আন্তঃৰাষ্ট্ৰীয় অভিধম্মা দিৱসৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
October 17th, 10:05 am
সাংস্কৃতিক মন্ত্ৰী শ্ৰী গজেন্দ্ৰ সিং শ্বেখাৱত জী, সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী শ্ৰী কিৰেণ ৰিজিজু জী, ভদন্ত ৰাহুল বোধি মহাথেৰো জী, পূজনীয় ইয়াংচুক চোডেন জী, মহাসংঘৰ সকলো সন্মানীয় সদস্য, মহামহিম, কূটনৈতিক সমাজৰ সদস্য, বৌদ্ধ পণ্ডিত, ধৰ্ম অনুগামী, ভদ্ৰ পুৰুষ-মহিলাসকল।আন্তঃৰাষ্ট্ৰীয় অভিধম্মা দিৱস উদযাপন আৰু পালি ভাষাক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি প্ৰদানৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ
October 17th, 10:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত আন্তঃৰাষ্ট্ৰীয় অভিধম্মা দিৱস উদযাপন আৰু পালি ভাষাক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি প্ৰদানৰ অনুষ্ঠানত ভাষণ আগবঢ়ায়। অভিধম্মা দিৱসত অভিধম্মা শিক্ষা দি ভগৱান বুদ্ধৰ আকাশী ক্ষেত্ৰৰ পৰা অৱতৰণ স্মৰণ কৰা হয়। শেহতীয়াকৈ পালিক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিয়াটোৱে এইবাৰৰ অভিধম্মা দিৱস উদযাপনৰ তাৎপৰ্য্য বৃদ্ধি কৰিছে কাৰণ অভিধম্মা সম্পৰ্কীয় ভগৱান বুদ্ধৰ শিক্ষা মূলতঃ পালি ভাষাত উপলব্ধ।খিৰকীয়াৰ পৰা জটাহা বজাৰলৈ ১৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ নিৰ্মাণে কুছিনগৰৰ উন্নয়নত অধিক গতি প্ৰদান কৰিবঃ প্ৰধানমন্ত্ৰী
February 27th, 01:59 pm
প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে কয় যে উত্তৰ প্ৰদেশৰ কুছিনগৰ লোকসভা সমষ্টিৰ খিৰকীয়াৰ পৰা জটাহা বজাৰলৈ ১৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ নিৰ্মাণে কুশিনগৰৰ উন্নয়নত অধিক গতি প্ৰদান কৰিব।উত্তৰপ্রদেশৰ জালাউনত বুন্দেলখণ্ড এক্সপ্ৰেছৱে উদ্বোধনী অনুষ্ঠানত প্রধানমন্ত্রীৰ ভাষণ
July 16th, 04:17 pm
ভাৰত মাতা কী জয়, ভাৰত মাতা কী জয়, ভাৰত মাতা কী জয়, বেদব্যাসৰ জন্মভূমি তথা মহাৰাণী লক্ষ্মীবাঈৰ অঞ্চললৈ আকৌ মোৰ অহাৰ সৌভাগ্য হ'ল। মই ইয়াৰ বাবে অত্যন্ত আনন্দিত! নমস্কাৰ।প্ৰধানমন্ত্ৰীয়ে উত্তৰ প্ৰদেশ পৰিদৰ্শন কৰে আৰু বুণ্ডেলখণ্ড এক্সপ্ৰেছৱে উদ্বোধন কৰে
July 16th, 10:25 am
উত্তৰ প্ৰদেশৰ জালাউনৰ অ’ৰাই তহচিলৰ কৈথেৰী গাঁৱত আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বুণ্ডেলখণ্ড এক্সপ্ৰেছৱে উদ্বোধন কৰে। উক্ত অনুষ্ঠানত উপস্থিত থকাসকলৰ ভিতৰত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, ৰাজ্যিক মন্ত্ৰী আৰু জনপ্ৰতিনিধিও আছিল।নেপালত ২৫৬৬ সংখ্যক বুদ্ধ জয়ন্তী আৰু ‘লুম্বিনী দিৱস ২০২২’ উপলক্ষে প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
May 16th, 09:45 pm
কিছু সময়ৰ আগতে মায়াদেবী মন্দিৰত দৰ্শনৰ যি সুযোগ মই লাভ কৰিলো, সেয়াও মোৰ বাবে অবিস্মৰণীয় অভিজ্ঞতা হৈ ৰ’ব। সেইখন ঠাই, য’ত স্বয়ং বুদ্ধই জন্ম গ্ৰহণ কৰিছিল, সেইখন ঠাইৰ শক্তি, সেইখন ঠাইৰ চেতনা, এয়া নিতান্তই এক অনন্য অভিজ্ঞতা! মই এই কথা দেখিও আনন্দ পাইছো যে এইডোখৰ ঠাইৰ বাবে ২০১৪ চনত মই মহাবোধী বৃক্ষৰ যিটো পুলি উপহাৰ হিচাপে আগবঢ়াইছিলো, সেই পুলিটো এতিয়া বিকশিত হৈ এজোপা গছত পৰিণত হৈছেহি।প্ৰধানমন্ত্ৰীয়ে কুশীনগৰৰ মহাপ্ৰীনিৰ্বাণ স্তূপত প্ৰাৰ্থনা কৰে
May 16th, 07:19 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বুদ্ধ পূৰ্ণিমা উপলক্ষে উত্তৰ প্ৰদেশৰ কুশীনগৰত মহাপ্ৰীনিৰ্বাণ স্তূপত প্ৰাৰ্থনা কৰে। ইয়াৰ পূৰ্বে, আজি প্ৰধানমন্ত্ৰীয়ে ভগৱান বুদ্ধৰ জন্মস্থান নেপালৰ লুম্বিনী ভ্ৰমণ কৰে আৰু মায়া দেৱী মন্দিৰত প্ৰাৰ্থনা আগবঢ়ায়।নেপালৰ লুম্বিনীত বুদ্ধ জয়ন্তী উদযাপন
May 16th, 03:11 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নেপালৰ লুম্বিনীত আন্তঃৰাষ্ট্ৰীয় সন্মিলন কেন্দ্ৰ আৰু ধ্যান গৃহত ২৫৬৬ সংখ্যক বুদ্ধ জয়ন্তী উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰে। তেওঁৰ সৈতে নেপালৰ প্ৰধানমন্ত্ৰী অৱসৰপ্ৰাপ্ত মাননীয় শ্বেৰ বাহাদুৰ দেউবা আৰু তেওঁৰ পত্নী ড০ আৰজু ৰাণা দেউবা উপস্থিত আছিল।Corrupt ‘Pariwarvadis’ are neither concerned about the middle class nor the poor: PM Modi in Maharajganj, UP
February 28th, 01:19 pm
Prime Minister Narendra Modi today addressed a public meeting in Maharajganj, Uttar Pradesh. PM Modi started his address by highlighting the challenges of the people living in the border areas of the country and how the strength of the country dictates the strength of the people living in border areas.PM Modi addresses public meetings in Maharajganj and Ballia, Uttar Pradesh
February 28th, 01:17 pm
Prime Minister Narendra Modi today addressed public meetings in Maharajganj and Ballia, Uttar Pradesh. In Maharajganj, PM Modi started his address by highlighting the challenges of the people living in the border areas of the country and how the strength of the country dictates the strength of the people living in border areas.গুজৰাটৰ সোমনাথত নতুন আৱৰ্ত ভৱনৰ দ্বাৰ উন্মোচন কৰি দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
January 21st, 11:17 am
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সযোগে গুজৰাটৰ সোমনাথত নতুন চাৰ্কিত ভৱন উদ্বোধন কৰে৷ এই উপলক্ষে ৰাজ্যখনৰ মুখ্যমন্ত্রী শ্রী ভূপেন্দ্রভাই পেটেল, ৰাজ্যৰ একাধিক মন্ত্রী, সাংসদ আৰু মন্দিৰ পৰিচালনা পৰিষদৰ সদস্যসকল উপস্থিত থাকে৷গুজৰাটৰ সোমনাথত নতুন চাৰ্কিত ভৱনৰ উদ্বোধন প্রধানমন্ত্রীৰ
January 21st, 11:14 am
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সযোগে গুজৰাটৰ সোমনাথত নতুন চাৰ্কিত ভৱন উদ্বোধন কৰে৷ এই উপলক্ষে ৰাজ্যখনৰ মুখ্যমন্ত্রী শ্রী ভূপেন্দ্রভাই পেটেল, ৰাজ্যৰ একাধিক মন্ত্রী, সাংসদ আৰু মন্দিৰ পৰিচালনা পৰিষদৰ সদস্যসকল উপস্থিত থাকে৷প্ৰধানমন্ত্ৰীয়ে কেদাৰনাথত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে আৰু ইয়াক ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে
November 05th, 10:20 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কেদাৰনাথত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি ইয়াক দেশবাসীৰ বাবে উৎসৰ্গা কৰে। তেওঁ শ্ৰী আদি শংকৰাচাৰ্য সমাধি উদ্বোধন কৰে আৰু শ্ৰী আদি শংকৰাচাৰ্যৰ প্ৰতিমূৰ্তি উন্মোচন কৰে। তেওঁ সম্পূৰ্ণ আৰু চলি থকা আন্তঃগাঁথনিসম্পৰ্কীয় কামবোৰ পৰ্যালোচনা আৰু পৰিদৰ্শন কৰিছিল। প্ৰধানমন্ত্ৰীয়ে কেদাৰনাথ মন্দিৰত প্ৰাৰ্থনা আগবঢ়ায়। সমগ্ৰ দেশৰ ১২ টা জ্যোতিৰ্লিঙ্গ আৰু ৪ টা ধাম আৰু আন বহুতো বিশ্বাসৰ স্থানত প্ৰাৰ্থনা আৰু অনুষ্ঠান অনুষ্ঠিত হৈছিল। এই সকলোবোৰ কাৰ্যসূচী আৰু কেদাৰনাথ ধাম কাৰ্যসূচী কেদাৰনাথ ধামৰ মূল কাৰ্যসূচীৰ সৈতে জড়িত আছিল।কুশীনগৰ, উত্তৰ প্ৰদেশত একাধিক উন্নয়নৰ তৎপৰতা আৰম্ভ কৰি দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
October 20th, 01:25 pm
উত্তৰ প্ৰদেশৰ ৰাজ্যপাল শ্ৰীমতী আনন্দীবেন পেটেল জী, ইউপিৰ জনপ্ৰিয় আৰু যশস্বী কৰ্মযোগী মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ জী, ইউপি ভাজপাৰ শক্তিশালী অধ্যক্ষ শ্ৰী স্বতন্ত্ৰ দেৱ জী, ইউপি চৰকাৰৰ মন্ত্ৰী শ্ৰী সূৰ্যপ্ৰতাপ সাহী জী, শ্ৰী সুৰেশ কুমাৰ খান্না জী, শ্ৰী স্বামী প্ৰসাদ মৌৰ্যা জী, ডাক্তৰ নীলকন্ঠ তিৱাৰী জী, সংসদৰ মোৰ সংগী শ্ৰী বিজয় কুমাৰ দুবে জী, ডাক্তৰ ৰমাপতি ৰাম ত্ৰিপাথী জী, অন্য জনপ্ৰতিনিধিগণ, আৰু বৃহৎ সংখ্যাত ইয়াত উপস্থিত মোৰ মৰমৰ ভাই আৰু ভনীসকল!! দীপাৱলি আৰু ছঠ পূজালৈ বেছি দিন নাই। এয়া উৎসৱ আৰু উৎসাহৰ সময়। আজি মহৰ্ষি বাল্মিকী জীৰ জয়ন্তীও। এই উৎসৱৰ সময়ত কানেক্টিভিটিৰ, স্বাস্থ্যৰ আৰু ৰোজগাৰৰ কেইবা কোটিৰ নতুন প্ৰজেক্ট কুশীনগৰক অৰ্পণ কৰি মই বহুত আনন্দিত হৈছো।PM lays the foundation stone of Rajkiya Medical College, Kushinagar
October 20th, 01:24 pm
PM Modi laid the foundation stone of Rajkiya Medical College, Kushinagar. He also inaugurated and laid the foundation stones of various development projects in Kushinagar. Addressing the gathering, the PM said that with the medical college in Kushinagar, local aspirations of becoming a doctor or having quality medical infrastructure will be fulfilled.উত্তৰ প্ৰদেশৰ কুশীনগৰস্থিত ‘মহানিৰ্বাণা মন্দিৰ’ত উদযাপিত ‘অভিধম্ম দিৱস’ত প্ৰদান কৰা প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
October 20th, 12:31 pm
এই পবিত্ৰ কাৰ্যক্ৰমত উপস্থিত উত্তৰ প্ৰদেশৰ ৰাজ্যপাল শ্ৰীমতী আনন্দীবেন পেটেল জী, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰীমান যোগী আদিত্যনাথ জী, কেবিনেটত মোৰ সহযোগী শ্ৰী জি কিষাণ ৰেড্ডী জী, শ্ৰী কিৰেণ ৰিজিজু জী, শ্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া জী, শ্ৰীলংকাৰ পৰা কুশীনগৰত উপস্থিত হোৱা শ্ৰীলংকা চৰকাৰৰ কেবিনেট মন্ত্ৰী শ্ৰীমান নমল ৰাজপক্ষ জী, শ্ৰীলংকাৰ পৰা অহা অতি পূজনীয়, আমাৰ অতিথিসকল, ম্যানমাৰ, ভিয়েটনাম, কম্বোদিয়া, থাইলেণ্ড, লাও পিডিআৰ, ভূটান আৰু দক্ষিণ কোৰিয়াৰ ভাৰতস্থ মহামহিম ৰাষ্ট্ৰদূতসকল, শ্ৰীলংকা, মংগোলীয়া, জাপান, ছিংগাপুৰ, নেপাল আৰু অন্যান্য দেশসমূহৰ পৰা অহা জ্যেষ্ঠ ৰাজনীতিক, সন্মানীয় ভিক্ষুসকল, আৰু ভগবান বুদ্ধৰ অনুগামী বন্ধুসকল!PM participates in an event marking Abhidhamma Day at the Mahaparinirvana Temple in Kushinagar
October 20th, 12:30 pm
Prime Minister Modi participated in an event marking Abhidhamma Day at the Mahaparinirvana Temple in Kushinagar. The Prime Minister said, Buddha is universal because Buddha said to start from within. Buddha's Buddhatva is a sense of ultimate responsibility.Kushinagar International Airport is a tribute to the devotion of Buddhist society around the world: PM Modi
October 20th, 10:33 am
Prime Minister Narendra Modi inaugurated Kushinagar International Airport. Addressing the gathering, the PM said that India is the centre of the faith of Buddhist society around the world. He termed the facility of Kushinagar International Airport, launched as a tribute to their devotion.প্ৰধানমন্ত্ৰীয়ে কুশীনগৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ উদ্ঘাটন কৰে
October 20th, 10:32 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কুশীনগৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ উদ্ঘাটন কৰে।২০অক্টোবৰত উত্তৰ প্ৰদেশ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে আৰু কুশীনগৰ বিমান বন্দৰৰ শুভ উদ্বোধন ঘোষণা কৰিব
October 19th, 10:35 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০অক্টোবৰ, ২০২১ত উত্তৰ প্ৰদেশ ভ্ৰমণ কৰিব। সেইদিনা পুৱা প্ৰায় ১০বজাত তেওঁ কুশীনগৰত স্থাপন কৰা আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰটো আনুষ্ঠানিক ভাবে উদ্বোধন কৰিব। ইয়াৰ পিচতে তেওঁ মহাপৰিনিৰ্বাণা মন্দিৰত প্ৰায় ১১.৩০বজাত অনুষ্ঠিতব্য ‘অভিধম্ম দিৱস’ৰ কাৰ্যক্ৰমত অংশগ্ৰহণ কৰিব। সেইদিনা দুপৰীয়া প্ৰায় ১.১৫বজাত অনুষ্ঠিত এক ৰাজহুৱা অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে কুশীনগৰত স্থাপন কৰা বহুকেইটা উন্নয়ণী প্ৰকল্পৰ শুভাৰম্ভ ঘোষণা কৰাৰ লগতে আন কেইবাটাও প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰিব।