কেবিনেটে লাজপত নগৰৰ পৰা সাকেত জি-ব্লক লৈ আৰু ইন্দ্ৰলোকৰ পৰা ইন্দ্ৰপ্ৰস্থলৈ দিল্লী মেট্ৰ'ৰ চতুৰ্থ পৰ্যায়ৰ দুটা কৰিডৰত অনুমোদন জনাইছে

March 13th, 03:25 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে দিল্লী মেট্ৰ'ৰ চতুৰ্থ পৰ্যায়ৰ প্ৰকল্পৰ দুটা নতুন কৰিডৰত অনুমোদন জনোৱাৰ ফলত ৰাষ্ট্ৰীয় ৰাজধানীত মেট্ৰ' সংযোগ অধিক উন্নত হ'ব বুলি আশা কৰা হৈছে।