মিছা প্ৰতিশ্ৰুতি দিয়াটো কংগ্ৰেছৰ পুৰণি কৌশল হৈ পৰিছেঃ হিমাচল প্ৰদেশৰ সুন্দৰ নগৰত প্ৰধানমন্ত্ৰী মোদী
November 05th, 05:00 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হিমাচল প্ৰদেশৰ সুন্দৰ নগৰত এখন ৰাজহুৱা সভাত ভাষণ আগবঢ়ায়। প্ৰধানমন্ত্ৰী মোদীয়ে ভাষণৰ আৰম্ভণিতে মান্দিৰ ৰাইজক দিয়া প্ৰতিশ্ৰুতিৰ ওপৰত আলোকপাত কৰে যে প্ৰথম নিৰ্বাচনী সভাত মান্দিৰ পৰাই ভাষণ প্ৰদান কৰিব। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে বতৰৰ বাবে তেওঁ মান্দিৰ জনসাধাৰণক পূৰ্বে ব্যক্তিগতভাৱে সাক্ষাৎ কৰিব নোৱাৰিলে।হিমাচল প্ৰদেশৰ সুন্দৰ নগৰ আৰু সোলানত ৰাজহুৱা সভাত ভাষণ আগবঢ়াইছে প্ৰধানমন্ত্ৰী মোদীয়ে
November 05th, 04:57 pm
আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হিমাচল প্ৰদেশৰ সুন্দৰ নগৰ আৰু সোলানত ৰাজহুৱা সভাত ভাষণ দিয়ে। ডাবল ইঞ্জিন চৰকাৰৰ অধীনত হিমাচল কেনেদৰে আগবাঢ়িছে সেই সন্দৰ্ভত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।কুল্লুৰ দশেৰাৰ কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণ
October 05th, 04:43 pm
প্ৰধানমন্ত্ৰীগৰাকীৰ আগমণৰ লগে-লগে তেখেতক আদৰণি আৰু সম্বৰ্ধনা জনোৱা হয়। ইয়াৰ পিছতে ভগৱান ৰঘুনাথ জী উপস্থিত হয়হি আৰু ইয়াৰ লগে-লগে ৰথযাত্ৰাৰ আৰম্ভ হয়। এই কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীগৰাকীক আদৰণি জনাবলৈ বহু সংখ্যক লোকৰ সমাগম ঘটে। প্ৰধানমন্ত্ৰীগৰাকীয়ে আন লক্ষ-লক্ষ ভক্তৰ সৈতে মূল স্থানলৈ পদব্ৰজে গৈ ভগৱান ৰঘুনাথক শ্ৰদ্ধা জনায়। প্ৰধানমন্ত্ৰীগৰাকীয়ে এই উপলক্ষে উপস্থিত সকলোক হাত জোৰ কৰি সম্ভাষণ জনোৱাৰ লগতে ঐতিহাসিক কুল্লুৰ দশেৰা উদযাপনৰ কাৰ্য্যসূচীত দেৱ-দেৱীসকলৰ ভৱ্য সমাবেশ আৰু পৱিত্ৰ ৰথযাত্ৰাৰ সাক্ষী হয়। উল্লেখযোগ্য যে পোন প্ৰথমবাৰৰ বাবে ভাৰতৰ এগৰাকী প্ৰধানমন্ত্ৰীয়ে কুল্লুৰ দশেৰা উদযাপনৰ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰিছে।Our government dedicates the project for which we lay the foundation stone: PM Modi in Himachal Pradesh
October 05th, 01:23 pm
PM Modi launched various development projects pertaining to healthcare infrastructure, education and roadways in Himachal Pradesh's Bilaspur. Remarking on the developments that have happened over the past years in Himachal Pradesh, the PM said it is the vote of the people which are solely responsible for all the developments.PM Modi launches development initiatives at Bilaspur, Himachal Pradesh
October 05th, 01:22 pm
PM Modi launched various development projects pertaining to healthcare infrastructure, education and roadways in Himachal Pradesh's Bilaspur. Remarking on the developments that have happened over the past years in Himachal Pradesh, the PM said it is the vote of the people which are solely responsible for all the developments.হিমাচল প্ৰদেশৰ কুল্লুত সংঘটিত বাছ দূৰ্ঘটনাত ব্যথিত প্ৰধানমন্ত্ৰী
July 04th, 11:31 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হিমাচল প্ৰদেশৰ কুল্লু জিলাত সংঘটিত এক মৰ্মান্তিক বাছ দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ বাবে গভীৰ শোক প্ৰকাশ কৰিছে। তদুপৰি প্রধানমন্ত্রীয়ে মৃতকৰ আত্মীয়ক ২ লাখ টকা আৰু আহতসকলক ৫০ লাখ টকাৰ আৰ্থিক অনুদান আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে৷ এই পুঁজি প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য নিধি(পিএমএনআৰএফ)ৰ পৰা প্ৰদান কৰা হ’ব।হিমাচল প্রদেশৰ কুল্লুত মর্মান্তিক অগ্নিকাণ্ডত প্রধানমন্ত্রীৰ শোক প্রকাশ
October 27th, 03:48 pm
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে হিমাচল প্রদেশৰ কুল্লুত মর্মান্তিক অগ্নিকাণ্ডত ক্ষতিগ্রস্ত পৰিয়ালসমূহৰ বাবে গভীৰ দুখ প্রকাশ কৰিছে। প্রধানমন্ত্রীয়ে কৈছে, ৰাজ্য চৰকাৰ আৰু স্থানীয় প্রশাসনে পুৰাদমে ত্রাণ আৰু উদ্ধাৰকার্যত যুক্ত হৈছে।Social Media Corner 9 November 2017
November 09th, 07:35 pm
Your daily dose of governance updates from Social Media. Your tweets on governance get featured here daily. Keep reading and sharing!Congress & corruption are inseparable: PM Narendra Modi in Kullu, Himachal Pradesh
November 05th, 12:37 pm
While addressing a public meeting in Kullu, PM Modi launched scathing attack on the Congress party for undermining interests of people and giving higher priority to their party's interests. He said, For Congress, it is never Dal Se Bada Desh.Only ‘Vikas’ is the solution to all the troubles: PM Modi
November 05th, 12:36 pm
Prime Minister Narendra Modi addressed public meetings in Una, Palampur and Kullu, Himachal Pradesh. While addressing the rally he said, “I have never seen the enthusiasm that I am witnessing this time in Himachal Pradesh during elections. This is a clear indication that people want change.”