প্ৰধানমন্ত্ৰীয়ে শ্ৰীনগৰৰ ডাল লেকত যোগ অনুৰাগীসকলৰ সৈতে চেলফিৰ বাবে পোজ দিছে

June 21st, 11:44 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জম্মু-কাশ্মীৰৰ শ্ৰীনগৰৰ ডাল লেকত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰ্যসূচী উপলক্ষে যোগ অনুৰাগীসকলৰ সৈতে চেলফি শ্বেয়াৰ কৰে।

শ্ৰীনগৰত 'শক্তিসমৃদ্ধ যুৱপ্ৰজন্ম, সমৃদ্ধ জম্মু-কাশ্মীৰ' অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ

June 20th, 07:00 pm

জম্মু-কাশ্মীৰৰ উপ ৰাজ্যপাল শ্ৰী মনোজ সিনহাজী, কেন্দ্ৰীয় কেবিনেটত মোৰ সহকৰ্মী শ্ৰী প্ৰতাপৰাও যাদৱজী, গণ্যমান্য ব্যক্তিসকল, জম্মু-কাশ্মীৰৰ প্ৰতিটো কোণৰ পৰা সংযোজিত হোৱা মোৰ যুৱ বন্ধুসকল, আৰু মোৰ প্ৰিয় ভাই-ভনীসকল!

জম্মু আৰু কাশ্মীৰৰ শ্ৰীনগৰত ‘যুৱ সবলীকৰণ, পৰিৱৰ্তিত জম্মু আৰু কাশ্মীৰ’ কাৰ্যসূচীত ভাষণ প্ৰধানমন্ত্ৰীৰ

June 20th, 06:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জম্মু আৰু কাশ্মীৰৰ শ্ৰীনগৰস্থিত শ্বেৰ-ই-কাশ্মীৰ আন্তঃৰাষ্ট্ৰীয় সন্মিলন কেন্দ্ৰত (এছকেআইচিচি) ‘যুৱ সবলীকৰণ, পৰিৱৰ্তিত জম্মু আৰু কাশ্মীৰ’ শীৰ্ষক অনুষ্ঠানত ভাষণ আগবঢ়ায়। প্ৰধানমন্ত্ৰীয়ে জম্মু আৰু কাশ্মীৰত পথ, পানী যোগান আৰু উচ্চ শিক্ষাৰ আন্তঃগাঁথনি আদি খণ্ডক সামৰি ১৫০০ কোটিতকৈ অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। লগতে ১৮০০ কোটি টকাৰ কৃষি আৰু সংশ্লিষ্ট খণ্ডৰ প্ৰতিযোগিতামূলকতা উন্নীতকৰণ প্ৰকল্প (জেকেচিআইপি)ৰো শুভাৰম্ভ কৰে। শ্ৰী মোদীয়ে ২০০গৰাকী নতুন চৰকাৰী নিযুক্তিপ্ৰাপ্তক নিয়োগ পত্ৰও বিতৰণ কৰে। এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে এখন প্ৰদৰ্শনী পৰিদৰ্শন কৰাৰ লগতে কেন্দ্ৰীয় শাসিত অঞ্চলৰ কৃতী যুৱক-যুৱতীৰ সৈতে মত বিনিময় কৰে।

Efforts are underway to give Shravasti a distinct identity on the national map: PM Modi in Shravasti, UP

May 22nd, 12:45 pm

Ahead of the 2024 Lok Sabha Elections, PM Modi marked his special presence in Shravasti, UP, and vowed to continue his fight against the opposition. He emphasized his unwavering vision for a ‘Viksit Uttar Pradesh’. The PM urged citizens to actively participate in the democratic process for the betterment of the nation.

Today, India's stature and respect on the global stage have significantly increased: PM Modi in Basti

May 22nd, 12:35 pm

Ahead of the 2024 Lok Sabha Elections, PM Modi marked his special presence in Basti, UP, and vowed to continue his fight against the opposition. He emphasized his unwavering vision for a ‘Viksit Uttar Pradesh’. The PM urged citizens to actively participate in the democratic process for the betterment of the nation.

PM Modi attracts huge crowds at Basti & Shravasti rallies in UP

May 22nd, 12:30 pm

Ahead of the 2024 Lok Sabha Elections, PM Modi marked his special presence in Basti and Shravasti, UP, and vowed to continue his fight against the opposition. He emphasized his unwavering vision for a ‘Viksit Uttar Pradesh’. The PM urged citizens to actively participate in the democratic process for the betterment of the nation.

There is no chance of Congress-SP emerging victorious in Bhadohi: PM Modi in Bhadohi, UP

May 16th, 11:14 am

Addressing a public gathering in Bhadohi, Uttar Pradesh, PM Modi said, Discussion about the elections in Bhadohi is happening across the state today. People are asking, where did this TMC come from in Bhadohi? Congress had no presence in UP before, and even SP has accepted that there is nothing left for them in this election, so they have left the field in Bhadohi. Friends, saving bail for SP and Congress in Bhadohi has also become difficult, so they are resorting to political experiments in Bhadohi.

CAA is a testimony to Modi's guarantee: PM Modi in Lalganj, UP

May 16th, 11:10 am

Ahead of the Lok Sabha elections 2024, Prime Minister Narendra Modi addressed a powerful election rally amid jubilant and passionate crowds in Lalganj, UP. He said, “The world is seeing people's popular support & blessings for Modi.” He added that even the world now trusts, 'Fir ek Baar Modi Sarkar.'

PM Modi addresses a powerful election rallies in Lalganj, Jaunpur, Bhadohi, and Pratapgarh UP

May 16th, 11:00 am

Ahead of the Lok Sabha elections 2024, Prime Minister Narendra Modi addressed powerful election rallies amid jubilant and passionate crowds in Lalganj, Jaunpur, Bhadohi, and Pratapgarh UP. He said, “The world is seeing people's popular support & blessings for Modi.” He added that even the world now trusts, 'Fir ek Baar Modi Sarkar.'

The Shehzada of Congress aims to impose an ‘Inheritance Tax’ to loot the people of India: PM Modi in Kolhapur'

April 27th, 05:09 pm

People of Kolhapur accorded PM Modi a fabulous welcome as he addressed a political rally in Maharashtra ahead of the Lok Sabha elections, in 2024. Citing the popularity of football in Kolhapur, PM Modi said, “The I.N.D.I alliance have inflicted two self-goals owing to their politics of hate & anti-India tendencies.” PM Modi said that in the recently concluded two phases of polling the message is clear ‘Fir ek Baar Modi Sarkar.’

Kolhapur's fabulous welcome for PM Modi during mega rally

April 27th, 05:08 pm

People of Kolhapur accorded PM Modi a fabulous welcome as he addressed a political rally in Maharashtra ahead of the Lok Sabha elections, in 2024. Citing the popularity of football in Kolhapur, PM Modi said, “The I.N.D.I alliance have inflicted two self-goals owing to their politics of hate & anti-India tendencies.” PM Modi said that in the recently concluded two phases of polling the message is clear ‘Fir ek Baar Modi Sarkar.’

'বিকশিত ভাৰত, বিকশিত কাশ্মীৰ'ৰ বাবে একত্ৰিত শ্ৰীনগৰ বিকশিত ভাৰতৰ ৰাষ্ট্ৰদূত

April 20th, 11:18 pm

শ্ৰীনগৰত বিকশিত ভাৰতৰ ৰাষ্ট্ৰদূত বা ভিবিএ ২০২৪ৰ বেনাৰত এক গুৰুত্বপূৰ্ণ সমাৱেশ অনুষ্ঠিত হয়।মৰ্যাদাপূৰ্ণ ৰেডিচনৰ সমাহাৰত অনুষ্ঠিত এই অনুষ্ঠানে এক অনন্য মঞ্চ হিচাপে কাম কৰিছিল, য’ত বৈচিত্ৰময় কণ্ঠ আৰু দৃষ্টিভংগীক একত্ৰিত কৰি উন্নয়নৰ দিশত দেশৰ সামূহিক অগ্ৰগতি লাভান্বিত কৰিছে।

Tamil Nadu will shatter the false confidence and pride of the I.N.D.I alliance: PM Modi

March 15th, 11:45 am

On his visit to Tamil Nadu, PM Modi addressed a public rally in Kanyakumari. He said, There is a wave of confidence among the people of Tamil Nadu to reject any mandate that goes against the interests of India. He added, Tamil Nadu will shatter the false confidence and pride of the I.N.D.I. alliance. He said that he had embarked on an ‘Ekta Rally’ in 1991 from Kanyakumari to Kashmir and today I have returned from Kashmir to Kanyakumari.

People of Tamil Nadu welcome PM Modi with an open heart as he addresses a public rally in Kanyakumari, Tamil Nadu

March 15th, 11:15 am

On his visit to Tamil Nadu, PM Modi addressed a public rally in Kanyakumari. He said, There is a wave of confidence among the people of Tamil Nadu to reject any mandate that goes against the interests of India. He added, Tamil Nadu will shatter the false confidence and pride of the I.N.D.I. alliance. He said that he had embarked on an ‘Ekta Rally’ in 1991 from Kanyakumari to Kashmir and today I have returned from Kashmir to Kanyakumari.

একেলগে মিলি এখন বিকশিত আৰু আত্মনিৰ্ভৰশীল ভাৰত নিৰ্মাণ কৰো আহক, শচীন তেণ্ডুলকাৰৰ কাশ্মীৰ ভ্ৰমণ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে

February 28th, 02:25 pm

শচীন তেণ্ডুলকাৰে তেওঁৰ কাশ্মীৰ ভ্ৰমণৰ বিৱৰণি প্ৰকাশ কৰাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আনন্দ প্ৰকাশ কৰে।

৩৭০নং অনুচ্ছেদ বাতিলৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ৰায়দান ঐতিহাসিকঃ প্ৰধানমন্ত্ৰী

December 11th, 12:48 pm

“৩৭০নং অনুচ্ছেদ বাতিলৰ সন্দৰ্ভত আজি উচ্চতম ন্যায়ালয়ৰ ৰায়দান ঐতিহাসিক আৰু ভাৰতৰ সংসদে ২০১৯ চনৰ ৫ আগষ্টত লোৱা সিদ্ধান্তক সাংবিধানিকভাৱে সমৰ্থন কৰে; জম্মু, কাশ্মীৰ আৰু লাডাখৰ আমাৰ ভাই-ভনীসকলৰ বাবে ই এক গুঞ্জৰিত আশা, প্ৰগতি আৰু ঐক্যৰ ঘোষণা। আদালতে ইয়াৰ গভীৰ জ্ঞানেৰে ঐক্যৰ সেই মৰ্মকে শক্তিশালী কৰি তুলিছে যিটো আমি ভাৰতীয় হিচাপে আটাইতকৈ প্ৰিয় আৰু লালন-পালন কৰোঁ।

‘ৰাষ্ট্ৰীয় একতা দিৱস’ উদযাপন উপলক্ষে কেৱাড়িয়াত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ

October 31st, 10:00 am

আপোনালোক যুৱক-যুৱতী আৰু দুৰন্ত সাহসীসকলৰ এই উৎসাহ হৈছে ‘ৰাষ্ট্ৰীয় একতা দিৱস’ৰ এক বৃহৎ শক্তি। এক প্ৰকাৰে মই মোৰ সন্মুখত এখন ‘মিনি ইণ্ডিয়া’, ‘ক্ষুদ্ৰ ভাৰত’ৰ ৰূপ দেখিবলৈ পাইছো। ৰাজ্য পৃথক, ভাষা পৃথক, পৰম্পৰা পৃথক, কিন্তু ইয়াত উপস্থিত প্ৰতিগৰাকী ব্যক্তি একতাৰ এডাল শক্তিশালী সূতাৰে সংযুক্ত। ভবিলে বহুত যেন লাগে, মালা কিন্তু এডালেইহে। শৰীৰ বহুত, মন কিন্তু এটাহে। ঠিক যেনে দৰে ১৫ আগষ্ট আমাৰ ‘স্বাধীনতা’ উদযাপনৰ দিন, আৰু ২৬ জানুৱাৰী আমাৰ ‘গণৰাজ্য’ উদযাপনৰ দিন, ঠিক তেনেদৰেই ৩১ অক্টোবৰৰ এই দিনটো হৈছে দেশৰ প্ৰতিটো কোণত ‘জাতীয়তাবাদৰ সঞ্চাৰণৰ উৎসৱ’ উদযাপনৰ দিন হৈ উঠিছে।

গুজৰাটৰ কেৱাদিয়াত ৰাষ্ট্ৰীয় একতা দিৱস উদযাপন অনুষ্ঠানত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ

October 31st, 09:12 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰীয় একতা দিৱস উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰে৷ চৰ্দাৰ পেটেলৰ জন্ম বাৰ্ষিকীত উপলক্ষে তেওঁ তেওঁৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী মোদীয়ে বিএছএফ আৰু বিভিন্ন ৰাজ্যিক আৰক্ষীৰ দলৰ দলৰে গঠিত ৰাষ্ট্ৰীয় একতা দিৱস পেৰেড, মহিলা চিআৰপিএফ বাইকাৰ্ছৰ ডেয়াৰডেভিল শ্ব’, বিএছএফৰ মহিলা পাইপ বেণ্ড, গুজৰাট মহিলা আৰক্ষীৰ নৃত্য প্ৰদৰ্শন, বিশেষ এনচিচি শ্ব’, স্কুল বেণ্ডৰ প্ৰদৰ্শন, ভাৰতীয় বায়ু সেনাৰ ফ্লাই পাষ্ট, সজীৱ গাঁওসমূহৰ অৰ্থনৈতিক জীৱনমুখীতা প্ৰদৰ্শন উপভোগ কৰে৷

মিৰাবাই আমাৰ দেশৰ মহিলাসকলৰ বাবে এক প্ৰেৰণা: মন কী বাতৰ সময়ত প্ৰধানমন্ত্ৰী

October 29th, 11:00 am

মোৰ মৰমৰ পৰিয়ালৰ সদস্যসকল। ‘মন কী বাত’ অনুষ্ঠানলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। সমগ্ৰ দেশতে উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰি থকাৰ সময়ত এই খণ্ডটো সম্প্ৰচাৰ কৰা হৈছে। আগন্তুক উৎসৱৰ বাবে আপোনালোক সকলোকে বহুত বহুত অভিনন্দন জনাইছো৷

২৭.০৮.২০২৩ত ‘মন কী বাত’ৰ ১০৪সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

August 27th, 11:30 am

মন কী বাতৰ আগষ্ট মাহৰ খণ্ডলৈ আপোনালোকক পুনৰবাৰ আদৰণী জনাইছো৷ কেতিয়াবা এনেকুৱা হৈছিল যদিও মোৰ মনত নাই যে শাওন মাহত দুবাৰকৈ ‘মন কী বাত’ অনুষ্ঠান অনুষ্ঠিত হৈছে, কিন্তু এইবাৰ এনেকুৱাই হৈছে৷ শাওন অৰ্থাৎ মহাশিৱৰ মাহ, উৎসৱ আৰু উল্লাসৰ মাহ৷ চন্দ্ৰযানৰ সফলতাই উৎসৱৰ এই আনন্দ কেইবাগুণ বৃদ্ধি কৰিলে৷ চন্দ্ৰযান চন্দ্ৰমাত উপস্থিত হোৱা তিনিদিনতকৈ বেছি হ’ল৷ এই সফলতা ইমানেই বেছি যে ইয়াৰ যিমানেই আলোচনা নকৰক কিয় সিমানেই কম হ’ব৷ আপোনালোকৰ সৈতে কথা পাতি থকাৰ সময়তে মোৰ এটা পুৰণি কবিতা মনত পৰিছে...