প্ৰধানমন্ত্ৰীয়ে 'মিছন ১০০% বৈদ্যুতীকৰণ'ৰ সফলতাৰ বাবে কোংকণ ৰে'লৱেৰ টীমক অভিনন্দন জনায়

March 30th, 10:04 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে 'মিছন ১০০% বৈদ্যুতীকৰণ'ৰ চমকপ্ৰদ সফলতা তথা দীৰ্ঘস্থায়ী বিকাশৰ নতুন অভিলেখ স্থাপন কৰা বাবে কোংকণ ৰে'লৱেৰ টীমক অভিনন্দন জনাইছে।