Today, when one sees India, then they can be rest assured that Democracy can deliver: PM at ABP Network India@2047 Summit

Today, when one sees India, then they can be rest assured that Democracy can deliver: PM at ABP Network India@2047 Summit

May 06th, 08:04 pm

PM Modi, at the ABP News India@2047 Summit in Bharat Mandapam, hailed India's bold strides towards becoming a developed nation. Applauding the inspiring journeys of Drone Didis and Lakhpati Didis, he spotlighted key reforms, global trade pacts, and the transformative impact of DBT—underscoring his government's unwavering commitment to Nation First.

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এবিপি নেটৱৰ্ক ইণ্ডিয়া@২০৪৭ শীৰ্ষ সন্মিলনত ভাষণ দিয়ে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এবিপি নেটৱৰ্ক ইণ্ডিয়া@২০৪৭ শীৰ্ষ সন্মিলনত ভাষণ দিয়ে

May 06th, 08:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হোৱা ABP Network India@2047 শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰে। উপস্থিত ৰাইজক সম্বোধন কৰি তেওঁ কয় যে ভাৰত মণ্ডপমত আজি পুৱাৰে পৰা কাৰ্যসূচীৰ হুলস্থুলীয়া পৰিৱেশ। তেওঁ আয়োজক দলৰ সৈতে হোৱা আদান-প্ৰদানৰ কথা উল্লেখ কৰে আৰু শীৰ্ষ সন্মিলনৰ চহকী বৈচিত্ৰ্যৰ ওপৰত আলোকপাত কৰে। তেওঁ বহু বিশিষ্ট ব্যক্তিৰ অংশগ্ৰহণৰ বাবে ধন্যবাদ জ্ঞাপন কৰে, যিসকলে এই অনুষ্ঠানটোৰ গতিশীলতাত অৰিহণা যোগায়। প্ৰধানমন্ত্ৰীয়ে আস্থা প্ৰকাশ কৰে যে উপস্থিত সকলোৰে অভিজ্ঞতা অত্যন্ত ইতিবাচক। সন্মিলনত যুৱক-যুৱতী আৰু মহিলাৰ বৃহৎ উপস্থিতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ বিশেষভাৱে ড্ৰ’ন দিদি আৰু লাখপতি দিদিসকলৰ দ্বাৰা ভাগ-বতৰা কৰা প্ৰেৰণাদায়ক অভিজ্ঞতাসমূহৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় যে তেওঁলোকৰ কাহিনীবোৰ প্ৰেৰণাৰ উৎস।

পাৰস্পৰিক লাভজনক ভাৰত-ব্ৰিটেইনৰ মুক্ত বাণিজ্য চুক্তি আৰু দ্বৈত অৱদান সন্মিলনৰ সমাপ্তিক আদৰণি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কেয়াৰ ষ্টাৰমাৰৰ

পাৰস্পৰিক লাভজনক ভাৰত-ব্ৰিটেইনৰ মুক্ত বাণিজ্য চুক্তি আৰু দ্বৈত অৱদান সন্মিলনৰ সমাপ্তিক আদৰণি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কেয়াৰ ষ্টাৰমাৰৰ

May 06th, 06:28 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰে আজি টেলিফোনযোগে বাৰ্তালাপ কৰে। অভিলাষী আৰু পাৰস্পৰিক লাভজনক ভাৰত-ব্ৰিটেইনৰ মুক্ত বাণিজ্য চুক্তিৰ লগতে দ্বৈত অৱদান সন্মিলনৰ সফল সমাপ্তিক দুয়োগৰাকী নেতাই আদৰণি জনায়।

ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ

November 19th, 05:41 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ব্ৰাজিলৰ ৰিঅ' ডি জেনেৰিঅ'ত অনুষ্ঠিত জি-২০ সন্মিলনত অংশগ্ৰহণ কৰাৰ সুযোগতে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ছাৰ কেইৰ ষ্টাৰমাৰক সাক্ষাৎ কৰে। দুয়োগৰাকী প্ৰধানমন্ত্ৰীৰ মাজত এয়া প্ৰথম বৈঠক। প্ৰধানমন্ত্ৰী ষ্টাৰমাৰক কাৰ্যভাৰ গ্ৰহণৰ বাবে প্ৰধানমন্ত্ৰীয়ে অভিনন্দন জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰী ষ্টাৰমাৰেও প্ৰধানমন্ত্ৰীৰ ঐতিহাসিক তৃতীয়টো কাৰ্যকালৰ বাবে তেওঁক উষ্ম শুভেচ্ছা জ্ঞাপন কৰে।

Foreign Secretary of the United Kingdom, H.E. Rt Hon David Lammy calls on Prime Minister Shri Narendra Modi

July 24th, 08:00 pm

Hon’ble Prime Minister Shri Narendra Modi received Rt Hon David Lammy, Foreign Secretary of the United Kingdom, today. PM congratulated Mr. Lammy on his appointment and appreciated his initiative in visiting India within the first month of the UK Government formation.

Prime Minister congratulates Keir Starmer on becoming the Prime Minister of Britain

July 06th, 03:02 pm

PM Modi spoke with the newly elected Prime Minister of UK, Mr. Keir Starmer, and congratulated him on assuming office and on the remarkable victory of the Labour Party in the elections. During the conversation, both leaders reaffirmed their commitment to deepening and advancing the comprehensive strategic partnership between India and UK.

ব্ৰিটেইনৰ সাধাৰণ নিৰ্বাচনত জয়লাভ কৰাৰ বাবে কেইৰ ষ্টাৰমাৰক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

July 05th, 07:14 pm

প্ৰধানমন্ত্ৰী, শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ব্ৰিটেইনৰ সাধাৰণ নিৰ্বাচনত জয়লাভ কৰাৰ বাবে ছাৰ কেইৰ ষ্টাৰমাৰক অভিনন্দন জনায়।