আন্তঃৰাষ্ট্ৰীয় অভিধম্মা দিৱসৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

October 17th, 10:05 am

সাংস্কৃতিক মন্ত্ৰী শ্ৰী গজেন্দ্ৰ সিং শ্বেখাৱত জী, সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী শ্ৰী কিৰেণ ৰিজিজু জী, ভদন্ত ৰাহুল বোধি মহাথেৰো জী, পূজনীয় ইয়াংচুক চোডেন জী, মহাসংঘৰ সকলো সন্মানীয় সদস্য, মহামহিম, কূটনৈতিক সমাজৰ সদস্য, বৌদ্ধ পণ্ডিত, ধৰ্ম অনুগামী, ভদ্ৰ পুৰুষ-মহিলাসকল।

আন্তঃৰাষ্ট্ৰীয় অভিধম্মা দিৱস উদযাপন আৰু পালি ভাষাক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি প্ৰদানৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ

October 17th, 10:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত আন্তঃৰাষ্ট্ৰীয় অভিধম্মা দিৱস উদযাপন আৰু পালি ভাষাক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি প্ৰদানৰ অনুষ্ঠানত ভাষণ আগবঢ়ায়। অভিধম্মা দিৱসত অভিধম্মা শিক্ষা দি ভগৱান বুদ্ধৰ আকাশী ক্ষেত্ৰৰ পৰা অৱতৰণ স্মৰণ কৰা হয়। শেহতীয়াকৈ পালিক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিয়াটোৱে এইবাৰৰ অভিধম্মা দিৱস উদযাপনৰ তাৎপৰ্য্য বৃদ্ধি কৰিছে কাৰণ অভিধম্মা সম্পৰ্কীয় ভগৱান বুদ্ধৰ শিক্ষা মূলতঃ পালি ভাষাত উপলব্ধ।

নতুন দিল্লীত অনুষ্ঠিত দ্বিতীয় এছিয়া প্ৰশান্ত মহাসাগৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী সন্মিলনত প্ৰধানমন্ত্ৰীৰ ভাষণ

September 12th, 04:00 pm

এই সংস্থাটোৱে ৮০ বছৰীয়া জয়ন্তী উদযাপন কৰিছে এক উল্লেখযোগ্য পদক্ষেপেৰে— মাতৃসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি হিচাপে ৮০,০০০ গছপুলি ৰোপণ, আমাৰ সন্মানীয় মন্ত্ৰী শ্ৰীমান নাইডু জীৰ নিৰ্দেশনাত। আমাৰ সংস্কৃতিত ৮০ বছৰ বয়সত উপনীত হোৱাটো এক উল্লেখযোগ্য মাইলৰ খুঁটি বুলি গণ্য কৰা হয়, যাৰ প্ৰতীক প্ৰায়ে হাজাৰটা পূৰ্ণিমা চন্দ্ৰৰ সাক্ষী হোৱাৰ ধাৰণাটোৱে দিয়ে, যিয়ে অভিজ্ঞতাৰে ভৰা জীৱনক প্ৰতিনিধিত্ব কৰে। একেদৰে আমাৰ সংস্থাটোৱেও এই উল্লেখযোগ্য মাইলৰ খুঁটিটো অৰ্জন কৰি ৰূপকভাৱে হাজাৰটা পূৰ্ণিমা দেখা পাইছে, যিয়ে নিজৰ যাত্ৰাত লাভ কৰা বিশাল অভিজ্ঞতাক প্ৰতিফলিত কৰিছে। এই ৮০ বছৰীয়া যাত্ৰা কেৱল এক স্মৰণীয় কৃতিত্বই নহয় আমাৰ সফলতাৰ প্ৰমাণ আৰু উদযাপনৰ যোগ্য মুহূৰ্ত।

উত্তৰপ্রদেশৰ জালাউনত বুন্দেলখণ্ড এক্সপ্ৰেছৱে উদ্বোধনী অনুষ্ঠানত প্রধানমন্ত্রীৰ ভাষণ

July 16th, 04:17 pm

ভাৰত মাতা কী জয়, ভাৰত মাতা কী জয়, ভাৰত মাতা কী জয়, বেদব্যাসৰ জন্মভূমি তথা মহাৰাণী লক্ষ্মীবাঈৰ অঞ্চললৈ আকৌ মোৰ অহাৰ সৌভাগ্য হ'ল। মই ইয়াৰ বাবে অত্যন্ত আনন্দিত! নমস্কাৰ।

প্ৰধানমন্ত্ৰীয়ে উত্তৰ প্ৰদেশ পৰিদৰ্শন কৰে আৰু বুণ্ডেলখণ্ড এক্সপ্ৰেছৱে উদ্বোধন কৰে

July 16th, 10:25 am

উত্তৰ প্ৰদেশৰ জালাউনৰ অ’ৰাই তহচিলৰ কৈথেৰী গাঁৱত আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বুণ্ডেলখণ্ড এক্সপ্ৰেছৱে উদ্বোধন কৰে। উক্ত অনুষ্ঠানত উপস্থিত থকাসকলৰ ভিতৰত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, ৰাজ্যিক মন্ত্ৰী আৰু জনপ্ৰতিনিধিও আছিল।

Corrupt ‘Pariwarvadis’ are neither concerned about the middle class nor the poor: PM Modi in Maharajganj, UP

February 28th, 01:19 pm

Prime Minister Narendra Modi today addressed a public meeting in Maharajganj, Uttar Pradesh. PM Modi started his address by highlighting the challenges of the people living in the border areas of the country and how the strength of the country dictates the strength of the people living in border areas.

PM Modi addresses public meetings in Maharajganj and Ballia, Uttar Pradesh

February 28th, 01:17 pm

Prime Minister Narendra Modi today addressed public meetings in Maharajganj and Ballia, Uttar Pradesh. In Maharajganj, PM Modi started his address by highlighting the challenges of the people living in the border areas of the country and how the strength of the country dictates the strength of the people living in border areas.

For us, infrastructure is not about 'Rajniti', it is a part of 'Rashtra Niti': PM Modi

November 25th, 01:06 pm

Prime Minister Narendra Modi laid the foundation Stone of Noida International Airport, Uttar Pradesh. He said, The new India of the 21st century is building one of the best modern infrastructure today. Better roads, better rail network, better airports are not just infrastructure projects but they transform the entire region, transforming people's lives completely.

PM Modi lays the foundation Stone of Noida International Airport, Uttar Pradesh

November 25th, 01:01 pm

Prime Minister Narendra Modi laid the foundation Stone of Noida International Airport, Uttar Pradesh. He said, The new India of the 21st century is building one of the best modern infrastructure today. Better roads, better rail network, better airports are not just infrastructure projects but they transform the entire region, transforming people's lives completely.

PM to lay the foundation stone of Noida International Airport on November 25

November 23rd, 09:29 am

Uttar Pradesh is poised to become the only state in India to have five international airports, as Prime Minister Shri Narendra Modi will lay the foundation stone of the Noida International Airport (NIA) in Jewar, Gautam Buddha Nagar, Uttar Pradesh on 25 November, 2021 at 1 PM.

কুশীনগৰ, উত্তৰ প্ৰদেশত একাধিক উন্নয়নৰ তৎপৰতা আৰম্ভ কৰি দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ

October 20th, 01:25 pm

উত্তৰ প্ৰদেশৰ ৰাজ্যপাল শ্ৰীমতী আনন্দীবেন পেটেল জী, ইউপিৰ জনপ্ৰিয় আৰু যশস্বী কৰ্মযোগী মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ জী, ইউপি ভাজপাৰ শক্তিশালী অধ্যক্ষ শ্ৰী স্বতন্ত্ৰ দেৱ জী, ইউপি চৰকাৰৰ মন্ত্ৰী শ্ৰী সূৰ্যপ্ৰতাপ সাহী জী, শ্ৰী সুৰেশ কুমাৰ খান্না জী, শ্ৰী স্বামী প্ৰসাদ মৌৰ্যা জী, ডাক্তৰ নীলকন্ঠ তিৱাৰী জী, সংসদৰ মোৰ সংগী শ্ৰী বিজয় কুমাৰ দুবে জী, ডাক্তৰ ৰমাপতি ৰাম ত্ৰিপাথী জী, অন্য জনপ্ৰতিনিধিগণ, আৰু বৃহৎ সংখ্যাত ইয়াত উপস্থিত মোৰ মৰমৰ ভাই আৰু ভনীসকল!! দীপাৱলি আৰু ছঠ পূজালৈ বেছি দিন নাই। এয়া উৎসৱ আৰু উৎসাহৰ সময়। আজি মহৰ্ষি বাল্মিকী জীৰ জয়ন্তীও। এই উৎসৱৰ সময়ত কানেক্টিভিটিৰ, স্বাস্থ্যৰ আৰু ৰোজগাৰৰ কেইবা কোটিৰ নতুন প্ৰজেক্ট কুশীনগৰক অৰ্পণ কৰি মই বহুত আনন্দিত হৈছো।

PM lays the foundation stone of Rajkiya Medical College, Kushinagar

October 20th, 01:24 pm

PM Modi laid the foundation stone of Rajkiya Medical College, Kushinagar. He also inaugurated and laid the foundation stones of various development projects in Kushinagar. Addressing the gathering, the PM said that with the medical college in Kushinagar, local aspirations of becoming a doctor or having quality medical infrastructure will be fulfilled.

উত্তৰ প্ৰদেশৰ কুশীনগৰস্থিত ‘মহানিৰ্বাণা মন্দিৰ’ত উদযাপিত ‘অভিধম্ম দিৱস’ত প্ৰদান কৰা প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ

October 20th, 12:31 pm

এই পবিত্ৰ কাৰ্যক্ৰমত উপস্থিত উত্তৰ প্ৰদেশৰ ৰাজ্যপাল শ্ৰীমতী আনন্দীবেন পেটেল জী, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰীমান যোগী আদিত্যনাথ জী, কেবিনেটত মোৰ সহযোগী শ্ৰী জি কিষাণ ৰেড্ডী জী, শ্ৰী কিৰেণ ৰিজিজু জী, শ্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া জী, শ্ৰীলংকাৰ পৰা কুশীনগৰত উপস্থিত হোৱা শ্ৰীলংকা চৰকাৰৰ কেবিনেট মন্ত্ৰী শ্ৰীমান নমল ৰাজপক্ষ জী, শ্ৰীলংকাৰ পৰা অহা অতি পূজনীয়, আমাৰ অতিথিসকল, ম্যানমাৰ, ভিয়েটনাম, কম্বোদিয়া, থাইলেণ্ড, লাও পিডিআৰ, ভূটান আৰু দক্ষিণ কোৰিয়াৰ ভাৰতস্থ মহামহিম ৰাষ্ট্ৰদূতসকল, শ্ৰীলংকা, মংগোলীয়া, জাপান, ছিংগাপুৰ, নেপাল আৰু অন্যান্য দেশসমূহৰ পৰা অহা জ্যেষ্ঠ ৰাজনীতিক, সন্মানীয় ভিক্ষুসকল, আৰু ভগবান বুদ্ধৰ অনুগামী বন্ধুসকল!

PM participates in an event marking Abhidhamma Day at the Mahaparinirvana Temple in Kushinagar

October 20th, 12:30 pm

Prime Minister Modi participated in an event marking Abhidhamma Day at the Mahaparinirvana Temple in Kushinagar. The Prime Minister said, Buddha is universal because Buddha said to start from within. Buddha's Buddhatva is a sense of ultimate responsibility.

Kushinagar International Airport is a tribute to the devotion of Buddhist society around the world: PM Modi

October 20th, 10:33 am

Prime Minister Narendra Modi inaugurated Kushinagar International Airport. Addressing the gathering, the PM said that India is the centre of the faith of Buddhist society around the world. He termed the facility of Kushinagar International Airport, launched as a tribute to their devotion.

প্ৰধানমন্ত্ৰীয়ে কুশীনগৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ উদ্ঘাটন কৰে

October 20th, 10:32 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কুশীনগৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ উদ্ঘাটন কৰে।

২০অক্টোবৰত উত্তৰ প্ৰদেশ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে আৰু কুশীনগৰ বিমান বন্দৰৰ শুভ উদ্বোধন ঘোষণা কৰিব

October 19th, 10:35 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০অক্টোবৰ, ২০২১ত উত্তৰ প্ৰদেশ ভ্ৰমণ কৰিব। সেইদিনা পুৱা প্ৰায় ১০বজাত তেওঁ কুশীনগৰত স্থাপন কৰা আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰটো আনুষ্ঠানিক ভাবে উদ্বোধন কৰিব। ইয়াৰ পিচতে তেওঁ মহাপৰিনিৰ্বাণা মন্দিৰত প্ৰায় ১১.৩০বজাত অনুষ্ঠিতব্য ‘অভিধম্ম দিৱস’ৰ কাৰ্যক্ৰমত অংশগ্ৰহণ কৰিব। সেইদিনা দুপৰীয়া প্ৰায় ১.১৫বজাত অনুষ্ঠিত এক ৰাজহুৱা অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে কুশীনগৰত স্থাপন কৰা বহুকেইটা উন্নয়ণী প্ৰকল্পৰ শুভাৰম্ভ ঘোষণা কৰাৰ লগতে আন কেইবাটাও প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰিব।

আমি ইতিহাসৰ ভুলবোৰ সংশোধন কৰি আছোঁ যিয়ে যোগ্য নেতা আৰু যোদ্ধাসকলক সন্মান কৰা নাছিলঃ প্ৰধানমন্ত্ৰী

February 16th, 02:45 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে আমি দেশৰ স্বাধীনতাৰ ৭৫ তম বৰ্ষত প্ৰৱেশ কৰাৰ লগে লগে দেশলৈ অপৰিসীম অৱদান আগবঢ়োৱা ঐতিহাসিক বীৰ-বীৰাংগনাসকলৰ অৱদান মনত ৰখাটো আমাৰ সকলোৰে বাবে গুৰুত্বপূৰ্ণ । তেওঁ দুখ প্ৰকাশ কৰে যে যিসকলে ভাৰত আৰু ভাৰতীয়ত্বৰ বাবে সকলো ত্যাগ কৰিছিল তেওঁলোকক ইতিহাসৰ পাতত তেওঁলোকৰ প্ৰাপ্য স্থান দিয়া হোৱা নাই। ভাৰতীয় ইতিহাস ৰচয়িতাসকলে ইতিহাস ৰচনা কৰাৰ সময়ত সেইসকল লোকৰ প্ৰতি যি অন্যায়-অবিচাৰ কৰিছিল এতিয়া সেয়া সংশোধন কৰা হৈছে, কিয়নো আমি আমাৰ স্বাধীনতাৰ ৭৫ তম বৰ্ষত প্ৰৱেশ কৰিছোঁ। এই সন্ধিক্ষণত তেওঁলোকৰ অৱদান স্মৰণ কৰাটো অতি গুৰুত্বপূৰ্ণ বুলি প্ৰধানমন্ত্ৰীয়ে কয়। তেওঁ আজি ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে উত্তৰ প্ৰদেশৰ বাহৰাইচত চিত্তাউৰা হ্ৰদৰ উন্নয়নমূলক কাম আৰু মহাৰাজা সুহেলদেৱ স্মাৰকৰ আধাৰশিলা স্থাপন কৰাৰ পিছত এইদৰে মন্তব্য কৰে।

উত্তৰপ্ৰদেশৰ বাহৰেইচত মহাৰাজা সুহলদেৱ স্মাৰক আৰু চিট্টৌৰা হ্ৰদৰ উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

February 16th, 11:24 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে উত্তৰ প্ৰদেশৰ বাহৰাইচত মহাৰাজ সুহেলদেৱ স্মাৰক আৰু চিত্তৌৰা হ্ৰদৰ উন্নয়নৰ কামৰ শিলান্যাস কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে তদুপৰি মহাৰাজ সুহেলদেৱৰ নামেৰে নামকৰণ কৰা চিকিৎসা মহাবিদ্যালয়ৰ এটি ভৱন উদ্বোধন কৰে। এই কাৰ্যসূচীত উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰী উপস্থিত থাকে।

মহাৰাজ সুহেলদেৱ স্মাৰক আৰু চিত্তৌৰা হ্ৰদৰ উন্নয়নৰ কামৰ শিলান্যাস প্ৰধানমন্ত্ৰীৰ

February 16th, 11:23 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে উত্তৰ প্ৰদেশৰ বাহৰাইচত মহাৰাজ সুহেলদেৱ স্মাৰক আৰু চিত্তৌৰা হ্ৰদৰ উন্নয়নৰ কামৰ শিলান্যাস কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে তদুপৰি মহাৰাজ সুহেলদেৱৰ নামেৰে নামকৰণ কৰা চিকিৎসা মহাবিদ্যালয়ৰ এটি ভৱন উদ্বোধন কৰে। এই কাৰ্যসূচীত উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰী উপস্থিত থাকে।