The devotion of the people is unparalleled, and their love is my good fortune: PM Modi
January 17th, 01:55 pm
Prime Minister Narendra Modi addressed the Shakthikendra Incharges Sammelan in Kochi, Kerala. He expressed his heartfelt gratitude for the love and warmth received from the people of Kerala. He acknowledged the overwhelming response, from the moment he landed at Kochi Airport to the thousands who blessed him along the way.PM Modi addresses the Shakthikendra Incharges Sammelan in Kochi, Kerala
January 17th, 01:51 pm
Prime Minister Narendra Modi addressed the Shakthikendra Incharges Sammelan in Kochi, Kerala. He expressed his heartfelt gratitude for the love and warmth received from the people of Kerala. He acknowledged the overwhelming response, from the moment he landed at Kochi Airport to the thousands who blessed him along the way.কেৰালাৰ কোচিত উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
January 17th, 12:12 pm
মই শ্ৰীমান সৰ্বানন্দ সোণোৱালজী, শ্ৰীমান শ্ৰীপদ য়েচো নায়ক জী আৰু আমাৰ সহকৰ্মী শ্ৰীমান ভি মুৰলীধৰণ জী, শ্ৰীমান শান্তনু ঠাকুৰজীৰ দলটোক ধন্যবাদ জনাইছোঁ!PM dedicates to nation infrastructure projects worth more than Rs. 4,000 crores in Kochi, Kerala
January 17th, 12:11 pm
PM Modi inaugurated three major infrastructure projects worth more than Rs 4,000s crore in Kochi, Kerala. The projects being inaugurated today include New Dry Dock at Cochin Shipyard Limited (CSL), International Ship Repair Facility of CSL, and LPG Import Terminal of IOCL at Puthuvypeen, Kochi. These major infrastructure projects are in line with the PM Modi's vision to transform India's ports, shipping, and waterways sector.Prime Minister Narendra Modi to visit Andhra Pradesh and Kerala
January 14th, 09:36 pm
Prime Minister Narendra Modi will visit Andhra Pradesh and Kerala on 16th-17th January, 2024. The Prime Minister will inaugurate the new campus of National Academy of Customs, Indirect Taxes & Narcotics (NACIN). The Prime Minister will also interact with Officer Trainees of 74th and 75th batch of Indian Revenue Service (Custom & Indirect Taxes) as well as officer trainees of Royal Civil Service of Bhutan.প্ৰধানমন্ত্ৰীয়ে কোচ্চিত দেশৰ প্ৰথম ৱাটাৰ মেট্ৰোৰ শলাগ লয়
April 26th, 02:51 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কোচ্চিত দেশৰ প্ৰথম ৱাটাৰ মেট্ৰোৰ শলাগ লৈছে।মাংগালোৰত উন্নয়নমূলক প্ৰকল্প আৰম্ভ কৰাৰ সময়ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ লিখিত পাঠ
September 02nd, 05:11 pm
কৰ্ণাটকৰ ৰাজ্যপাল শ্ৰী থাৱাৰ চান্দ জী গেহলট, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী শ্ৰী বাসৱৰাজ বম্মাই জী, কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সহযোগী সকল, কৰ্ণাটক চৰকাৰৰ মন্ত্ৰী, সাংসদ আৰু বিধায়ক সকল, আৰু ইয়ালৈ অহা বৃহৎ সংখ্যকমৰমৰ ভাই-ভনীসকল!মাংগালুৰুত এলানি উন্নয়ণী প্ৰকল্প ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰাৰ লগতে বহুকেইটা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিলে প্ৰধানমন্ত্ৰীয়ে
September 02nd, 03:01 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মাংগালুৰুত এলানি উন্নয়ণী প্ৰকল্প ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰাৰ লগতে বহুকেইটা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এইলানি প্ৰকল্পৰ নিৰ্মাণ ব্যয়ৰ পৰিমান হৈছে ৩৮০০ কোটি টকা।INS Vikrant is a testament to the hard work, talent, influence and commitment of 21st century India: PM Modi
September 02nd, 01:37 pm
PM Narendra Modi commissioned the first indigenous aircraft carrier as INS Vikrant. The Prime Minister exclaimed, Vikrant is huge, massive, and vast. Vikrant is distinguished, Vikrant is also special. Vikrant is not just a warship. This is a testament to the hard work, talent, influence and commitment of India in the 21st century.প্ৰথমখন থলুৱা বিমানবাহী জাহাজ আইএনএছ বিক্ৰান্তৰ শুভাৰম্ভ প্ৰধানমন্ত্ৰীৰ
September 02nd, 09:46 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰথমখন থলুৱা বিমানবাহী জাহাজ আইএনএছ বিক্ৰান্তৰ শুভাৰম্ভ কৰে। এই কাৰ্যসূচীতে প্ৰধানমন্ত্ৰীগৰাকীয়ে ঔপনিৱেশিক অতীতৰ অৱসান ঘটাই আৰু সমৃদ্ধ ভাৰতীয় সামুদ্ৰিক ঐতিহ্যৰ প্ৰতিফলন ঘটাই নতুন নেভেল পতাকা (নিচান) ও মুকলি কৰে।Modern infrastructure has a big role in roadmap of developed India: PM Modi
September 01st, 09:34 pm
PM Modi laid the foundation stone and dedicated to the nation various projects of Kochi Metro and Indian Railways worth around Rs 4500 crore in Kochi. Remarking on the Azadi ka Amrit Kaal, the PM said that Indians have taken a colossal resolution to build a developed India in the coming 25 years. “Modern infrastructure has a big role in this roadmap of developed India”, he added.কোচিত ৪,৫০০ কোটিতকৈ অধিক টকা মূল্যৰ কোচি মেট্ৰ’ আৰু ভাৰতীয় ৰে’লৱেৰ বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে দেশবাসীৰ নামত উচৰ্গা কৰিলে প্ৰধানমন্ত্ৰীয়ে
September 01st, 06:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আধাৰশিলা স্থাপন কৰি কোচিত প্ৰায় ৪৫০০ কোটি টকাৰ কোচি মেট্ৰ’ আৰু ভাৰতীয় ৰে’লৱেৰ বিভিন্ন প্ৰকল্প দেশবাসীৰ নামত উৎসৰ্গা কৰে। ইয়াৰ পূৰ্বে আজি প্ৰধানমন্ত্ৰীয়ে কোচিৰ কালাদী গাঁৱত শ্ৰী আদি শংকৰ জন্মভূমি ক্ষেত্ৰ পৰিদৰ্শন কৰে।কেৰেলাৰ জনসাধাৰণে এতিয়া বিজেপিক এক নতুন আশা হিচাপে দেখিছে: পি এম মোদী
September 01st, 04:31 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেৰেলাৰ কোচিত এখন জনসভাত ভাষণ দিয়ে। ওনম উপলক্ষে কেৰেলাবাসীক শুভেচ্ছা জ্ঞাপন কৰি ভাষণৰ আৰম্ভণিতে পিএম মোদীয়ে কয়, ‘ওনমৰ বিশেষ উপলক্ষত কেৰেলালৈ অহাটো মোৰ বাবে সৌভাগ্যৰ কথা। আপোনালোক সকলোকে ওনমৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।”কেৰেলাৰ কোচিত এখন জনসভাত ভাষণ দিয়ে প্ৰধানমন্ত্ৰী মোদীয়ে
September 01st, 04:30 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেৰেলাৰ কোচিত এখন জনসভাত ভাষণ দিয়ে। ওনম উপলক্ষে কেৰেলাবাসীক শুভেচ্ছা জ্ঞাপন কৰি ভাষণৰ আৰম্ভণিতে পিএম মোদীয়ে কয়, ‘ওনমৰ বিশেষ উপলক্ষত কেৰেলালৈ অহাটো মোৰ বাবে সৌভাগ্যৰ কথা। আপোনালোক সকলোকে ওনমৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।”মেৰিটাইম ইণ্ডিয়া সন্মিলন, ২০২১ৰ উদ্বোধনী অনুষ্ঠানত প্রধানমন্ত্রীৰ ভাষণৰ অসমীয়া অনুবাদ
March 02nd, 11:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ‘মেৰিটাইম ইণ্ডিয়া ছামিট, ২০২১’ উদ্বোধন কৰে। এই কাৰ্যসূচীত ডেনমাৰ্কৰ পৰিবহণ মন্ত্ৰী শ্ৰীযুত বেনি এনলেব্রেক্ট, গুজৰাট আৰু অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীদ্বয়, কেন্দ্ৰীয় মন্ত্ৰীদ্বয় শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু শ্ৰী মনসুখ মান্দাবিয়া উপস্থিত থাকে।মেৰিটাইম ইণ্ডিয়া ছামিট, ২০২১ উদ্বোধন প্ৰধানমন্ত্ৰীৰ
March 02nd, 10:59 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ‘মেৰিটাইম ইণ্ডিয়া ছামিট, ২০২১’ উদ্বোধন কৰে। এই কাৰ্যসূচীত ডেনমাৰ্কৰ পৰিবহণ মন্ত্ৰী শ্ৰীযুত বেনি এনলেব্রেক্ট, গুজৰাট আৰু অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীদ্বয়, কেন্দ্ৰীয় মন্ত্ৰীদ্বয় শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু শ্ৰী মনসুখ মান্দাবিয়া উপস্থিত থাকে।কেৰালাত ভাৰতৰ প্রথমটো পূৰ্ণাংগ আন্তঃৰাষ্ট্ৰীয় ক্রুজ টার্মিনেলৰ উদ্বোধনী অনুষ্ঠানত প্রধানমন্ত্রীৰ ভাষণৰ অসমীয়া অনুবাদ
February 14th, 04:40 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেৰালাৰ কোচিত বহু প্ৰকল্প উদ্বোধন আৰু শিলান্যাস কৰে। এই কাৰ্যসূচীত কেৰালাৰ ৰাজ্যপাল, কেৰালাৰ মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধান, ৰাজ্যিক মন্ত্ৰী শ্ৰী মনসুখ মান্দবিয়া, শ্ৰী ভি. মুৰুলীধৰণ উপস্থিত থাকে।কেৰালাৰ কোচিত বহু প্ৰকল্পৰ শিলান্যাস আৰু উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ
February 14th, 04:39 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেৰালাৰ কোচিত বহু প্ৰকল্প উদ্বোধন আৰু শিলান্যাস কৰে। এই কাৰ্যসূচীত কেৰালাৰ ৰাজ্যপাল, কেৰালাৰ মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধান, ৰাজ্যিক মন্ত্ৰী শ্ৰী মনসুখ মান্দবিয়া, শ্ৰী ভি. মুৰুলীধৰণ উপস্থিত থাকে।প্রধানমন্ত্রীয়ে ১৪ ফেব্রুৱাৰীত তামিলনাডু আৰু কেৰালা ভ্ৰমণ কৰিব
February 12th, 06:10 pm
ধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে, ১৪ ফেব্রুৱাৰীত তামিলনাডু আৰু কেৰালা ভ্ৰমণ কৰিব। তেওঁ পুৱা ১১টা ১৫ মিনিটত চেন্নাইত কেইবাটাও গুৰুত্বপূর্ণ প্রকল্পৰ উদ্বোধন আৰু শিলান্যাস কৰিব আৰু সেনাবাহিনীৰ হাতত অর্জুন মেইন বেটেল টেঙ্ক (এমকে -১এ)তুলি দিব। শ্রী মোদীয়ে, বিয়লি ৩টা ৩০ মিনিটত কোচিত জাতিৰ উদ্দেশ্যে এলানি প্রকল্প উদ্বোধন আৰু শিলান্যাস কৰিব। এই প্রকল্পবিলাকে সংশ্লিষ্ট ৰাজ্যৰ উন্নয়নক ত্বৰান্বিত কৰিব আৰু উন্নয়নৰ সম্ভাৱনাক বাস্তবায়িত কৰিব।‘কোচী-মাংগালুৰু প্ৰাকৃতিক গেছ পাইপলাইন’ ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰি দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
January 05th, 11:01 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে কোচি-মাঙ্গলুৰু প্ৰাকৃতিক গেছৰ পাইপলাইন ৰাষ্ট্ৰৰ বাবে উৎসৰ্গা কৰিলে। ‘ওৱান নেশ্যন ওৱান গেছ গ্ৰীড’ সৃষ্টিৰ অৰ্থে এই কাৰ্যসূচী এটা গুৰুত্বপূৰ্ণ মাইলৰ খুটি হৈ ৰ’ব। কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰীকে ধৰি কৰ্ণাটক আৰু কেৰালাৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীসকলো এই কাৰ্যসূচীত উপস্থিত থাকে।