‘কোচী-মাংগালুৰু প্ৰাকৃতিক গেছ পাইপলাইন’ ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰি দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

January 05th, 11:01 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে কোচি-মাঙ্গলুৰু প্ৰাকৃতিক গেছৰ পাইপলাইন ৰাষ্ট্ৰৰ বাবে উৎসৰ্গা কৰিলে। ‘ওৱান নেশ্যন ওৱান গেছ গ্ৰীড’ সৃষ্টিৰ অৰ্থে এই কাৰ্যসূচী এটা গুৰুত্বপূৰ্ণ মাইলৰ খুটি হৈ ৰ’ব। কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰীকে ধৰি কৰ্ণাটক আৰু কেৰালাৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীসকলো এই কাৰ্যসূচীত উপস্থিত থাকে।

ৰাষ্ট্ৰৰ বাবে কোচি-মাঙ্গলুৰু প্ৰাকৃতিক গেছৰ পাইপলাইন উৎসৰ্গা কৰিলে প্ৰধানমন্ত্ৰীয়ে

January 05th, 11:00 am