চণ্ডীগড়ত তিনিখন নতুন অপৰাধমূলক আইন সফল ৰূপায়ণ দেশবাসীৰ নামত উৎসৰ্গা কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে
December 02nd, 07:05 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৩ ডিচেম্বৰ, ২০২৪ৰ দুপৰীয়া ১২ বজাত চণ্ডীগড়ত তিনিখন পৰিৱৰ্তনশীল নতুন অপৰাধ আইন–ভাৰতীয় ন্যায়িক সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম–সফল ৰূপায়ণ দেশবাসীৰ নামত উৎসৰ্গা কৰিব।দ্বিতীয় ভাৰত-কেৰিকম সন্মিলনত প্ৰধানমন্ত্ৰীৰ মুকলি ভাষণৰ লিখিত ৰূপ
November 21st, 02:15 am
মোৰ বন্ধু ৰাষ্ট্ৰপতি ইৰফান আলী আৰু প্ৰধানমন্ত্ৰী ডিকন মিচেলৰ সৈতে দ্বিতীয় ভাৰত-কেৰিকম সন্মিলন আয়োজন কৰি মই অপৰিসীম আনন্দ লাভ কৰিছো। কেৰিকম পৰিয়ালৰ সকলো সদস্যক আন্তৰিকতাৰে আদৰণি জনাইছো আৰু বিশেষকৈ এই সন্মিলনৰ উৎকৃষ্ট আয়োজনৰ বাবে ৰাষ্ট্ৰপতি ইৰফান আলীক ধন্যবাদ জনাইছো।PM Modi attends Second India CARICOM Summit
November 21st, 02:00 am
PM Modi and Grenada PM Dickon Mitchell co-chaired the 2nd India-CARICOM Summit in Georgetown. PM Modi expressed solidarity with CARICOM nations for Hurricane Beryl's impact and reaffirmed India's commitment as a reliable partner, focusing on development cooperation aligned with CARICOM's priorities.জিলা ন্যায়পালিকাৰ ৰাষ্ট্ৰীয় সন্মিলনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ ইংৰাজী পাঠ
August 31st, 10:30 am
কাৰ্যসূচীত উপস্থিত থাকে ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুদ জী, ন্যায়াধীশ শ্ৰী সঞ্জীৱ খান্না জী, ন্যায়াধীশ বি আৰ গাৱৈ জী, দেশৰ আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল জী, এটৰ্নী জেনেৰেল আৰ ভেংকট ৰমণি জী, উচ্চতম ন্যায়ালয়ৰ বাৰ কাউন্সিলৰ অধ্যক্ষ শ্ৰীযুত। কপিল ছিবাল জী, ভাৰতীয় বাৰ কাউন্সিলৰ সভাপতি ভাই মনন কুমাৰ মিশ্ৰ, উচ্চতম ন্যায়ালয়ৰ সকলো ন্যায়াধীশ, উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ, জিলা ন্যায়াধীশ, অন্যান্য বিশিষ্ট ব্যক্তি আৰু ভদ্ৰ মহিলাসকল!প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত জিলা ন্যায়পালিকাৰ ৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন কৰে
August 31st, 10:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত জিলা ন্যায়পালিকাৰ ৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতৰ উচ্চতম ন্যায়ালয় প্ৰতিষ্ঠাৰ ৭৫ বছৰ পূৰ্তিৰ স্মৃতিত ডাকটিকট আৰু মুদ্ৰাও মুকলি কৰে। ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ উদ্যোগত আয়োজিত এই দুদিনীয়া সন্মিলনত জিলা ন্যায়পালিকাৰে সম্পৰ্কীয় বিষয়সমূহ যেনেঃ আন্তঃগাঁথনি আৰু মানৱ সম্পদ, সকলোৰে বাবে অন্তৰ্ভুক্ত আদালত কক্ষ, ন্যায়িক সুৰক্ষা আৰু ন্যায়িক কল্যাণ, গোচৰ ব্যৱস্থাপনা আৰু ন্যায়িক প্ৰশিক্ষণ সন্দৰ্ভত আলোচনা আৰু বিচাৰ-বিবেচনাৰ বাবে পাঁচ কৰ্ম অধিৱেশন অনুষ্ঠিত হ’ব।PM attends All India Conference of Director Generals/ Inspector Generals of Police
January 07th, 08:34 pm
PM Modi attended the 58th All India Conference of Director Generals/ Inspector Generals of Police on January 6 and 7, 2024 at Rajasthan International Centre, Jaipur. Discussing the enactment of the new criminal laws, the Prime Minister said that the enactment of these laws was a paradigm shift in the criminal justice system. He emphasised that the new criminal laws were framed with the spirit of ‘Citizen First, Dignity First and Justice First’ and instead of working with ‘danda’, Police now needs to work with ‘Data’.আইনী সেৱা শিবিৰৰ জৰিয়তে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিত সক্ৰিয় ভূমিকা পালন কৰাৰ বাবে জাৰবোম গামলিন আইন মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ প্ৰচেষ্টাক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
April 29th, 08:54 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আইনী সেৱা শিবিৰৰ জৰিয়তে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিত সক্ৰিয় ভূমিকা পালন কৰাৰ বাবে জাৰবোম গামলিন আইন মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ প্ৰচেষ্টাক প্ৰশংসা কৰে।When the forces of good cooperate, the forces of crime cannot operate: PM Modi
October 18th, 01:40 pm
Prime Minister Modi addressed the INTERPOL General Assembly in New Delhi. He said, There are many harmful globalised threats that the world faces. Terrorism, corruption, drug trafficking, poaching and organised crime. The pace of change of these dangers is faster than earlier. When threats are global, the response cannot be just local! It is high time that the world comes together to defeat these threats.নতুন দিল্লীৰ প্ৰগতি ময়দানত অনুষ্ঠিত ৯০ সংখ্যক ‘ইণ্টাৰপোল জেনেৰেল এছেম্বলী’ সম্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে
October 18th, 01:35 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ‘প্ৰগতি ময়দান’ত অনুষ্ঠিত ‘ইণ্টাৰপোল’ৰ ‘সাধাৰণ পৰিষদৰ ৯০ সংখ্যক সন্মিলন’ সম্বোধন কৰে।‘নিখিল ভাৰত আইন মন্ত্ৰী আৰু আইন সচিব সন্মিলন’ৰ উদ্বোধনী অনুষ্ঠানত ভাষণ দিব প্ৰধানমন্ত্ৰীয়ে
October 14th, 04:37 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৫ অক্টোবৰৰ পুৱা ১০.৩০বজাত অনুষ্ঠিতব্য ‘নিখিল ভাৰত আইন মন্ত্ৰী আৰু আইন সচিব সন্মিলন’ৰ উদ্বোধনী অনুষ্ঠানত ভিডিঅ’ বাৰ্তাৰ জৰিয়তে ভাষণ প্ৰদান কৰিব।When the government is sensitive, then it is the society that reaps the biggest benefit: PM Modi
October 11th, 07:01 pm
PM Modi laid the foundation stones and dedicated to the nation, various healthcare facilities around Rs. 1275 crore in Civil Hospital, Ahmedabad. The PM said that the newly inaugurated health infrastructure projects were the symbols of the capabilities of the people of Gujarat.আহমেদাবাদৰ আছাৰৱা অসামৰিক চিকিৎসালয়ত প্ৰায় ১২৭৫ কোটি টকাৰ বিভিন্ন স্বাস্থ্যসেৱা সুবিধাৰ আধাৰশিলা স্থাপন কৰাৰ লগতে দেশবাসীৰ নামত উচৰ্গা কৰিলে প্ৰধানমন্ত্ৰীয়ে
October 11th, 02:11 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আহমেদাবাদৰ আছাৰৱা অসামৰিক চিকিৎসালয়ত প্ৰায় ১,২৭৫ কোটি টকাৰ বিভিন্ন স্বাস্থ্যসেৱা সুবিধাৰ আধাৰশিলা স্থাপন কৰাৰ লগতে দেশবাসীৰ নামত উচৰ্গা কৰে৷ৰাষ্ট্ৰসংঘৰ সুৰক্ষা পৰিষদত 'আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু সুৰক্ষা বৃদ্ধি সন্দৰ্ভত মুকলি আলোচনাঃ সামুদ্ৰিক সুৰক্ষা' বিষয়ৰ ওপৰত প্ৰধানমন্ত্ৰীৰ মন্তব্য
August 09th, 05:41 pm
Maritime Securityৰ ওপৰত এই বিশেষ আলোচনাত সংযুক্ত কৰা বাবে আপোনালোক সকলোকে ধন্যবাদ। মই Secretary Generalৰ সকাৰাত্মক বাৰ্তা আৰু U.N.O.D.C.ৰ Executive Directorৰ দ্বাৰা briefingৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰিছো। Democratic Republic of Congoৰ ৰাষ্ট্ৰপতিয়ে के African Unionৰ অধ্যক্ষ হিচাপে নিজৰ বাৰ্তা দিলে। মই বিশেষভাৱে তেওঁৰ ওচৰত কৃতজ্ঞ। মই ৰুছৰ ৰাষ্ট্ৰপতি, কেনিয়াৰ ৰাষ্ট্ৰপতি আৰু ভিয়েটনামৰ প্ৰধানমন্ত্ৰীৰ উপস্থিতিৰ বাবেও হৃদয়ৰ পৰা কৃতজ্ঞতা প্ৰকাশ কৰিছো।লোকসভাত ৰাষ্ট্ৰপতিৰ ভাষণ সন্দৰ্ভত উথ্থাপিত ধন্যবাদসূচক প্ৰস্তাৱৰ আলোচনাত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা উত্তৰৰ পাঠ
February 10th, 04:22 pm
শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সংসদতৰাষ্ট্ৰপতিয়ে দিয়া ভাষণৰ ওপৰত লোকসভাত ধন্যবাদসূচক প্ৰস্তাৱক লৈ হোৱা আলোচনাৰ উত্তৰ দিয়ে। তেওঁ কয়, ‘ৰাষ্ট্ৰপতিজী’ৰ ভাষণত ভাৰতৰ 'সংকল্প শক্তি'প্ৰতিফলিত হৈছে। তেওঁৰ কথাবোৰে ভাৰতৰ জনসাধাৰণৰ মাজত আত্মবিশ্বাসৰ চেতনা বৃদ্ধি কৰিছে। শ্ৰী মোদীয়ে সদনৰ সদস্যসকলক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ আলোচনাৰ সময়ত বহু সংখ্যক মহিলা সাংসদে অংশগ্ৰহণ কৰা আৰু তেওঁলোকৰ চিন্তাৰে সংসদৰ কাৰ্যপ্ৰণালীসমৃদ্ধ কৰাৰ বাবে তেওঁলোকক অভিনন্দন জনায়।লোকসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱত প্ৰধানমন্ত্ৰীৰ উত্তৰ
February 10th, 04:21 pm
শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সংসদতৰাষ্ট্ৰপতিয়ে দিয়া ভাষণৰ ওপৰত লোকসভাত ধন্যবাদসূচক প্ৰস্তাৱক লৈ হোৱা আলোচনাৰ উত্তৰ দিয়ে। তেওঁ কয়, ‘ৰাষ্ট্ৰপতিজী’ৰ ভাষণত ভাৰতৰ 'সংকল্প শক্তি'প্ৰতিফলিত হৈছে। তেওঁৰ কথাবোৰে ভাৰতৰ জনসাধাৰণৰ মাজত আত্মবিশ্বাসৰ চেতনা বৃদ্ধি কৰিছে। শ্ৰী মোদীয়ে সদনৰ সদস্যসকলক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ আলোচনাৰ সময়ত বহু সংখ্যক মহিলা সাংসদে অংশগ্ৰহণ কৰা আৰু তেওঁলোকৰ চিন্তাৰে সংসদৰ কাৰ্যপ্ৰণালীসমৃদ্ধ কৰাৰ বাবে তেওঁলোকক অভিনন্দন জনায়।Rule of Law has been the basis of our civilization and social fabric: PM
February 06th, 11:06 am
PM Modi addressed Diamond Jubilee celebrations of Gujarat High Court. PM Modi said, Our judiciary has always interpreted the Constitution positively and strengthened it. Be it safeguarding the rights of people or any instance of national interest needed to be prioritised, judiciary has always performed its duty.প্ৰধানমন্ত্ৰীয়ে গুজৰাট উচ্চ ন্যায়ালয়ৰ হীৰক জয়ন্তী উপলক্ষে আয়োজিত কাৰ্যক্ৰমত ভাষণ দিয়
February 06th, 11:05 am
ধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাট উচ্চ ন্যায়ালয়ৰ হীৰক জয়ন্তী উপলক্ষে আয়োজিত কাৰ্যক্ৰমত ভিডিঅ' কনফাৰেঞ্চৰ মাধ্যমত ভাষণ দিয়ে। তেওঁ উচ্চ ন্যায়ালয়ৰ প্ৰতিষ্ঠাৰ ষাঠী বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে এটা স্মাৰক ডাক টিকটো জাৰি কৰে। কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী, উচ্চতম ন্যায়ালয় আৰু গুজৰাট উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ তথা গুজৰাটৰ মুখ্যমন্ত্ৰী আৰু ল ফ্ৰেটাৰনিটিৰ সদস্যসকল এই উপলক্ষে উপস্থিত থাকে।Better connectivity benefits tourism sector the most: PM Modi
December 07th, 12:21 pm
PM Narendra Modi on Monday inaugurated the construction of the Agra metro project via video conferencing. He said Agra has always had a very ancient identity but now with new dimensions of modernity, the city has joined the 21st century. He added in the six years after 2014, more than 450km of metro lines have become operational in the country and about 1000km of metro lines are in progress.PM inaugurates construction work of Agra Metro project in Agra
December 07th, 12:20 pm
PM Narendra Modi on Monday inaugurated the construction of the Agra metro project via video conferencing. He said Agra has always had a very ancient identity but now with new dimensions of modernity, the city has joined the 21st century. He added in the six years after 2014, more than 450km of metro lines have become operational in the country and about 1000km of metro lines are in progress.The strength of our Constitution helps us in the time of difficulties: PM Modi
November 26th, 12:52 pm
PM Narendra Modi addressed the concluding session of 80th All India Presiding Officers Conference at Kevadia, Gujarat. The Prime Minister said that the strength of our Constitution helps us in the time of difficulties. The resilience of Indian electoral system and reaction to the Corona pandemic has proved this.