বাংলাদেশৰ ৰাষ্ট্ৰীয় দিৱস উদযাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
March 26th, 04:26 pm
PM Modi took part in the National Day celebrations of Bangladesh in Dhaka. He awarded Gandhi Peace Prize 2020 posthumously to Bangabandhu Sheikh Mujibur Rahman. PM Modi emphasized that both nations must progress together for prosperity of the region and and asserted that they must remain united to counter threats like terrorism.বাংলাদেশৰ ৰাষ্ট্ৰীয় দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ
March 26th, 04:24 pm
দুদিনীয়া কাৰ্যসূচীৰে বাংলাদেশ ভ্ৰমণৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাংলাদেশৰ স্বাধীনতাৰ সোণালী জয়ন্তীত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰে। ইয়াত ভাগ লয় বাংলাদেশৰ ৰাষ্ট্ৰপতি, মহামান্য মহম্মদ আব্দুল হামিদ; বাংলাদেশৰ প্ৰধানমন্ত্ৰী, মহামান্য শেখ হাচিনা; শেখ মুজিবুৰ ৰহমানৰ কনিষ্ঠ কন্যা শেখ ৰেহেনা; মুজিব বৰ্ষ উদযাপনাৰ্থে ৰাষ্ট্ৰীয় ৰূপায়ণ কমিটিৰ মুখ্য সমন্বয়ক, ডঃ কামাল আব্দুল নাছেৰ চৌধাৰী আৰু আন-আন বিশিষ্ট ব্যক্তিসকলে। তেজগাঁওস্থিত ৰাষ্ট্ৰীয় পেৰেড স্কোৱেৰত এই কাৰ্যসূচী অনুষ্ঠিত হয়। ইয়াতে বাংলাদেশৰ জাতিৰ পিতা, বংগবন্ধু শেখ মুজিবুৰ ৰহমানৰ জন্ম শতবাৰ্ষিকীও পালন কৰা হয়।Gurudev Tagore is a global citizen: PM Modi at Visva Bharati University convocation
May 25th, 05:12 pm
PM Modi and PM Sheikh Hasina of Bangladesh inaugurated the Bangladesh Bhavan at Santiniketan today. Speaking at the event, PM Modi highlighted the growing ties between both the countries and how Rabindra Sangeet and culture further strengthened India-Bangladesh ties. He also spoke about enhanced connectivity between India and Bangladesh and also mentioned about the successful conclusion of the Land Boundary Agreement between both nations.Gurudev Tagore connects India and Bangladesh: PM Modi
May 25th, 02:41 pm
PM Modi and PM Sheikh Hasina of Bangladesh inaugurated the Bangladesh Bhavan at Santiniketan today. Speaking at the event, PM Modi highlighted the growing ties between both the countries and how Rabindra Sangeet and culture further strengthened India-Bangladesh ties. He also spoke about enhanced connectivity between India and Bangladesh and also mentioned about the successful conclusion of the Land Boundary Agreement between both nations.প্ৰধানমন্ত্ৰীৰ শান্তি নিকেতন ভ্ৰমণ, বিশ্ব ভাৰতী বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ, বাংলাদেশ ভৱন উদ্বোধন
May 25th, 01:40 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পশ্চিমবংগৰ শান্তি নিকেতন ভ্ৰমণ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে শান্তি নিকেতনত বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্ৰীমতী শ্বেইখ হাছিনাকো আদৰণী জনায়। কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰতি শ্ৰদ্ধা জনাই দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে ভিজিটৰছ বুকত স্বাক্ষৰ কৰে। তাৰ পাছতে তেওঁলোক দুয়োগৰাকীয়ে বিশ্ব ভাৰতী বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন অনুষ্ঠান অংশগ্ৰহণ কৰে।PM thanks leaders on passage of India-Bangladesh Land Boundary Bill in the Parliament
May 07th, 08:10 pm