Support of Nari Shakti, Yuva Shakti, farmers or poor towards Viksit Bharat Sankalp Yatra is remarkable: PM
December 09th, 12:35 pm
PM Modi interacted with the beneficiaries of the Viksit Bharat Sankalp Yatra via video conferencing. Addressing the gathering, the Prime Minister noted the remarkable enthusiasm being witnessed by the ‘Modi Ki Guarantee’ vehicle car in every village. He underlined that the government identified the beneficiaries and then took steps to extend the benefits to them. “That is why people say, Modi Ki Guarantee means the guarantee of fulfillment”, he added.বিকশিত ভাৰত সংকল্প যাত্ৰাৰ হিতাধিকাৰীৰ সৈতে মত বিনিময় প্ৰধানমন্ত্ৰীৰ
December 09th, 12:30 pm
এই উপলক্ষে সভাত আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে প্ৰতিখন গাঁৱতে ‘মোদী কি গেৰাণ্টী’ বাহন চাবলৈ ওলাই অহা উল্লেখযোগ্য উৎসাহৰ কথা উল্লেখ কৰে। কিছু সময়ৰ পূৰ্বে হিতাধিকাৰীসকলৰ সৈতে হোৱা মত বিনিময়ৰ কথা সুঁৱৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই যাত্ৰাত ডেৰ লাখতকৈ অধিক হিতাধিকাৰীয়ে নিজৰ অভিজ্ঞতা লিপিবদ্ধ কৰিছে। তেওঁ লগতে স্থায়ী ঘৰ, নলসংযোগী খোৱা পানী, শৌচাগাৰ, বিনামূলীয়া চিকিৎসা, বিনামূলীয়া ৰেচন, গেছ সংযোগ, বিদ্যুৎ সংযোগ, বেংক একাউণ্ট খোলা, প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি, প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা, প্ৰধানমন্ত্ৰী স্বনিধি যোজনা আৰু স্বামীত্ব সম্পত্তিৰ কাৰ্ড আৰু অন্যান্য সুবিধাৰ কথা উল্লেখ কৰে। তেওঁ কয় যে সমগ্ৰ দেশৰ গাঁৱৰ কোটি কোটি পৰিয়ালে বাৰে বাৰে কোনো চৰকাৰী কাৰ্যালয়লৈ যোৱাৰ প্ৰয়োজন নোহোৱাকৈ চৰকাৰৰ কোনোবা নহয় কোনোবা আঁচনিৰ সুবিধা লাভ কৰিছে। তেওঁ কয় যে চৰকাৰে হিতাধিকাৰীসকলক চিনাক্ত কৰি তাৰ পিছত তেওঁলোকক সুবিধাসমূহ প্ৰদান কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰে। “সেইবাবেই মানুহে কয়, মোদী কি গেৰাণ্টী মানে পূৰণৰ নিশ্চয়তা”, তেওঁ লগতে কয়।We are against war, but peace is not possible without strength: PM Modi in Kargil
October 24th, 02:52 pm
Keeping in with his tradition of spending Diwali with armed forces, the PM Modi spent this Diwali with the forces in Kargil. Addressing the brave jawans, the Prime Minister said that the reverence for the soil of Kargil always draws him towards the brave sons and daughters of the armed forces.PM celebrates Diwali with Armed Forces in Kargil
October 24th, 11:37 am
Keeping in with his tradition of spending Diwali with armed forces, the PM Modi spent this Diwali with the forces in Kargil. Addressing the brave jawans, the Prime Minister said that the reverence for the soil of Kargil always draws him towards the brave sons and daughters of the armed forces.কিষ্টৱাৰ আৰু কাৰ্গিলত ডাঁৱৰ বিস্ফোৰণৰ ফলত সৃষ্টি হোৱা পৰিস্থিতি সুক্ষ্মভাৱে নিৰীক্ষণ কৰিছে কেন্দ্ৰীয় চৰকাৰে
July 28th, 12:38 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে কিষ্টৱাৰ আৰু কাৰ্গিলত ডাঁৱৰ বিস্ফোৰণৰ ফলত সৃষ্টি হোৱা পৰিস্থিতি কেন্দ্ৰীয় চৰকাৰে সুক্ষ্মভাৱে নিৰীক্ষণ কৰিছে৷