লতা মংগেশকাৰক জন্মজয়ন্তীত স্মৰণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
September 28th, 09:42 am
আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কিংবদন্তি কণ্ঠশিল্পী লতা মংগেশকাৰৰ জন্ম জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।বিকশিত ভাৰত-বিকশিত গোৱা কাৰ্যক্ৰমত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
February 06th, 02:38 pm
গোৱাৰ ৰাজ্যপাল পি এছ শ্ৰীধৰণ পিল্লাই জী, ইয়াৰ যুৱ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্ত জী, কেন্দ্ৰীয় মন্ত্ৰীসভাত মোৰ সহকৰ্মীসকল, অন্যান্য বিশিষ্ট ব্যক্তিসকল, আৰু গোৱাৰ মোৰ মৰমৰ ভাতৃ আৰু ভগ্নীসকল। সকলো গোৱাবাসীলৈ মোৰ সাদৰ নমস্কাৰ। আপোনালোকৰ মৰম আৰু আশীৰ্বাদ মোৰ ওপৰত যেন সদায় থাকে।প্ৰধানমন্ত্ৰীয়ে গোৱাত বিকশিত ভাৰত, বিকশিত গোৱা ২০৪৭ কাৰ্যসূচীত ১৩৩০ কোটি টকাৰো অধিক মূল্যৰ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে
February 06th, 02:37 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গোৱাত বিকশিত ভাৰত, বিকশিত গোৱা ২০৪৭ কাৰ্যসূচীত ১৩৩০ কোটি টকাৰো অধিক মূল্যৰ উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। শ্ৰী মোদীয়ে অনুষ্ঠানটোৰ সৈতে আয়োজিত প্ৰদৰ্শনীলৈ খোজকাঢ়ি যায়। আজিৰ উন্নয়নমূলক প্ৰকল্পসমূহৰ ভিতৰত আছে শিক্ষা, ক্ৰীড়া, পানী শোধন, আৱৰ্জনা ব্যৱস্থাপনা আৰু পৰ্যটন খণ্ডত আন্তঃগাঁথনি বৃদ্ধি। প্ৰধানমন্ত্ৰীয়ে ৰোজগাৰ মেলাৰ অধীনত বিভিন্ন বিভাগত ১৯৩০ গৰাকী যুৱক যুৱতীক নতুন চৰকাৰী নিযুক্তিৰ আদেশ বিতৰণ কৰে আৰু লগতে বিভিন্ন কল্যাণমূলক আঁচনিৰ হিতাধিকাৰীসকলক অনুমোদন পত্ৰপ্ৰদান কৰে।Prime Minister shares shlok from Shree Ram Raksha sung by Lata Mangeshkar
January 17th, 08:10 am
The Prime Minister, Shri Narendra Modi has shared shlok from Shree Ram Raksha titled “Mata Ramo Matpita Ramchandrah” sung by Lata Mangeshkar.অযোধ্যাত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন, লোকাৰ্পণ আৰু আধাৰশিলা স্থাপন কৰি দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
December 30th, 02:15 pm
অযোধ্যাজীৰ সকলো ৰাইজক মোৰ প্ৰণাম! আজি সমগ্ৰ বিশ্বই আগ্ৰহেৰে অপেক্ষা কৰি আছে ২২ জানুৱাৰীৰ ঐতিহাসিক মুহূৰ্তলৈ। এনে পৰিস্থিতিত অযোধ্যাবাসীৰ মাজত এই উত্তেজনা আৰু উৎসাহ অতি স্বাভাৱিক। মই ভাৰতৰ মাটিৰ প্ৰতিটো কণা আৰু ভাৰতবাসীৰ উপাসক আৰু আপোনালোকৰ দৰেই মইও সমানেই আগ্ৰহী। আমাৰ সকলোৰে এই উৎসাহ আৰু উত্তেজনা অলপ সময়ৰ আগতে অযোধ্যাজীৰ ৰাজপথত সম্পূৰ্ণৰূপে দেখা গৈছিল। এনে লাগিছিল যেন গোটেই অযোধ্যা চহৰখন ৰাজপথলৈ ওলাই আহিল। এই মৰম আৰু আশীৰ্বাদৰ বাবে আপোনালোক সকলোকে মই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মোৰ লগত কওক - সিয়াৱৰ ৰাম চন্দ্ৰ কী...জয়। সিয়াৱৰ ৰাম চন্দ্ৰ কী...জয়। সিয়াৱৰ ৰাম চন্দ্ৰ কী...জয়।১৫,৭০০ কোটিতকৈ অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন, ৰাষ্ট্ৰৰ নামত উৎসৰ্গা আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ
December 30th, 02:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অযোধ্যা ধামত ১৫,৭০০ কোটিতকৈ অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ, ৰাষ্ট্ৰৰ নামত উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰে। ইয়াৰ ভিতৰত অযোধ্যা আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহৰ উন্নয়নৰ বাবে প্ৰায় ১১,১০০ কোটি টকাৰ প্ৰকল্প আৰু সমগ্ৰ উত্তৰ প্ৰদেশৰ অন্যান্য প্ৰকল্পৰ সৈতে জড়িত প্ৰায় ৪৬০০ কোটি টকাৰ প্ৰকল্প আছে।প্ৰধানমন্ত্ৰীয়ে লতা মংগেশকাৰক জন্ম বাৰ্ষিকীত স্মৰণ কৰে
September 28th, 12:56 pm
এটা এক্স-প’ষ্টত প্ৰধানমন্ত্ৰীয়ে কয়; “লতা দিদীক জন্ম বাৰ্ষিকীত স্মৰণ কৰিছো। ভাৰতীয় সংগীতলৈ তেওঁৰ অৱদান দশক দশক ধৰি বিস্তৃত, যিয়ে এক অতুলনীয় স্বাক্ষৰ ৰাখি থৈ গৈছে। তেওঁৰ হৃদয়স্পৰ্শী অভিনয়ে গভীৰ প্ৰভাৱ পেলাইছে আৰু আমাৰ সংস্কৃতিত তেওঁ সদায় বিশেষ স্থান লাভ কৰিব।”২৬.০২.২০২৩ তাৰিখে 'মন কী বাত'ৰ ৯৮ তম খণ্ডত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া ৰূপান্তৰ
February 26th, 11:00 am
বন্ধুসকল, আজি এই উপলক্ষে লতা মংগেশকাৰ জী, লতা দিদিক স্মৰণ কৰাটো মোৰ বাবে অতি স্বাভাৱিক। কিয়নো যিদিনা এই প্ৰতিযোগিতা আৰম্ভ হৈছিল, লতা দিদিয়ে টুইট কৰি দেশবাসীক আহ্বান জনাইছিল যে তেওঁলোকে এই প্ৰচেষ্টাত অংশগ্ৰহণ কৰাটো আৱশ্যক।PM acknowledges thank you tweet from Hridaynath Mangeshkar
September 29th, 09:40 pm
The Prime Minister, Shri Narendra Modi has acknowledged a thank you tweet from Hridaynath Mangeshkar, the younger brother of Late Lata Mangeshkar upon the inauguration of the Lata Mangeshkar Chowk in Ayodhya. The Prime Minister remarked that Lata Didi was an ardent devotee of Bhagwan Shri Ram and it is only fitting that the sacred city of Ayodhya has a Chowk in her name.PM shares memories with Lata Mangeshkar ji
September 28th, 08:45 pm
The Prime Minister, Shri Narendra Modi has shared memories and moments of his interactions with Lata Mangeshkar ji.উত্তৰ প্ৰদেশৰ অযোধ্যাত ‘লতা মংগেশকৰ চক’ৰ উদ্বোধনী অনুষ্ঠানত প্ৰদান কৰা প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
September 28th, 12:53 pm
আজি আমাৰ সকলোৰে শ্ৰদ্ধেয় আৰু চেনেহৰ প্ৰতিমূৰ্তি লতাদিদিৰ জন্ম দিন। কাকতালীয়ভাবে আজি ‘নৱৰাত্ৰী’ৰ তৃতীয়টো দিন অৰ্থাত্ আই ‘চন্দ্ৰঘণ্টা দেৱী’ৰো সাধনাৰ পৰ্ব। কোৱা হয়, কোনোবা সাধাক-সাধিকাই যেতিয়া কঠোৰ সাধনা কৰে আই চন্দ্ৰঘণ্টাৰ কৃপাত তেওঁৰ স্বৰ্গীয় স্বৰৰ অনুভূতি লাভ কৰে। লতা জী, আই সৰস্বতীৰ এনে এগৰাককী সাধিকা আছিল, যিয়ে সমগ্ৰ বিশ্বকে তেওঁৰ স্বৰ্গীয় কণ্ঠেৰে অভিভূত কৰি ৰাখিছিল। সাধনা কৰিছিল লতা জীয়ে, কিন্তু বৰ লাভ কৰিলো আমি সকলোৱে। অযোধ্যাত ‘লতা মংগেশকৰ চক’ত স্থাপন কৰা আই সৰস্বতীৰ এই বিশাল বীণাখন সংগীতৰ সেই সাধনাৰ প্ৰতীক হিচাপে চিহ্নিত হ’বগৈ। মোক জনোৱা হৈছে যে চকটোৰ চৌহদত নিৰ্মাণ কৰা সৰোবৰটোৰ প্ৰবাহমান জলৰাশিত ৯২টা শ্বেত পাথৰৰ পদুমফুলে লতা জীৰ জীৱনৰ ৯২টা বছৰক প্ৰতীয়মান কৰিব। মই এই অভিনৱ প্ৰয়াসৰ বাবে যোগী জীৰ চৰকাৰ, ‘অযোধ্যা বিকাশ প্ৰধিকৰণ’ আৰু অযোধ্যাৰ জনসাধাৰণক আন্তৰিকতাৰে অভিনন্দন জ্ঞাপন কৰিছোঁ। এই উপলক্ষত মই সকলো দেশবাসীৰ তৰফৰ পৰা ‘ভাৰতৰত্ন’ লতা জীলৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰিছোঁ। মই প্ৰভু ৰামৰ ওচৰত কামনা কৰিছো যে তেওঁৰ জীৱনৰ যি লাভ আমি পাইছো, সেই লাভ তেওঁৰ সুৰৰ জৰিয়তে আগন্তুক প্ৰজন্মসমূহেও যাতে লাভ কৰি থাকিব পাৰে।PM addresses on the occasion of dedication of Lata Mangeshkar Chowk in Ayodhya via video message
September 28th, 12:52 pm
PM Modi addressed the inaugural ceremony of Lata Mangeshkar Chowk in Ayodhya via video message. Remembering the time when he received a call from Lata Didi after Bhoomi Pujan for the Ram Temple in Ayodhya, PM Modi said that Lata Didi expressed great happiness as the construction was finally underway.PM remembers Lata Mangeshkar on her birth anniversary
September 28th, 08:54 am
The Prime Minister, Shri Narendra Modi has remembered Lata Mangeshkar on her birth anniversary.মুম্বাইত অনুষ্ঠিত লতা দীননাথ মংগেশকাৰ বঁটা প্ৰদান অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ ইংৰাজী সংস্কৰণ
April 24th, 05:01 pm
এই পৱিত্ৰ অনুষ্ঠানত আমাৰ সৈতে উপস্থিত আছে মহাৰাষ্ট্ৰৰ ৰাজ্যপাল শ্ৰী ভগত সিং কোশ্যাৰী জী, মহাৰাষ্ট্ৰ বিধান সভাৰ বিৰোধী দলপতি শ্ৰী দেৱেন্দ্ৰ ফাড়নাভিশ জী, মহাৰাষ্ট্ৰ চৰকাৰৰ মন্ত্ৰী শ্ৰী সুভাষ দেশাই জী, সন্মানীয় ঊষা জী, আশা জী, আদিনাথ মংগেশকাৰ জী, মাষ্টাৰ দীনানাথ স্মৃতি প্ৰতিষ্ঠানৰ সকলো সদস্য, সংগীত আৰু সাংস্কৃতিক জগতৰ সকলো বিশিষ্ট সহকৰ্মী তথা অন্যান্য গণ্যমান্য ব্যক্তি, ভদ্ৰলোক আৰু ভদ্ৰ মহিলাসকল!মুম্বাইত অনুষ্ঠিত এক অনুষ্ঠানত ‘লতা দীননাথ মংগেশকাৰ বঁটা’ গ্ৰহণ কৰিলে প্ৰধানমন্ত্ৰীয়ে
April 24th, 05:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুম্বাইত অনুষ্ঠিত ওস্তাদ দীননাথ মংগেশকাৰ বঁটা প্ৰদান অনুষ্ঠানত অংশ গ্ৰহণ কৰে। অনুষ্ঠানত প্ৰধানমন্ত্ৰীগৰাকীক প্ৰথম বাৰৰ বাবে ‘লতা দীননাথ মংগেশকাৰ বঁটা’ প্ৰদান কৰা হয়। ‘ভাৰত ৰত্ন’ লতা মংগেশকাৰৰ স্মৃতিত উচৰ্গিত এই বঁটা প্ৰতি বছৰে ৰাষ্ট্ৰ নিৰ্মাণত অনবদ্য আৰিহণা আগবঢ়োৱা এগৰাকী ব্যক্তিক প্ৰদান কৰা হ’ব। বঁটা প্ৰদান অনুষ্ঠানত অন্যান্য সকলৰ মাজত মহাৰাষ্ট্ৰৰ ৰাজ্যপাল শ্ৰী ভগত্ সিং কোশিয়াৰীৰ আৰু মংগেশকাৰ পৰিয়ালৰ সদস্যসকলো উপস্থিত থাকে।PM to visit J&K to participate in celebrations of National Panchayati Raj Day on 24th April
April 23rd, 11:23 am
Prime Minister Narendra Modi will undertake a visit to Jammu & Kashmir to participate in the celebration of National Panchayati Raj Day at around 11:30 AM on 24 April, 2022 and address all the Gram Sabhas across the country.মন কী বাতৰ ৮৬তম খণ্ডত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া ৰূপান্তৰ
February 27th, 11:30 am
মোৰ মৰমৰ দেশবাসীসকল, নমস্কাৰ। আকৌ এবাৰ, আপোনালোক সকলোকে 'মন কী বাত'লৈ স্বাগতম জনাইছো। আজি আমি ভাৰতৰ সফলতাৰ কথা উল্লেখ কৰি 'মন কী বাত' আৰম্ভ কৰিম। এই মাহৰ আৰম্ভণিতে, ভাৰতে ইটালীৰ পৰা এক মূল্যৱান ঐতিহ্য আনিবলৈ সক্ষম হৈছে। এয়া এক ঐতিহ্য, এক হাজাৰ বছৰতকৈও অধিক পুৰণি অৱলোকিতেশ্বৰ পদ্মপাণিৰ প্ৰতিমূৰ্তি। কিছু বছৰ আগতে বিহাৰৰ গয়াজীৰ দেৱী স্থান কুণ্ডলপুৰ মন্দিৰৰ পৰা মূৰ্তিটো চুৰ হৈছিল। কিন্তু বহু প্ৰচেষ্টাৰ পিছত, ভাৰতে এতিয়া এই প্ৰতিমূৰ্তিটো ঘূৰাই পাইছে। একেদৰে, কেইবছৰমান আগতে তামিলনাডুৰ ভেলোৰৰ পৰা ভগৱান অঞ্জনায়াৰ, হনুমানজীৰ প্ৰতিমূৰ্তি চুৰ হৈছিল। হনুমানজীৰ এই মূৰ্তিটোও ৬০০-৭০০ বছৰ পুৰণি আছিল। এই মাহৰ আৰম্ভণিতে, অষ্ট্ৰেলিয়াত, আমি এইটো লাভ কৰিছিলো, আমাৰ অভিযানত ইয়াক উদ্ধাৰ কৰা হৈছে।লোকসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰীৰ ধন্যবাদসূচক ভাষণৰ অসমীয়া অনুবাদ
February 07th, 05:33 pm
ৰাষ্ট্ৰপতিৰ ভাষণত ধন্যবাদ জনাবলৈ মই উপস্থিত হৈছো। মাননীয় ৰাষ্ট্ৰপতিগৰাকীয়ে তেওঁৰ ভাষণত এক স্বাৱলম্বী ভাৰত আৰু এক উচ্চাকাংক্ষী ভাৰতৰ বাবে অতীতৰ প্ৰচেষ্টাৰ বিষয়ে বিস্তৃতভাৱে কৈছে। এই গুৰুত্বপূৰ্ণ ভাষণ সন্দৰ্ভত তেওঁৰ প্ৰতি মন্তব্য আগবঢ়োৱা সকলো সন্মানীয় সদস্যৰ প্ৰতি মই অত্যন্ত কৃতজ্ঞ ৷লোকসভাত ৰাষ্ট্রপতিৰ ভাষণৰ প্ৰত্যুত্তৰত প্রধানমন্ত্রীৰ ধন্যবাদসূচক ভাষণ
February 07th, 05:32 pm
সংসদত ৰাষ্ট্রপতিৰ ভাষণৰ প্ৰত্যুত্তৰত প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি লোকসভাত ধন্যবাদসূচক ভাষণ প্ৰদান কৰে। প্রধানমন্ত্রীয়ে তেওঁৰ ভাষণ আৰম্ভ কৰাৰ পূৰ্বে ভাৰতৰত্ন লতা মংগেশকাৰক শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷ তেওঁ কয় যে মোৰ ভাষণ আৰম্ভ কৰাৰ পূৰ্বে মই লতা দিদিক শ্রদ্ধা জনাইছো। সংগীতৰ জৰিয়তে তেওঁ দেশৰ একতাক শক্তিশালী কৰিছিল।A Special Bond
February 06th, 01:39 pm
Lata didi has left for the heavenly abode. This ends the marvellous and melodious era in the Indian Movie Industry. Her soulful voice reverberated across the nation and won million hearts in the country. Called as the “Swar Kokila” by her fans, Lata Didi shared a special intangible bond with them. Not only with her fans, Lata Didi had immense affection for PM Modi.