বিশ্ব সমবায় সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
November 25th, 03:30 pm
ভূটানৰ প্ৰধানমন্ত্ৰী আৰু মোৰ কনিষ্ঠ ভ্ৰাতৃ, ফিজিৰ উপ-প্ৰধানমন্ত্ৰী, ভাৰতৰ সমবায় মন্ত্ৰী অমিত শ্বাহ, আন্তঃৰাষ্ট্ৰীয় সমবায় মিত্ৰজোঁটৰ অধ্যক্ষ, ৰাষ্ট্ৰসংঘৰ প্ৰতিনিধি, সমগ্ৰ বিশ্বৰপৰা ইয়াত সমবেত হোৱা সমবায় জগতৰ সৈতে জড়িত সকলো সহযোগী, ভদ্ৰলোক আৰু মহিলাসকল।PM Modi inaugurates ICA Global Cooperative Conference 2024
November 25th, 03:00 pm
PM Modi inaugurated the ICA Global Cooperative Conference 2024. Emphasising the centuries-old culture, Prime Minister Modi said, “For the world, cooperatives are a model but for India it is the basis of culture, a way of life.”‘ৰোজগাৰ মেলা’ৰ মাধ্যমেৰে ৫১,০০০+ নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
October 29th, 11:00 am
আজি হৈছে ‘ধনতেৰছ’ৰ পবিত্ৰ উৎসৱ। ‘ধনতেৰছ’ উপলক্ষে সকলো দেশবাসীক বহুত বহুত অভিনন্দন জনাইছোঁ। দুদিনৰ পিছত আমি সকলোৱে ‘দীপাৱলী’ উৎসৱ উদযাপন কৰিম। আৰু এই বছৰৰ দেৱালী অতিকে বিশেষ হ’ব, বাৰুকৈয়ে বিশেষ হ’ব। আপোনালোকে জানে যে দেৱালী প্ৰতিবাৰেই আহে, তেন্তে এইবাৰনো একেটা উত্সৱেই কিয় বিশেষ হৈ উঠিছে, বিশেষ হোৱাৰ কাৰণ মই আপোনালোকক ক'ম। ৫০০ বছৰৰ পিছত ভগৱান শ্ৰী ৰাম তেওঁৰ অযোধ্যাৰ বিশাল মন্দিৰত উপৱিষ্ট হৈছেহি। আৰু ভব্য মন্দিৰত উপৱিষ্ট হোৱাৰ পিছত এইটো হৈছে প্ৰথমটো দীপাৱলী, আৰু এনে এটা দীপাৱলীৰ বাবে অপেক্ষা কৰি কৰিয়েই বহু প্ৰজন্মই জীৱনপাত কৰিছিল, লাখ লাখ লোকে বলিদান দিছিল আৰু যাতনা ভূগিবলগীয়া হৈছিল। আমি সকলোৱেই বহুত সৌভাগ্যশালী কিয়নো আমি ইমান বিশেষ, অন্যন্য, বিশাল দীপাৱলী প্ৰত্যক্ষ কৰাৰ সুযোগ লাভ কৰিছোঁ। এই উৎসৱৰ পৰিৱেশত... আজি এই শুভ দিনত... ‘নিযুক্তি মেলা’ত ৫১ হাজাৰ যুৱক-যুৱতীক চৰকাৰী চাকৰিৰ বাবে নিযুক্তিপত্ৰ দিয়া হৈছে। মই আপোনালোক সকলোকে অভিনন্দন জনাইছোঁ আৰু মোৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।PM Narendra Modi addresses Rozgar Mela
October 29th, 10:30 am
PM Modi addressed the Rozgar Mela and distributed more than 51,000 appointment letters to newly appointed youth in Government departments and organizations. Citing the Pradhan Mantri Internship Yojana, PM Modi said provisions are made for paid internships in the top 500 companies of India, where every intern would be given Rs 5,000 per month for one year. He added the Government’s target is to ensure one crore youth get internship opportunities in the next 5 years.Prime Minister Narendra Modi hails the new record of Khadi sales as an encouraging achievement
October 05th, 04:56 am
The Prime Minister Shri Narendra Modi today hailed the new record of Khadi sales as an encouraging achievement. He remarked that there was a rapidly growing trend towards Swadeshi amongst the countrymen.ত্ৰিৰংগাৰ গৌৰৱ অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰত ‘হৰ ঘৰ তিৰংগা অভিযান’ এক অনন্য উৎসৱত পৰিণত হৈছেঃ মন কী বাতৰ সময়ত প্ৰধানমন্ত্ৰী
July 28th, 11:30 am
বন্ধুসকল, ক্ৰীড়া জগতত এই অলিম্পিকৰ বাহিৰেও কিছুদিন আগতে গণিতৰ জগততো এখন অলিম্পিক অনুষ্ঠিত হৈছিল। আন্তঃৰাষ্ট্ৰীয় গণিত অলিম্পিয়াড। ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলে এই অলিম্পিয়াডত অতি সুন্দৰ প্ৰদৰ্শন আগবঢ়াইছে। ইয়াত আমাৰ দলটোৱে সৰ্বোত্তম প্ৰদৰ্শন কৰি চাৰিটা স্বৰ্ণ পদক আৰু এটা ৰূপৰ পদক লাভ কৰে। আন্তঃৰাষ্ট্ৰীয় গণিত অলিম্পিয়াডত শতাধিক দেশৰ যুৱক-যুৱতীসকলে অংশগ্ৰহণ কৰিছিল আৰু আমাৰ দলটোৱে সামগ্ৰিকভাৱে শীৰ্ষ পাঁচটা স্থানত স্থান লাভ কৰাত সফল হৈছে। দেশলৈ গৌৰৱ কঢ়িয়াই অনা এইসকল ছাত্ৰ-ছাত্ৰীৰ নাম হ'ল-পুনেৰ আদিত্য ভেংকট গণেশ, পুনেৰ সিদ্ধাৰ্থ চোপ্ৰা, দিল্লীৰ অৰ্জুন গুপ্তা, গ্ৰেটাৰ নয়দাৰ কানৱ তালৱাৰ, মুম্বাইৰ ৰুশিল মাথুৰ আৰু গুৱাহাটীৰ আনন্দ ভাদুৰী।INDI-Agadhi plans to have five PMs in 5 years if elected: PM Modi in Solapur
April 29th, 08:57 pm
Prime Minister Narendra Modi today addressed a vibrant public meeting in Maharashtra’s Solapur. Speaking to a large audience, PM Modi said, “In this election, you will choose the guarantee of development for the next 5 years. On the other hand, there are those who plunged the country into the abyss of corruption, terrorism, and misrule before 2014. Despite their tainted history, the Congress is once again dreaming of seizing power in the country.”PM Modi's electrifying campaign trails reach Maharashtra's Solapur, Satara and Pune
April 29th, 02:05 pm
Prime Minister Narendra Modi today addressed vibrant public meetings in Maharashtra’s Solapur, Satara and Pune. Speaking to a large audience, PM Modi said, “In this election, you will choose the guarantee of development for the next 5 years. On the other hand, there are those who plunged the country into the abyss of corruption, terrorism, and misrule before 2014. Despite their tainted history, the Congress is once again dreaming of seizing power in the country.”প্ৰধানমন্ত্ৰীয়ে গুজৰাটতকোচৰব আশ্ৰম উদ্বোধন আৰুসাবৰমতী আশ্ৰম প্ৰকল্পৰ মাষ্টাৰ প্লেন মুকলি অনুষ্ঠানত কৰা সম্বোধনৰ পূৰ্ণপাঠ
March 12th, 10:45 am
পূজ্য বাপুৰ এই সাবৰমতী আশ্ৰম সদায় অতুলনীয় শক্তিৰ এক সজীৱ কেন্দ্ৰ হৈ আহিছে। আৰু,মই ইয়ালৈ অহাৰ সুযোগ লাভ কৰা মাত্ৰেকে, আমাৰ মাজত বাপুৰ প্ৰেৰণা স্পষ্টকৈ অনুভৱ কৰিব পাৰোঁ। সত্য আৰু অহিংসাৰ আদৰ্শ থাকিব লাগে, ৰাষ্ট্ৰক পূজাৰ সংকল্প, দৰিদ্ৰ আৰু বঞ্চিতসকলৰ সেৱাৰ জৰিয়তে নাৰায়ণক সেৱাৰ অনুভূতি, সাবৰমতী আশ্ৰমে আজিও বাপুৰ এই প্ৰমূল্যবোধবোৰ জীয়াই ৰাখিছে। মোৰ সৌভাগ্য যে আজি মই ইয়াত সাবৰমতী আশ্ৰমৰ পুনৰ-উন্নয়ন আৰু সম্প্ৰসাৰণ কৰ্মৰ আধাৰশিলা স্থাপন কৰিছোঁ। প্ৰথমতে,কোচৰব আশ্ৰমৰো বিকাশ সাধন কৰা হৈছেআৰু মই সুখী যে আজি ইয়াৰ উদ্বোধন কৰা হৈছে। দক্ষিণ আফ্ৰিকাৰপৰা উভতি অহাৰ পিছত গান্ধীজীয়ে কোচৰব আশ্ৰমত প্ৰথম আশ্ৰম স্থাপন কৰে। গান্ধীজীয়ে ইয়াত যঁতৰত সূতা কাটিছিল। দুবছৰ কোচৰব আশ্ৰমত থকাৰ পিছত গান্ধীজীয়ে সাবৰমতী আশ্ৰমলৈ আহে। পুনৰ-নিৰ্মাণৰ পিছত এতিয়া গান্ধীজীৰ সেই দিনৰ স্মৃতিবোৰ কোচৰব আশ্ৰমত উন্নত ৰূপত সংৰক্ষিত হৈ থাকিব। শ্ৰদ্ধাৰ বাপুৰ চৰণত প্ৰণাম কৰি তেওঁক শ্ৰদ্ধা জনাইছোঁ। লগতে, এই গুৰুত্বপূৰ্ণ আৰু প্ৰেৰণাদায়ক স্থানসমূহৰ উন্নয়নৰ বাবে সকলো দেশবাসীক অভিনন্দন জনাইছোঁ।প্ৰধানমন্ত্ৰীয়ে গুজৰাটৰ সবৰমতীত কোচৰাব আশ্ৰম উদ্বোধন কৰে
March 12th, 10:17 am
অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে সবৰমতী আশ্ৰম সদায়ে অতুলনীয় শক্তিৰ এক জীৱন্ত কেন্দ্ৰ হৈ আহিছে আৰু আমি নিজৰ মাজতে বাপুৰ অনুপ্ৰেৰণা অনুভৱ কৰোঁ। সবৰমতী আশ্ৰমে বাপুৰ সত্য আৰু অহিংসা, ৰাষ্ট্ৰ সেৱা আৰু বঞ্চিতসকলৰ সেৱাত ঈশ্বৰৰ সেৱা জীয়াই ৰাখিছে, তেওঁ লগতে কয়। প্ৰধানমন্ত্ৰীয়ে গান্ধীজীৰ কোচৰাব আশ্ৰমত থকা সময়ৰ কথা উল্লেখ কৰে য'ত গান্ধীজী সবৰমতীলৈ যোৱাৰ আগতে আছিল। পুনৰনিৰ্মিত কোচৰব আশ্ৰম আজি ৰাষ্ট্ৰৰ বাবে উৎসৰ্গিত কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে পূজ্য মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ উপৰি আজিৰ গুৰুত্বপূৰ্ণ আৰু অনুপ্ৰেৰণামূলক প্ৰকল্পসমূহৰ বাবে নাগৰিকসকলক অভিনন্দন জ্ঞাপন কৰে।উত্তৰ প্ৰদেশৰ বাৰাণসীত এলানি প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন, দেশবাসীৰ প্ৰতি উৎসৰ্গা অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
February 23rd, 02:45 pm
মঞ্চত উপৱিষ্ট উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথজী, কেন্দ্ৰীয় কেবিনেটত মোৰ সহকৰ্মী মহেন্দ্ৰ নাথ পাণ্ডেজী, উপ মুখ্যমন্ত্ৰী ব্ৰজেশ পাঠকজী, ‘বনাছ ডেইৰী’ৰ অধ্যক্ষ শংকৰভাই চৌধুৰী, ‘ভাৰতীয় জনতা পাৰ্টী’ৰ ৰাজ্যিক সভাপতি ভূপেন্দ্ৰ চৌধুৰীজী, ৰাজ্যখনৰ অন্যান্য মন্ত্ৰী, জনপ্ৰতিনিধি আৰু মোৰ কাশী পৰিয়ালৰ ভাই-ভনীসকল।প্ৰধানমন্ত্ৰীয়ে বাৰাণসীত ১৩,০০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে
February 23rd, 02:28 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বাৰাণসীত ১৩,০০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে বাৰাণসীৰ কাৰ্খিয়াওঁৰ ইউপিএছআইডিএ এগ্ৰো পাৰ্কত স্থাপিত বানাছকান্থা জিলা সমবায় দুগ্ধ উৎপাদক ইউনিয়ন লিমিটেডৰ এটি দুগ্ধ প্ৰক্ৰিয়াকৰণ ইউনিট বানাছ কাশী সংকুল পৰিদৰ্শনেৰে গো-পালকসকলৰ সৈতে মত-বিনিময় কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে নিয়োগ পত্ৰ আৰু জিআই-কৰ্তৃত্বপ্ৰাপ্ত ব্যৱহাৰকাৰীৰ প্ৰমাণ পত্ৰও প্ৰদান কৰে। আজিৰ উন্নয়ন প্ৰকল্পসমূহে পথ, ৰেল, বিমান পৰিবহণ, পৰ্যটন, শিক্ষা, স্বাস্থ্য, খোৱাপানী, নগৰ উন্নয়নআৰু অনাময় ব্যৱস্থা আদি গুৰুত্বপূৰ্ণ খণ্ডসমূহক সামৰি লয়।The dreams of crores of women, poor and youth are Modi's resolve: PM Modi
February 18th, 01:00 pm
Addressing the BJP National Convention 2024 at Bharat Mandapam, Prime Minister Narendra Modi said, “Today is February 18th, and the youth who have reached the age of 18 in this era will vote in the country's 18th Lok Sabha election. In the next 100 days, you need to connect with every new voter, reach every beneficiary, every section, every community, and every person who believes in every religion. We need to gain the trust of everyone.PM Modi addresses BJP Karyakartas during BJP National Convention 2024
February 18th, 12:30 pm
Addressing the BJP National Convention 2024 at Bharat Mandapam, Prime Minister Narendra Modi said, “Today is February 18th, and the youth who have reached the age of 18 in this era will vote in the country's 18th Lok Sabha election. In the next 100 days, you need to connect with every new voter, reach every beneficiary, every section, every community, and every person who believes in every religion. We need to gain the trust of everyone.লোকসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱত প্ৰধানমন্ত্ৰীৰ প্ৰত্যুত্তৰৰ অসমীয়া অনুবাদ
February 05th, 05:44 pm
মই ৰাষ্ট্ৰপতি মহোদয়াৰ ভাষণৰ ধন্যবাদ প্ৰস্তাৱ জনাবলৈ থিয় হৈছো৷ যেতিয়া সন্মানীয় ৰাষ্ট্ৰপতিগৰাকীয়ে সংসদৰ এই নতুন ভৱনত আমাক সকলোকে সম্বোধন কৰিবলৈ আহিছিল আৰু যি গৌৰৱ আৰু সন্মানেৰে ছেংগোলে সমগ্ৰ যাত্ৰাটোক নেতৃত্ব দিছিল আৰু আমি সকলোৱে ইয়াক অনুসৰণ কৰিছিলোঁ৷ নতুন সদনত এই নতুন পৰম্পৰা যেতিয়া ভাৰতৰ স্বাধীনতাৰ সেই পবিত্ৰ মুহূৰ্তৰ প্ৰতিফলন হৈ পৰে, তেতিয়া গণতন্ত্ৰৰ মৰ্যাদা বহুগুণে বৃদ্ধি পায়। ৭৫সংখ্যক গণৰাজ্য দিৱস, নতুন সংসদ ভৱন, ছেংগোলৰ নেতৃত্ব, এই গোটেই দৃশ্যটো সঁচাকৈয়ে অতি আকৰ্ষণীয় আছিল। যেতিয়া মই তাৰ পৰাই সমগ্ৰ অনুষ্ঠানটোত অংশগ্ৰহণ কৰিছিলো। ইয়াৰ পৰা আমি ইমান ভব্যতা দেখা নাপাওঁ। কিন্তু তাৰ পৰাই যেতিয়া দেখিলোঁ যে নতুন সদনত ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতি মৰ্যাদা সহকাৰে উপস্থিতি আছিল, সেই দৃশ্যই আমাৰ সকলোকে আপ্লুত কৰিছিল, যিটো আমি সদায় মনত ৰাখিম। ৬০জনতকৈ অধিক সন্মানীয় সদস্যই ৰাষ্ট্ৰপতিলৈ ধন্যবাদৰ প্ৰস্তাৱ সন্দৰ্ভত নিজৰ মতামত আগবঢ়াইছে। মতামত আগবঢ়োৱা আমাৰ সকলো সন্মানীয় সাংসদলৈ বিনম্ৰভাৱে কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। বিৰোধীয়ে যি সংকল্প লৈছে তাৰ মই বিশেষ শলাগ লৈছো। তেওঁৰ ভাষণৰ প্ৰতিটো শব্দই মোৰ আৰু দেশৰ আস্থাক নিশ্চিত কৰিছে যে তেওঁ বহুদিন তাত থাকিবলৈ সংকল্প লৈছে। আপোনালোকে যেনেকৈ বহু দশক ইয়াত বহি আছিল, বহু দশক ধৰি বহি থকাৰ সংকল্প আৰু জনসাধাৰণৰ সমৰ্থন ঈশ্বৰৰ ৰূপ। আৰু আজিকালি আপোনালোকে যিদৰে কঠোৰ পৰিশ্ৰম কৰিছে। মোৰ দৃঢ় বিশ্বাস যে ঈশ্বৰসদৃশ জনতা জনাৰ্দনে আপোনালোকক নিশ্চয় আশীৰ্বাদ দিব। আৰু আপানালোকে যিটো স্থানত আছে তাতকৈ উচ্চ উচ্চতাত নিশ্চয়কৈ উপনীত হ’ব আৰু পৰৱৰ্তী নিৰ্বাচনত দৰ্শকৰ শাৰীত প্ৰত্যক্ষ কৰিব৷ অধিৰ ৰঞ্জন জী এইবাৰ আপোনাৰ কন্ট্ৰেক্ট দিছে তেওঁক দিছে নেকি? আপুনি এইবোৰ সামগ্ৰীকে যোগান ধৰিছে।লোকসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদ প্ৰস্তাৱৰ প্ৰত্যুত্তৰ প্ৰধানমন্ত্ৰীৰ
February 05th, 05:43 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লোকসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদ প্ৰস্তাৱৰ প্ৰত্যুত্তৰ দিয়ে।নতুন দিল্লীত অনুষ্ঠিত ২১ সংখ্যক হিন্দুস্তান টাইমছ নেতৃত্ব সন্মিলন ২০২৩ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ মূল পাঠ
November 04th, 07:30 pm
প্ৰথমেই আপোনালোক সকলোৰে ওচৰত ক্ষমা খুজিব বিচাৰিছো কাৰণ মই নিৰ্বাচনী সভাত আছিলো, গতিকে তাৰ পৰা উভতি অহাত কিছু পলম হৈছিল। কিন্তু বিমানবন্দৰৰ পৰা পোনে পোনে আপোনাৰ ওচৰ পালোঁহি।হিন্দুস্তান টাইমছ লিডাৰ্ছশ্বিপ ছামিট, ২০২৩ত ভাষণ প্ৰধানমন্ত্ৰীৰ
November 04th, 07:00 pm
এই উপলক্ষে আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে হিন্দুস্থান টাইমছ গ্ৰুপে তেওঁক হিন্দুস্তান টাইমছ লিডাৰশ্বিপ ছামিট, ২০২৩লৈ আমন্ত্ৰণ জনোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। শ্ৰী মোদীয়ে এই লিডাৰশ্বিপ ছামিটৰ বিষয়বস্তুৰ সৈতে ভাৰতৰ আগুৱাই যোৱাৰ বাৰ্তা হিন্দুস্থান টাইমছ গ্ৰুপে সদায় কেনেদৰে প্ৰেৰণ কৰিছে সেই বিষয়ে আলোকপাত কৰে। ২০১৪ চনত বৰ্তমানৰ চৰকাৰখন ক্ষমতালৈ অহাৰ সময়ত এই সন্মিলনৰ বিষয়বস্তু ‘ভাৰতক পুনৰ গঢ় দিয়া’ৰ কথা স্মৰণ কৰি তেওঁ কয় যে গোটটোৱে পশ্চাদদৃষ্টি লাভ কৰিছিল যে এই উল্লেখযোগ্য পৰিৱৰ্তন আহি আছে আৰু ভাৰতক পুনৰ গঢ় দিয়া হ’ব। তেওঁ লগতে স্মৰণ কৰে যে যেতিয়া ২০১৯ চনত আৰু অধিক সংখ্যাগৰিষ্ঠতাৰে জয়লাভ কৰি বৰ্তমানৰ চৰকাৰখন পুনৰ কাৰ্যকৰী কৰা হৈছিল তেতিয়া ‘এক উন্নত ভৱিষ্যতৰ বাবে কথোপকথন’ শীৰ্ষক বিষয়বস্তুটো দিয়া হৈছিল। এতিয়া ২০২৩ চনত যেতিয়া সাধাৰণ নির্বাচনৰ সময় সমাগত হৈছে, তেতিয়া শ্রী মোদীয়ে সন্মিলনৰ বিষয়বস্তু ‘বাধা অতিক্ৰম’ আৰু আগন্তুক সাধাৰণ নির্বাচনত বর্তমান চৰকাৰে সকলো অভিলেখ ভংগ কৰি বিজয়ী হৈ ওলাই আহিব বুলি প্রকাশ কৰা অন্তর্নিহিত বার্তাক আলোকপাত কৰে৷ “২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল যিকোনো বাধাৰ ঊৰ্ধ্বত হ’ব”, শ্ৰী মোদীয়ে কয়।মিৰাবাই আমাৰ দেশৰ মহিলাসকলৰ বাবে এক প্ৰেৰণা: মন কী বাতৰ সময়ত প্ৰধানমন্ত্ৰী
October 29th, 11:00 am
মোৰ মৰমৰ পৰিয়ালৰ সদস্যসকল। ‘মন কী বাত’ অনুষ্ঠানলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। সমগ্ৰ দেশতে উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰি থকাৰ সময়ত এই খণ্ডটো সম্প্ৰচাৰ কৰা হৈছে। আগন্তুক উৎসৱৰ বাবে আপোনালোক সকলোকে বহুত বহুত অভিনন্দন জনাইছো৷Our government is working in mission mode keeping in mind the future of the youth: PM Modi
October 28th, 01:20 pm
PM Modi addressed the National Rozgar Mela via video conferencing today and distributed more than 51,000 appointment letters to newly inducted recruits in various Government departments and organizations. Government is strengthening the traditional sectors providing employment opportunities while also promoting new sectors such as renewable energy, space, mation and defence exports, PM Modi said.