‘২০২৪-২৫ বিপণন ঋতু’ৰ বাবে খৰিফ শস্যৰ ‘ন্যূনতম সমৰ্থন মূল্য’ (এমএছপি)লৈ অনুমোদন জনাইছে কেবিনেটে

June 19th, 09:14 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে আজি ‘২০২৪-২৫ বৰ্ষৰ বিপণন ঋতু’ৰ বাবে সকলো বাধ্যতামূলক খৰিফ শস্যৰ বাবে ‘ন্যূনতম সমৰ্থন মূল্য’ (এমএছপি) বৃদ্ধিৰ প্ৰস্তৱলৈ অনুমোদন জনাইছে।

খাৰিফ ঋতু, ২০২৪ (০১-০৪-২০২৪ ৰ পৰা ৩০-০৯-২০২৪ লৈ)ৰ বাবে ‘ফছফেটিক আৰু পটাচিক’ (পি এণ্ড কে) সাৰৰ ক্ষেত্ৰত ‘পুষ্টি ভিত্তিক ৰাজসাহায্য’ (এনবিএছ)ৰ হাৰ আৰু ‘এনবিএছ আঁচনি’-ৰ অধীনত সাৰৰ ৩টা নতুন শ্ৰেণী অন্তৰ্ভুক্ত কৰিবলৈ অনুমোদন জনাইছে কেবিনেটে

February 29th, 04:28 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে খাৰিফ ঋতু, ২০২৪ (০১.০৪.২০২৪ ৰ পৰা ৩০.০৯.২০২৪ লৈ)ৰ বাবে ‘ফছফেটিক আৰু পটাছিক’ (পি এণ্ড কে)সাৰৰ ক্ষেত্ৰত পুষ্টি ভিত্তিক ৰাজসাহায্য(এনবিএছ)ৰ হাৰ নিৰ্দ্ধাৰণ আৰু ‘এনবিএছ’ আঁচনি-ৰ অধীনত সাৰৰ ৩ টা নতুন শ্ৰেণী অন্তৰ্ভুক্ত কৰাৰ বাবে সাৰ বিভাগৰ প্ৰস্তাৱত অনুমোদন জনাইছে। খৰিফ ঋতু ২০২৪-ৰ বাবে আনুমানিক বাজেটৰ প্ৰয়োজনীয়তা হ'ব প্ৰায় ২৪,৪২০কোটি টকা।

এমএছপি বৃদ্ধিত কৃষকসকলে আদৰণি জনোৱাত প্ৰধানমন্ত্ৰীয়ে আনন্দ প্ৰকাশ কৰিছে

June 09th, 08:33 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে কৃষকসকলৰ সুখে চৰকাৰক নতুন উদ্যমেৰে কাম কৰিবলৈ অনুপ্ৰাণিত কৰে।

Union Cabinet approves Minimum Support Prices (MSP) for Kharif Crops for Marketing Season 2023-24

June 07th, 05:35 pm

The Cabinet Committee on Economic Affairs (CCEA) chaired by PM Modi has approved the increase in the Minimum Support Prices (MSP) for all mandated Kharif Crops for Marketing Season 2023-24. Government has increased the MSP of Kharif Crops for Marketing Season 2023-24, to ensure remunerative prices to the growers for their produce and to encourage crop persification.

উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত গ্লোবেল ইনভেষ্টৰ্ছ ছামিট ২০২৩ ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ

February 10th, 11:01 am

উত্তৰ প্ৰদেশৰ ৰাজ্যপাল শ্ৰীমতী ড. আনন্দিবেন পেটেল, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ জী, উপ-মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্য জী আৰু ব্ৰজেশ পাঠক জী, কেন্দ্ৰীয় কেবিনেটত মোৰ জ্যেষ্ঠ সহকৰ্মী তথা লক্ষ্ণৌৰ প্ৰতিনিধি শ্ৰী ৰাজনাথ সিং জী, বিভিন্ন দেশৰ সন্মানীয় ব্যক্তিসকল, উত্তৰ প্ৰদেশৰ সকলো মন্ত্ৰী আৰু উদ্যোগটোৰ সন্মানীয় সদস্যসকল, গ্ল'বেল ইনভেষ্টাৰ ফ্ৰেটাৰ্নিটি, নীতি নিৰ্ধাৰক, কৰ্প’ৰেট নেতাসকল, লগতে গ্ল'বেল ইনভেষ্টৰ্ছ ছামিটত অংশগ্ৰহণ কৰা সকলো সুধীবৃন্দ!

প্ৰধানমন্ত্ৰীয়ে লক্ষ্ণৌত উত্তৰ প্ৰদেশ গ্লোবেল ইনভেষ্টৰ্ছ ছামিট ২০২৩ উদ্বোধন কৰে

February 10th, 11:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লক্ষ্ণৌত উত্তৰ প্ৰদেশ গ্লোবেল ইনভেষ্টৰছ ছামিট ২০২৩ উদ্বোধন কৰে। তেওঁ গ্লোবেল ট্ৰেড শ্ব'ৰ উদ্বোধন কৰে আৰু কাৰ্যসূচীটোৰ সময়ত ইনভেষ্ট ইউপি ২.০ মুকলি কৰে। উত্তৰ প্ৰদেশ গ্লোবেল ইনভেষ্টৰ্ছ ছামিট ২০২৩ হৈছে উত্তৰ প্ৰদেশ চৰকাৰৰ মুখ্য বিনিয়োগ সন্মিলন যিয়ে সমগ্ৰ বিশ্বৰ নীতি নিৰ্মাতা, উদ্যোগৰ নেতা, শিক্ষাবিদ, থিংক টেংক আৰু নেতাসকলক একত্ৰিত কৰি সামূহিকভাৱে ব্যৱসায়ৰ সুযোগ অন্বেষণ কৰিব আৰু অংশীদাৰীত্ব গঢ়ি তুলিব। প্ৰধানমন্ত্ৰীয়ে প্ৰদৰ্শনীখনো পৰিদৰ্শন কৰে।

CCEA approves Minimum Support Prices (MSP) for Kharif Crops for Marketing Season 2022-23

June 08th, 05:30 pm

CCEA chaired by PM Modi has approved increase in MSP for all mandated Kharif Crops for Marketing Season 2022-23. This has been done to ensure remunerative prices to the growers for their produce and to encourage crop persification.

প্রধানমন্ত্রীয়ে ৰাইপুৰ, ছত্তিশগড়ত ৩৫বিধ বিশেষ গুণসম্পন্ন শস্য দেশৰ উদ্দেশ্যে অৰ্পণ কৰি দিয়া ভাষণৰ পাঠ

September 28th, 11:01 am

নমস্কাৰ জী! কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শ্ৰীমান নৰেন্দ্ৰ সিংহ তোমৰ জী, ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী শ্ৰীমান ভূপেশ বঘেল জী, মন্ত্ৰীসভাৰ মোৰ অন্য সহযোগী শ্ৰী পুৰুষোত্তম ৰূপালা জী, শ্ৰী কৈলাশ চৌধৰী জী, ভগ্নী শোভা জী, ছত্তিশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰী ৰমণ সিংহ জী, বিৰোধী নেতা শ্ৰী ধৰ্ম লাল কৌশিক জী, কৃষি শিক্ষাৰে জড়িত সকলো ভিচি, ডাইৰেক্টৰছ, বৈজ্ঞানিক বন্ধু আৰু মোৰ মৰমৰ কৃষক ভাই আৰু ভনীসকল!

দেশবাসীৰ নামত ৩৫প্ৰজাতিৰ বিশেষ গুনসম্পন্ন শস্য উচৰ্গা কৰিলে প্ৰধানমন্ত্ৰীয়ে

September 28th, 11:00 am

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে ভিডিঅ’ কনফাৰেন্সযোগে আজি বিশেষ গুনসম্পন্ন ৩৫বিধ শস্য দেশবাসীৰ নামত উৎসৰ্গা কৰে৷ একেটা অনুষ্ঠানতে প্রধানমন্ত্রীয়ে ৰায়পুৰৰ নেচনেল ইনষ্টিটিউট অৱ বায়’টিক ষ্ট্ৰেছ মেনেজমেণ্টৰ নৱনির্মিত ভৱন দেশবাসীৰ নামত উৎসৰ্গা কৰে৷ অনুষ্ঠানত প্রধানমন্ত্রীয়ে কৃষি বিশ্ববিদ্যালয়সমূহ সেউজ চৌহদ বঁটাও বিতৰণ কৰে। ভিডিঅ’ কনফাৰেন্সযোগে তেওঁ কৃষকসকলৰ সৈতে ্ত বিনিময় অনুষ্ঠানত অংশ লোৱাৰ লগতে ভাষণো আগবঢ়ায়৷