Launch of National Mission on Natural Farming
November 25th, 08:39 pm
The Union Cabinet chaired by PM Modi approved the launching of the National Mission on Natural Farming (NMNF) as a standalone Centrally Sponsored Scheme under the Ministry of Agriculture & Farmers' Welfare. The scheme has a total outlay of Rs.2481 crore (Government of India share – Rs.1584 crore; State share – Rs.897 crore) till the 15th Finance Commission (2025-26).Cabinet approves seven major schemes for improving farmers’ lives and livelihoods with total outlay of Rs 14,235.30 Crore
September 02nd, 04:22 pm
The Union Cabinet chaired by Prime Minister, Shri Narendra Modi, today approved seven schemes to improve farmers’ lives and increase their incomes at a total outlay of Rs 14,235.30 Crore.প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে দেশৰ কৃষকক সবলীকৰণৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ
August 11th, 04:50 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিল্লীত ১০৯টা নতুন শস্যৰ জাত মুকলি কৰি দেশৰ কৃষকসকলক সবলীকৰণৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি মন্তব্য কৰিছে। তেওঁ আৰু কয় যে জলবায়ু অনুকূল আৰু অধিক উৎপাদনক্ষম জাতৰ শস্যই কৃষকৰ আয় বৃদ্ধি কৰিব।প্ৰধানমন্ত্ৰীয়ে ১০৯ উচ্চ উৎপাদনক্ষম, জলবায়ু অনুকূল আৰু জৈৱ-শক্তিশালী শস্যৰ জাত মুকলি কৰে
August 11th, 02:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আগবেলা নতুন দিল্লীস্থিত ভাৰত কৃষি গৱেষণা প্ৰতিষ্ঠানত ১০৯ টা উচ্চ উৎপাদনক্ষম, জলবায়ু অনুকূল আৰু জৈৱ-শক্তিশালী শস্যৰ জাত মুকলি কৰে।আন্তঃৰাষ্ট্ৰীয় কৃষি অৰ্থনীতিবিদসকলৰ সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
August 03rd, 09:35 am
কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহান, আন্তৰ্জাতিক কৃষি অৰ্থনীতি পৰিষদৰ অধ্যক্ষ ড° মতীন কাইম, নিটি আয়োগৰ সদস্য শ্ৰী ৰমেশ জী, ভাৰত আৰু অন্যান্য দেশৰ কৃষি বিজ্ঞানী, গৱেষক, কৃষি খণ্ডৰ সৈতে জড়িত বিভিন্ন বিশ্ববিদ্যালয়ৰ আমাৰ সতীৰ্থসকল , বিশেষজ্ঞ আৰু অংশীদাৰসকল, ভদ্ৰমহিলাসকল,PM inaugurates the 32nd International Conference of Agricultural Economists
August 03rd, 09:30 am
Prime Minister Narendra Modi inaugurated the 32nd International Conference of Agricultural Economists, emphasizing the need for global cooperation in agriculture and the importance of sustainable farming practices. The PM also highlighted India's efforts in digital agriculture, water conservation, and soil health management.৯ ডিচেম্বৰত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ হিতাধিকাৰীৰ সৈতে মত বিনিময় কৰিব প্ৰধানমন্ত্ৰীয়ে
December 07th, 07:58 pm
কাৰ্যসূচীত সমগ্ৰ দেশৰ হাজাৰ হাজাৰ বিকশিত ভাৰত সংকল্প যাত্ৰাৰ হিতাধিকাৰীয়ে ভাৰ্চুৱেলী যোগদান কৰিব। সমগ্ৰ দেশজুৰি দুই হাজাৰৰো অধিক ভিবিএছৱাই বাহন, সহস্ৰাধিক কৃষি বিজ্ঞান কেন্দ্ৰ আৰু কমন ছাৰ্ভিছ চেণ্টাৰে অনুষ্ঠানত সংযোগ স্থাপন কৰিব।অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী, সাংসদ, বিধায়ক আৰু স্থানীয় জনপ্ৰতিনিধিয়ে যোগদান কৰিব।Prime Minister Narendra Modi to interact with beneficiaries of government schemes in Shimla, Himachal Pradesh
May 30th, 12:49 pm
Prime Minister Narendra Modi will interact with the beneficiaries of about sixteen schemes and progammes spanning nine Ministries and Departments of the Government of India as part of Azadi Ka Amrit Mahotsav celebrations. The national level event, named “Garib Kalyan Sammelan”, will be held at Shimla on 31st May.প্ৰাকৃতিক কৃষিৰ ওপৰত ৰাষ্ট্ৰীয় সন্মিলনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
December 16th, 04:25 pm
গুজৰাটৰ ৰাজ্যপাল শ্ৰী আচাৰ্য দেৱব্ৰতজী, গৃহ আৰু সহযোগিতা মন্ত্ৰী শ্ৰী অমিত ভাই শ্বাহ, কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ সিং টোমৰজী, গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপিন্দৰ ভাই পেটেলজী, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথজী, আন সকলো গণ্যমান্য ব্যক্তি, মোৰ কৃষক ভাই-ভনী, দেশৰ সকলো কোণৰ পৰা অহা হাজাৰ হাজাৰ লোক, দেশৰ কৃষি খণ্ড, দেশৰ কৃষি খণ্ডৰ হাজাৰ হাজাৰ লোক, আজিৰ দিনটো কৃষিৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ দিন। মই সমগ্ৰ দেশৰ কৃষক সহকৰ্মীসকলক প্ৰাকৃতিক কৃষিৰ ৰাষ্ট্ৰীয় সন্মিলনত যোগদান কৰিবলৈ আহ্বান জনাইছিলো। আৰু কৃষি মন্ত্ৰী টোমৰজীয়ে এইমাত্ৰ উল্লেখ কৰাৰ দৰে, প্ৰায় ৮ কোটি কৃষক প্ৰযুক্তিৰ জৰিয়তে দেশৰ সকলো কোণৰ পৰা আমাৰ সৈতে জড়িত হৈ আছে। মই সকলো কৃষক ভাই-ভনীক স্বাগতম জনাইছো আৰু অভিনন্দন জনাইছো। মই আচাৰ্য দেৱব্ৰতজীকো অভিনন্দন জনাইছো। মই আজি তেওঁৰ কথা শুনি আছিলো, যেনেকৈ এজন শিক্ষাৰ্থীয়ে অতি মনোযোগেৰে শুনে। মই নিজে এজন কৃষক নহয়, কিন্তু অতি সহজে মই বুজি পাইছিলো যে প্ৰাকৃতিক কৃষিৰ বাবে কি প্ৰয়োজন, কি কৰিব লাগে, অতি সৰল শব্দত, তেওঁ ব্যাখ্যা কৰিছিল ৷ কাৰণ মই জানিছিলো যে তেওঁলোকে লাভ কৰা সফলতাই পৰীক্ষাটো আগবঢ়াই নিছিল। আমাৰ দেশৰ কৃষকসকলে তেওঁলোকৰ লাভালাভৰ এই বিষয়টোক কেতিয়াও অৱমূল্যায়ন নকৰিব, কেতিয়াও পাহৰিব নোৱাৰিব।‘প্ৰাকৃতিক কৃষি সম্পৰ্কীয় ৰাষ্ট্ৰীয় সন্মিলন’ত কৃষকসকলক সম্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে
December 16th, 10:59 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থা’ৰে ‘প্ৰাকৃতিক কৃষি সম্পৰ্কীয় ৰাষ্ট্ৰীয় সন্মিলন’ত কৃষকসকলক সম্বোধন কৰে। কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অমৃত শ্বাহ, শ্ৰী নৰেন্দ্ৰ সিং টোমৰ, গুজৰাটৰ ৰাজ্যপাল, গুজৰাট আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীদ্বয়ো এই সন্মিলনত উপস্থিত থাকে।PM to address farmers during National Conclave on Natural Farming on 16th December
December 14th, 04:48 pm
Prime Minister Narendra Modi will address the farmers during the valedictory session of the National Conclave on Natural Farming on 16th December 2021 at 11 AM in Anand, Gujarat via video conferencing. The Summit brings in focus on natural farming. Farmers will be provided with all requisite information detailing the benefits of adopting natural farming methods.PM to dedicate to the Nation 35 crop varieties with special traits on 28th September
September 27th, 09:41 pm
In an endeavour to create mass awareness for adoption of climate resilient technologies, Prime Minister Shri Narendra Modi will dedicate 35 crop varieties with special traits to the Nation on 28th September at 11 AM via video conferencing, in a pan India programme organised at all ICAR Institutes, State and Central Agricultural Universities and Krishi Vigyan Kendra (KVKs). During the programme, the Prime Minister will also dedicate to the nation the newly constructed campus of National Institute of Biotic Stress Management RaipurPM to release commemorative coin of Rs 75 denomination to mark the 75th Anniversary of FAO
October 14th, 11:59 am
On the occasion of 75th Anniversary of Food and Agriculture Organization (FAO) on 16th October 2020, Prime Minister Shri Narendra Modi will release a commemorative coin of Rs 75 denomination to mark the long-standing relation of India with FAO. Prime Minister will also dedicate to the Nation 17 recently developed biofortified varieties of 8 crops.Prime Minister reviews progress of Indian Council of Agricultural Research
July 04th, 06:50 pm
Prime Minister Shri Narendra Modi reviewed the progress of agriculture research, extension and education in India through video conference earlier today.Prime Minister to launch ‘Atma Nirbhar Uttar Pradesh Rojgar Abhiyan ‘on Friday 26th June
June 25th, 03:30 pm
COVID-19 pandemic has had an adverse impact on workforce in general and migrant workers in particular. A large number of migrant workers returned to several states. The challenge of containing Covid-19 was compounded by the need to provide basic amenities and means of livelihood to migrants and rural workers.PM Modi to launch Garib Kalyan Rojgar Abhiyaan on 20th June to boost livelihood opportunities in Rural India
June 18th, 09:40 am
Government of India has decided to launch a massive rural public works scheme ‘Garib Kalyan Rojgar Abhiyaan’to empower and provide livelihood opportunities to the returnee migrant workers and rural citizens. PM Modi will launch this Abhiyaan on 20th June, 2020 at 11 am through Video-Conference in presence of the Chief Minister and Deputy Chief Minister of Bihar.মথুৰাত ৰাষ্ট্ৰীয় পশু ৰোগ নিয়ন্ত্ৰণ আৰু ৰাষ্ট্ৰীয় কৃত্ৰিম গৰ্ভধাৰণ কাৰ্যসূচী মুকলি অনুষ্ঠান প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
September 11th, 01:01 pm
ভগৱান শ্ৰী কৃষ্ণ আৰু তেওঁ আহ্লাদিনী শক্তি শ্ৰী ৰাধাৰ জন্মৰ সাক্ষীৰ পবিত্ৰ ব্ৰজভূমিৰ পবিত্ৰ ভূমিক প্ৰণাম জনাইছো৷ ইয়ালৈ অহা সকলো ব্ৰজবাসীক মোৰ ৰাধে-ৰাধে৷প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে ৰাষ্ট্ৰীয় পশু ৰোগ নিয়ন্ত্ৰণ কাৰ্যসূচী আৰু ৰাষ্ট্ৰীয় কৃত্ৰিম প্ৰজনন কাৰ্যসূচী
September 11th, 01:00 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মথুৰাত পশুধনৰ ভৰি আৰু মুখত হোৱা ৰোগ (এফ এম ডি) আৰু ব্ৰুচেল’ছিছ নিয়ন্ত্ৰণৰ বাবে ৰাষ্ট্ৰীয় পশু ৰোগ নিয়ন্ত্ৰণ কাৰ্যসূচী (এন এ চি ডি পি) মুকলি কৰে৷Farmers are the ones, who take the country forward: PM Modi
October 26th, 11:33 am
Addressing the Krishi Kumbh in Lucknow via video conferencing, PM Narendra Modi spoke at length about the farmer friendly measures of the Government like Soil health Cards and other modern techniques of farming. The PM also reiterated the Government’s commitment to double the income of farmers.ভিডিঅ’ কনফাৰেন্সযোগে কৃষি কুম্ভ অনুষ্ঠানত ভাষণ আগবঢ়ালে প্ৰধানমন্ত্ৰীয়ে
October 26th, 11:30 am
প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সযোগে লক্ষ্ণৌত আয়োজিত কৃষি কুম্ভ অনুষ্ঠানত ভাষণ আগবঢ়ায়৷