Prime Minister Narendra Modi to flag off Goa’s first Vande Bharat Express
June 02nd, 01:30 pm
PM Modi will flag off Goa’s first Vande Bharat Express from Madgaon railway station on 3rd June, 2023 via video conferencing. The state-of-the-art Vande Bharat Express will improve the connectivity in the Mumbai - Goa route and provide the people of the region the means to travel with speed and comfort. The train will be the 19th Vande Bharat train to run in the country.ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ছেকেন্দেৰাবাদ-বিশাখাপট্টনম সংযোগী বন্দে ভাৰত এক্সপ্ৰেছৰ শুভাৰম্ভণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
January 15th, 10:30 am
তেলেংগানাৰ ৰাজ্যপাল ড° তামিলিছাই সৌন্দৰৰাজন, কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ, কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰী জি কিষাণ ৰেড্ডী, তেলেংগানাৰ মন্ত্ৰী মহম্মদ মাহমুদ আলী গাৰু, টি শ্ৰীনিবাস যাদৱ, মোৰ সতীৰ্থ সাংসদ, মোৰ বন্ধু বুণ্ডী সঞ্জয় গাৰু, কে লক্ষ্মণ গাৰু, অন্যান্য বিশিষ্ট ভদ্ৰ পুৰুষ-মহিলাসকল।প্ৰধানমন্ত্ৰীয়ে ভিডিঅ' কনফাৰেঞ্চৰ জৰিয়তে ছেকেন্দ্ৰাবাদক বিশাখাপট্টনমৰ সৈতে সংযোগ কৰা বন্দে ভাৰত এক্সপ্ৰেছ ৰে'লৰ ফ্লেগ অফ কৰে
January 15th, 10:11 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেঞ্চৰ জৰিয়তে ছেকেন্দ্ৰাবাদক বিশাখাপত্তনমৰ সৈতে সংযোগ কৰা বন্দে ভাৰত এক্সপ্ৰেছ ৰে'লৰ শুভাৰম্ভ কৰে। এই ৰে'লখন ভাৰতীয় ৰে'লৱেৰ দ্বাৰা প্ৰৱৰ্তন কৰা অষ্টমখন বন্দে ভাৰত এক্সপ্ৰেছ হ'ব আৰু প্ৰায় ৭০০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি তেলেংগানা আৰু অন্ধ্ৰ প্ৰদেশ দুখন তেলেগু ভাষী ৰাজ্যক সংযোগ কৰা প্ৰথমখন ৰে'ল হ'ব। ইয়াৰ বিশাখাপট্টনম, ৰাজমুন্দ্ৰী আৰু অন্ধ্ৰ প্ৰদেশৰ বিজয়ৱাড়া ষ্টেচন আৰু তেলেংগানাৰ খাম্মাম, ৱাৰাংগল আৰু ছেকেন্দ্ৰাবাদ ষ্টেচনত ষ্টপেজ থাকিব।Big day for India of 21st century: PM Modi at launch of Vande Bharat Express and Ahmedabad Metro
September 30th, 12:11 pm
PM Modi inaugurated Phase-I of Ahmedabad Metro project. The Prime Minister remarked that India of the 21st century is going to get new momentum from the cities of the country. “With the changing times, it is necessary to continuously modernise our cities with the changing needs”, Shri Modi said.PM Modi inaugurates Vande Bharat Express & Ahmedabad Metro Rail Project phase I
September 30th, 12:10 pm
PM Modi inaugurated Phase-I of Ahmedabad Metro project. The Prime Minister remarked that India of the 21st century is going to get new momentum from the cities of the country. “With the changing times, it is necessary to continuously modernise our cities with the changing needs”, Shri Modi said.২৯-৩০ ছেপ্টেম্বৰত গুজৰাট ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
September 27th, 12:34 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৯ আৰু ৩০ ছেপ্টেম্বৰত গুজৰাট ভ্ৰমণ কৰিব৷ ২৯ ছেপ্টেম্বৰৰ প্ৰায় ১১ বজাত প্ৰধানমন্ত্ৰীয়ে ছুৰাটত ৩,৪০০ কোটি টকা ব্যয়সাপেক্ষ বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে দেশবাসীৰ নামত উচৰ্গা কৰিব৷ ইয়াৰ পাছতে প্ৰধানমন্ত্ৰীয়ে ভাৱনগৰলৈ যাত্ৰা কৰিব৷ ভাৱনগত বিয়লি প্ৰায় ২ বজাত তেওঁ ৫,২০০ কোটি টকা ব্যয় সাপেক্ষ একাধিক উন্নয়নমুলক কাৰ্যসূচীৰ আধাৰশিলা স্থাপন কৰাৰ লগতে উদ্বোধন কৰিব৷ সন্ধিয়া প্ৰায় ৭ বজাত প্ৰধানমন্ত্ৰীয়ে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ৩৬সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া উদ্বোধন কৰিব৷ নিশা ৯ বজাত প্ৰধানমন্ত্ৰীয়ে আহমেদাবাদৰ জিএমডিচি গ্ৰাউণ্ডত নৱৰাত্ৰি উৎসৱৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব৷