ছিংগাপুৰৰ জ্যেষ্ঠ মন্ত্ৰী লী ছিয়েন লুঙৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক

September 05th, 02:18 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ছিংগাপুৰৰ জ্যেষ্ঠ মন্ত্ৰী তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচ ই লী ছিয়েন লুঙক সাক্ষাৎ কৰে। জ্যেষ্ঠ মন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীৰ সন্মানাৰ্থে মধ্যাহ্ন ভোজমেলৰ আয়োজন কৰে।

PM Modi arrives in Singapore

September 04th, 02:00 pm

PM Modi arrived in Singapore. He will hold talks with President Tharman Shanmugaratnam, Prime Minister Lawrence Wong, Senior Minister Lee Hsien Loong and Emeritus Senior Minister Goh Chok Tong.

ব্ৰুনেই দাৰুছালাম আৰু ছিংগাপুৰ ভ্ৰমণ প্ৰধানমন্ত্ৰীৰ

September 03rd, 07:30 am

অহা দুদিনত ব্ৰুনেই দাৰুছলাম আৰু ছিংগাপুৰ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। ভাৰত-ব্ৰুনেই দাৰুছলামত প্ৰধানমন্ত্ৰী মোদীয়ে মহামহিম চুলতান হাজী হাছানাল বলকিয়াক সাক্ষাৎ কৰিব। ছিংগাপুৰত ৰাষ্ট্ৰপতি থাৰমান শ্বানমুগাৰত্নম, প্ৰধানমন্ত্ৰী লৰেন্স ৱং, জ্যেষ্ঠ মন্ত্ৰী লি ছিয়েন লুং আৰু এমেৰিটাছ জ্যেষ্ঠ মন্ত্ৰী গহ চক টঙৰ সৈতে আলোচনাত মিলিত হ’ব।

Prime Minister’s meeting with the Prime Minister of Singapore on the sidelines of G-20 Summit in Bali

November 16th, 02:49 pm

PM Modi met PM Lee Hsien Loong of Singapore, on the sidelines of G-20 Summit in Bali. Both the Prime Ministers took note of the strong Strategic Partnership between India and Singapore and regular high level Ministerial and institutional interactions, including the inaugural session of the India-Singapore Ministerial Roundtable, held at New Delhi in September 2022.

২৫.০৭.২০২১ তাৰিখে ‘মন কী বাত’ৰ ৭৯তম খণ্ডত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ

July 25th, 09:44 am

দুদিন পূৰ্বৰ কিছুমান অদভূত ছবি, কিছু স্মৃতিদায়ক পল এতিয়াও মোৰ চকুত ভাঁহি আছে, সেইবাবে এইবাৰ ‘মন কী বাত’ৰ আৰম্ভণি সেই ক্ষণটোৰ পৰা আৰম্ভ কৰিবলৈ বিচাৰিছো ৷ টকিঅ’ অলিম্পিকত ভাৰতীয় খেলুৱৈয়ে ত্ৰিৰংগা লৈ আগবাঢ়ি যোৱাৰ ক্ষণটোত কেৱল ময়েই নহয়, সমগ্ৰ দেশ ৰোমাঞ্চিত হৈ উঠিছে ৷ সমগ্ৰ দেশে, যেন ঐক্যৱদ্ধ হৈ আমাৰ যোদ্ধাসকলক কৈছে –

বিশ্বৰ নেতাসকলে জনোৱা দীপাৱলীৰ শুভেচ্ছাৰ বাবে ধন্যাবাদ দিলে প্ৰধানমন্ত্ৰীয়ে

October 28th, 12:04 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ব্ৰিটেইন প্ৰধানমন্ত্ৰী শ্ৰীযুত বৰিছ জনছন, ইজৰাইলৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত বেঞ্জামিন নেতান্যাহু, মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি শ্ৰীযুত ড’নাল্ড ট্ৰাম্প, কানাডাৰ ৰাষ্ট্ৰপতি শ্ৰীযুত জাষ্টিন ট্ৰুডু, ইজৰাইলৰ ৰাষ্ট্ৰপতি শ্ৰীযুত ৰিউভান ৰিভলিন, ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত লী ছিয়েন লুং, মাৰ্কিন যুক্তৰাষ্ট্ৰৰ উপ-ৰাষ্ট্ৰপতি শ্ৰীযুত মাইক পেন্সকে ধৰি যিসকল বিশ্ব নেতবৰ্গই দীপাৱলী উপলক্ষে শুভেচ্ছা জনাইছে, তেওঁলোকক ধন্যবাদ জনায়৷

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক ছিংগাপুৰৰ উপ প্ৰধানমন্ত্ৰী তথা বিত্ত মন্ত্ৰী হেং ছুই কীটৰ সাক্ষাৎ

October 04th, 02:19 pm

আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক ছিংগাপুৰৰ উপ প্ৰধানমন্ত্ৰী তথা বিত্ত মন্ত্ৰী হেং ছুই কীটে সাক্ষাৎ কৰে৷

PM’s meetings on the sidelines of East Asia Summit in Singapore

November 14th, 12:35 pm

PM Narendra Modi held talks with several world leaders on the margins of the East Asia Summit in Singapore.

People to people connectivity have been the foundation of our close ties for hundreds of years: PM at ASEAN Plenary Session

January 25th, 06:08 pm

While addressing the plenary session of ASEAN-India commemorative summit, PM Modi said, India shares the ASEAN vision for the rule based societies and values of peace. We are committed to work with ASEAN nations to enhance collaboration in the maritime domain.

এচিয়ানৰ পূৰ্ণ অধিৱেশনত প্ৰধানমন্ত্ৰী মোদীৰ ভাষণ

January 25th, 06:04 pm

এচিয়ান ভাৰত স্মাৰক সমাৰোহৰ পূৰ্ণ অধিৱেশনত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “ভাৰত আৰু এচিয়ানে সামাজিক মূল্যবোধ আৰু শান্তিৰ এক উমৈহতীয়া লক্ষ্যৰ ভিত্তিত মানি চলে।আমি সামূদ্ৰিক ক্ষেত্ৰতো এচিয়ান দেশসমূহৰ লগত সহযোগিতা উন্নত কৰাৰ দিশে কাম কৰিবলৈ দৃঢ়প্ৰতিজ্ঞ।”

PM hails article by ASEAN Chair Singapore’s PM, Mr. Lee Hsien Loong

January 25th, 11:32 am

Hailing article by ASEAN Chair Singapore's PM, It beautifully covers the rich history, robust cooperation and promising future of India-ASEAN relations.”

In our journey of economic growth & transformation, we regard Singapore as a key partner: PM Modi

October 05th, 01:37 pm

PM Narendra Modi and PM Lee Hsein Loong of Singapore held a joint press briefing. PM Modi said, India’s strongest well-wishers Prime Minister Lee is in the driving seat for Singapore and for our bilateral relationship. The PM said that trade and investment ties formed the bedrock of India-Singapore bilateral relationship. He added that in India's journey of economic growth and development, the country considered Singapore as a key partner.

Mr. Tharman Shanmugaratnam, Deputy Prime Minister of Singapore calls on PM

August 26th, 10:00 am

Mr. Tharman Shanmugaratnam, Deputy Prime Minister of Singapore met PM Narendra Modi. PM Modi conveyed his heartfelt condolences to the people of Singapore on the sad demise of former President S. R. Nathan. Mr. Shanmugaratnam briefed the Prime Minister on the status of various bilateral cooperation initiatives, especially in the areas of Skill Development and Smart Cities.

PM visits ITE Campus, INA Memorial Marker in Singapore

November 24th, 04:45 pm



PM Modi's gift to Singapore’s Prime Minister Mr Lee Hsien Loong

November 24th, 10:53 am



PM Modi receives ceremonial welcome and Guard of Honour at Istana, Singapore.

November 24th, 09:00 am



PM Lee Hsien Loong invites PM Modi to have tea with him in Little India, Singapore

November 23rd, 07:58 pm



PM congratulates Prime Minister of Singapore, Mr. Lee Hsien Loong and his People's Action Party (PAP), on winning Singapore general election

September 12th, 12:51 pm