স্বামী দয়ানন্দ সৰস্বতীৰ জন্ম জয়ন্তীত ভিডিঅ' কনফাৰেন্সৰ মাধ্যমত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
February 11th, 12:15 pm
অনুষ্ঠানত উপস্থিত থকা সন্মানীয় সন্তসকল, গুজৰাটৰ ৰাজ্যপাল আচাৰ্য দেৱব্ৰত জী, মন্ত্ৰী পৰিষদৰ মোৰ সহযোগী পুৰুষোত্তম ৰূপালা জী, আৰ্য সমাজৰ বিভিন্ন সংগঠনৰ সৈতে জড়িত সকলো বিষয়ববীয়া, অন্যান্য মহানুভৱ, দেৱী আৰু সজ্জনসকল!মহৰ্ষি দয়ানন্দ সৰস্বতীৰ ২০০ সংখ্যক জয়ন্তী উপলক্ষে আয়োজিত কাৰ্যসূচী সম্বোধন কৰে প্ৰধানমন্ত্ৰীয়ে
February 11th, 11:50 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ মৰবিৰ তঙ্কাৰাৰ স্বামী দয়ানন্দৰ জন্মস্থানত স্বামী দয়ানন্দ সৰস্বতীৰ ২০০ সংখ্যক জয়ন্তী উপলক্ষে আয়োজিত কাৰ্যক্ৰমত এক ভিডিঅ' বাৰ্তাৰ জৰিয়তে ভাষণ প্ৰদান কৰে।সকলোৰে হৃদয়ত আছে ৰাম: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
January 28th, 11:30 am
মোৰ প্ৰিয় দেশবাসী, এইবাৰ ২৬ জানুৱাৰীৰ পেৰেড যথেষ্ট আচৰিত আছিল, কিন্তু আটাইতকৈ চৰ্চিত কথাটো আছিল পেৰেডত মহিলা শক্তি৷ যেতিয়া কেন্দ্ৰীয় নিৰাপত্তা বাহিনী আৰু দিল্লী আৰক্ষীৰ মহিলা দলে কৰ্তব্য পথত মাৰ্চপাষ্ট কৰিবলৈ আৰম্ভ কৰে, সকলোৱে হৃদয় গৌৰৱেৰে উঠলি উঠিল। মহিলা বেণ্ডৰ সমদল দেখি আৰু তেওঁলোকৰ চমকপ্ৰদ সমন্বয় দেখি দেশ-বিদেশৰ মানুহ আলোড়িত হৈ পৰিল। এইবাৰ পেৰেডত মাৰ্চ কৰা ২০টা স্কোৱাডৰ ভিতৰত ১১টা স্কোৱাড আছিল কেৱল মহিলাৰ। আমি দেখিলোঁ যে যিমানবোৰ প্ৰতীকপট উলিয়াইছিল সকলোতে মহিলা। যিবোৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হৈছিল, তাত প্ৰায় ডেৰ হাজাৰ কন্যাই অংশ লৈছিল। বহু মহিলা শিল্পীয়ে শংকা, নদাস্বৰম, নাগদা আদি ভাৰতীয় বাদ্যযন্ত্ৰ বজাই আছিল। ডিআৰডিঅ’ই উলিওৱা প্ৰতীকপটেও সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল। ইয়াত দেখা গ’ল যে নাৰী শক্তিয়ে কেনেদৰে প্ৰতিটো ক্ষেত্ৰতে-পানী, ভূমি, আকাশ, চাইবাৰ আৰু মহাকাশত দেশক সুৰক্ষা দি আছে। একবিংশ শতিকাৰ ভাৰতে মহিলা নেতৃত্বাধীন উন্নয়নৰ মন্ত্ৰৰে আগবাঢ়িছে।Lokmanya Tilak was a great institution builder and a nurturer of traditions: PM Modi
August 01st, 12:00 pm
PM Modi was conferred the Lokmanya Tilak National Award in Pune. PM Modi described the honour bestowed on him by the place and institution directly linked with the Lokmanya as ‘unforgettable’. He dedicated the Lokmanya Tilak Award to the 140 crore citizens of India. He assured them that the government will leave no stone unturned to help them achieve their dreams and aspirations. The Prime Minister also donated the cash prize to the Namami Gange Project.মহাৰাষ্ট্ৰৰ পুনেত প্ৰধানমন্ত্ৰীক প্ৰদান কৰিলে লোকমান্য তিলক ৰাষ্ট্ৰীয় বঁটা
August 01st, 11:45 am
প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীক আজি মহাৰাষ্ট্ৰৰ পুনেত লোকমান্য তিলক ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰা হয়। লোকমান্য তিলকৰ উত্তৰাধিকাৰক সন্মান জনাই ১৯৮৩ চনত তিলক স্মাৰক মন্দিৰ ট্ৰাষ্টে এই বঁটা প্ৰদান আৰম্ভ কৰিছিল। প্ৰধানমন্ত্ৰীয়ে নগদ ধনৰ পুৰস্কাৰ নমামি গংগা প্ৰকল্পৰ নামত উচৰ্গা কৰে৷নতুন দিল্লীত মহৰ্ষি দয়ানন্দ সৰস্বতীৰ ২০০তম জয়ন্তী উদযাপনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
February 12th, 11:00 am
কাৰ্যক্ৰমত উপস্থিত গুজৰাটৰ ৰাজ্যপাল শ্ৰীমান আচাৰ্য দেৱব্ৰত জী, সাৰ্বদেশিক আৰ্য প্ৰতিনিধি সভাৰ অধ্যক্ষ শ্ৰী সুৰেশ চন্দ্ৰ আৰ্য জী, দিল্লী আৰ্য প্ৰতিনিধি সভাৰ অধ্যক্ষ শ্ৰী ধৰ্মপাল আৰ্য জী, শ্ৰী বিনয় আৰ্য জী, মন্ত্ৰীসভাৰ মোৰ সতীৰ্থ জি কিষন ৰেড্ডী জী, মিনাক্ষী লেখী জী, অৰ্জুন ৰাম মেঘৱাল জী, প্ৰতিনিধিগণ, উপস্থিত ভাতৃ আৰু ভগ্নীসকল!প্ৰধানমন্ত্ৰীয়ে নতুন দিল্লীত মহৰ্ষি দয়ানন্দ সৰস্বতীৰ ২০০ তম জয়ন্তী উদযাপন উদ্বোধন কৰে
February 12th, 10:55 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিল্লীৰ ইন্দিৰা গান্ধী ইনডোৰ ষ্টেডিয়ামত মহৰ্ষি দয়ানন্দ সৰস্বতীৰ ২০০ সংখ্যক জন্ম জয়ন্তী উপলক্ষে বছৰজোৰা উদযাপনৰ শুভাৰম্ভ কৰে। তেওঁ স্মাৰক অনুষ্ঠানৰ বাবে এটা লগোও মুকলি কৰে।No place for corruption in 'Nawa Punjab', law and order will prevail: PM Modi
February 15th, 11:46 am
Prime Minister Narendra Modi addressed a public meeting in Jalandhar, Punjab. He said, “Punjab has supported me, given me a lot. I will always be indebted to this place; hence I will always work to uplift the state. It's certain that an NDA will form a government in Punjab. Nawa Punjab, Bhajpa De Naal.”PM Modi campaigns in Punjab’s Jalandhar
February 14th, 04:37 pm
Prime Minister Narendra Modi addressed a public meeting in Jalandhar, Punjab. He said, “Punjab has supported me, given me a lot. I will always be indebted to this place; hence I will always work to uplift the state. It's certain that an NDA will form a government in Punjab. Nawa Punjab, Bhajpa De Naal.”No power can stop the country whose youth is moving ahead with the resolve of Nation First: PM Modi
January 28th, 01:37 pm
Prime Minister Narendra Modi addressed the National Cadet Corps Rally at Cariappa Ground in New Delhi. The PM talked about the steps being taken to strengthen the NCC in the country in a period when the country is moving forward with new resolutions. He elaborated on the steps being taken to open the doors of the defence establishments for girls and women.কাৰিয়াপ্পা গ্ৰাউণ্ডত এনচিচি পিএম ৰেলী সম্বোধন প্ৰধানমন্ত্ৰীৰ
January 28th, 01:36 pm
ধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাৰিয়াপ্পা গ্ৰাউণ্ডত ৰাষ্ট্ৰীয় কেডেট কৰ্পছ ৰেলী সম্বোধন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে গাৰ্ড অৱ অনাৰ পৰিদৰ্শন, এনচিচি বাহিনীৰদ্বাৰা মাৰ্চ পাষ্ট আৰু লগতে এনচিচিৰ কেডেটসকলে প্ৰদৰ্শন কৰা সেনাৰ কাৰ্য্যকলাপ, স্লিটাৰিং, মাইক্ৰ'লাইট ফ্লায়িং, পেৰাছেইলিং তথা সাংস্কৃতিক কাৰ্য্যসূচী প্ৰত্যক্ষ কৰে। শ্ৰেষ্ঠ কেডেটসকলে প্ৰধানমন্ত্ৰীগৰাকীৰপৰা পদক আৰু বেটনো লাভ কৰে।লালা লাজপট ৰায়ৰ জয়ন্তী উপলক্ষে তেওঁলৈ শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰীৰ
January 28th, 09:11 am
The Prime Minister, Shri Narendra Modi has paid tributes to Lala Lajpat Rai on his Jayanti.লালা লাজপত ৰায়ৰ জন্মদিনত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাৰ্ঘ্য
January 28th, 09:52 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লালা লাজপত ৰায়জীলৈ তেওঁৰ জন্মদিনত শ্ৰদ্ধা জনাইছে।PM pays tributes to Lala Lajpat Rai, on his birth anniversary
January 28th, 01:03 pm
Tributes to Lala Lajpat Rai on his birth anniversary. He was respected for his fearlessness, impeccable integrity and fight against injustice, the Prime Minister said.PM remembers Punjab Kesari Lala Lajpat Rai on his birth anniversary
January 28th, 01:23 pm
PM salutes Punjab Kesari Lala Lajpat Rai, on his birth anniversary
January 28th, 10:00 am
PM salutes Punjab Kesari Lala Lajpat Rai, on his birth anniversary