এনডিটিভি ৱৰ্ল্ড ছামিটত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
October 21st, 10:25 am
এনডিটিভি ৱৰ্ল্ড ছামিটত উপস্থিত থকা সকলো মহানুভৱক মই অভিনন্দন জনাইছোঁ। এই সন্মিলনত আপোনালোকে বহু বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ ওলাইছে… বেলেগ বেলেগ খণ্ডৰ সৈতে জড়িত গ্লোবেল নেতাসকলেও নিজৰ মতামত দাঙি ধৰিব।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত এনডিটিভি ৱৰ্ল্ড ছামিট, ২০২৪-ৰ কাৰ্য্যসূচী সম্বোধন কৰে
October 21st, 10:16 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত এনডিটিভি ৱৰ্ল্ড ছামিট, ২০২৪-ৰ কাৰ্য্যসূচী সম্বোধন কৰে। ইয়াত সমবেতসকলক সম্বোধনেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে সকলো গণ্যমান্য ব্যক্তিক আদৰণি জনাই কয় যে এই সন্মিলনত একাধিক বিষয়ত আলোচনা হ’ব। তেখেতে ভিন্ন খণ্ডৰ বিশ্ব নেতাসকলৰ উপস্থিতিৰ কথাও উল্লেখ কৰে, যিয়ে নিজ-নিজ মতামত আগবঢ়াব।INDI alliance aims to play musical chairs with the Prime Minister's seat: PM Modi in Pataliputra, Bihar
May 25th, 11:45 am
Prime Minister Narendra Modi graced the historic land of Pataliputra, Bihar, vowing to tirelessly drive the nation’s growth and prevent the opposition from piding the country on the grounds of inequality.PM Modi addresses vivacious crowds in Pataliputra, Karakat & Buxar, Bihar
May 25th, 11:30 am
Prime Minister Narendra Modi graced the historic lands of Pataliputra, Karakat & Buxar, Bihar, vowing to tirelessly drive the nation’s growth and prevent the opposition from piding the country on the grounds of inequality.The jungle raj of the RJD pushed Bihar back for decades: PM Modi in Muzaffarpur
May 13th, 10:51 am
In his second rally of the day in Muzaffarpur, PM Modi remarked, “This is a country's election, a choice to elect the country's leadership. The country does not want a weak, cowardly, and unstable government like the Congress. You can imagine... these are such frightened people, even in their dreams, they see Pakistan's nuclear bombs coming. Congress leaders, and leaders of the 'INDI Alliance,' what kind of statements are they making? Saying that Pakistan hasn't worn bangles. Someone is giving Pakistan a clean chit in the Mumbai attacks. Someone is questioning surgical and air strikes... Leftists even want to eliminate India's nuclear weapons altogether. Can such selfish people make tough decisions for national security? Can such parties build a strong India?”PM Modi energizes crowds in Hajipur, Muzaffarpur and Saran, Bihar, with his powerful words
May 13th, 10:30 am
Hajipur, Muzaffarpur and Saran welcomed Prime Minister Narendra Modi with great enthusiasm, today. Addressing the massive gathering in Bihar, PM Modi emphasized BJP’s unwavering dedication to building a Viksit Bharat and Viksit Bihar. He assured equal participation in decision-making for all.Ghamandiya Alliance is only interested in destabilizing the future of the youth of Bihar: PM Modi in Jamui
April 04th, 12:01 pm
Ahead of the Lok Sabha elections 2024, PM Modi addressed a public rally in Jamui, Bihar. He said, Jamui's mood is reflective of 'Ab ki Baar 400 Paar' with all the 40 seats in N.D.A.'s favour in Bihar. He expressed his tribute to the contributions of the Late Ramvilas Paswan Ji, who was dedicated to the welfare of Bihar and its development.Jamui's grand welcome for PM Modi as he addresses a public rally
April 04th, 12:00 pm
Ahead of the Lok Sabha elections 2024, PM Modi addressed a public rally in Jamui, Bihar. He said, Jamui's mood is reflective of 'Ab ki Baar 400 Paar' with all the 40 seats in N.D.A.'s favour in Bihar. He expressed his tribute to the contributions of the Late Ramvilas Paswan Ji, who was dedicated to the welfare of Bihar and its development.I am taking action against corruption, and that's why some people have lost their patience: PM Modi in Meerut
March 31st, 04:00 pm
Ahead of the Lok Sabha Election 2024, PM Modi kickstarted the Bharatiya Janata Party poll campaign in Uttar Pradesh’s Meerut with a mega rally. Addressing the gathering, the PM said, “With this land of Meerut, I share a special bond. In 2014 and 2019... I began my election campaign from here. Now, the first rally of the 2024 elections is also happening in Meerut. The 2024 elections are not just about forming a government. The 2024 elections are about building a Viksit Bharat.”PM Modi addresses a public meeting in Meerut, Uttar Pradesh
March 31st, 03:30 pm
Ahead of the Lok Sabha Election 2024, PM Modi kickstarted the Bharatiya Janata Party poll campaign in Uttar Pradesh’s Meerut with a mega rally. Addressing the gathering, the PM said, “With this land of Meerut, I share a special bond. In 2014 and 2019... I began my election campaign from here. Now, the first rally of the 2024 elections is also happening in Meerut. The 2024 elections are not just about forming a government. The 2024 elections are about building a Viksit Bharat.”অযোধ্যা ধাম জংশ্যন ৰে’ল ষ্টেশ্যন উদ্বোধন কৰে প্ৰধানমন্ত্ৰীয়ে
December 30th, 05:22 pm
ইয়াৰ পিছত অনুষ্ঠিত এক ৰাজহুৱা কাৰ্যক্ৰমত প্ৰধানমন্ত্ৰীয়ে কয় যে ‘অযোধ্যা ধাম ৰে'ল ষ্টেশ্যন’-য়ে ইমানদিনে ১০ হাজাৰ লোকলৈ সেৱা আগবঢ়াই আহিছিল যদিও এতিয়া পুনৰনিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পিছত ই ৬০ হাজাৰ লোকলৈ সেৱা আগবঢ়াব পৰা হ'ব। প্ৰধানমন্ত্ৰীয়ে ‘বন্দে ভাৰত’ আৰু ‘নমো ভাৰত’ৰ পিছত নতুন ৰে'ল শৃংখলা 'অমৃত ভাৰত' ৰে'লৰ বিষয়ে অৱগত কৰাৰ লগতে প্ৰথমখন ‘অমৃত ভাৰত ৰে'ল’ অযোধ্যাৰ মাজেৰে যোৱাৰ বাবে আনন্দ প্ৰকাশ কৰে। তেওঁ উত্তৰ প্ৰদেশ, দিল্লী, বিহাৰ, পশ্চিম বংগ আৰু কৰ্ণাটকৰ লোকসকলক আজি এই ৰে'লসমূহ লাভ কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰে।প্ৰধানমন্ত্ৰীয়ে ৩০ ডিচেম্বৰত অযোধ্যা ভ্ৰমণ কৰিব আৰু ১৫,৭০০ কোটিতকৈও অধিক টকাৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন, দেশৰ প্ৰতি উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰিব
December 28th, 05:33 pm
প্ৰায় ১১:১৫ বজাত, প্ৰধানমন্ত্ৰীয়ে পুনৰ বিকশিত অযোধ্যা ৰে'লৱে ষ্টেচন উদ্বোধন কৰিব আৰু নতুন অমৃত ভাৰত ট্ৰেইন আৰু বন্দে ভাৰত ট্ৰেইনৰ ফ্লেগ অফ কৰিব। তেওঁ আন কেইবাটাও ৰে'লৱে প্ৰকল্পও ৰাষ্ট্ৰক সমৰ্পিত কৰিব। দুপৰীয়া প্ৰায় ১২:১৫ বজাত প্ৰধানমন্ত্ৰীয়ে নৱনিৰ্মিত অযোধ্যা এয়াৰপৰ্ট উদ্বোধন কৰিব। দুপৰীয়া প্ৰায় ১ বজাত প্ৰধানমন্ত্ৰীয়ে এটা ৰাজহুৱা কাৰ্যক্ৰমত ভাগ ল'ব, য'ত তেওঁ ৰাজ্যখনত ১৫,৭০০ কোটি টকাৰো অধিক মূল্যৰ কেইবাটাও উন্নয়নমূলক পৰিকল্পনা উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। এই সকলো পৰিকল্পনা ৰাষ্ট্ৰৰ বাবে অতিশয় গুৰুত্বপূৰ্ণ। ইয়াত অযোধ্যা আৰু তাৰ আশে-পাশে থকা অঞ্চলৰ বিকাশৰ বাবে প্ৰায় ১১,১০০ কোটি টকাৰ পৰিকল্পনা আৰু সমগ্ৰ উত্তৰ প্ৰদেশত অন্য পৰিকল্পনাৰে সম্পৃক্ত প্ৰায় ৪৬০০ কোটি টকাৰ পৰিকল্পনা অন্তৰ্ভুক্ত।Congress' model for MP was 'laapata model': PM Modi
November 08th, 12:00 pm
Ahead of the Assembly Election in Madhya Pradesh, PM Modi delivered an address at a public gathering in Damoh. PM Modi said, Today, India's flag flies high, and it has cemented its position across Global and International Forums. He added that the success of India's G20 Presidency and the Chandrayaan-3 mission to the Moon's South Pole is testimony to the same.PM Modi’s Mega Election Rallies in Damoh, Guna & Morena, Madhya Pradesh
November 08th, 11:30 am
The campaigning in Madhya Pradesh has gained momentum as Prime Minister Narendra Modi has addressed multiple rallies in Damoh, Guna and Morena. PM Modi said, Today, India's flag flies high, and it has cemented its position across Global and International Forums. He added that the success of India's G20 Presidency and the Chandrayaan-3 mission to the Moon's South Pole is testimony to the same.Modernization of stations will create a new atmosphere for development in the country: PM Modi
August 06th, 11:30 am
In a historic move, PM Modi laid the foundation stone for the redevelopment of 508 Railway Stations across the country via video conferencing. Redeveloped at a cost of more than Rs 24,470 crores, these 508 stations are spread across 27 states and union territories. Addressing the gathering, the PM Modi remarked “There is new energy, new inspirations and new resolutions”, the Prime Minister said underlining that it is the beginning of a new chapter in the history of Indian Railway.সমগ্ৰ দেশৰ ৫০৮টা ৰে’লৱে ষ্টেচনৰ পুনৰ উন্নয়নৰ আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ
August 06th, 11:05 am
২৪,৪৭০ কোটিতকৈ অধিক টকা ব্যয়েৰে পুনৰ উন্নয়ন কৰা এই ৫০৮টা ষ্টেচন ২৭ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক সামৰি লৈছে, যাৰ ভিতৰত উত্তৰ প্ৰদেশ আৰু ৰাজস্থানত ৫৫ টাকৈ, বিহাৰত ৪৯টা, মহাৰাষ্ট্ৰত ৪৪, পশ্চিমবংগত ৩৭, মধ্য প্ৰদেশত ৩৪, অসমত ৩২টা ওড়িশাত ২৫ টা, পঞ্জাৱত ২২টা, গুজৰাট আৰু তেলেংগানাত ২১টাকৈ, ঝাৰখণ্ডত ২০টা, অন্ধ্ৰপ্ৰদেশ আৰু তামিলনাডুত ১৮টাকৈ, হাৰিয়ানাত ১৫টা, কৰ্ণাটকত ১৩ টা ষ্টেচন আছে৷‘জি-২০ শক্তি মন্ত্ৰীমণ্ডলীৰ বৈঠক’ত প্ৰদান কৰা প্ৰধানমন্ত্ৰীৰ ভিডিঅ’ বাৰ্তাৰ পাঠ
July 22nd, 10:00 am
মহামান্য, ভদ্ৰমহিলা আৰু ভদ্ৰলোকসকল, নমস্কাৰ! মই আপোনালোক সকলোকে ভাৰতলৈ স্বাগতম জনাইছোঁ। শক্তি অবিহনে ভৱিষ্যত, সুস্থিৰতা বা উন্নতি আৰু বিকাশৰ বিষয়ে কোনো কথা সম্পূৰ্ণ কৰিব নোৱাৰি। ই ব্যক্তিৰ পৰা ৰাষ্ট্ৰলৈকে সকলো স্তৰতে বিকাশক প্ৰভাৱিত কৰে।জি-২০ শক্তি মন্ত্ৰীসকলৰ বৈঠকত প্ৰধানমন্ত্ৰীৰ ভাষণ
July 22nd, 09:48 am
প্ৰধানমন্ত্ৰীয়ে কয় যে শক্তি পৰিৱৰ্তনৰ বাবে প্ৰতিখন ৰাষ্ট্ৰৰ বাস্তৱতা আৰু পথ বেলেগ বেলেগ হ’লেও প্ৰতিখন দেশৰ লক্ষ্য একে বুলি তেওঁ দৃঢ় বিশ্বাস কৰে। সেউজ বিকাশ আৰু শক্তি পৰিৱৰ্তনৰ ক্ষেত্ৰত ভাৰতৰ প্ৰচেষ্টাৰ ওপৰত আলোকপাত কৰি তেওঁ আঙুলিয়াই দিয়ে যে ভাৰত বিশ্বৰ ভিতৰতে আটাইতকৈ জনবসতিপূৰ্ণ আৰু দ্ৰুতগতিত বৃদ্ধি পোৱা বৃহৎ অৰ্থনীতিৰ দেশ, তথাপিও দেশখনে জলবায়ুৰ প্ৰতিশ্ৰুতিৰ দিশত শক্তিশালীভাৱে আগবাঢ়িছে। প্ৰধানমন্ত্ৰীয়ে জনায় যে ভাৰতে ৯ বছৰ আগতেই অজীৱাশ্ম বিদ্যুৎ শক্তি সক্ষমতাৰ লক্ষ্যত উপনীত হৈছে আৰু নিজাকৈ আৰু অধিক লক্ষ্য নিৰ্ধাৰণ কৰিছে। তেওঁ উল্লেখ কৰে যে ২০৩০ চনৰ ভিতৰত দেশখনে ৫০শতাংশ অজীৱাশ্ম বিদ্যুৎ শক্তি ক্ষমতা আহৰণৰ পৰিকল্পনা কৰিছে।“ভাৰত সৌৰ আৰু বায়ু শক্তিৰ ক্ষেত্ৰতো বিশ্বৰ আগশাৰীৰ দেশসমূহৰ ভিতৰত অন্যতম”, প্ৰধানমন্ত্ৰীয়ে কয় যে পাৱগদা সৌৰ উদ্যান আৰু মধেৰা সৌৰ গাঁও পৰিদৰ্শন কৰি কৰ্মীগোটৰ প্ৰতিনিধিসকলে স্বচ্ছ শক্তিৰ প্ৰতি ভাৰতৰ দায়বদ্ধতাৰ স্তৰ আৰু পৰিসৰৰ সাক্ষী হোৱাৰ সুযোগ পোৱাত আনন্দ প্ৰকাশ কৰে।৭-৮ জুলাইত ৪খন ৰাজ্যক সামৰি ভ্ৰমণ আৰু প্ৰায় ৫০,০০০ কোটি টকা মূল্যৰ প্ৰকল্প ৰাষ্ট্ৰৰ নামত উচৰ্গা আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে
July 05th, 11:48 am
৭ জুলাইত ৰায়পুৰত পুৱা ১০-৪৫ বজাত প্ৰধানমন্ত্ৰীয়ে বিভিন্ন প্ৰকল্প উদ্বোধন কৰাৰ লগতে আধাৰশিলা স্থাপন কৰিব। তাৰ পিছত দিনৰ ২-৩০ বজাত উত্তৰ প্ৰদেশৰ গোৰখপুৰত গীতা প্ৰেছৰ শতবাৰ্ষিকী উদযাপনৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰিব। তেওঁ গোৰখপুৰ ৰে’ল ষ্টেচনৰ পৰা বন্দে ভাৰত এক্সপ্ৰেছৰ যাত্ৰা আৰম্ভ কৰিব। সন্ধিয়া ৫ বজাত বাৰাণসীত এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব শ্ৰী মোদীয়ে। এই উপলক্ষে তেওঁ বাৰাণসীত একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব।Congress Party has only indulged in appeasement politics: PM Modi in Badami
May 06th, 03:30 pm
PM Modi addressed a public rally at Badami in Bagalkot, Karnataka by greeting the residents in Kannada while also acknowledging Badami as the capital of the Chalukya Dynasty. While addressing the crowd PM Modi said, “Your persistent encouragement and support gives me the belief that the BJP will once again come to power in the upcoming elections.”