
২০২৫ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তাৰকীয় আৰম্ভণিঃ মাত্ৰ ১৫ দিনতে কল্পদৃষ্টিক বাস্তৱলৈ ৰূপান্তৰকৰণ
January 16th, 02:18 pm
২০২৫ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে একাধিক ৰূপান্তৰশীল পদক্ষেপ গ্ৰহণেৰে ইয়াৰ আৰম্ভণি কৰিছে। এই কাৰ্য্যই এখনি প্ৰগতিশীল, আত্মনিৰ্ভৰ আৰু ঐক্যবদ্ধ ভাৰত গঢ়ি তোলাৰ ক্ষেত্ৰত তেওঁৰ দৃষ্টিভংগীক প্ৰদৰ্শন কৰে। আন্তঃগাঁথনি আৰু বৈজ্ঞানিক গৱেষণাৰ অগ্ৰগতিৰপৰা আৰম্ভ কৰি যুৱক-যুৱতীসকলক সবলীকৰণ আৰু ভাৰতৰ সাংস্কৃতিক বৈচিত্ৰ্যক উদযাপনলৈকে তেওঁৰ নেতৃত্বই আগন্তুক এটা উল্লেখযোগ্য বছৰৰ ৰূপৰেখা অংকন কৰিছে।
Prime Minister participates in Lohri celebrations in Naraina, Delhi
January 13th, 11:19 pm
The Prime Minister, Shri Narendra Modi attended Lohri celebrations at Naraina in Delhi, today. Prime Minister Shri Modi remarked that Lohri has a special significance for several people, particularly those from Northern India. It symbolises renewal and hope. It is also linked with agriculture and our hardworking farmers, Shri Modi stated.
জম্মু আৰু কাশ্মীৰত সোণমাৰ্গ সুৰংগৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
January 13th, 12:30 pm
মই প্ৰথমে দেশৰ উন্নতিৰ বাবে, জম্মু-কাশ্মীৰৰ উন্নতিৰ বাবে যিসকল শ্ৰমিক ভাতৃয়ে কঠিনৰো কঠিন পৰিস্থিতিত কাম কৰিলে, আনকি নিজৰ জীৱনকো সংকটত পেলাই কাম কৰিলে, ধন্যবাদ জনাইছোঁ। আমাৰ সাতজন শ্ৰমিক বন্ধুৱে নিজৰ প্ৰাণ হেৰুৱালে, কিন্তু আমি আমাৰ সংকল্পৰ পৰা আঁতৰি নাহিলোঁ, মোৰ শ্ৰমিক বন্ধুসকল আঁতৰি নাহিল, কোনেও ঘৰলৈ উভতি যাওঁ বুলি কোৱা নাছিল, মোৰ এই শ্ৰমিক বন্ধুসকলে প্ৰতিটো প্ৰত্যাহ্বান অতিক্ৰম কৰি এই কাম সম্পূৰ্ণ কৰিলে৷ আৰু যি সাতজন বন্ধুক আমি হেৰুৱালোঁ, মই আজি সবাতোকৈ প্ৰথমে তেওঁলোকৰ পূণ্য স্মৰণ কৰিছোঁ।জম্মু-কাশ্মীৰত সোণমাৰ্গ সুৰংগ উদ্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
January 13th, 12:15 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জম্মু-কাশ্মীৰত সোণমাৰ্গ সুৰংগ উদ্বোধন কৰে। এই উপলক্ষে উপস্থিত থকা ৰাইজক সম্বোধন কৰি তেওঁ জম্মু-কাশ্মীৰ আৰু ভাৰতৰ উন্নয়নৰ বাবে কঠোৰ পৰিশ্ৰম কৰি জীৱনকো তুচ্ছজ্ঞান কৰা শ্ৰমিকসকলৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে। মোদীয়ে কয় যে প্ৰত্যাহ্বানৰ মাজতো আমাৰ সংকল্পৰ হেৰফেৰ হোৱা নাছিল। তেওঁ শ্ৰমিকসকলৰ দৃঢ়তা আৰু দায়বদ্ধতাৰ বাবে আৰু সকলো বাধা অতিক্ৰম কৰি কামটো সম্পূৰ্ণ কৰাৰ বাবে প্ৰশংসা কৰে। তেওঁ লগতে ৭ জন শ্ৰমিকৰ মৃত্যুত শোক প্ৰকাশ কৰে।উৰিষ্যাৰ ভুৱনেশ্বৰত ‘অষ্টাদশ প্ৰৱাসী ভাৰতীয় দিৱস সন্মিলন’ৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
January 09th, 10:15 am
ভদ্ৰমহিলা আৰু ভদ্ৰলোকসকল! ‘ভগৱান জগন্নাথ’ আৰু ‘ভগৱান লিঙ্গৰাজ’ৰ এই পবিত্ৰ ভূমিত মই সমগ্ৰ বিশ্বৰ পৰা অহা মোৰ ভাৰতীয় প্ৰবাসী পৰিয়ালসমূহক আদৰণি জনাইছোঁ। আৰম্ভণিতে গোৱা আদৰণি গীতটো, সমগ্ৰ বিশ্বৰ য'তেই ভাৰতীয় সম্প্ৰদায়ৰ অনুষ্ঠান অনুষ্ঠিত হ'ব এই আদৰণি গীতটো ভৱিষ্যতে বাৰে বাৰে বজোৱা হ'বই বুলি মই ন-দি ক’ব পাৰো। আপোনালোকক অভিনন্দন। আপোনালোকৰ দলে এগৰাকী প্ৰবাসী ভাৰতীয়ৰ আবেগ সুন্দৰভাৱে প্ৰকাশ কৰিছে, আপোনালোকক অভিনন্দন জনাইছোঁ।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ওড়িশাত ১৮ সংখ্যক প্ৰবাসী ভাৰতীয় দিৱস সন্মিলন উদ্বোধন কৰে
January 09th, 10:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ওড়িশাৰ ভূৱনেশ্বৰত ১৮ সংখ্যক প্ৰবাসী ভাৰতীয় দিৱস সন্মিলন উদ্বোধন কৰে। বিশ্বৰ ভিন্ন প্ৰান্তৰপৰা ইয়ালৈ অহা সকলো প্ৰতিনিধি আৰু প্ৰবাসী লোকসকলক আদৰণি জনাই শ্ৰী মোদীয়ে সমগ্ৰ বিশ্বতে ভৱিষ্যতে প্ৰবাসী ভাৰতীয়ৰ ভিন্ন অনুষ্ঠানত উদ্বোধনী গীতটো পৰিবেশন কৰা হ’ব বুলি আশা প্ৰকাশ কৰে। তেখেতে গ্ৰেমী বঁটা বিজয়ী শিল্পী ৰিকি কেজ আৰু তেওঁৰ টীমটোক প্ৰশংসাৰে কয় যে প্ৰবাসী ভাৰতীয়ৰ আৱেগ আৰু অনুভৱৰ অনুৰণন ঘটা গীতটি আশ্চৰ্য্যকৰ।কুৱেইটত ভাৰতীয় সম্প্ৰদায়ৰ অনুষ্ঠান 'হালা মোদী'ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
December 21st, 06:34 pm
মই মাত্ৰ আঢ়ৈ ঘণ্টা আগতে কুৱেইটত উপস্থিত হৈছোহি আৰু মই ইয়াত ভৰি দিয়াৰ পিছৰে পৰা মই চাৰিওফালে এক বেলেগ সম্পৰ্ক, এক পৃথক উষ্ণতা অনুভৱ কৰিছোঁ। আপোনালোক সকলো ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা আহিছে। কিন্তু আপোনালোক সকলোকে দেখি এনে লাগিছে যেন মোৰ সন্মুখত এখন ক্ষুদ্ৰ ভাৰতহে গঢ়ি উঠিছে। ইয়াত, উত্তৰ, দক্ষিণ, পূব আৰু পশ্চিমৰ প্ৰতিটো অঞ্চলৰ পৰা বিভিন্ন ভাষা কোৱা লোকসকলক মোৰ সন্মুখত দেখিবলৈ পাইছোঁ। কিন্তু সকলোৰে হৃদয়ত একেই প্ৰতিধ্বনি অনুৰণিত হৈ আছে। সকলোৰে হৃদয়ত কেৱল এটাই প্ৰতিধ্বনি অনুৰণিত হৈ আছে— ভাৰত মাতা কী জয়, ভাৰত মাতা কী জয়।Prime Minister Shri Narendra Modi addresses Indian Community at ‘Hala Modi’ event in Kuwait
December 21st, 06:30 pm
PM Modi addressed a large gathering of the Indian community in Kuwait. Indian nationals representing a cross-section of the community in Kuwait attended the event. The PM appreciated the hard work, achievement and contribution of the community to the development of Kuwait, which he said was widely recognised by the local government and society.নতুন দিল্লীত পোংগল উৎসৱৰ সময়ত দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
January 14th, 12:00 pm
পোংগলৰ পৱিত্ৰ দিনটোত তামিলনাডুৰ প্ৰতিটো ঘৰৰ পৰা পোংগল ধাৰাৰ প্ৰবাহ হয়। একেদৰেই আপোনালোকৰ জীৱনত সুখ, সমৃদ্ধি আৰু সন্তুষ্টিৰ সোঁত বৈ যোৱাটো মই কামনা কৰিলোঁ। কালি দেশত লোহৰী উৎসৱ অতি আড়ম্বৰেৰে উদযাপন কৰা হৈছে। একাংশ লোকে আজি মকৰ সংক্ৰান্তি-উত্তৰায়ণ পালন কৰিছে, কোনোবাই হয়তো কাইলৈ উদযাপন কৰিব। মাঘ বিহুও সমাগত। এই সকলো উৎসৱৰ বাবে সকলো দেশবাসীক মই অভিনন্দন জনাইছোঁ আৰু আন্তৰিক শুভেচ্ছা জনাইছোঁ।নতুন দিল্লীত পোংগাল উদযাপন অনুষ্ঠানত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ
January 14th, 11:30 am
এই উপলক্ষে আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে পোংগাল উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰি কয় যে তামিলনাডুৰ প্ৰতিখন ঘৰৰ পৰা নিৰ্গত হোৱা উৎসৱমুখৰ উৎসাহ-উদ্দীপনা প্ৰত্যক্ষ কৰিব পাৰি। শ্ৰী মোদীয়ে সকলো নাগৰিকৰ জীৱনত সুখ, সমৃদ্ধি আৰু সন্তুষ্টিৰ ধাৰাটোৰ অবিৰত প্ৰবাহ কামনা কৰে। কালি অনুষ্ঠিত লহৰী, আজি মকৰ উত্তৰায়ন, কাইলৈ উদযাপন হ’বলগীয়া মকৰ সংক্ৰান্তি আৰু ইয়াৰ পাছতে মাঘ বিহুৰ আৰম্ভ হোৱাৰ কথাও তেওঁ উল্লেখ কৰে। শ্ৰী মোদীয়ে দেশত চলি থকা উৎসৱৰ সময়ছোৱাৰ বাবে সকলো নাগৰিকলৈ শুভেচ্ছা জ্ঞাপন কৰে।‘লোহৰি’ উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰীয়ে
January 13th, 05:33 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘লোহৰি’ উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে।দেশবাসীলৈ ল’হৰীৰ শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ
January 13th, 06:21 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেশবাসীক ল’হৰীৰ শুভেচ্ছা জ্ঞাপন কৰে৷প্ৰধানমন্ত্ৰীয়ে লোহৰী উপলক্ষে জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰে
January 13th, 06:02 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লোহৰী উপলক্ষে জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰে। এক টুইটত প্ৰধানমন্ত্ৰীয়ে কয়, ‘সকলোকে লোহৰীৰ শুভকামনা জনাইছো। এই শুভ ক্ষণত মই সকলোৰে সুস্বাস্থ্য আৰু কল্যাণ কামনা কৰিছো। এই বিশেষ দিনটোৱে আমাৰ সমাজত ভাতৃত্ববোধৰ এনাজৰী অধিক কটকটীয়া কৰিব।’ক’ভিড-১৯ পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰীসকলৰ সৈতে বৈঠকত প্ৰধানমন্ত্ৰীৰ সামৰণি ভাষণৰ পাঠ
January 13th, 05:31 pm
ক’ভিডৰ পৰিপ্ৰেক্ষিতত জনস্বাস্থ্যৰ ক্ষেত্ৰত প্ৰস্তুতি আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত কোভিড ১৯ টিকাকৰণৰ অগ্ৰগতি সন্দৰ্ভত পৰ্যালোচনা কৰিবলৈ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ মুখ্যমন্ত্ৰী আৰু উপ ৰাজ্যপাল/প্ৰশাসকসকলৰ সৈতে এক উচ্চ পৰ্যায়ৰ বৈঠকত সভাপতিত্ব কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অমিত শ্বাহ, ডঃ মনসুখ মাণ্ডব্য, ৰাজ্যিক মন্ত্ৰী ডঃ ভাৰতী প্ৰবীণ পাৱাৰসহ উচ্চ পৰ্যায়ৰ বিষয়াসকল উপস্থিত আছিল। বৈঠকত বিষয়াসকলে দেশৰ মহামাৰীৰ শেহতীয়া পৰিস্থিতিৰ বিষয়ে সকলোকে অৱগত কৰে।ক’ভিড ১৯ৰ পৰিপ্ৰেক্ষিতত জনস্বাস্থ্যৰ ক্ষেত্ৰত প্ৰস্তুতি আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত কোভিড ১৯ টিকাকৰণৰ অগ্ৰগতি সন্দৰ্ভত পৰ্যালোচনা কৰিবলৈ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ মুখ্যমন্ত্ৰী আৰু উপৰাজ্যপাল/প্ৰশাসকসকলৰ সৈতে এক বিস্তৃত উচ্চ পৰ্যায়ৰ বৈঠকত সভাপতিত্ব কৰে প্ৰধানমন্ত্ৰীয়ে
January 13th, 05:30 pm
ক’ভিডৰ পৰিপ্ৰেক্ষিতত জনস্বাস্থ্যৰ ক্ষেত্ৰত প্ৰস্তুতি আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত কোভিড ১৯ টিকাকৰণৰ অগ্ৰগতি সন্দৰ্ভত পৰ্যালোচনা কৰিবলৈ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ মুখ্যমন্ত্ৰী আৰু উপ ৰাজ্যপাল/প্ৰশাসকসকলৰ সৈতে এক উচ্চ পৰ্যায়ৰ বৈঠকত সভাপতিত্ব কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অমিত শ্বাহ, ডঃ মনসুখ মাণ্ডব্য, ৰাজ্যিক মন্ত্ৰী ডঃ ভাৰতী প্ৰবীণ পাৱাৰসহ উচ্চ পৰ্যায়ৰ বিষয়াসকল উপস্থিত আছিল। বৈঠকত বিষয়াসকলে দেশৰ মহামাৰীৰ শেহতীয়া পৰিস্থিতিৰ বিষয়ে সকলোকে অৱগত কৰে।লহৰী উপলক্ষে দেশবাসীলৈ প্ৰধানমন্ত্ৰীৰ শুভেচ্ছাবাৰ্তা
January 13th, 06:57 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লহৰী উপলক্ষে দেশবাসীক শুভেচ্ছা জনাইছে।প্ৰধানমন্ত্ৰীয়ে কোভিড-১৯ৰ স্থিতি আৰু কোভিড-১৯ টীকাকৰণৰ বাবে প্ৰস্তুতিৰ সমীক্ষা কৰে
January 09th, 05:42 pm
প্ৰধানমন্ত্ৰীয়ে কোভিড টীকাকৰণৰ বাবে ৰাজ্য/কেন্দ্ৰীয় শাসিত প্ৰদেশৰ প্ৰস্তুতিৰ সৈতে দেশত কোভিড-১৯ৰ স্থিতিৰ সমীক্ষা কৰিবৰ বাবে আজি এখন উচ্চ-স্তৰীয় বৈঠকৰ অধ্যক্ষতা কৰে। বৈঠকত, কেবিনেট সচিব, প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব, স্বাস্থ্য সচিব আৰু অন্য সংশ্লিষ্ট জ্যেষ্ঠ বিষয়াই ভাগ লয়।স্বচ্ছতাৰ দৰে জল সংৰক্ষণতো জনসাধাৰণৰ অংশগ্ৰহণ বৃদ্ধি হৈছেঃ ‘মন কী বাত’ত প্ৰধানমন্ত্ৰী মোদী
January 26th, 04:48 pm
বছৰটোৰ প্ৰথমটো ‘মন কী বাত’ত প্ৰধানমন্ত্ৰী মোদীয়ে দেশবাসীক গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে৷ প্ৰধানমন্ত্ৰী মোদীয়ে ‘মন কী বাত’ কিদৰে শিক্ষা আৰু জ্ঞান বিনিময়ৰ প্লেটফ’ৰ্ম হৈ পৰিছে সেই বিষয়ে উল্লেখ কৰে৷ তেওঁ জল সংৰক্ষণ, খেলো ইণ্ডিয়া, ফিট ইণ্ডিয়া, ব্ৰু-ৰিয়াং শৰণাৰ্থীসকলৰ সমস্যা সমাপ্তিৰ ঐতিহাসিক চুক্তি, গগনযান আৰু পদ্ম বঁটা আদিৰ দৰে কেইবাটাও বিষয় সম্পৰ্কে উল্লেখ কৰে৷জনসাধাৰণক লোহৰি উপলক্ষে প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা
January 13th, 07:51 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণক লোহৰি উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে৷দেশবাসীক লোহৰি উৎসৱৰ শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ
January 13th, 04:45 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক লোহৰি উৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰিছে৷