I will put all my strength into making Bengal developed: PM Modi in Mathurapur, West Bengal

May 29th, 11:10 am

Prime Minister Narendra Modi addressed a powerful public gathering in Mathurapur, West Bengal, being his last rally in Bengal for the 2024 Lok Sabha elections. Paying homage to the holy Gangasagar, PM Modi acknowledged the overwhelming support of the people, especially the women, signaling a decisive victory for the BJP. He also expressed heartfelt gratitude to the people of Kolkata for their immense love and affection, which he believes reflects their endorsement of the BJP’s governance. “Your affection demonstrates, Phir Ek Baar, Modi Sarkar,” he affirmed.

PM Modi addresses a public meeting in Mathurapur, West Bengal

May 29th, 11:00 am

Prime Minister Narendra Modi addressed a powerful public gathering in Mathurapur, West Bengal, being his last rally in Bengal for the 2024 Lok Sabha elections. Paying homage to the holy Gangasagar, PM Modi acknowledged the overwhelming support of the people, especially the women, signaling a decisive victory for the BJP. He also expressed heartfelt gratitude to the people of Kolkata for their immense love and affection, which he believes reflects their endorsement of the BJP’s governance. “Your affection demonstrates, Phir Ek Baar, Modi Sarkar,” he affirmed.

Unimaginable, unparalleled, unprecedented, says PM Modi as he holds a dynamic roadshow in Kolkata, West Bengal

May 28th, 10:15 pm

Prime Minister Narendra Modi held a dynamic roadshow amid a record turnout by the people of Bengal who were showering immense love and affection on him.

YSR Congress got 5 years in Andhra Pradesh, but they wasted these 5 years: PM Modi in Rajahmundry

May 06th, 03:45 pm

Continuing his election campaigning spree, Prime Minister Narendra Modi addressed a massive public meeting in Rajahmundry, Andhra Pradesh, today. Beginning his speech, PM Modi said, “On May 13th, you will begin a new chapter in the development journey of Andhra Pradesh with your vote. NDA will certainly set records in the Lok Sabha elections as well as in the Andhra Pradesh Legislative Assembly. This will be a significant step towards a developed Andhra Pradesh and a developed Bharat.”

PM Modi campaigns in Andhra Pradesh’s Rajahmundry and Anakapalle

May 06th, 03:30 pm

Continuing his election campaigning spree, Prime Minister Narendra Modi addressed two massive public meetings in Rajahmundry and Anakapalle, Andhra Pradesh, today. Beginning his speech, PM Modi said, “On May 13th, you will begin a new chapter in the development journey of Andhra Pradesh with your vote. NDA will certainly set records in the Lok Sabha elections as well as in the Andhra Pradesh Legislative Assembly. This will be a significant step towards a developed Andhra Pradesh and a developed Bharat.”

City of Joy Kolkata Holds a Viksit Bharat Ambassador Meet-up

March 13th, 10:58 pm

On March 13, 2024, an intellectual discussion on India's economy was held in Kolkata under the banner of Viksit Bharat Ambassador. The #VBA2024 event took place at the Ashutosh Birth Centenary Hall, located in the renowned Esplanade area. Over 400 attendees, including students, professionals, and entrepreneurs, attended the gathering. The large turnout showed the youth of Kolkata's commitment to shaping India's future.

পশ্চিমবংগৰ কলকাতাত ১৫,৪০০ কোটি টকাৰ একাধিক সংযোগ প্ৰকল্পৰ শুভাৰম্ভ আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ

March 06th, 01:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কলকাতাত ১৫,৪০০ কোটি টকাৰ একাধিক সংযোগ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। নগৰীয়া গতিশীলতা খণ্ডক গতি প্ৰদান কৰা উন্নয়ন প্ৰকল্পসমূহৰ ভিতৰত মেট্ৰ’ ৰে’ল আৰু আঞ্চলিক দ্ৰুত পৰিবহণ ব্যৱস্থা (আৰআৰটিএছ) উল্লেখযোগ্য৷

চিকিৎসালয়লৈ গৈ স্বামী স্মৰণানন্দ জী মহাৰাজৰ স্বাস্থ্যৰ বুজ ল’লে প্ৰধানমন্ত্ৰীয়ে

March 05th, 09:08 pm

‘ৰামকৃষ্ণ মঠ আৰু ৰামকৃষ্ণ মিছন’ৰ অধ্যক্ষ শ্ৰীমত্ স্বামী স্মৰণানন্দ জী মহাৰাজৰ স্বাস্থ্যৰ বুজ ল’বলৈ কলকাতাৰ এখন চিকিৎসালয়লৈ যায় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী।

Art is pro-nature, pro-environment and pro-climate: PM Modi

December 08th, 06:00 pm

PM Modi inaugurated the first Indian Art, Architecture & Design Biennale (IAADB) 2023 being held at Red Fort. During the programme, the Prime Minister inaugurated the ‘Aatmanirbhar Bharat Centre for Design’ at Red Fort and the student Biennale- Samunnati. He also launched a Commemorative Stamp. PM Modi also took a walkthrough of the exhibition showcased on the occasion.

PM Modi attends inauguration of India Art, Architecture & Design Biennale 2023'

December 08th, 05:15 pm

PM Modi inaugurated the first Indian Art, Architecture & Design Biennale (IAADB) 2023 being held at Red Fort. During the programme, the Prime Minister inaugurated the ‘Aatmanirbhar Bharat Centre for Design’ at Red Fort and the student Biennale- Samunnati. He also launched a Commemorative Stamp. PM Modi also took a walkthrough of the exhibition showcased on the occasion.

১৪০ কোটি লোকে বহু পৰিৱৰ্তন আনিছেঃ মন কী বাতৰ সময়ত প্ৰধানমন্ত্ৰী মোদী

November 26th, 11:30 am

মন কী বাতলৈ আদৰণি জনাইছো৷ আমি আমি এই ২৬ নৱেম্বৰৰ দিনটোৰ কথা পাহৰিব নোৱাৰো৷ কিন্তু ভাৰতৰ দৃঢ়তাই আমাক এই কষ্ট অতিক্ৰম কৰাত সহায় কৰিলে; এতিয়া আমি সম্পূৰ্ণ উৎসাহেৰে সন্ত্ৰাসবাদৰ অন্ত পেলাইছো। মুম্বাই আক্ৰমণত প্ৰাণ হেৰুওৱা সকলোকে শ্ৰদ্ধাঞ্জলি জনাইছো। আজি দেশে সেই বীৰসকলক স্মৰণ কৰিছে যিসকলে আক্ৰমণৰ সময়ত সৰ্বস্ব ত্যাগ কৰিছিল।মোৰ পৰিয়ালৰ সদস্যসকল, এই ২৬ নৱেম্বৰৰ দিনটো আৰু এটা কাৰণত অত্যন্ত তাৎপৰ্যপূৰ্ণ। ১৯৪৯ চনৰ আজিৰ দিনটোতে সংবিধান সভাই ভাৰতৰ সংবিধান গৃহীত কৰিছিল। মোৰ মনত আছে, ২০১৫ চনত যেতিয়া আমি বাবাচাহেব আম্বেদকাৰৰ ১২৫সংখ্যক জন্ম বাৰ্ষিকী উদযাপন কৰিছিলো, তেতিয়া ২৬ নৱেম্বৰ দিনটোক সংবিধান দিৱস হিচাপে পালন কৰাৰ এটা চিন্তাই মনত দোলা দিছিল। আৰু তেতিয়াৰ পৰা প্ৰতি বছৰে আমি এই দিনটো সংবিধান দিৱস হিচাপে পালন কৰি আহিছো। সংবিধান দিৱস উপলক্ষে সকলো দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু একেলগে আমি নিশ্চিতভাৱে নাগৰিকৰ কৰ্তব্যৰ অগ্ৰাধিকাৰ অনুসৰি এখন উন্নত ভাৰতৰ সংকল্পৰ উপনীত হ’ম।

বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ সৈতে যুটীয়াভাৱে উন্নয়নমূলক প্ৰকল্পৰ ভাৰ্চুৱেল উদ্বোধন সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ বক্তব্য

November 01st, 11:00 am

ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহা, কেন্দ্ৰীয় মন্ত্ৰীসভাত মোৰ সহকৰ্মী ড০ জয়শংকৰ, শ্ৰী অশ্বিনী বৈষ্ণৱ, শ্ৰী আৰ কে সিং, শ্ৰী জি কিষাণ ৰেড্ডী আৰু এই অনুষ্ঠানৰ সৈতে জড়িত সকলো সহকৰ্মী,

India has a strict policy of Zero Tolerance against Corruption: PM Modi

August 12th, 10:21 am

PM Modi addressed the G20 Anti-Corruption Ministerial Meet held in Kolkata via video message. PM Modi underlined that the highest impact of corruption is borne by the poor and the marginalized. He further added that it affects resource utilization, distorts markets, impacts service delivery and ultimately diminishes people's quality of life.

জি-২০ দুৰ্নীতি বিৰোধী মন্ত্ৰীবৰ্গৰ বৈঠকত প্ৰধানমন্ত্ৰীৰ ভাষণ

August 12th, 09:00 am

এই উপলক্ষে সভাত আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে কলকাতাৰ নোবেল বিজয়ী গুৰুদেৱ ৰবীন্দ্ৰনাথ ঠাকুৰৰ চহৰলৈ গণ্যমান্য ব্যক্তিসকলক আদৰণি জনাই কয় যে এইখনেই হৈছে আনুষ্ঠানিকভাৱে অনুষ্ঠিত হোৱা প্ৰথমখন জি-২০ দুৰ্নীতি বিৰোধী মন্ত্ৰী পৰ্যায়ৰ বৈঠক। ঠাকুৰৰ লেখাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে লোভৰ বিৰুদ্ধে সতৰ্ক কৰি দিয়ে কাৰণ ই আমাক সত্য উপলব্ধি কৰাত বাধা দিয়ে। তেওঁ প্ৰাচীন ভাৰতীয় উপনিষদৰ ‘মা গ্ৰীধা’ৰ উদ্ধৃতি দিয়ে, যাৰ অৰ্থ হৈছে ‘লোভ সম্বৰণ’।

‘মন কি বাত’ৰ প্ৰতি মানুহে যি মৰম দেখুৱাইছে সেয়া অভূতপূৰ্বঃ প্ৰধানমন্ত্ৰী মোডী

May 28th, 11:30 am

'মন কী বাত'লৈ আকৌ এবাৰ আপোনালোক সকলোকে এক উষ্ম আদৰণি জনাইছো। এইবাৰ 'মন কী বাত'ৰ এই খণ্ডটো ইয়াৰ দ্বিতীয়টো শতিকাৰ আৰম্ভণি খণ্ড। যোৱা মাহত আমি সকলোৱে ইয়াৰ বিশেষ শতিকা উদযাপন কৰিছো। আপোনালোকৰ অংশগ্ৰহণ হৈছে এই কাৰ্যসূচীৰ আটাইতকৈ ডাঙৰ শক্তি। শততম খণ্ডৰ সম্প্ৰচাৰৰ সময়ত, এক প্ৰকাৰে সমগ্ৰ দেশ যেন একেডাল সূতাৰে বান্ধ খাইছিল। অনাময় কৰ্মচাৰী ভাই-ভনী হওক বা বিভিন্ন খণ্ডৰ ব্যক্তিয়েই হওঁক, 'মন কী বাতে' সকলোকে একত্ৰিত কৰিবলৈ চেষ্টা কৰিছে। 'মন কী বাত'ৰ বাবে আপোনালোক সকলোৱে দেখুওৱা স্নেহ আৰু মৰম অভূতপূৰ্ব, ই মানুহক আৱেগিক কৰি তোলে। যেতিয়া 'মন কী বাত' সম্প্ৰচাৰ কৰা হৈছিল, পৃথিৱীৰ বিভিন্ন দেশত, বিভিন্ন সময় অঞ্চলত, কৰবাত সন্ধিয়া হৈছিল আৰু কৰবাত ৰাতি পলম হৈছিল... তথাপিও, বহু সংখ্যক লোকে শততম খণ্ডটো শুনিবলৈ সময় উলিয়াইছিল। মই হাজাৰ হাজাৰ মাইল দূৰত থকা নিউজিলেণ্ডৰ সেই ভিডিঅ'টোও দেখিছিলো, য'ত এগৰাকী ১০০ বছৰীয়া মহিলাই তেওঁৰ মাতৃসূলভ আশীৰ্বাদ দিছে। ভাৰত আৰু বিদেশৰ মানুহে 'মন কী বাত' সন্দৰ্ভত তেওঁলোকৰ মতামত প্ৰকাশ কৰিছে। বহুলোকে গঠনমূলক বিশ্লেষণো আগবঢ়াইছে। 'মন কী বাত'ত কেৱল দেশ আৰু দেশবাসীৰ সাফল্যৰ বিষয়ে আলোচনা কৰা হৈছে বুলি ৰাইজে প্ৰশংসা কৰিছে। এই আশীৰ্বাদৰ বাবে মই আপোনালোক সকলোকে সম্পূৰ্ণ সন্মান জনাইছো।

কলকাতাৰ হুগলী নদীৰ তলত মেট্ৰ’ৰ পৰীক্ষণমূলক চালনাত সন্তোষ প্ৰকাশ প্ৰধানমন্ত্ৰীৰ

April 15th, 09:37 am

কেন্দ্ৰীয় ৰেল মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱৰ এটি টুইটলৈ সঁহাৰি জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে টুইট কৰে;

প্ৰধানমন্ত্ৰী গতিশক্তি ৰাষ্ট্ৰীয়ৰ মাষ্টাৰ প্লেনৰ সৈতে সামগ্ৰী পৰিবহণ কাৰ্যক্ষমতা উন্নীতকৰণ শীৰ্ষক ৱেবিনাৰত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

March 04th, 10:01 am

মই আনন্দিত হৈছো যে আজি আন্তঃগাঁথনিৰ সন্দৰ্ভত হৈ থকা এই ৱেবিনাৰত শ শ অংশীদাৰে যোগদান কৰিছে আৰু ৭০০তকৈ অধিক এমডি আৰু চিইঅ’ই সময় উলিয়াই এই গুৰুত্বপূৰ্ণ প্ৰচেষ্টাৰ মহাত্ম্য বুজি মূল্য সংযোজনৰ কাম কৰিছে৷ মই সকলোকে আদৰণি জনাইছো৷ তদুপৰি, বিভিন্ন ক্ষেত্ৰৰ বিশেষজ্ঞ আৰু বিভিন্ন অংশীদাৰেও ব্যাপক হাৰত যোগদান কৰি এই ৱেবিনাৰখন সমৃদ্ধ কৰিব, ফলপ্ৰসূ কৰিব বুলি মোৰ দৃঢ় বিশ্বাস৷ সময় দিয়াৰ বাবে আপোনালোক সকলোকে পুনৰবাৰ অশেষ ধন্যবাদ জনাইছো আৰু আপোনালোক সকলোকে উষ্ম আদৰণি জনাইছো। এইবাৰৰ বাজেটত আন্তঃগাঁথনি খণ্ডৰ বৃদ্ধিৰ বাবে নতুন শক্তি প্ৰদান কৰিব। বিশ্বৰ বৃহৎ বিশেষজ্ঞ আৰু বহু নামী মিডিয়া হাউছে ভাৰতৰ বাজেট আৰু ইয়াৰ কৌশলগত সিদ্ধান্তক প্ৰশংসা কৰিছে।এতিয়া আমাৰ কেপেক্স ২০১৩-১৪ বৰ্ষৰ লগত তুলনা কৰা হৈছে, অৰ্থাৎ মোৰ আগমনৰ আগৰ পৰিস্থিতিৰ তুলনাত ৫গুণ অধিক হৈছে। ৰাষ্ট্ৰীয় আন্তঃগাঁথনি পাইপলাইনৰ অধীনত চৰকাৰে আগন্তুক সময়ত ১১০ লাখ কোটি টকা বিনিয়োগ কৰাৰ লক্ষ্য লৈছে। এনে পৰিস্থিতিত প্ৰতিজন অংশীদাৰৰ বাবে নতুন দায়িত্ব, নতুন সম্ভাৱনা আৰু সাহসী সিদ্ধান্ত লোৱাৰ সময় আহি পৰিছে।

‘আন্তঃগাঁথনি আৰু বিনিয়োগ’ সন্দৰ্ভত বাজেট-পৰৱৰ্তী ৱেবিনাৰ সম্বোধন প্ৰধানমন্ত্ৰীৰ

March 04th, 10:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘আন্তঃগাঁথনি আৰু বিনিয়োগঃ পিএম গতিশক্তি ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেনৰ জৰিয়তে লজিষ্টিক দক্ষতাৰ অগ্ৰগতি সাধন’ বিষয়ক এখনি বাজেট-পৰৱৰ্তী ৱেবিনাৰ সম্বোধন কৰে। এয়া হৈছে কেন্দ্ৰীয় বাজেট, ২০২৩ত ঘোষণা কৰা পদক্ষেপৰাজি ফলপ্ৰসূভাৱে ৰূপায়ণৰ ক্ষেত্ৰত চিন্তা-চৰ্চা আৰু পৰামৰ্শ গ্ৰহণৰ অৰ্থে চৰকাৰে আয়োজন কৰা ১২ খন বাজেট-পৰৱৰ্তী ৱেবিনাৰ শৃংখলাৰ অষ্টমখন।

বিশ্বৰ আটাইতকৈ দীঘলীয়া নদী ক্ৰুজ-এমভি গংগা বিলাসৰ ফ্লেগ অফ অনুষ্ঠান আৰু বাৰাণসীত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে টেণ্ট চিটি উদ্বোধন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ লিখিত ৰূপ

January 13th, 10:35 am

বিভিন্ন ৰাজ্যৰ সন্মানীয় মুখ্যমন্ত্রীসকল, উপ-মুখ্যমন্ত্রীসকল, কেন্দ্রীয় কেবিনেটৰ মোৰ সতীর্থসকল, পর্যটন উদ্যোগৰ বন্ধুসকল, ভাৰত-বিদেশৰ পৰা বাৰাণসীলৈ অহা পর্যটকসকল, অন্যান্য বিশিষ্ট ব্যক্তি, ভদ্ৰমহিলাসকল৷

ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে বাৰাণসীৰ পৰা মুকলি কৰিলে বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাস

January 13th, 10:18 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰাণসীৰ পৰা ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে বিশ্বৰ দীৰ্ঘতম ক্ৰুজ এম ভি গংগা বিলাসৰ যাত্ৰা শুভাৰম্ভ কৰাৰ লগতে টেণ্ট চিটীও উদ্বোধন কৰে। এই অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে ১০০০ কোটিতকৈও অধিক মূল্যৰ এলানি আভ্যন্তৰীণ জলপথ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। নদীভিত্তিক ৰিভাৰ ক্ৰুজ পৰ্যটনক প্ৰসাৰিত কৰাৰ বাবে প্ৰধানমন্ত্ৰীৰ পদক্ষেপৰ লগত সংগতি ৰাখি এই সেৱা আৰম্ভ কৰা হয়। ইয়াৰ দ্বাৰা ভাৰতত ক্ৰুজ পৰ্যটনৰ এক নতুন যুগৰ সূচনা হ’ব, যাৰ জৰিয়তে নতুন সুযোগৰ সঞ্চাৰ হ’ব।