গোৱাৰ আগুয়াডা দুৰ্গত ভাৰতীয় লাইটহাউচ মহোৎসৱ উদ্বোধন হোৱাক লৈ সুখ প্ৰকাশ কৰিলে প্ৰধানমন্ত্ৰীয়ে
September 24th, 11:21 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে লাইটহাউছক মূল পৰ্যটন স্থান হিচাপে বৃদ্ধি পোৱা উৎসাহ দেখি তেওঁ আনন্দিত হৈছে।কেন্দ্ৰ-ৰাজ্য বিজ্ঞান সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
September 10th, 10:31 am
'কেন্দ্ৰ-ৰাজ্য বিজ্ঞান সন্মিলন'ৰ এই গুৰুত্বপূৰ্ণ অনুষ্ঠানত মই আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু অভিনন্দন জনাইছো। এই অনুষ্ঠানটো আজিৰ নতুন ভাৰতত আমি বহন কৰি থকা 'সবকা প্ৰয়াস'ৰ আত্মাৰ এক জীৱন্ত উদাহৰণ।PM inaugurates ‘Centre-State Science Conclave’ in Ahmedabad via video conferencing
September 10th, 10:30 am
PM Modi inaugurated the ‘Centre-State Science Conclave’ in Ahmedabad. The Prime Minister remarked, Science is like that energy in the development of 21st century India, which has the power to accelerate the development of every region and the development of every state.লক্ষ্ণৌত ‘আজাদী@৭৫’ সন্মিলন আৰু বাণিজ্য মেলা উদ্বোধন কৰি দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
October 05th, 10:31 am
উত্তৰ প্ৰদেশৰ ৰাজ্যপাল শ্ৰীমতী আনন্দীবেন পেটেল জী, কেন্দ্ৰীয় মন্ত্ৰীমণ্ডলৰ মোৰ সহযোগী আৰু লক্ষ্ণৌৰ সাংসদ, আমাৰ জ্যেষ্ঠ সতীৰ্থ শ্ৰীমান ৰাজনাথ সিং জী, শ্ৰী হৰদীপ সিং পুৰী জী, মহেন্দ্ৰ নাথ পাণ্ডে জী, ইয়াৰ লোকপ্ৰিয় মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ জী, উপ মুখ্যমন্ত্ৰী শ্ৰী কেশৱপ্ৰসাদ মৌৰ্য জী, শ্ৰী বিনোদ শৰ্মা জী, কেন্দ্ৰীয় মন্ত্ৰীমণ্ডলৰ মোৰ সহযোগী শ্ৰীমান কৌশল কিশোৰ জী, ৰাজ্য চৰকাৰৰ মন্ত্ৰীসকল, বিধায়কসকল, দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা আদৰণীয় মন্ত্ৰীসকল, উপস্থিত মহানুভৱসকলৰ লগতে উত্তৰ প্ৰদেশৰ মোৰ প্ৰিয় ভাই-ভনীসকল!PM inaugurates ‘Azadi@75 – New Urban India: Transforming Urban Landscape’ Conference-cum-Expo in Lucknow
October 05th, 10:30 am
PM Narendra Modi inaugurated ‘Azadi@75 – New Urban India: Transforming Urban Landscape’ Conference-cum-Expo in Lucknow. He digitally handed over house keys to 75,000 beneficiaries of Awas Yojana in 75 districts of Uttar Pradesh.২৫.০৭.২০২১ তাৰিখে ‘মন কী বাত’ৰ ৭৯তম খণ্ডত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
July 25th, 09:44 am
দুদিন পূৰ্বৰ কিছুমান অদভূত ছবি, কিছু স্মৃতিদায়ক পল এতিয়াও মোৰ চকুত ভাঁহি আছে, সেইবাবে এইবাৰ ‘মন কী বাত’ৰ আৰম্ভণি সেই ক্ষণটোৰ পৰা আৰম্ভ কৰিবলৈ বিচাৰিছো ৷ টকিঅ’ অলিম্পিকত ভাৰতীয় খেলুৱৈয়ে ত্ৰিৰংগা লৈ আগবাঢ়ি যোৱাৰ ক্ষণটোত কেৱল ময়েই নহয়, সমগ্ৰ দেশ ৰোমাঞ্চিত হৈ উঠিছে ৷ সমগ্ৰ দেশে, যেন ঐক্যৱদ্ধ হৈ আমাৰ যোদ্ধাসকলক কৈছে –২৮.০৩.২০২১ তাৰিখে ‘মন কী বাত’ৰ ৭৫তম খণ্ডত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া ৰূপান্তৰ
March 28th, 11:30 am
২৮.০৩.২০২১ তাৰিখে ‘মন কী বাত’ৰ ৭৫তম খণ্ডত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া ৰূপান্তৰ