কন্যাকুমাৰীত প্ৰধানমন্ত্ৰী মোদীৰ আধ্যাত্মিক ভ্ৰমণ
May 31st, 02:32 pm
নিৰ্বাচনী প্ৰচাৰ সমাপ্ত কৰাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তামিলনাডুৰ কন্যাকুমাৰীলৈ যাত্ৰা কৰে। আহি পোৱাৰ লগে লগে তেওঁ ভাগৱতী আম্মান মন্দিৰত প্ৰাৰ্থনা কৰে। ইয়াৰ পিছত তেওঁ আইকনিক বিবেকানন্দ ৰক মেম’ৰিয়েল পৰিদৰ্শন কৰে, য’ত তেওঁ ধ্যান কৰি সময় কটায়।Karyakartas must organize impactful booth-level events to raise awareness: PM Modi in TN via NaMo App
March 29th, 05:30 pm
Prime Minister Narendra Modi interacted with the BJP Karyakartas from Tamil Nadu through the NaMo App, emphasizing the Party's dedication to effective communication of its good governance agenda across the state. During the interaction, PM Modi shared insightful discussions with Karyakartas, addressing key issues and soliciting feedback on grassroots initiatives.PM Modi interacts with BJP Karyakartas from Tamil Nadu via NaMo App
March 29th, 05:00 pm
Prime Minister Narendra Modi interacted with the BJP Karyakartas from Tamil Nadu through the NaMo App, emphasizing the Party's dedication to effective communication of its good governance agenda across the state. During the interaction, PM Modi shared insightful discussions with Karyakartas, addressing key issues and soliciting feedback on grassroots initiatives.It is Congress that is depriving the youth of their rights: PM Modi in Kalaburagi
March 16th, 02:45 pm
Prime Minister Narendra Modi addressed a vibrant crowd in Kalaburagi, Karnataka, expressing gratitude for the overwhelming support shown by the people and reiterating BJP's commitment to the development and progress of Karnataka and the nation at large. The rally witnessed a wave of enthusiasm among the attendees, reflecting Karnataka's resolve to secure a record number of seats for BJP in the upcoming Lok Sabha elections.PM Modi addresses a public meeting in Kalaburagi, Karnataka
March 16th, 02:21 pm
Prime Minister Narendra Modi addressed a vibrant crowd in Kalaburagi, Karnataka, expressing gratitude for the overwhelming support shown by the people and reiterating BJP's commitment to the development and progress of Karnataka and the nation at large. The rally witnessed a wave of enthusiasm among the attendees, reflecting Karnataka's resolve to secure a record number of seats for BJP in the upcoming Lok Sabha elections.Tamil Nadu will shatter the false confidence and pride of the I.N.D.I alliance: PM Modi
March 15th, 11:45 am
On his visit to Tamil Nadu, PM Modi addressed a public rally in Kanyakumari. He said, There is a wave of confidence among the people of Tamil Nadu to reject any mandate that goes against the interests of India. He added, Tamil Nadu will shatter the false confidence and pride of the I.N.D.I. alliance. He said that he had embarked on an ‘Ekta Rally’ in 1991 from Kanyakumari to Kashmir and today I have returned from Kashmir to Kanyakumari.People of Tamil Nadu welcome PM Modi with an open heart as he addresses a public rally in Kanyakumari, Tamil Nadu
March 15th, 11:15 am
On his visit to Tamil Nadu, PM Modi addressed a public rally in Kanyakumari. He said, There is a wave of confidence among the people of Tamil Nadu to reject any mandate that goes against the interests of India. He added, Tamil Nadu will shatter the false confidence and pride of the I.N.D.I. alliance. He said that he had embarked on an ‘Ekta Rally’ in 1991 from Kanyakumari to Kashmir and today I have returned from Kashmir to Kanyakumari.BJP’s vision for a developed India contrasts with INDI Alliance’s family-centered politics: PM Modi
February 27th, 04:15 pm
During a public meeting at Tiruppur, Tamil Nadu, Prime Minister Narendra Modi began his address by thanking the people of Tamil Nadu and saying that being with all of you is a great pleasure. “This Kongu region of Tamil Nadu represents India’s growth story in many ways. It is one of India’s most vibrant textile and industry hubs. It also contributes to our country’s wind energy capacity. This region is also known for its spirit of enterprise. Our risk-taking entrepreneurs and MSMEs play a role in making us the fastest-growing economy,” said PM Modi.PM Modi addresses a public meeting in Tiruppur, Tamil Nadu
February 27th, 03:44 pm
During a public meeting at Tiruppur, Tamil Nadu, Prime Minister Narendra Modi began his address by thanking the people of Tamil Nadu and saying that being with all of you is a great pleasure. “This Kongu region of Tamil Nadu represents India’s growth story in many ways. It is one of India’s most vibrant textile and industry hubs. It also contributes to our country’s wind energy capacity. This region is also known for its spirit of enterprise. Our risk-taking entrepreneurs and MSMEs play a role in making us the fastest-growing economy,” said PM Modi.নতুন দিল্লীৰ কাৰিয়াপ্পা পেৰেড গ্ৰাউণ্ডত অনুষ্ঠিত এনচিচি কেডেট ৰেলীত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
January 27th, 05:00 pm
কেন্দ্ৰীয় কেবিনেটত মোৰ সতীৰ্থ শ্ৰী ৰাজনাথ সিং ডাঙৰীয়া, শ্ৰী অজয় ভট্ট ডাঙৰীয়া, চিডিএছ জেনেৰেল অনিল চৌহান ডাঙৰীয়া, তিনিওটা বাহিনীৰ মুৰব্বী, প্ৰতিৰক্ষা সচিব, এনচিচিৰ ডিজি, সকলো বিশিষ্ট অতিথি আৰু এনচিচিৰ মোৰ যুৱ সতীৰ্থসকল!দিল্লীৰ কাৰিয়াপ্পা পেৰেড গ্ৰাউণ্ডত এনচিচিৰ পিএম ৰেলীত ভাষণ প্ৰধানমন্ত্ৰীৰ
January 27th, 04:30 pm
এই উপলক্ষে সমাৱেশত আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে কয় যে নিজে এজন প্ৰাক্তন এন চি চি কেডেট হিচাপে এন চি চি কেডেটৰ মাজত উপস্থিত থাকিলে স্মৃতিবোৰ স্বাভাৱিকতে মনত পৰে। “এনচিচিৰ কেডেটৰ মাজত উপস্থিত থকাটোৱে এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ ধাৰণাটোক উজ্জ্বল কৰি তোলে”, দেশৰ বিভিন্ন প্ৰান্তৰ কেডেটৰ উপস্থিতি পৰ্যবেক্ষণ কৰি প্ৰধানমন্ত্ৰীয়ে কয়। এন চি চিৰ ক্ষেত্ৰখন অহৰহ বৃদ্ধি পোৱাত তেওঁ সুখ প্ৰকাশ কৰি আজিৰ এই অনুষ্ঠানটোৱে এক নতুন আৰম্ভণি বুলি কয়। ভাইব্ৰেণ্ট ভিলেজ আঁচনিৰ অধীনত চৰকাৰে উন্নয়ন কৰি থকা সীমান্তৱৰ্তী অঞ্চলৰ পৰা ৪০০ৰো অধিক গাঁৱৰ চৰপঞ্চ আৰু সমগ্ৰ দেশৰ আত্মসহায়ক গোটৰ শতাধিক মহিলাৰ উপস্থিতিৰ কথাও তেওঁ উল্লেখ কৰে।কাশী তামিল সংগমম ২.০ৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
December 17th, 06:40 pm
মঞ্চত উপৱিষ্ট উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ জী, মোৰ কেবিনেট সতীৰ্থ, কাশী আৰু তামিলনাডুৰ পণ্ডিতসকল, তামিলনাডুৰপৰা কাশীলৈ অহা মোৰ ভ্ৰাতৃ-ভগ্নীসকল, আন সকলো বিশিষ্ট ব্যক্তি, ভদ্ৰমহিলা! আপোনালোক সকলোৱে শ-শ কিলোমিটাৰ যাত্ৰা কৰি কাশীলৈ আহিছে। আপোনালোক সকলোৱে আলহীতকৈ মোৰ পৰিয়ালৰ সদস্য হিচাপেহে কাশীলৈ আহিছে বুলি মোৰ ভাৱ হৈছে। আপোনালোক সকলোকে কাশী-তামিল সংগমমলৈ স্বাগতম জনাইছোঁ।প্ৰধানমন্ত্ৰীয়ে কাশী তামিল সংগমম, ২০২৩ উদ্বোধন কৰে
December 17th, 06:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ বাৰাণসীত কাশী তামিল সংগমম, ২০২৩ উদ্বোধন কৰে। শ্ৰী মোদীয়ে কন্যাকুমাৰী – বাৰাণসী তামিল সংগমম ৰেলৰ ফ্লেগ অফ কৰি এই উপলক্ষেই থিৰুক্কুৰাল, মণিমেকালাই আৰু আন-আন ধ্ৰুপদী তামিল সাহিত্যৰ বহু ভাষিক আৰু ব্ৰেইল অনুবাদ উন্মোচন কৰে। তেখেতে প্ৰদৰ্শনী পৰিভ্ৰমণেৰে সাংস্কৃতিক অনুষ্ঠান প্ৰত্যক্ষ কৰে। কাশী তামিল সংগমমৰ লক্ষ্য হৈছে দেশৰ দুই গুৰুত্বপূৰ্ণ আৰু প্ৰাচীন শিক্ষা কেন্দ্ৰ, তামিলনাডু আৰু কাশীৰ মাজত যুগে-যুগে অব্যাহত সংযোগৰ উদযাপন, পুনৰাই দৃঢ় কৰা আৰু পুনৰ আৱিষ্কাৰ কৰা।মিৰাবাই আমাৰ দেশৰ মহিলাসকলৰ বাবে এক প্ৰেৰণা: মন কী বাতৰ সময়ত প্ৰধানমন্ত্ৰী
October 29th, 11:00 am
মোৰ মৰমৰ পৰিয়ালৰ সদস্যসকল। ‘মন কী বাত’ অনুষ্ঠানলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। সমগ্ৰ দেশতে উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰি থকাৰ সময়ত এই খণ্ডটো সম্প্ৰচাৰ কৰা হৈছে। আগন্তুক উৎসৱৰ বাবে আপোনালোক সকলোকে বহুত বহুত অভিনন্দন জনাইছো৷The fervour generated by the Chandrayaan success needs to be channelled into Shakti: PM Modi
August 26th, 01:18 pm
PM Modi arrived to a grand welcome in Delhi. Responding to the warm civic reception, the Prime Minister expressed his gratitude for the enthusiasm of the people for the success of the Chandrayaan-3. He said that India is creating a new impact on the basis of its achievement and successes and the world is taking note.দিল্লীত উপস্থিত হোৱাৰ লগে লগে প্ৰধানমন্ত্ৰীক ভব্য আদৰণি বৃহৎ সংখ্যক জনতাৰ
August 26th, 12:33 pm
দিল্লীত এক বৃহৎ আদৰণি অনুষ্ঠানত উপস্থিত হয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী৷ চন্দ্ৰযান-৩এ চন্দ্ৰত সফল অৱতৰণৰ পিছত ইছৰোৰ দলৰ সৈতে মত বিনিময় কৰি আজি বেংগালুৰুৰ পৰা দিল্লীত উপস্থিত হয় প্ৰধানমন্ত্ৰীগৰাকী। দক্ষিণ আফ্ৰিকা আৰু গ্ৰীচৰ ৪দিনীয়া ভ্ৰমণ সামৰি পোনে পোনে বেংগালুৰুলৈ যায় প্ৰধানমন্ত্ৰী৷ এই উপলক্ষে জে পি নাড্ডাই প্ৰধানমন্ত্ৰীক আদৰণি জনাই তেওঁৰ সফল ভ্ৰমণ আৰু ভাৰতীয় বিজ্ঞানীসকলৰ গুৰুত্বপূৰ্ণ কৃতিত্বৰ বাবে সম্বৰ্ধনা জনায়।India is on the moon! We have our national pride placed on the moon: PM Modi
August 26th, 08:15 am
PM Modi visited the ISRO Telemetry Tracking and Command Network (ISTRAC) in Bengaluru after his arrival from Greece and addressed Team ISRO on the success of Chandrayaan-3. PM Modi said that this is not a simple success. He said this achievement heralds India’s scientific power in infinite space. An elated PM Modi exclaimed, “India is on the Moon, We have our national pride placed on the Moon.চন্দ্ৰযান-৩ৰ সফলতাক লৈ টিম ইছৰোক সম্বোধন প্ৰধানমন্ত্ৰীৰ
August 26th, 07:49 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গ্ৰীচৰ পৰা উভতি অহাৰ পিছত বেংগালুৰুস্থিত ইছৰো টেলিমেট্ৰি ট্ৰেকিং এণ্ড কমাণ্ড নেটৱৰ্ক (আইষ্ট্ৰেক) পৰিদৰ্শন কৰি চন্দ্ৰযান-৩ৰ সফলতাৰ সন্দৰ্ভত টিম ইছৰোক উদ্দেশ্যি ভাষণ আগবঢ়ায়। প্ৰধানমন্ত্ৰীয়ে চন্দ্ৰযান-৩ অভিযানৰ লগত জড়িত ইছৰোৰ বিজ্ঞানীসকলক সাক্ষাৎ কৰি মত বিনিময় কৰে য’ত তেওঁক চন্দ্ৰযান-৩ অভিযানৰ তথ্য আৰু অগ্ৰগতিৰ বিষয়েও অৱগত কৰা হয়।‘কাৰিয়াপ্পা পেৰেড গ্ৰাউণ্ড’ত অনুষ্ঠিত ‘এনচিচি সমাৱেশ’ত প্ৰদান কৰা প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
January 28th, 09:51 pm
স্বাধীনতাৰ ৭৫টা বছৰৰ এইটো পৰ্যায়ত, এনচিচিয়ে ইয়াৰ ৭৫সংখ্যক বাৰ্ষিকীও উদযাপন কৰিছে। বিগত বছৰবোৰত, যিসকলে এনচিচিক প্ৰতিনিধিত্ব কৰিছে, যিসকল ইয়াৰ অংশ হৈ আহিছে, মই ৰাষ্ট্ৰ নিৰ্মাণত তেওঁলোকৰ অৱদানক প্ৰশংসা কৰিছো। আজি, মোৰ সন্মুখৰ উপস্থিত থকা কেডেটসকল, যিসকল বৰ্তমান এনচিচিত আছে, তেওঁলোকতো আৰু অধিক বিশেষ, তেওঁলোক অধিক বিশেষ। আজিৰ কাৰ্যক্ৰম যিধৰণে যুগুতোৱা হৈছে হৈছে, কেৱল সময় সলনি হোৱাই নহয়, ইয়াৰ সংৰচনাটোৱো সলনি কৰা হৈছে। দৰ্শকসকলৰ সংখ্যও আগৰ তুলনাত বহুতেই বিশাল। আৰু কাৰ্যসূচীসমূহৰ সূচীখনো বৈচিত্ৰ্যৰে ভৰি আছে। অৱশ্যে, 'এক ভাৰত শ্ৰেষ্ঠ ভাৰত'ৰ মৌলিক মন্ত্ৰৰ প্ৰতিধ্বনি সন্নিৱিষ্ট কৰি যুগুতোৱা এই অনুষ্ঠানটো সদায় স্মৰণীয় হৈ থাকিব। আৰু সেয়েহে, মই এনচিচিৰ গোটেইটো দলকে, তেওঁলোকৰ সকলো বিষয়া আৰু প্ৰশাসকলৈ অন্তৰৰ পৰা অভিনন্দন জনাইছো। আপোনালোকে এনচিচি কেডেট হিচাপে, আৰু দেশৰ যুৱ প্ৰজন্ম হিচাপে এক ‘অমৃত প্ৰজন্ম’ক প্ৰতিনিধিত্ব কৰিছে। এই ‘অমৃত প্ৰজন্ম’ই অহা ২৫টা বছৰত দেশক এক নতুন উচ্চতালৈ লৈ যাব, ভাৰতক স্বাৱলম্বী কৰি তুলিব আৰু ইয়াক বিকশিত কৰি তুলিব।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাৰিয়াপ্পা গ্ৰাউণ্ডত এনচিচি পিএম ৰেলীক সম্বোধন কৰে
January 28th, 05:19 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিল্লীৰ কাৰিয়াপ্পা পেৰেড গ্ৰাউণ্ডত বাৰ্ষিক ৰাষ্ট্ৰীয় কেডেট কোৰ-এনচিচি পিএম ৰেলীক সম্বোধন কৰে। এই বছৰ এনচিচিয়ে নিজৰ প্ৰতিষ্ঠাৰ ৭৫তম বৰ্ষ পালন কৰিছে। প্ৰধানমন্ত্ৰীয়ে এই কাৰ্যক্ৰমৰ সময়ছোৱাত এনচিচিৰ ৭৫টা সফল বছৰৰ উপলক্ষত এক বিশেষ ডে' কভাৰ আৰু ৭৫ টকা মূল্যবৰ্গৰ বিশেষভাৱে গঢ়া এটা স্মাৰক মুদ্ৰা জাৰি কৰে। কন্যাকুমাৰীৰ পৰা দিল্লী-একতাৰ অগ্নিশিখা প্ৰধানমন্ত্ৰীক অৰ্পণ কৰি কাৰিয়াপ্পা ময়দানত প্ৰজ্বলিত কৰা হয়। ৰেলীক দিন আৰু ৰাতিৰ হাইব্ৰীড কাৰ্যক্ৰম হিচাপে আয়োজন কৰা হয় আৰু ইয়াত 'এক ভাৰত শ্ৰেষ্ঠ ভাৰত' বিষয়ৰ ওপৰত এটা সাংস্কৃতিক কাৰ্যক্ৰমো অন্তৰ্ভুক্ত কৰা হৈছিল। বসুধৈৱ কুটুম্বকমৰ প্ৰকৃত ভাৰতীয় ভাবনাত, ১৯খন অন্য দেশৰ ১৯৬জন বিষয়া আৰু কেডেটক সমাৰোহত ভাগ ল'বলৈ আমন্ত্ৰণ জনোৱা হৈছিল।