ভাৰত আৰু নৰ্ডিক দেশসমূহৰ মাজত অনুষ্ঠিত সন্মিলনৰ যুটীয়া প্রেছ বিবৃতি
April 18th, 12:57 pm
আজি ষ্ট’কহমত ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ডেনমার্কৰ প্রধানমন্ত্রী লার্ছ লোক্কে ৰাছমুসেন, ফিনলেণ্ডৰ প্রধানমন্ত্রী জুহা ছিপিলা, আইলেণ্ডৰ প্রধানমন্ত্রী কাট্রিন জেকবছদোত্তিৰ, নৰৱেৰ প্রধানমন্ত্রী এৰনা ছোলবার্গ আৰু ছুইডেনৰ প্রধানমন্ত্রী ষ্টিফেন লোফেনৰ সৈতে এক সন্মিলনত মিলিত হয়।Visit of Prime Minister of India to Sweden (16-17 April 2018)
April 17th, 11:12 pm
During PM Modi's visit, India and Sweden hosted an India-Nordic Summit, entitled ‘India-Nordic Summit : Shared Values, Mutual Prosperity’. Prime Ministers of Denmark, Finland, Iceland and Norway attended the Summit. India has substantial economic ties with Nordic countries. Annual India-Nordic trade is about $5.3 billion. The cumulative Nordic FDI into India has been $2.5 billion.ছুইডেনৰ ৰজা ষষ্ঠদশ কাৰ্ল গুস্তাফক প্ৰধানমন্ত্ৰী মোদীৰ সাক্ষাৎ
April 17th, 03:05 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছুইডেনৰ ৰজা ষষ্ঠদশ কাৰ্ল গুস্তাফক সাক্ষাৎ কৰে৷ নেতা দুজনে বিভিন্ন ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতাৰ সৱলীকৰণৰ বিষয়ে আলোচনা কৰে৷ছুইডেন আৰু ব্ৰিটেইন ভ্ৰমণৰ প্ৰাকমুহূৰ্তত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতি
April 15th, 08:51 pm
নিম্নোলিখিত কথাখিনি ছুইডেন আৰু ব্ৰিটেইন ভ্ৰমণৰ প্ৰাকমুহূৰ্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদ্ৰীয়ে সংবাদ মাধ্যমত দিয়া প্ৰেছ বিবৃতিত লিখিত ৰূপ।