PM to release the compendium of complete works of great Tamil poet and freedom fighter Subramania Bharati on 11 December 2024
December 10th, 05:12 pm
Prime Minister Shri Narendra Modi will release the compendium of complete works of great Tamil poet and freedom fighter Subramania Bharati on 11th December, at around 1 PM, at 7 Lok Kalyan Marg, New Delhi.প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত অৰ্ধপৰিবাহী কাৰ্যবাহীসকলৰ ঘূৰণীয়া মেজমেল সম্পন্ন
September 10th, 08:10 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৭ লোক কল্যাণ মাৰ্গস্থিত তেওঁৰ বাসগৃহত অৰ্ধপৰিবাহী কাৰ্যবাহীসকলৰ এক ঘূৰণীয়া মেজমেলৰ আয়োজন কৰে।প্ৰধানমন্ত্ৰীয়ে অনুসন্ধান ৰাষ্ট্ৰীয় গৱেষণা ন্যাসৰ পৰিচালনা সমিতিৰ প্ৰথমখন বৈঠকত পৌৰহিত্য কৰে
September 10th, 04:43 pm
আজি আগবেলা প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত তেখেতৰ ৭ লোক কল্যাণ মাৰ্গস্থিত বাসগৃহত অনুসন্ধান ৰাষ্ট্ৰীয় গৱেষণা ন্যাসৰ পৰিচালনা সমিতিৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত ভাৰতৰ বিজ্ঞান আৰু প্ৰযুক্তি বাতাবৰণ সম্পৰ্কে আলোচনা তথা গৱেষণা আৰু উন্নয়ন কাৰ্য্যক্ৰমৰ পুনৰ নিৰ্মাণত গুৰুত্ব আৰোপ কৰা হয়।২০২৩ বেটচৰ আইএফএছ বিষয়া প্ৰশিক্ষাৰ্থীসকলে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে
August 29th, 06:35 pm
ভাৰতীয় বৈদেশিক সেৱাৰ (IFS) ২০২৩ বেটচৰ বিষয়া প্ৰশিক্ষাৰ্থীসকলে আজি পুৱাৰ ভাগত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক তেখেতৰ ৭ লোক কল্যাণ মাৰ্গস্থিত বাসগৃহত সাক্ষাৎ কৰে। ২০২৩ বেটচত ১৫ খন ভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৩৬ গৰাকী আইএফএছ বিষয়া প্ৰশিক্ষাৰ্থী আছে।প্ৰধানমন্ত্ৰীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী এইচ ডি দেৱগৌড়াক সাক্ষাৎ কৰে
July 25th, 08:41 pm
প্ৰধানমন্ত্ৰী, শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীৰ ৭, লোক কল্যাণ মাৰ্গত প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী এইচ ডি দেৱগৌড়াক সাক্ষাৎ কৰে।PM reviews preparedness for cyclone “Remal”
May 26th, 09:20 pm
Prime Minister Shri Narendra Modi chaired a meeting to review the preparedness for cyclone “Remal” over North Bay of Bengal at his residence at 7, Lok Kalyan Marg earlier today.প্ৰধান মন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ প্ৰাপকসকলৰ সৈতে মত-বিনিময় প্ৰধানমন্ত্ৰীৰ
January 23rd, 06:01 pm
আজি আগবেলা প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৭ লোক কল্যাণ মাৰ্গস্থিত তেখেতৰ বাসগৃহত প্ৰধান মন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ (PMRBP) প্ৰাপকসকলৰ সৈতে মত-বিনিময় কৰে।PM chairs a meeting to launch “Pradhanmantri Suryodaya Yojana” with the target of installing rooftop solar on 1 crore houses
January 22nd, 07:42 pm
Immediately after his visit to Ayodhya on the auspicious occasion of consecration of Suryawanshi Bhagwan Shri Ram, Prime Minister chaired a meeting to launch “Pradhanmantri Suryodaya Yojana” with the target of installing rooftop solar on 1 crore houses at his residence at Lok Kalyan Marg.প্ৰধানমন্ত্ৰীয়ে জম্মু-কাশ্মীৰৰ ছাত্ৰ-ছাত্ৰীৰ এটা প্ৰতিনিধি দলৰ সৈতে বাৰ্তালাপ কৰে
December 24th, 07:28 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পূৰ্বে ৭, লোক কল্যাণ মাৰ্গস্থিত তেওঁৰ বাসগৃহত জম্মু-কাশ্মীৰৰ ছাত্ৰ-ছাত্ৰীৰ এটা প্ৰতিনিধি দলৰ সৈতে বাৰ্তালাপ কৰে। জম্মু-কাশ্মীৰৰ সকলো জিলাৰ পৰা অহা প্ৰায় ২৫০ জন শিক্ষাৰ্থীয়ে নিশ্চিন্ত আৰু অনানুষ্ঠানিক বাৰ্তালাপত অংশগ্ৰহণ কৰে।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাষ্ট্ৰপতি বাইডেনক সাক্ষাৎ
September 08th, 09:32 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেনক সাক্ষাৎ কৰে। ৰাষ্ট্ৰপতি হিচাপে প্ৰথমবাৰৰ বাবে ভাৰত ভ্ৰমণৰত ৰাষ্ট্ৰপতি বাইডেনে আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে নতুন দিল্লীত আয়োজিত জি-২০ সন্মিলনত অংশগ্ৰহণ কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যাপক গোলকীয় কৌশলগত বন্ধুত্বক অধিক শক্তিশালী কৰি তোলাৰ বাবে ৰাষ্ট্ৰপতি বাইডেনৰ জনসাধাৰণৰ পৰস্পৰৰ মাজত থকা শক্তিশালী পাৰস্পৰিক বান্ধোন আৰু উমৈহতীয়া গণতান্ত্ৰিক প্ৰমূল্য তথা কৌশলগত সমন্বয়-ভিত্তিক দৃষ্টিভংগী আৰু প্ৰতিশ্ৰুতিবদ্ধতাক প্ৰশংসা কৰে।Prime Minister pays tributes to educators on Teachers’ Day
September 05th, 09:51 pm
The Prime Minister, Shri Narendra Modi has praised all the educators who inspire dreams, shape futures and ignite curiosity, on Teachers’ Day today.শিক্ষক দিৱসত শিক্ষকসকলক অভিবাদন প্ৰধানমন্ত্ৰীৰ
September 05th, 09:58 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শিক্ষক দিৱসত শিক্ষকসকলক আমাৰ ভৱিষ্যত আৰু প্ৰেৰণাদায়ক সপোন গঢ়ি তোলাত তেওঁলোকৰ অটল নিষ্ঠা আৰু মহান প্ৰভাৱৰ বাবে অভিবাদন জনায়৷শিক্ষক দিৱসৰ প্ৰাকমুহূৰ্তত ৰাষ্ট্ৰীয় শিক্ষক বঁটা ২০২৩ ৰ বিজয়ীসকলৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰীৰ
September 04th, 10:33 pm
শিক্ষক দিৱসৰ প্ৰাকমুহূৰ্তত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰীয় শিক্ষক বঁটা ২০২৩ৰ বিজয়ীসকলৰ সৈতে বাৰ্তালাপ কৰে। ৭৫গৰাকী বঁটা বিজয়ীয়ে এই বাৰ্তালাপত অংশগ্ৰহণ কৰে।PM celebrates Raksha Bandhan with children
August 30th, 04:39 pm
PM Modi celebrated Raksha Bandhan with children at his residence. The children tied Rakhi to PM Modi, who interacted with them on various issues. The children shared their positive feelings about the recent success of the Chandrayaan-3 mission and expressed their enthusiasm about the upcoming Aditya L-1 mission.IFS Officer Trainees of 2022 Batch call on PM
July 25th, 07:56 pm
The Officer Trainees of the 2022 Batch of Indian Foreign Service (IFS) called on PM Modi. PM Modi spoke about the focus of the government towards attaining saturation of welfare schemes and how it has resulted in reaching out to every needy person without any discrimination. He exhorted the Officer Trainees to study the implementation and success of the Aspirational District Programme as this understanding can be of help in assisting the countries of the Global South in their developmental trajectory.PM interacts with delegation of community leaders of various tribes of Arunachal Pradesh
May 16th, 05:51 pm
PM Modi interacted with community leaders of various tribes of Arunachal Pradesh. PM expressed his happiness and enquired about their experience of their recent visit to Gujarat. PM also discussed the historical and cultural ties between both states.প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ বিজয়ীসকলক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
January 24th, 09:49 pm
প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ (পিএমআৰবিপি) বিজয়ীসকলক ভূয়সী প্ৰশংসা কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। ভাৰত চৰকাৰে শিশুসকলক উদ্ভাৱন, সমাজসেৱা, বিদ্যায়তনিক, ক্ৰীড়া, কলা-সংস্কৃতি আৰু বীৰত্বৰ ছটা শাখাত ব্যতিক্ৰমী কৃতিত্বৰ বাবে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ প্ৰদান কৰি আহিছে। বাল শক্তি পুৰস্কাৰৰ বিভিন্ন শিতানৰ অন্তৰ্গত দেশৰ ১১গৰাকী শিশুক পিএমআৰবিপি-২০২৩ৰ বাবে নিৰ্বাচিত কৰা হৈছে। বঁটাপ্ৰাপকসকলৰ ভিতৰত ১১ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ অন্তৰ্গত ৬ জন ল’ৰা আৰু ৫ গৰাকী ছোৱালী আছে।প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ বিজয়ীসকলৰ সৈতে বাৰ্তালাপ কৰে প্ৰধানমন্ত্ৰীয়ে
January 24th, 07:38 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ (পিএমআৰবিপি) প্ৰাপকসকলৰ সৈতে তেওঁৰ ৭ লোক কল্যাণ মাৰ্গস্থিত বাসগৃহত বাৰ্তালাপ কৰে।‘ন ইয়ৰ লীডাৰ্ছ’ শীৰ্ষক কাৰ্যসূচীৰ অধীনত ‘পৰাক্ৰম দিৱস’ত সংসদত ‘নেতাজী’ সুভাষ চন্দ্ৰ বসুক সন্মান জনোৱাৰ উপলক্ষে আয়োজিত অনুষ্ঠানত অংশগ্ৰহণৰ বাবে নিৰ্বাচিত যুৱক-যুৱতীসকলৰে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপ, ৭, লোক কল্যাণ মাৰ্গত
January 23rd, 08:03 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সংসদৰ কেন্দ্ৰীয় হলত নেতাজী সুভাষ চন্দ্ৰ বসুক সন্মান জনোৱাৰ উপলক্ষে আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ 'ন ইয়ৰ লীডাৰ্ছ' শীৰ্ষক কাৰ্যসূচীৰ অধীনত নিৰ্বাচিত যুৱক-যুৱতীসকলৰ সৈতে বাৰ্তালাপ কৰে। এই বাৰ্তালাপ ৭, লোক কল্যাণ মাৰ্গত থকা তেওঁৰ বাসগৃহত অনুষ্ঠিত হৈছিল।প্ৰধানমন্ত্ৰীয়ে আজি তেওঁৰ বাসভৱনত শিখ প্ৰতিনিধি দলক সাক্ষাৎ কৰে
September 19th, 03:28 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৭ নং লোক কল্যাণ মাৰ্গস্থিত তেওঁৰ বাসগৃহত এক শিখ প্ৰতিনিধি দলৰ সৈতে সাক্ষাৎকাৰত মিলিত হয়।