Our Government has always given priority towards welfare of farmers: PM Modi
January 02nd, 03:40 pm
PM Modi conferred Krishi Karman Awards and addressed a public meeting in Tumakuru, Karnataka today. He also released the 3rd installment of PM-KISAN of Rs 2000 for the period December 2019 - March 2020, which will benefit several farmers.কৃষি সন্মান বঁটা প্ৰদান কৰিলে প্ৰধানমন্ত্ৰীয়ে
January 02nd, 03:39 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৰ্ণাটকৰ তুমকুৰত এক ৰাজহুৱা সভাক ৰাজ্য প্ৰগতিশীল কৃষিকলৈ কৃষি মন্ত্ৰীৰ কৃষি কৰ্ম বঁটাৰ লগতে প্ৰশংসনীয় বঁটা প্ৰদান কৰে৷ তেওঁ লগতে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ অধীনত ২০১৯ৰ ডিচেম্বৰ আৰু ২০২০ৰ মাৰ্চৰ মাজৰ সময়ছোৱাৰ বাবে তৃতীয় কিস্তিৰ বাবদ ২,০০০ টকা মুকলি কৰে৷ ইয়াৰ দ্বাৰা দেশৰ ৬ কোটি হিতাধিকাৰী উপকৃত হোৱাৰ লগতে কৰ্ণাটকৰ একাংশ নিৰ্বাচিত কৃষকক কিষাণ ক্ৰেডিট কাৰ্ড প্ৰদান কৰা হয়৷ পিএম কিষাণ আঁচনিৰ অধীনত ৮খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ হিতাধিকাৰীৰ হাতত তেওঁ প্ৰশংসাপত্ৰ অৰ্পণ কৰে৷ তামিলনাডুৰ কেইবাগৰাকী মৎস্যজীৱিক তেওঁ গভীৰ সমুদ্রত মাছ ধৰাৰ জলযানৰ চৰকাৰী নথিপত্ৰ তথা এনে ধৰণৰ জলযানত ব্যৱহৃত সঁজুলিৰ বিতৰণ কৰে৷প্ৰধানমন্ত্ৰীয়ে কৃষি কৰ্মন বঁটা বিতৰণ কৰিব
January 01st, 07:21 pm
একেটা অনুষ্ঠানতে তেওঁ প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ অধীনত ২০১৯ৰ ডিচেম্বৰ-২০২০ৰ মাৰ্চৰ সময়ছোৱাত কৃষকে পাবলগীয়া ২০০০টকাৰ তৃতীয়টো কিস্তিও মুকলি কৰি দিব৷ ইয়ে প্ৰায় ৬কোটি উপভোক্তাক উপকৃত কৰিব৷ প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী কিষাণ আঁচনিৰ অধীনত ৮খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ উপভোক্তাক প্ৰমাণপত্ৰ প্ৰদান কৰিব৷