নতুন দিল্লীত পোংগল উৎসৱৰ সময়ত দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

January 14th, 12:00 pm

পোংগলৰ পৱিত্ৰ দিনটোত তামিলনাডুৰ প্ৰতিটো ঘৰৰ পৰা পোংগল ধাৰাৰ প্ৰবাহ হয়। একেদৰেই আপোনালোকৰ জীৱনত সুখ, সমৃদ্ধি আৰু সন্তুষ্টিৰ সোঁত বৈ যোৱাটো মই কামনা কৰিলোঁ। কালি দেশত লোহৰী উৎসৱ অতি আড়ম্বৰেৰে উদযাপন কৰা হৈছে। একাংশ লোকে আজি মকৰ সংক্ৰান্তি-উত্তৰায়ণ পালন কৰিছে, কোনোবাই হয়তো কাইলৈ ​​উদযাপন কৰিব। মাঘ বিহুও সমাগত। এই সকলো উৎসৱৰ বাবে সকলো দেশবাসীক মই অভিনন্দন জনাইছোঁ আৰু আন্তৰিক শুভেচ্ছা জনাইছোঁ।

নতুন দিল্লীত পোংগাল উদযাপন অনুষ্ঠানত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ

January 14th, 11:30 am

এই উপলক্ষে আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে পোংগাল উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰি কয় যে তামিলনাডুৰ প্ৰতিখন ঘৰৰ পৰা নিৰ্গত হোৱা উৎসৱমুখৰ উৎসাহ-উদ্দীপনা প্ৰত্যক্ষ কৰিব পাৰি। শ্ৰী মোদীয়ে সকলো নাগৰিকৰ জীৱনত সুখ, সমৃদ্ধি আৰু সন্তুষ্টিৰ ধাৰাটোৰ অবিৰত প্ৰবাহ কামনা কৰে। কালি অনুষ্ঠিত লহৰী, আজি মকৰ উত্তৰায়ন, কাইলৈ উদযাপন হ’বলগীয়া মকৰ সংক্ৰান্তি আৰু ইয়াৰ পাছতে মাঘ বিহুৰ আৰম্ভ হোৱাৰ কথাও তেওঁ উল্লেখ কৰে। শ্ৰী মোদীয়ে দেশত চলি থকা উৎসৱৰ সময়ছোৱাৰ বাবে সকলো নাগৰিকলৈ শুভেচ্ছা জ্ঞাপন কৰে।

‘লোহৰি’ উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰীয়ে

January 13th, 05:33 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘লোহৰি’ উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে।

দেশবাসীলৈ ল’হৰীৰ শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

January 13th, 06:21 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেশবাসীক ল’হৰীৰ শুভেচ্ছা জ্ঞাপন কৰে৷

প্ৰধানমন্ত্ৰীয়ে লোহৰী উপলক্ষে জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰে

January 13th, 06:02 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লোহৰী উপলক্ষে জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰে। এক টুইটত প্ৰধানমন্ত্ৰীয়ে কয়, ‘সকলোকে লোহৰীৰ শুভকামনা জনাইছো। এই শুভ ক্ষণত মই সকলোৰে সুস্বাস্থ্য আৰু কল্যাণ কামনা কৰিছো। এই বিশেষ দিনটোৱে আমাৰ সমাজত ভাতৃত্ববোধৰ এনাজৰী অধিক কটকটীয়া কৰিব।’

ক’ভিড-১৯ পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰীসকলৰ সৈতে বৈঠকত প্ৰধানমন্ত্ৰীৰ সামৰণি ভাষণৰ পাঠ

January 13th, 05:31 pm

ক’ভিডৰ পৰিপ্ৰেক্ষিতত জনস্বাস্থ্যৰ ক্ষেত্ৰত প্ৰস্তুতি আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত কোভিড ১৯ টিকাকৰণৰ অগ্ৰগতি সন্দৰ্ভত পৰ্যালোচনা কৰিবলৈ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ মুখ্যমন্ত্ৰী আৰু উপ ৰাজ্যপাল/প্ৰশাসকসকলৰ সৈতে এক উচ্চ পৰ্যায়ৰ বৈঠকত সভাপতিত্ব কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অমিত শ্বাহ, ডঃ মনসুখ মাণ্ডব্য, ৰাজ্যিক মন্ত্ৰী ডঃ ভাৰতী প্ৰবীণ পাৱাৰসহ উচ্চ পৰ্যায়ৰ বিষয়াসকল উপস্থিত আছিল। বৈঠকত বিষয়াসকলে দেশৰ মহামাৰীৰ শেহতীয়া পৰিস্থিতিৰ বিষয়ে সকলোকে অৱগত কৰে।

ক’ভিড ১৯ৰ পৰিপ্ৰেক্ষিতত জনস্বাস্থ্যৰ ক্ষেত্ৰত প্ৰস্তুতি আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত কোভিড ১৯ টিকাকৰণৰ অগ্ৰগতি সন্দৰ্ভত পৰ্যালোচনা কৰিবলৈ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ মুখ্যমন্ত্ৰী আৰু উপৰাজ্যপাল/প্ৰশাসকসকলৰ সৈতে এক বিস্তৃত উচ্চ পৰ্যায়ৰ বৈঠকত সভাপতিত্ব কৰে প্ৰধানমন্ত্ৰীয়ে

January 13th, 05:30 pm

ক’ভিডৰ পৰিপ্ৰেক্ষিতত জনস্বাস্থ্যৰ ক্ষেত্ৰত প্ৰস্তুতি আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত কোভিড ১৯ টিকাকৰণৰ অগ্ৰগতি সন্দৰ্ভত পৰ্যালোচনা কৰিবলৈ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ মুখ্যমন্ত্ৰী আৰু উপ ৰাজ্যপাল/প্ৰশাসকসকলৰ সৈতে এক উচ্চ পৰ্যায়ৰ বৈঠকত সভাপতিত্ব কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অমিত শ্বাহ, ডঃ মনসুখ মাণ্ডব্য, ৰাজ্যিক মন্ত্ৰী ডঃ ভাৰতী প্ৰবীণ পাৱাৰসহ উচ্চ পৰ্যায়ৰ বিষয়াসকল উপস্থিত আছিল। বৈঠকত বিষয়াসকলে দেশৰ মহামাৰীৰ শেহতীয়া পৰিস্থিতিৰ বিষয়ে সকলোকে অৱগত কৰে।

লহৰী উপলক্ষে দেশবাসীলৈ প্ৰধানমন্ত্ৰীৰ শুভেচ্ছাবাৰ্তা

January 13th, 06:57 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লহৰী উপলক্ষে দেশবাসীক শুভেচ্ছা জনাইছে।

প্ৰধানমন্ত্ৰীয়ে কোভিড-১৯ৰ স্থিতি আৰু কোভিড-১৯ টীকাকৰণৰ বাবে প্ৰস্তুতিৰ সমীক্ষা কৰে

January 09th, 05:42 pm

প্ৰধানমন্ত্ৰীয়ে কোভিড টীকাকৰণৰ বাবে ৰাজ্য/কেন্দ্ৰীয় শাসিত প্ৰদেশৰ প্ৰস্তুতিৰ সৈতে দেশত কোভিড-১৯ৰ স্থিতিৰ সমীক্ষা কৰিবৰ বাবে আজি এখন উচ্চ-স্তৰীয় বৈঠকৰ অধ্যক্ষতা কৰে। বৈঠকত, কেবিনেট সচিব, প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব, স্বাস্থ্য সচিব আৰু অন্য সংশ্লিষ্ট জ্যেষ্ঠ বিষয়াই ভাগ লয়।

স্বচ্ছতাৰ দৰে জল সংৰক্ষণতো জনসাধাৰণৰ অংশগ্ৰহণ বৃদ্ধি হৈছেঃ ‘মন কী বাত’ত প্ৰধানমন্ত্ৰী মোদী

January 26th, 04:48 pm

বছৰটোৰ প্ৰথমটো ‘মন কী বাত’ত প্ৰধানমন্ত্ৰী মোদীয়ে দেশবাসীক গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে৷ প্ৰধানমন্ত্ৰী মোদীয়ে ‘মন কী বাত’ কিদৰে শিক্ষা আৰু জ্ঞান বিনিময়ৰ প্লেটফ’ৰ্ম হৈ পৰিছে সেই বিষয়ে উল্লেখ কৰে৷ তেওঁ জল সংৰক্ষণ, খেলো ইণ্ডিয়া, ফিট ইণ্ডিয়া, ব্ৰু-ৰিয়াং শৰণাৰ্থীসকলৰ সমস্যা সমাপ্তিৰ ঐতিহাসিক চুক্তি, গগনযান আৰু পদ্ম বঁটা আদিৰ দৰে কেইবাটাও বিষয় সম্পৰ্কে উল্লেখ কৰে৷

জনসাধাৰণক লোহৰি উপলক্ষে প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

January 13th, 07:51 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণক লোহৰি উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে৷

দেশবাসীক লোহৰি উৎসৱৰ শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

January 13th, 04:45 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক লোহৰি উৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰিছে৷

PM modi greets the people on Lohri

January 13th, 07:49 pm

The Prime Minister, Shri Narendra Modi, has greeted the people on the occasion of Lohri. Happy Lohri! May this festival bring happiness, good health and prosperity in everyone's lives, tweeted the PM.

PM conveys heartfelt greetings to fellow countrymen and women on occasion of various festivals across the Nation

January 14th, 11:00 am

PM conveys heartfelt greetings to fellow countrymen and women on occasion of various festivals across the Nation