অসম ৰোজগাৰ মেলাত প্ৰধানমন্ত্ৰীৰ ভিডিঅ’ বাৰ্তাৰ পাঠ

May 25th, 05:13 pm

অসম চৰকাৰত চৰকাৰী চাকৰি পোৱা সকলো নজোৱান আৰু তেওঁলোকৰ পৰিয়ালক মই বহুত বহুত অভিনন্দন জনাইছোঁ। যোৱা মাহত মই বিহুত অসমলৈ আহিছিলোঁ। সেই ভব্য আয়োজনৰ স্মৃতি মোৰ মনত আজিও সজীৱ। সেই সময়ত হোৱা কাৰ্যক্ৰম, অসমীয়া সংস্কৃতিৰ গৌৰৱ গীতৰ প্ৰতীক আছিল। আজিৰ এই ৰোজগাৰ মেলা এই কথাৰ প্ৰতীক যে অসমৰ বিজেপি চৰকাৰ যুৱক-যুৱতীৰ ভৱিষ্যতক লৈ কিমান গম্ভীৰ। ইয়াৰ আগতেও অসমত ৰোজগাৰ মেলাৰ দ্বাৰা ৪০ হাজাৰৰো অধিক যুৱক-যুৱতীক চৰকাৰী চাকৰি দিয়া হৈছে। আজি প্ৰায় ৪৫ হাজাৰ যুৱক-যুৱতীক নিযুক্তি পত্ৰ অৰ্পণ কৰা হৈছে। মই সকলো যুৱক-যুৱতীৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰিছোঁ।

প্ৰধানমন্ত্ৰীয়ে ভিডিঅ’ বাৰ্তাৰ জৰিয়তে অসম ৰোজগাৰ মেলাত ভাষণ প্ৰদান কৰে

May 25th, 05:00 pm

সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে অসম চৰকাৰৰ চৰকাৰী চাকৰিৰ বাবে নিযুক্তি লাভ কৰা যুৱক-যুৱতীসকল আৰু তেওঁলোকৰ পৰিয়ালক অভিনন্দন জ্ঞাপন কৰে। তেওঁ যোৱা মাহত বিহু উপলক্ষে অসম ভ্ৰমণৰ কথা স্মৰণ কৰি কয় যে অসমীয়া সংস্কৃতিৰ মহিমাৰ প্ৰতীক হৈ পৰা সেই বিশাল অনুষ্ঠানটোৰ স্মৃতি এতিয়াও তেওঁৰ মনত সজীৱ হৈ আছে। তেওঁ কয় যে আজিৰ ৰোজগাৰ মেলা হৈছে অসমৰ যুৱ প্ৰজন্মৰ ভৱিষ্যতৰ প্ৰতি থকা দায়ৱদ্ধতাৰ প্ৰতিফলন। প্ৰধানমন্ত্ৰীয়ে কয় যে ইয়াৰ পূৰ্বেও অসমৰ ৰোজগাৰ মেলাৰ জৰিয়তে ৪০ হাজাৰৰো অধিক যুৱক-যুৱতীক চৰকাৰী চাকৰি দিয়া হৈছে। আজি প্ৰায় ৪৫ হাজাৰ যুৱক-যুৱতীক নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছে আৰু তেওঁলোকৰ বাবে এক উজ্জ্বল ভৱিষ্যত কামনা কৰিছে বুলি প্ৰধানমন্ত্ৰীয়ে জানিবলৈ দিয়ে।

গুজৰাটৰ গান্ধীনগৰত অখিল ভাৰতীয় শিক্ষা সংঘৰ অধিৱেশনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ লিখিত পাঠ

May 12th, 10:31 am

গুজৰাটৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ ভাই পেটেল, কেন্দ্ৰৰ মন্ত্ৰী পৰিষদৰ মোৰ সহকৰ্মী আৰু গুজৰাট চৰকাৰৰ মন্ত্ৰীসকল, সৰ্বভাৰতীয় প্ৰাথমিক শিক্ষক সন্থাৰ সকলো সদস্য, দেশৰ প্ৰতিটো কোণৰ শিক্ষক, মহিলা আৰু ভদ্ৰলোকসকল। আপোনালোক সকলোকে মই নমস্কাৰ জনাইছো।

প্ৰধানমন্ত্ৰীয়ে গুজৰাটৰ গান্ধীনগৰত অখিল ভাৰতীয় শিক্ষা সংঘ অধিৱেশনত অংশগ্ৰহণ কৰে

May 12th, 10:30 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অখিল ভাৰতীয় শিক্ষা সংঘ অধিৱেশনত অংশগ্ৰহণ কৰে, যি হৈছে সৰ্বভাৰতীয় প্ৰাথমিক শিক্ষক ফেডাৰেচনৰ ২৯ সংখ্যক দ্বিবাৰ্ষিক সন্মিলন। প্ৰধানমন্ত্ৰীয়ে এই উপলক্ষে আয়োজিত প্ৰদৰ্শনীৰ পৰিদৰ্শনো কৰে। এই সন্মিলনৰ বিষয়বস্তু হৈছে শিক্ষকসকল শিক্ষাৰ ৰূপান্তৰৰ মূলতে আছে’।

২৭.১২.২০২০ তাৰিখে ‘মন কী বাত ২.০’ৰ ১৯তম খণ্ডত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া ৰূপান্ত

December 27th, 11:30 am

বন্ধুসকল, আমি এই ভাৱনা বৰ্তাই ৰাখিব লাগিব আৰু বঢ়াব লাগিব৷ মই পূৰ্বেও কৈছো আৰু পুনৰবাৰ দেশবাসীক আহ্বান জনাম৷ আপোনালোকেও এখন তালিকা প্ৰস্তুত কৰক৷ দিনটোত আমি যি সামগ্ৰী ব্যৱহাৰ কৰো, সেই সামগ্ৰীসমূহ বিবেচনা কৰি চাওক যে অজানিতে আমাৰ জীৱনত কোনবোৰ বিদেশী সামগ্ৰীয়ে প্ৰৱেশ কৰিছে৷ আমাক এক প্ৰকাৰে বন্দী কৰি তুলিছে৷ ইয়াৰ ভাৰতীয় বিকল্পসমূহ সন্ধান কৰক আৰু নিশ্চিত কৰক যে আগলৈ ভাৰতত নিৰ্মিত, ভাৰতৰ জনসাধাৰণৰ পৰিশ্ৰম তথা ঘামেৰে উৎপাদিত সামগ্ৰীসমূহ আমি ব্যৱহাৰ কৰিম৷ আপোনালোকে প্ৰতিবছৰে নৱবৰ্ষৰ প্ৰতিজ্ঞা গ্ৰহণ কৰে, এইবাৰ এনে এক প্ৰতিজ্ঞা দেশৰ বাবে গ্ৰহণ কৰক৷

India has a rich legacy in science, technology and innovation: PM Modi

December 22nd, 04:31 pm

Prime Minister Narendra Modi delivered the inaugural address at India International Science Festival (IISF) 2020. PM Modi said, All our efforts are aimed at making India the most trustworthy centre for scientific learning. At the same time, we want our scientific community to share and grow with the best of global talent.

PM delivers inaugural address at IISF 2020

December 22nd, 04:27 pm

Prime Minister Narendra Modi delivered the inaugural address at India International Science Festival (IISF) 2020. PM Modi said, All our efforts are aimed at making India the most trustworthy centre for scientific learning. At the same time, we want our scientific community to share and grow with the best of global talent.

PM salutes the teaching community, on Teachers' Day; pays tributes to Former President Dr. Sarvepalli Radhakrishnan, on his birth anniversary

September 05th, 11:14 am

The Prime Minister, Shri Narendra Modi has saluted the teaching community, on Teachers' Day. Prime Minister has also paid tributes to Former President Dr. Sarvepalli Radhakrishnan, on his birth anniversary.

Teach to Transform, Educate to Empower, Learn to Lead: PM Modi during Mann Ki Baat

August 27th, 11:36 am

PM Modi during ‘Mann Ki Baat’ spoke about recent incidents of violence and repeated that such acts were not acceptable. He added that India was the land of ‘Ahimsa Paramo Dharma.’ Shri Modi spoke about India’s rich cultural persity and festivals. He urged people to make festivals a symbol of Swacchhata. He also touched upon the vital role that teachers play to transform the society, youth and sports.