meerut
March 31st, 04:00 pm
Ahead of the Lok Sabha Election 2024, PM Modi kickstarted the Bharatiya Janata Party poll campaign in Uttar Pradesh’s Meerut with a mega rally. Addressing the gathering, the PM said, “With this land of Meerut, I share a special bond. In 2014 and 2019... I began my election campaign from here. Now, the first rally of the 2024 elections is also happening in Meerut. The 2024 elections are not just about forming a government. The 2024 elections are about building a Viksit Bharat.”PM Modi addresses a public meeting in Meerut, Uttar Pradesh
March 31st, 03:30 pm
Ahead of the Lok Sabha Election 2024, PM Modi kickstarted the Bharatiya Janata Party poll campaign in Uttar Pradesh’s Meerut with a mega rally. Addressing the gathering, the PM said, “With this land of Meerut, I share a special bond. In 2014 and 2019... I began my election campaign from here. Now, the first rally of the 2024 elections is also happening in Meerut. The 2024 elections are not just about forming a government. The 2024 elections are about building a Viksit Bharat.”Aim of NDA is to build a developed Andhra Pradesh for developed India: PM Modi in Palnadu
March 17th, 05:30 pm
Ahead of the Lok Sabha election 2024, PM Modi addressed an emphatic NDA rally in Andhra Pradesh’s Palnadu today. Soon after the election dates were announced, he commenced his campaign, stating, The bugle for the Lok Sabha election has just been blown across the nation, and today I am among everyone in Andhra Pradesh. The PM said, “This time, the election result is set to be announced on June 4th. Now, the nation is saying - '4 June Ko 400 Paar’, ' For a developed India... 400 Paar. For a developed Andhra Pradesh... 400 Paar.PM Modi campaigns in Andhra Pradesh’s Palnadu
March 17th, 05:00 pm
Ahead of the Lok Sabha election 2024, PM Modi addressed an emphatic NDA rally in Andhra Pradesh’s Palnadu today. Soon after the election dates were announced, he commenced his campaign, stating, The bugle for the Lok Sabha election has just been blown across the nation, and today I am among everyone in Andhra Pradesh. The PM said, “This time, the election result is set to be announced on June 4th. Now, the nation is saying - '4 June Ko 400 Paar’, ' For a developed India... 400 Paar. For a developed Andhra Pradesh... 400 Paar.গুজৰাটৰ ৰাজকোটত বিভিন্ন প্ৰকল্পৰ শুভাৰম্ভণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
February 25th, 07:52 pm
মঞ্চত উপৱিষ্ট গুজৰাটৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰভাই পেটেল, কেন্দ্ৰৰ মন্ত্ৰী পৰিষদত মোৰ সহযোগী মনসুখ মাণ্ডৱিয়া, গুজৰাট প্ৰদেশ ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি আৰু সংসদত মোৰ সহকৰ্মী চি আৰ পাটিল, মঞ্চত থকা আন সকলো জ্যেষ্ঠ গণ্যমান্য ব্যক্তি আৰু ৰাজকোটৰ মোৰ ভাই-ভনীসকল, নমস্কাৰ।প্ৰধানমন্ত্ৰীয়ে গুজৰাটৰ ৰাজকোটত ৪৮,১০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে
February 25th, 04:48 pm
সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে মাননীয় ৰাজ্যপাল আৰু ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী, সাংসদ আৰু বিধান সভা তথা কেন্দ্ৰীয় মন্ত্ৰীসকলৰ ভাৰ্চুৱেল উপস্থিতিৰ কথা স্বীকাৰ কৰে আৰু তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে কেৱল নতুন দিল্লীতে সকলো গুৰুত্বপূৰ্ণ উন্নয়নমূলক কাৰ্যসূচী সম্পাদন কৰাৰ সময়ৰ কথা স্মৰণ কৰি কয় যে বৰ্তমানৰ চৰকাৰে এই প্ৰৱণতা সলনি কৰি ভাৰত চৰকাৰক দেশৰ প্ৰতিটো কোণলৈ লৈ গৈছে। ৰাজকোটত আজিৰ এই কাৰ্যসূচী তেনে বিশ্বাসৰে প্ৰমাণ, প্ৰধানমন্ত্ৰী মোদীয়ে কয় ৷ তেওঁ লগতে কয় যে দেশৰ একাধিক স্থানত প্ৰকল্প উচৰ্গা আৰু আধাৰশিলা স্থাপন অনুষ্ঠান অনুষ্ঠিত হৈছে৷ এই কথাই এক নতুন পৰম্পৰাক আগুৱাই লৈ গৈছে। জম্মুৰ এক কাৰ্যসূচীৰ পৰা আইআইটি ভিলাই, আইআইটি তিৰুপতি, আইআইটি কুৰ্ণুল, আইএম বোধগয়া, আইআইএম বোধগয়া, আইআইএম জম্মু, আইআইএম বিশাখাপত্তনম আৰু আইআইএছ কানপুৰৰ শিক্ষানুষ্ঠানসমূহ উদ্বোধন কৰাৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আজি এইমছ ৰাজকোট, এইমছ মঙ্গলাগিৰি, এইমছ বাথিন্দা আৰু এআইআইৰ উদ্বোধন কৰা হৈছে।PM Modi offers prayers at submerged city of Dwarka
February 25th, 01:56 pm
Prime Minister Narendra Modi went underwater, in the deep sea and prayed at the site where the submerged city of Dwarka is. This experience offered a rare and profound connection to India's spiritual and historical roots. He said, To pray in the city of Dwarka, which is immersed in the waters, was a very pine experience. I felt connected to an ancient era of spiritual grandeur and timeless devotion. May Bhagwan Shri Krishna bless us all.উত্তৰ প্ৰদেশৰ সম্ভলত শ্ৰী কল্কি ধামৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
February 19th, 11:00 am
মই সকলো সাধুক তেওঁলোকৰ স্থান গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। উত্তৰ প্ৰদেশৰ উদ্যমী মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্যনাথজী, পূজনীয় শ্ৰী অৱধেশানন্দ গিৰিজী, কল্কি ধামৰ মুৰব্বী আচাৰ্য প্ৰমোদ কৃষ্ণমজী, পূজনীয় স্বামী কৈলাশানন্দ ব্ৰহ্মচাৰীজী, পূজনীয় সদগুৰু শ্ৰী ৰিতেশ্বৰজী, ভাৰতৰ বিভিন্ন কোণৰ পৰা অহা বৃহৎ সংখ্যক সাধু আৰু মোৰ মৰমৰ ভক্ত ভাই-ভনীসকল!প্ৰধানমন্ত্ৰীয়ে উত্তৰ প্ৰদেশৰ সম্ভলত শ্ৰী কল্কি ধাম মন্দিৰৰ আধাৰশিলা স্থাপন কৰে
February 19th, 10:49 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ সম্ভল জিলাত শ্ৰী কল্কি ধাম মন্দিৰৰ আধাৰশিলা স্থাপন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে শ্ৰী কল্কি ধাম মন্দিৰৰ আৰ্হিও মুকলি কৰে। শ্ৰী কল্কি ধাম নিৰ্মাণ ট্ৰাষ্টেএই শ্ৰী কল্কি ধাম নিৰ্মাণ কৰিব,ইয়াৰ অধ্যক্ষ হৈছে আচাৰ্য্য প্ৰমোদ কৃষ্ণম। এই কাৰ্য্যসূচীত বহু সাধু, ধৰ্মগুৰু আৰু আন-আন বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে।