অষ্ট্ৰিয়াৰ ভিয়েনাত ভাৰতীয় সসমাজক সম্বোধি প্ৰদান কৰা প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ

July 10th, 11:00 pm

তেন্তে মই আৰম্ভ কৰো নে? অষ্ট্ৰিয়াৰ মহামান্য অৰ্থনীতি আৰু শ্ৰম দপ্তৰৰ মন্ত্ৰী মহোদয়, প্ৰবাসী ভাৰতীয় সমাজৰ মোৰ বন্ধুসকল, ভাৰতৰ সকলো বন্ধু আৰু শুভাকাংক্ষীসকল, আপোনালোক সকলোকে নমস্কাৰ জনাইছোঁ।

প্ৰধানমন্ত্ৰীয়ে অষ্ট্ৰিয়াত ভাৰতীয় সমুদায়ক সম্বোধন কৰে

July 10th, 10:45 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিয়েনাত প্ৰবাসী ভাৰতীয়ই তেওঁৰ সন্মানত আয়োজন কৰা এক অনুষ্ঠানত ভাৰতীয় সমুদায়ক সম্বোধন কৰে। প্ৰধানমন্ত্ৰীৰ আগমনত প্ৰবাসী ভাৰতীয় সমুদায়ে তেওঁক অতি উৎসাহ আৰু মৰমেৰে আদৰণি জনায়। অষ্ট্ৰিয়াৰ ফেডাৰেল শ্ৰম আৰু অৰ্থনীতি মন্ত্ৰী মহামহিম শ্ৰী মাৰ্টিন কোচাৰেও এই সামুদায়িক সভাত অংশগ্ৰহণ কৰে।

অষ্ট্ৰিয়া-ভাৰত মুখ্য কাৰ্যবাহীসকলৰ বৈঠকত প্ৰধানমন্ত্ৰীৰ ভাষণ

July 10th, 07:01 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু অষ্ট্ৰিয়াৰ চেঞ্চেলৰ কাৰ্ল নেহামাৰে আজি আন্তঃগাঁথনি, অটোম’বাইল, শক্তি, অভিযান্ত্ৰিক আৰু ষ্টাৰ্ট-আপকে ধৰি বিভিন্ন খণ্ডৰ আগশাৰীৰ অষ্ট্ৰিয়া আৰু ভাৰতীয় মুখ্য কাৰ্যবাহী বিষয়াৰ এটা দলক যুটীয়াভাৱে সম্বোধন কৰে।

অষ্ট্ৰিয়াৰ ভিয়েনাত উপস্থিত প্ৰধানমন্ত্ৰী মোদী

July 09th, 11:45 pm

দুখন দেশ ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ৰ আৰম্ভণি উপলক্ষে অষ্ট্ৰিয়াৰ ভিয়েনাত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ ভান ডেৰ বেলেন আৰু চেঞ্চেলৰ কাৰ্ল নেহামাৰক সাক্ষাৎ কৰিব। ৪০ বছৰতকৈও অধিক সময়ৰ ভিতৰত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ এয়া প্ৰথম অষ্ট্ৰিয়া ভ্ৰমণ।

ভাৰতৰ প্ৰধানমন্ত্ৰীৰ আগন্তুক ভ্ৰমণক আদৰণি অষ্ট্ৰিয়াল চেঞ্চেলৰৰ, প্ৰধানমন্ত্ৰী মোদীৰ সঁহাৰি

July 07th, 08:57 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ আগন্তুক অষ্ট্ৰিয়াৰ ভ্ৰমণ সন্দৰ্ভত অষ্ট্ৰিয়াৰ চেঞ্চেলৰ কাৰ্ল নেহামাৰৰ মন্তব্যৰ বাবে ধন্যবাদ জ্ঞাপন কৰে, যিটো ৪০ বছৰৰ পিছত ভাৰতীয় প্ৰধানমন্ত্ৰীৰ হিচাপে প্ৰথম অষ্ট্ৰিয়া ভ্ৰমণ। অষ্ট্ৰিয়াৰ চেঞ্চেলৰগৰাকীয়ে কয়,এই ভ্ৰমণ এক বিশেষ সন্মান কাৰণ চল্লিশ বছৰতকৈও অধিক সময়ৰ ভিতৰত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ প্ৰথম ভ্ৰমণ আৰু আমি ভাৰতৰ সৈতে কূটনৈতিক সম্পৰ্কৰ ৭৫ বছৰ উদযাপন কৰাৰ সময়ত এক উল্লেখযোগ্য মাইলৰ খুঁটি।

ৰাছিয়ান ফেডাৰেশ্যন আৰু অষ্ট্ৰিয়া গণৰাজ্যলৈ প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ (৮ৰ পৰা ১০ জুলাই ২০২৪ত)

July 04th, 05:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চৰকাৰী ভ্ৰমণসূচী লৈ ৮ৰ পৰা ১০ জুলাই, ২০২৪ত ৰাছিয়ান ফেডাৰেশ্যন আৰু অষ্ট্ৰিয়া গণৰাজ্য ভ্ৰমণ কৰিব।