বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ সৈতে যুটীয়াভাৱে উন্নয়নমূলক প্ৰকল্পৰ ভাৰ্চুৱেল উদ্বোধন সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ বক্তব্য
November 01st, 11:00 am
ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহা, কেন্দ্ৰীয় মন্ত্ৰীসভাত মোৰ সহকৰ্মী ড০ জয়শংকৰ, শ্ৰী অশ্বিনী বৈষ্ণৱ, শ্ৰী আৰ কে সিং, শ্ৰী জি কিষাণ ৰেড্ডী আৰু এই অনুষ্ঠানৰ সৈতে জড়িত সকলো সহকৰ্মী,১ নৱেম্বৰত ভাৰত আৰু বাংলাদেশৰ প্ৰধানমন্ত্ৰীয়ে যুটীয়াভাৱে তিনিটা উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰিব
October 31st, 05:02 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই ১ নৱেম্বৰ ২০২৩ তাৰিখে পুৱা প্ৰায় ১১ বজাত ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে ভাৰতৰ সাহায্যত নিৰ্মাণ কৰা তিনিটা উন্নয়নমূলক প্ৰকল্প যুটীয়াভাৱে উদ্বোধন কৰিব। প্ৰকল্প তিনিটা হৈছে আখাউৰা-আগৰতলা ক্ৰছ-বৰ্ডাৰ ৰে'ল সংযোগ; খুলনা- মংগলা বন্দৰগাহ ৰেল লাইন; আৰু মৈত্ৰী চুপাৰ থাৰ্মেল পাৱাৰ প্লেণ্টৰ দ্বিতীয় ইউনিট।PM Modi flags off new train service between Kolkata & Khulna via video conference
November 09th, 11:28 am
Prime Minister Narendra Modi today flagged off new train service between Kolkata & Khulna via video conference. The PM said that development and connectivity were vital for enhancing ties between both the countries. He added that the rail network which has been constructed with almost $100 million will enhance connectivity in a big way.