ক’ভিড-১৯ ৰ পৰিস্থিতি সন্দৰ্ভত কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত-বিনিময়ৰ অসমীয়া অনুবাদ
July 16th, 12:07 pm
ক’ৰোনাৰ বিৰুদ্ধে দেশখনৰ যুঁজত আপোনালোক সকলোৱে বহু গুৰুত্বপূৰ্ণ প্ৰসংগত আপোনালোকৰ স্থিতি দাঙি ধৰিছে। মাথো দুদিন পূৰ্বে, মই উত্তৰ পূবৰ সকলো সন্মানীয় মুখ্যমন্ত্ৰীসকলৰ সৈতেও এই প্ৰসংগত আলোচনা কৰিবলৈ সুযোগ পাইছিলো। মই ইয়াৰ যিকেইখন ৰাজ্যত পৰিস্থিতিৰ অধিক অৱনতি ঘটিছে, সেইকেইখনৰ ক্ষেত্ৰত বিশেষভাৱে কৈছো।ছখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰে ক’ভিড পৰিস্থিতি সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ আলোচনা
July 16th, 12:06 pm
ক’ভিড সম্পৰ্কীয় পৰিস্থিতি সন্দৰ্ভত তামিলনাডু, অন্ধ্ৰ প্ৰদেশ, কৰ্ণাটক, ওড়িশা, মহাৰাষ্ট্ৰ আৰু কেৰালাৰ মুখ্যমন্ত্ৰীকেইগৰাকীৰে এক আলোচনাত মিলিত হয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী। আলোচনা সভাখনত কেন্দ্ৰীয় গৃহ মন্ত্ৰী, স্বাস্থ্য মন্ত্ৰীয়েও অংশ গ্ৰহণ কৰে। ক’ভিড পৰিস্থিতি চম্ভলাৰ ক্ষেত্ৰত সম্ভৱপৰ সকলো সহায় আগবঢ়োৱাৰ বাবে মুখ্যমন্ত্ৰীসকলে প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে। তেওঁলোকে প্ৰতিষেধক প্ৰদান অভিযানৰ অগ্ৰগতি আৰু ক’ৰোনাৰ সংক্ৰমণ ৰোধৰ বাবে ৰাজ্যসমূহত গ্ৰহণ কৰা পদক্ষেপ সম্পৰ্কীয় যাৱতীয় তথ্য প্ৰধানমন্ত্ৰীক অৱগত কৰে। আলোচনা কালত তেওঁলোকে প্ৰতিষেধক প্ৰদান অভিযানত গ্ৰহণ কৰা কৌশল সন্দৰ্ভত ৰাইজৰ মতামত সন্দৰ্ভতো তথ্য দাঙি ধৰে।ক’ভিড-১৯ পৰিস্থিতি সন্দৰ্ভত দেশবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া ৰূপান্তৰ
April 20th, 08:49 pm
দেশখনে আজি পুনৰ কৰোনাৰ বিৰুদ্ধে এটা ডাঙৰ যুঁজৰ প্ৰস্তুতি কৰিছে। কেইসপ্তাহমান আগতে পৰিস্থিতি নিয়ন্ত্ৰণত আছিল আৰু তাৰ পিছতে কৰোনাৰ দ্বিতীয়টো ঢৌৱে ধুমুহা হৈ যেন আহি পৰিছে। আপোনালোকে যি দুখ, যি বেদনা ভুগি আছে সেয়া মই সম্পূৰ্ণৰূপে অনুভৱ কৰোঁ। সকলো দেশবাসীৰ হৈ মই বিগত দিনসমূহত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছো। পৰিয়ালৰ এজন সদস্য হিচাপে, মই আপোনালোকৰ দুখৰ সৈতে সমভাগী। প্ৰত্যাহ্বানটো ডাঙৰ, কিন্তু আমি একেলগে আমাৰ সংকল্প, আমাৰ সাহস আৰু প্ৰস্তুতিৰ দ্বাৰা ইয়াক অতিক্ৰম কৰিব লাগিব।ক’ভিড-১৯ পৰিস্থিতি সন্দৰ্ভত দেশবাসীক সম্বোধন প্ৰধানমন্ত্ৰীৰ
April 20th, 08:46 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কোভিড-১৯ পৰিস্থিতি সন্দৰ্ভত দেশবাসীক সম্বোধন কৰে।২৮.০৩.২০২১ তাৰিখে ‘মন কী বাত’ৰ ৭৫তম খণ্ডত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া ৰূপান্তৰ
March 28th, 11:30 am
২৮.০৩.২০২১ তাৰিখে ‘মন কী বাত’ৰ ৭৫তম খণ্ডত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া ৰূপান্তৰ‘প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ বঁটা প্ৰাপক’সকলৰ সৈতে প্ৰধানমন্ত্ৰীয়ে কৰা মত বিনিময়ৰ পূৰ্ণ পাঠ
January 25th, 12:08 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেঞ্চৰ মাধ্যমত প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ (পিএমআৰবিপি)ৰ বিজেতাসকলৰ সৈতে বাৰ্তালাপ কৰে। কেন্দ্ৰীয় মহিলা আৰু শিশু বিকাশ মন্ত্ৰী শ্ৰীমতী স্মৃতি জুবিন ইৰাণীও এই অনুষ্ঠানত উপস্থিত আছিল।প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ, ২০২১ৰ বিজেতাসকলৰ সৈতে বাৰ্তালাপ কৰে
January 25th, 12:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেঞ্চৰ মাধ্যমত প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ (পিএমআৰবিপি)ৰ বিজেতাসকলৰ সৈতে বাৰ্তালাপ কৰে। কেন্দ্ৰীয় মহিলা আৰু শিশু বিকাশ মন্ত্ৰী শ্ৰীমতী স্মৃতি জুবিন ইৰাণীও এই অনুষ্ঠানত উপস্থিত আছিল।কোভিড-১৯ টীকাকৰণ অভিযানৰ সৰ্ব-ভাৰতীয় শুভাৰম্ভ কৰি প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ পাঠ
January 16th, 10:31 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে সমগ্ৰ দেশ জুৰি ক’ৰোনা টীকাকৰণ কাৰ্যসূচীৰ সূচনা কৰে। ই হৈছে বিশ্বৰ ভিতৰতে বৃহত্তম টীকাকৰণ অভিযান। প্ৰধানমন্ত্ৰীৰ এই টীকা অভিযান উদ্বোধনৰ সময়খিনি সমগ্ৰ দেশতে ৩ হাজাৰ ৬ টা সংযোগৰ মাধ্যমে দেখুওৱা হৈছে।সমগ্ৰ দেশতে ক’ৰোনা টীকাদান কাৰ্যসূচীৰ শুভাৰম্ভ কৰিলে প্ৰধানমন্ত্ৰীয়ে
January 16th, 10:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে সমগ্ৰ দেশ জুৰি ক’ৰোনা টীকাকৰণ কাৰ্যসূচীৰ সূচনা কৰে। ই হৈছে বিশ্বৰ ভিতৰতে বৃহত্তম টীকাকৰণ অভিযান। প্ৰধানমন্ত্ৰীৰ এই টীকা অভিযান উদ্বোধনৰ সময়খিনি সমগ্ৰ দেশতে ৩ হাজাৰ ৬ টা সংযোগৰ মাধ্যমে দেখুওৱা হৈছে।১৭ নৱেম্বৰ, ২০২০ত ৩য় বাৰ্ষিক ব্লুমবাৰ্গ নতুন অৰ্থনীতি সন্মিলনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পূৰ্ণ পা
November 17th, 06:42 pm
মাইকেল আৰু তেওঁৰ টীমে ব্লুমবাৰ্গ ফিলানথ্ৰ’পিছত কৰা লক্ষ্যণীয় কৰ্মৰাজিৰ বাবে মই শলাগ লৈছো। ভাৰতৰ স্মাৰ্ট টিটি অভিযানৰ ৰূপৰেখা অংকনত এই টীমটোৱে অতি উত্তম সহযোগিতা আগবঢ়াইছে।India has exciting opportunities for investment in urbanization, PM tells investors
November 17th, 06:41 pm
PM Narendra Modi invited the investors to invest in the Indian urbanization. Speaking at the 3rd Annual Bloomberg New Economy Forum via video conferencing, the PM said, “If you are looking to invest in urbanisation, India has exciting opportunities for you. If you are looking to invest in mobility, India has exciting opportunities for you.উত্তৰ প্ৰদেশৰ পিএম স্বনিধি আঁচনিৰ হিতাধিকাৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপৰ অসমীয়া ৰূপান্তৰ
October 27th, 10:35 am
কিছু দেৰী পূৰ্বে প্ৰধানমন্ত্ৰী স্বনিধি যোজনাৰ সকলো হিতাধিকাৰীৰ সৈতে বাৰ্তালাপ কৰি আছিলো, তেতিয়া মই অনুভৱ কৰিলো যে সকলো সুখী হৈছে আৰু আচৰিতো হৈছো৷ পূৰ্বতে চাকৰি কৰা লোকসকলে ঋণৰ বাবে বেংকলৈ অহা-যোৱা কৰিব লাগিছিল৷ দৰিদ্ৰ লোক, পদপথৰ ব্যৱসায়ীসকলে বেংকৰ ভিতৰলৈ যোৱাৰ বিষয়ে কল্পনাও কৰিব পৰা নাছিল৷ কিন্তু আজি বেংকে নিজে তেওঁলোকৰ দুৱাৰমুখত উপস্থিত হৈছে৷ কোনো দৌৰা-দৌৰি নকৰাকৈ নিজৰ কাম আৰম্ভ কৰাৰ বাবে ঋণ পোৱা গৈছে৷ আপোনালোকৰ মুখত এই সন্তোষ দেখি মইও সন্তোষিত হৈছো৷ আপোনালোক সকলোকে আপোনালোকৰ কামৰ বাবে, আত্মনিৰ্ভৰ হৈ আগবাঢ়ি যোৱাৰ বাবে, উত্তৰ প্ৰদেশ আৰু দেশক আগুৱাই লৈ যোৱাৰ বাবে অনেক শুভকামনা জনাইছো৷PM Modi interacts with beneficiaries of PM SVANidhi Scheme from Uttar Pradesh
October 27th, 10:34 am
PM Narendra Modi interacted with beneficiaries of PM SVANIDHI Yojana from Uttar Pradesh through video conferencing. The Prime Minister said for the first time since independence street vendors are getting unsecured affordable loans. He said the maximum applications of urban street vendors have come from UP.২৫.১০.২০২০ তাৰিখে সম্প্ৰচাৰিত ‘মন কী বাত ২.০’ৰ ১৭তম খণ্ডত প্ৰধানমন্ত্ৰী প্ৰদান কৰা ভাষণৰ অসমীয়া ৰূপান্তৰ
October 25th, 11:00 am
বন্ধুসকল, যেতিয়া আমি উৎসৱ আৰু উৎসৱৰ প্ৰস্তুতিৰ বিষয়ে কথা কও তেতিয়া বজাৰলৈ কেতিয়া যাম, কি কিনিম, এইবোৰ কথাই প্ৰথমে চিন্তা কৰো৷ বিশেষকৈ শিশুসকল এই বিষয়ত অধিক উৎসাহী হৈ থাকে৷ উৎসৱৰ বতৰত তেওঁলোকে কি কি উপহাৰ লাভ কৰিব সেই বিষয়ে তেওঁলোক উৎসুক হৈ থাকে৷ উৎসৱৰ আনন্দ আৰু বজাৰৰ জাকজমকৰ মাজত আন্তঃসম্বন্ধ আছে৷ কিন্তু এইবাৰ যেতিয়াই আপোনালোকে বজাৰলৈ যাব তেতিয়াই আমাৰ ‘ভকেল ফ’ৰ লোকেল’ৰ বিষয়ে মনত ৰাখিব৷ বজাৰৰ পৰা বস্তু ক্ৰয় কৰোতে আমি স্থানীয় সামগ্ৰীক প্ৰাধান্য দিব লাগিব৷কৃষি খণ্ড, আমাৰ কৃষক, আমাৰ গাওঁসমূহ আত্মনিৰ্ভৰ ভাৰতৰ ভেঁটি: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
September 27th, 11:00 am
সাধুৱে মানুহৰ ৰচনাত্মক আৰু সংবেদনশীল স্বভাৱক উন্মোচিত কৰে৷ সাধুৰ শক্তি অনুভূত কৰিবলৈ হ’লে যেতিয়া কোনো মাকে নিজৰ সৰু সন্তানক শোৱাবলৈ অথবা তাক খাদ্য খুৱাবলৈ সাধু শুনায়, সেয়া প্ৰত্যক্ষ কৰক৷ মই নিজৰ জীৱনত বহু সময়লৈ পৰিব্ৰাজকৰ দৰে অতিবাহিত কৰিছো৷ প্ৰতিদিনে নতুন গাঁও, নতুন লোক, নতুন পৰিয়াল..কিন্তু যেতিয়া মই পৰিয়ালবোৰৰ ওচৰলৈ গৈছিলো তেতিয়া মই শিশুসকলৰ সৈতে কথা পাতিছিলো আৰু কেতিয়াবা কেতিয়াবা শিশুসকলক কৈছিলো যে মোক সাধু শুনোৱা৷ মই আচৰিত হৈ গৈছিল যেতিয়া শিশুসকলে মোক কৈছিল, নহয় খুড়া নহয়, সাধু নহয়, আমি কৌতুক শুনাম, আৰু মোকো তেওঁলোকে এয়াই কৈছিল যে খুড়া আপুনিও আমাক কৌতুক শুনাওক৷ অৰ্থাৎ তেওঁলোক সাধুৰ সৈতে পৰিচিত নাছিল৷ অধিকাংশৰ জীৱন কৌতুকতেই সীমাৱদ্ধ হৈ ৰৈছিল৷ফিট ইণ্ডিয়া অভিযানৰ প্ৰথমটো বৰ্ষপূৰ্তি উপলক্ষে আয়োজন কৰা ফিট ইণ্ডিয়া ডায়লগত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ লিখিত ৰূ
September 24th, 12:01 pm
আজি সমগ্ৰ দেশক অনুপ্ৰাণিত কৰা এনে সাতগৰাকী মহানুভৱৰ প্ৰতি বিশেষ কৃতজ্ঞতা ব্যক্ত কৰিছো, কিয়নো আপোনালোকে আপোনালোকৰ ব্যস্ত সময়সূচীৰ পৰা সময় উলিয়াইছে আৰু আপোনালোকৰ নিজৰ অনুভৱ ব্যক্ত কৰিছে। আপোনালোকে ফিটনেছৰ ভিন ভিন দিশৰ ওপৰত আপোনালোকৰ নিজৰ যিবোৰ অভিজ্ঞতা আেমাৰ সকলোৰে সমূখত বৰ্ণনা কৰিছে, সি নিশ্চিতভাৱে দেশৰ প্ৰতিটো প্ৰজন্মকে লাভৱান্বিত কৰিব, সেয়া মই অনুভৱ কৰিছো। আজিৰ এই আলোচনা যিকোনো বয়সৰ লোকৰ বাবে আৰু ভিন ভিন ৰুচি অভিৰুচিৰ লোকৰ বাবেই যথেষ্ট লাভদায়ক বিবেচিত হ’ব। ফিট ইণ্ডিয়া অভিযানৰ প্ৰথমটো বৰ্ষপূৰ্তি উপলক্ষে মই প্ৰতিগৰাকী দেশবাসীৰে সুস্বাস্থ্য কামনা কৰিছো।প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে বয়সোপযোগী ফিটনেছ প্ৰট’ক
September 24th, 12:00 pm
এই উপলক্ষে শ্ৰী মোদীয়ে বিভিন্ন ক্ৰীড়াবিদ, ফিটনেছ বিশেষজ্ঞ আৰু অন্যান্য ব্যক্তিসকলৰ সৈতে বাৰ্তালাপ কৰে৷ এই ভাৰ্চুৱেল অনুষ্ঠানত অনানুষ্ঠনিক পদ্ধতিৰে অংশগ্ৰহণকাৰীসকলে নিজৰ জীৱনৰ অভিজ্ঞতা তথা ফিটনেছ মন্ত্ৰ প্ৰধানমন্ত্ৰীৰ সৈতে বিনিময় কৰে৷সৰ্বাধিক ক’ভিড ৰোগী থকা ৭খন ৰাজ্য আৰু কেন্দ্ৰীয় অঞ্চলৰ মুখ্যমন্ত্ৰী আৰু স্বা্স্থ্য মন্ত্ৰীৰ সৈতে ভাৰ্চুৱেল বৈঠকত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবা
September 23rd, 07:35 pm
এয়া এনে এক সংযোগ যে যিসময়ত আমি ক’ৰোনা সংকটৰ সন্দৰ্ভত আলোচনা কৰিছো, একেসময়তে দেশৰ স্বাস্থ্য ইতিহাসৰ অতি গুৰুত্বপূৰ্ণ দিন৷৭ অত্যধিক প্ৰভাৱিত ৰাজ্যত কভিড প্ৰস্তুতি আৰু সঁহাৰিৰ পৰ্যালোচনা কৰিলে প্ৰধানমন্ত্ৰীয়
September 23rd, 07:30 pm
কভিড প্ৰস্তুতি আৰু সঁহাৰিৰ পৰ্যালোচনা কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে আজি ৭ ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু আন উচ্চপদস্থ বিষয়াসকলৰ সৈতে এক বৈঠকত মিলিত হয়। এই বৈঠকত উপস্থিত থাকে গৃহমন্ত্ৰী, প্ৰতিৰক্ষা মন্ত্ৰী, স্বাস্থ্য মন্ত্ৰী, অন্ধ্ৰ প্ৰদেশ, তামিলনাডু, কৰ্ণাটক, মহাৰাষ্ট্ৰ, দিল্লী, পঞ্জাৱ আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে উক্ত ৰাজ্যসমূহৰ গৃহমন্ত্ৰীসকল, স্বাস্থ্য মন্ত্ৰীসকল, মুখ্য সচিবসকল, স্বাস্থ্য সচিবসকল, গৃহ সচিবসকল আৰু আৰক্ষী সঞ্চালক প্ৰধানসকল। প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ বিষয়াসকল, কেবিনেট সচিবসকল, নীতি আয়োগৰ সদস্যসকল আৰু স্বাস্থ্য, গৃহ, আইচিএমআৰৰ সচিবসকলৰ লগতে অন্যান্য বিষয়াবৰ্গ।Govt is able to provide free food grains to the poor and the needy due to our farmers & taxpayers: PM
June 30th, 04:01 pm
In his address to the nation, Prime Minister Modi announced that the Pradhan Mantri Garib Kalyan Anna Yojana will now be extended till the end of November. The biggest benefit of this will be to those poor people and especially the migrant workers. The PM also thanked the hardworking farmers and the honest taxpayers, because of whom the government was being able to provide free food grains to the poor.