জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত ‘বিকশিত ভাৰত, বিকশিত জম্মু-কাশ্মীৰ’ কাৰ্যসূচীত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ

March 07th, 12:20 pm

জম্মু-কাশ্মীৰৰ উপ ৰাজ্যপাল শ্ৰী মনোজ সিনহাজী, কেন্দ্ৰীয় কেবিনেটত মোৰ সহকৰ্মী ড০ জিতেন্দ্ৰ সিংজী, সংসদত মোৰ সহকৰ্মীসকল, এই মাটিৰ পুত্ৰ গোলাম আলীজী আৰু জম্মু-কাশ্মীৰৰ মোৰ মৰমৰ ভাই-ভনীসকল!

প্ৰধানমন্ত্ৰীয়ে জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত বিকশিত ভাৰত বিকশিত জম্মু-কাশ্মীৰ কাৰ্যসূচী সম্বোধন কৰে

March 07th, 12:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত বিকশিত ভাৰত বিকশিত জম্মু-কাশ্মীৰ কাৰ্যসূচীত ভাষণ দিয়ে। তেওঁ প্ৰায় ৫০ কোটি টকা ব্যয়সাপেক্ষ সামগ্ৰিক কৃষি উন্নয়ন কাৰ্যসূচী ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰে আৰু স্বদেশ দৰ্শন আৰু প্ৰসাদ আঁচনিৰ অধীনত ১,৪০০ কোটি টকাৰ অধিক মূল্যৰ পৰ্যটন খণ্ডৰ একাধিক প্ৰকল্পৰ শুভাৰম্ভ কৰে। ইয়াৰ ভিতৰত শ্ৰীনগৰৰ 'হজৰতবল দৰগাহৰ সংহত উন্নয়ন' প্ৰকল্প অন্যতম। প্ৰধানমন্ত্ৰীয়ে 'দেখো আপনা দেশ পিপলচ চইচ টুৰিষ্ট ডেষ্টিনেচন পোল' আৰু 'চলো ইণ্ডিয়া গ্লোবেল প্ৰবাসী অভিযান'ৰো শুভাৰম্ভ কৰে। তেওঁ লগতে প্ৰত্যাহ্বান আধাৰিত গন্তব্য উন্নয়ন (চিবিডিডি) আঁচনিৰ অধীনত নিৰ্বাচিত পৰ্যটন থলীসমূহৰ বিষয়েও ঘোষণা কৰে। অনুষ্ঠানত জম্মু-কাশ্মীৰৰ প্ৰায় ১,০০০ নতুন চৰকাৰী নিযুক্তিৰ বাবে নিযুক্তিপত্ৰসমূহো বিতৰণ কৰা হয়। শ্ৰী মোদীয়ে লগতে সফল মহিলা, লাখপতি দিদি, কৃষক, উদ্যোগী আদিকে ধৰি বিভিন্ন চৰকাৰী আঁচনিৰ হিতাধিকাৰীসকলৰ সৈতে মত-বিনিময় কৰিব।

প্ৰধানমন্ত্ৰীয়ে সকলোকে বিশেষকৈ কাশ্মীৰী পণ্ডিত ভগ্নী আৰু ভাতৃসকলক জ্যেষ্ঠ অষ্টমীৰ শুভেচ্ছা জনাইছে

June 08th, 01:54 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সকলোকে বিশেষকৈ কাশ্মীৰী পণ্ডিত ভগ্নী আৰু ভাতৃসকলক পৱিত্ৰ জ্যেষ্ঠ অষ্টমী উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে।

প্ৰধানমন্ত্ৰীয়ে ২১ এপ্ৰিলত লাল কিলাত শ্ৰী গুৰু তেগ বাহাদুৰ জীৰ ৪০০তম প্ৰকাশ পৰ্ব সমাৰোহত ভাগ ল'ব

April 20th, 10:07 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২১ এপ্ৰিল ২০২২ত নিশা প্ৰায় ৯:১৫ বজাত নতুন দিল্লীৰ লাল কিলাত শ্ৰী গুৰু তেগ বাহাদুৰ জীৰ ৪০০তম প্ৰকাশ পৰ্ব সমাৰোহত ভাগ ল'ব। এই উপলক্ষে, প্ৰধানমন্ত্ৰীয়ে উপস্থিত জনসমাবেশক সম্বোধন কৰিব আৰু এটা স্মাৰক মুদ্ৰা তথা ডাক টিকটো জাৰি কৰিব।

PM's greetings on Jyeshtha Ashtami

June 18th, 06:44 pm

The Prime Minister, Shri Narendra Modi has greeted all, specially the Kashmiri Pandit community, on the auspicious occasion of Jyeshtha Ashtami.

হেৰাথ উপলক্ষে জনসাধাৰণক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

March 10th, 07:53 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হেৰাথ উপলক্ষে জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰে।

PM wishes Kashmiri Pandit community on Jyeshtha Ashtami

May 30th, 06:16 pm

The Prime Minister, Shri Narendra Modi has extended wishes to the Kashmiri Pandit community on the occasion of Jyeshtha Ashtami.

জন্মু আৰু কাশ্মীৰক ভাৰতৰ মুকুট আখ্যা প্ৰধানমন্ত্ৰীৰ

January 28th, 06:28 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে যুৱ ভাৰতবৰ্ষই এতিয়া সমস্যাসমূহ অধিক দীঘলীয়া কৰিব নিবিচাৰে আৰু বিচ্ছিন্নতাবাদ তথা সন্ত্ৰাসবাদৰ মোকাবিলা কৰি আগুৱাব বিচাৰে৷ দিল্লীত আজি এনচিচি সমাৱেশত তেওঁ আজি ভাষণ আগবঢ়ায়৷

নতুন দিল্লীত ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ সমাৱেশত প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণ সকলোকে একেলগে লগত লৈ দেশক আগবঢ়াই নিয়াৰ আহ্বান

January 28th, 12:40 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিল্লীত অনুষ্ঠিত ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী চমুকৈ এনচিচিৰ সমাৱেশত উপস্থিত থাকে৷ সমাৱেশত প্ৰধানমন্ত্ৰীয়ে বিভিন্ন এনচিচি বাহিনী আৰু আন চুবুৰীয়া ৰাষ্ট্ৰৰ কেডেটসকলৰ গাৰ্ড অৱ অনা আৰু কুচকাৱাজ পৰিদৰ্শন কৰে৷

NCC strengthens the spirit of discipline, determination and devotion towards the nation: PM

January 28th, 12:07 pm

Addressing the NCC Rally in Delhi, PM Modi said that NCC was a platform to strengthen the spirit of discipline, determination and devotion towards the nation. The Prime Minister said that as a young nation, India has decided that it will confront the challenges ahead and deal with them.

দিল্লীত ৰাষ্ট্ৰীয় কেডেট কৰ্পছ(এনচিচি)ৰ ৰেলীত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ

January 28th, 12:06 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিল্লীত ৰাষ্ট্ৰীয় কেডেট কৰ্পছ ৰেলীত অংশগ্ৰহণ কৰে৷

Wrong policies and strategies of Congress destroyed the nation: PM

October 19th, 11:51 am

On the last day of campaigning for the Haryana Assembly elections, Prime Minister Narendra Modi addressed two major public meetings in Ellenabad and Rewari today. Speaking to the people, he asked, Isn't India looking more powerful ever since our government took over? did I not deliver on my promises?

এল্লেনাবাদ আৰু ৰেৱাৰীত ৰাজহুৱা সভাত ভাষণ আগবঢ়ালে প্ৰধানমন্ত্ৰী মোদীয়ে

October 19th, 11:39 am

হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ অন্তিম দিনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এল্লেনাবাদ আৰু ৰেৱাৰীত দুখন বৃহৎ ৰাজহুৱা সভাত ভাষণ আগবঢ়ায়৷ এই উপলক্ষে ৰাইজক উদ্দেশ্যি তেওঁ প্ৰশ্ন কৰে, “আমাৰ চৰকাৰে দায়িত্ব লোৱাৰ পাছৰে পৰা ভাৰতক অধিক শক্তিশালীৰ দৰে লগা নাই নে? মই মোৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰিব পাৰিছো নে? ”

হাউষ্টনত শিখ সম্প্ৰদায়ৰ সদস্যসমূহৰ সৈতে প্ৰধানমন্ত্ৰীৰ সাক্ষাৎ

September 22nd, 10:20 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি টেক্সাছৰ হাউষ্টনত শিখ সম্প্ৰদায়ৰ সদস্যসকলক সাক্ষাৎ কৰে৷ সম্প্ৰদায়টোৰ সদস্যসকলে প্ৰধানমন্ত্ৰীক উষ্ম সম্ভাষণ জনায়৷

জ্যেষ্ঠ অষ্টমী উপলক্ষে কাশ্মিৰী পণ্ডিতক প্ৰধানমন্ত্ৰী মোদীৰ শুভেচ্ছা জ্ঞাপন

June 10th, 05:48 pm

জ্যেষ্ঠ অষ্টমী উপলক্ষে কাশ্মিৰী পণ্ডিতক প্ৰধানমন্ত্ৰী মোদীৰ শুভেচ্ছা জ্ঞাপন